1️⃣6️⃣Part-257(A,B)(16:103-128)Al-Nahl
Part-257(A)(16:103-105-112)Al-Nahl 🟪 https://youtu.be/TBzcSUqbvNk(105-128) (Word by word meaning: Go bottom). ।।।। 🏕️মিনি সূচিঃ 16:103(The Quran Is Not Copied From The Bible) 16:105✔️(ref: The Quran contains clear instructions to all Muslims to follow the Quran alone and reject all hadith-See imp link). 16:106✔️(Lip Service Does Not Count) 16:107(পাৰ্থিৱ জীৱনক দিয়া অতি প্ৰাধান্যই আল্লাহৰ পৰা আতঁৰাই নিয়ে) 16:108✔️(Eg: Point of no return of Black Hole the example of sealing the heart ear and eye- Pl see the link of verse 2:7) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟥১৬:১০৩(The Quran Is Not Copied From The Bible). وَلَقَدْ نَعْلَمُ أَنَّهُمْ يَقُولُونَ إِنَّمَا يُعَلِّمُهُ بَشَرٌ ۗ لِسَانُ الَّذِي يُلْحِدُونَ إِلَيْهِ أَعْجَمِيٌّ وَهَٰذَا لِسَانٌ عَرَبِيٌّ مُبِينٌ আৰু আমি অৱশ্যে জানো সিহঁতে কয়, ‘তাক এজন মানুহে শিক্ষা দিয়ে’। সিহঁতে যাৰ প্ৰতি ইয়াক সম্পৰ্কযুক্ত কৰিবলৈ ইংগিত দিছে তাৰ ভাষাতো আৰব...