🔴An-Nisa[Part-99(4:174-1736)end]
Part-99(4:174-176)end. 💞 https://youtu.be/n2eDo3F3Hk0 (#muktabulhussain) . 💞আজিৰ-মন্ত্যব্যঃ হে' মানৱজাতিঃ কোৰআন সুস্পষ্ট জ্যোতি। যিয়েই ইয়াক সবলভাৱে ধৰিব তেওঁ সৰল পথ পাব অৰ্থাৎ আল্লাহৰ কৰুণাৰে আবৰি থাকিব। . 💞মিনি-সূচিঃ99(4:174-176)end. 4:174-175(Allah has sent a manifest light (Quran) which is a clear proof of the truthfulness.Those hold fast to Allah's commands, and facilitate for them the straight road to Him). 4:176(More inheritance command-see note). ।।।। (👉টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফিক)। 💞৪:১৭৪(Quran, a manifest light). يَا أَيُّهَا النَّاسُ قَدْ جَاءَكُمْ بُرْهَانٌ مِنْ رَبِّكُمْ وَأَنْزَلْنَا إِلَيْكُمْ نُورًا مُبِينًا হে মানৱ! তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত প্ৰমাণ আহিছে আৰু আমি তোমালোকৰ প্ৰতি স্পষ্ট জ্যোতি অৱতীৰ্ণ কৰিছো। . [4:174] O you (Yaa Ayyuha) mankind (En'Naasu), a proof (Bur'haanun) has (Qad') come to you (Jaa'a-kum) from (Min) your LORD (Rabbi-kum...