Posts

Showing posts with the label ⚫Part-126(06:56-64)WhyHidayatGivenAsAllah'sWish.OrderOnlyAllahRasolCanNotDoAnything.AllahKnowIfALeafDropped.DeathAnfResurrectionEveryDay

⚫ Al-An'am[Part-126(06:56-64)]

PART-126(6:56-64) 🌐 https://youtu.be/CeTcqcAm2A0 (#MUKTABULHUSSAIN) . 🌐মিনি সূচিঃPART-126(6:56-64) 6:56(আল্লাহে যাক ইচ্ছা হিদায়ত দান কৰে, কিয়? উত্তৰ🌰-ref 42:52 See v.sp.link) 6:57-58(হুকুম কেৱল আল্লাহৰ ওচৰতেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালা দিয়ে। ৰছুলে একো কৰিব নোৱাৰে) 6:59{(Almighty God)(অজানিতে গছৰ এটা পাতো নসৰে। - Unseen গাইবৰ বিষয়ে কেৱল আল্লাহে জানে-See Sp.Note? 6:60-62(Death and Resurrection: Every Day-see notes) 6:63-64(Avoid Shrik) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🌐৬:৫৬ قُلْ إِنِّي نُهِيتُ أَنْ أَعْبُدَ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ ۚ قُلْ لَا أَتَّبِعُ أَهْوَاءَكُمْ ۙ قَدْ ضَلَلْتُ إِذًا وَمَا أَنَا مِنَ الْمُهْتَدِينَ কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিসকলক আহ্বান কৰা, সিহঁতৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে’। কোৱা, ‘মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰো, এনেকুৱা কৰিলে মই বিপথগামী হম আৰু সৎপথপ্ৰাপ্তসকলৰ🌰 অন্তৰ্ভুক্ত হ’ব নোৱাৰিম’। . [6:56] Say (Qul'): "Indeed, I (Innii)...