Posts

Showing posts with the label 🔴Part-98(4:170-173)WhoAhleKitab.Don'tCrossDeenLimit.Ruh.Trinity

🔴An-Nisa[Part-98(4:170-173)]

Part-98(4:170-173) 🕋 https://youtu.be/l2Dps3mAmtc (#muktabulhussain). .  🕋আজিৰ মন্তব্য: ১)যিটো কোৰআনত নিৰ্দেশ দিছে, ঠিক তেনেদৰে পালন কৰা, তাতকৈ বেছি/কম নহয়। ২)ৰুহ আৰু ত্রিত্ব এক বহু ঈশ্বৰবাদৰ বিশ্লেষণৰ টোকা-৪:১৭১ 🕋মিনি-সূচি:98(4:170-173) 4:170{Following God's commands brings you(in Quran) in harmony with the Universe}. 4:171(Who are Ahle-Kitab?see link){Do not exceed the limits prescribed by your Deen (যিটো কোৰআনত নিৰ্দেশ দিছে, ঠিক তেনেদৰে পালন কৰা, তাতকৈ বেছি/কম নহয়)}(Ruh, Trinity in Quran and Bible-See Notes). 4:172(মাৰইয়ামৰ পুত্ৰ মছীহ কেৱল এজন ৰাছুল।). 4:173(যিসকলে ঈমান আনিছে আৰু 🦜সৎকৰ্ম কৰিছে, তেওঁ সিহঁতক সিহঁতৰ পুৰস্কাৰ পৰিপূৰ্ণভাৱে দান কৰিব লগতে নিজ অনুগ্ৰহত আৰু বেছিকৈ প্ৰদান কৰিব।). ।।।। 🕋৪:১৭০(Wisdom). يَا أَيُّهَا النَّاسُ قَدْ جَاءَكُمُ الرَّسُولُ بِالْحَقِّ مِنْ رَبِّكُمْ فَآمِنُوا خَيْرًا لَكُمْ ۚ وَإِنْ تَكْفُرُوا فَإِنَّ لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ وَكَانَ اللَّهُ عَلِيمًا حَكِيمًا হে মানৱ! নিশ্চয় ৰাছুলে তোমালোকৰ প্ৰতিপালকৰ পৰা সত্য লৈ আহিছে, এত...