Posts

Showing posts with the label 🌕Part-156(07:146-153)MusaHarunDrawBeardHair

🌕Al-Aa'raf[Part-156(07:146-153)]

Part-156(7:146-153)Al-Aa'raf 🟣 https://youtu.be/iesDSiCntbc #muktabulhussain video. . 🟣মিনি সূচিঃPart-156(7:146-153) 7:146-147(সত্য পথ ভ্ৰান্ত পথৰ পৰা সুস্পষ্ট হৈছে। গতিকে তাগুতক অস্বীকাৰ কৰা আৰু কোৰআনক খামুচি ধৰা- see note) 7:148-151(মুছা আৰু হাৰূনৰ চুলি-দাড়িৰ টনা আজুৰা-See notes) 7:152(See very sp Notes on Ta'gut) 7:153(তাওবা কৰিলে আৰু ঈমান আনিলে আল্লাহে ক্ষমা কৰে) ।।। 🟣৭:১৪৬ سَأَصْرِفُ عَنْ آيَاتِيَ الَّذِينَ يَتَكَبَّرُونَ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَإِنْ يَرَوْا كُلَّ آيَةٍ لَا يُؤْمِنُوا بِهَا وَإِنْ يَرَوْا سَبِيلَ الرُّشْدِ لَا يَتَّخِذُوهُ سَبِيلًا وَإِنْ يَرَوْا سَبِيلَ الْغَيِّ يَتَّخِذُوهُ سَبِيلًا ۚ ذَٰلِكَ بِأَنَّهُمْ كَذَّبُوا بِآيَاتِنَا وَكَانُوا عَنْهَا غَافِلِينَ পৃথিৱীত যিসকলে অন্যায়ভাৱে অহংকাৰ কৰি ফুৰে সিহঁতক মই মোৰ নিদৰ্শনসমূহৰ পৰা নিশ্চয় আঁতৰত ৰাখিম। দৰাচলতে সিহঁতে প্ৰতিটো নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব আৰু সিহঁতে সৎপথ দেখিলেও সেইটোক পথ বুলি গ্ৰহণ নকৰিব, কিন্তু সিহঁতে ভুল পথ দেখিলে সেইটোক পথ বুলি গ্ৰহণ কৰিব। এইটো এইবাবে যে, সিহঁতে আমাৰ নিদৰ্শনস...