🟨Part-304(21:51-72)Al-Anbyã'(The Prophets)
🌗Part-304(21:51-72)Al-Anbyã'(The Prophets) 🌗 https://youtu.be/dvZnxt6qNiE . 🌗মিনি সূচিঃPart-304(21:51-72)Al-Anbyã ২১:৫১(আল্লাহে ইব্ৰাহীমক-আ:ছা: শুভবুদ্ধি আৰু সঠিক জ্ঞান দান কৰিছিল-টোকা) ২১:৫৬(তোমালোকৰ ৰব সেইজনেই যিজন আকাশসমূহ আৰু পৃথিৱীৰ ৰব, যিয়ে এইবোৰ সৃষ্টি কৰিছে-The testimony mentioned is testimony through reason and evidence) ২১:৫৭(মূৰ্তিবোৰে যে একো সহায় কৰিব নোৱাৰে তাৰ প্ৰমাণ দিব) ২১:৫৮(তাৰ পিছত তেওঁ মূৰ্তিসমূহ চূৰ্ণ-বিচূৰ্ণ কৰি দিলে কেৱল ডাঙৰ মূৰ্তিটোৰ বাহিৰে;-See note/ref and Why Ibrahim.a.s.s ✔️sick/ill-37:89) ২১:৬৩✅(ইব্ৰাহীম(আ:ছা:) মিছলীয়া আছিল নেকি?-টোকা চাওঁক) ২১:৬৯(আল্লাহে ক’লে, ‘হে জুই! তুমি ইব্ৰাহীমৰ বাবে শীতল আৰু নিৰাপদ হৈ যোৱা’।) (✅কোৰআনে ক'তো কোৱা নাই যে ইব্ৰাহামক প্ৰকৃততে, শাৰীৰিকভাৱে জুইত পেলাই দিয়া হৈছিল আৰু তাত অলৌকিকভাৱে জীয়াই ৰখা হৈছিল-See imp note link) ২১:৭১(Lot, Isaac, and Jacob) ।।। 🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমা...