Posts

Showing posts with the label ⚫Part-123(06:21-32)LieOnAllahAndQuranTheyZalim.ShrikDanger.QafirDumbDeaf.WorldPlayGroundOnly.

⚫ Al-An'am[Part-123(06:21-32)]

Part-123(6:21-32) ⚫ https://youtu.be/TxasGfTubIU (#muktabulhussain) .  ⚫মিনি সূচিঃPart-123(6:21-32) 6:21(যি আল্লাহ আৰু আয়াতৰ মিছা ৰচনা কৰে তেওঁলোকো যালিম) 6:22-24(Shrik,Danger-SeeNotes)(বহুমানুহ ঈমান পোষণ কৰা সত্বেও মুৰ্শৰিক-১২:১০৬) 6:25-31(যিসকলে কুফৰী কৰিছে সিহঁতৰ উদাহৰণ কলা, বোবা, অন্ধ; সেয়ে সিহঁতে নুবুজে-See notes) 6:32(পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম;) ।।। ⚫৬:২১ وَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ بِآيَاتِهِ ۗ إِنَّهُ لَا يُفْلِحُ الظَّالِمُونَ যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেই ব্যক্তিতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? নিশ্চয় যালিমসকলে সফলতা লাভ কৰিব নোৱাৰে। . [6:21] And (Wa) who (Man') is more unjust (Az'lamu) than one who (Mimmani) fabricates (Ef'taraa)falsehood (Kaziban) about GOD (Ålallahi) or (Aw') denies (Kazzaba Bi) HIS verses (Aayaati-hi)? Indeed(Innahu), the transgressors (Ez'Zoalimuun) will no...