Posts

Showing posts with the label 🟤Part-171(08:65-75)SlaveryProhibited.Don'tBreakOathToGod

🟤Al-Anfãl[Part-171(08:65-75)]

Part-171(8:65-75)Al-Anfãl(The End) 🟣https://youtu.be/_PbCHxmlSZo Video of #muktabulhussain .  🟣মিনি সূচিঃPart-171(8:65-75) 8:65(ref-আল্লাহৰ শক্তি সৰ্বপেক্ষা প্ৰবল আৰু শাস্তি প্ৰদানত অতি কঠোৰ।) 8:66(আল্লাহ ধৈৰ্যশীলসকলৰ লগত আছে।) 8:67-71(Slavery Prohibited-see note). 8:72(আল্লাহৰ ওচৰত কৰা তোমালোকৰ অঙ্গীকাৰ ভঙ্গ নকৰিবা।) 8:73(The Disbelievers are Allies of Each Other; the Muslims are not their Allies) 8:74-75(ref-মুমিনসকল পৰস্পৰে ভাই-ভাই) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🛑৮:৬৫ يَا أَيُّهَا النَّبِيُّ حَرِّضِ الْمُؤْمِنِينَ عَلَى الْقِتَالِ ۚ إِنْ يَكُنْ مِنْكُمْ عِشْرُونَ صَابِرُونَ يَغْلِبُوا مِائَتَيْنِ ۚ وَإِنْ يَكُنْ مِنْكُمْ مِائَةٌ يَغْلِبُوا أَلْفًا مِنَ الَّذِينَ كَفَرُوا بِأَنَّهُمْ قَوْمٌ لَا يَفْقَهُونَ হে নবী! তুমি মুমিনসকলক যুদ্ধৰ বাবে উদ্বুদ্ধ কৰা, তোমালোকৰ মাজৰ বিশজন ধৈৰ্যশীল ব্যক্তিয়ে দুশ জনক পৰাস্ত কৰিব আৰু তোমালোকৰ মাজৰ এশ জনে এহেজাৰ কাফিৰৰ ওপৰত বিজয় লাভ কৰিব। কাৰণ সিহঁত (কাফি...