⚫ Al-An'am[Part-128(06:72-82)]
Part-128(6:72-82) ⚽ https://youtu.be/PjxOI4S4Q5A (#muktabulhussain) . ⚽মিনি সূচিঃPart-128(6:72-82) 6;72(Notes on PERFECT SALAT means And TAQWA-see Notes) 6:73(আল্লাহে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। ‘হে আমাৰ ৰব! তুমি এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই,) 6:74(Abraham's a.s. reasoning) 6:76-80(Abraham s people used to worship heavenly bodies and invited him to associate with them. This induced him to reflect upon the working of these bodies to become certain of his own beliefs which differed from those of his people. -Note) 6:79(ইব্ৰাহিম আ:ছা: মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।)(Muhammad: A Follower of Abraham -ref verse) 6:81(Shrik-Ibrahim a.s.:"তোমালোকে যাক আল্লাহৰ লগত অংশী কৰি আছা মই তাক কিয় ভয় কৰিম?") 6:82(যিসকলে ঈমান আনিছে আৰু সিহঁতৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল সিহঁতৰ বাবেই আৰু সিহঁতেই হিদায়তপ্ৰাপ্ত।) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। ⚽৬:৭২ وَأَنْ أَقِي...