🟦Part-279(18:83-95)Al-Kahf(The Cave)
📗Part-279(18:83-95)Al-Kahf(The Cave) 📗 https://youtu.be/FSM_qXPtV8M ।।। ✴️আগ-কথাঃ(বুজাৰ বাবে এই খণ্ডৰ ভিডিঅ' চোৱাটো অত্যন্ত জৰুৰী) ইয়াত জুল-কাৰনাইনৰ গোটেই পৃথিৱীৰ তিনিটা বৃহৎ অভিযানৰ কথা বৰ্ণিত হৈছে। ১)১৮:৮৫-৮৬:(তেওঁ সূৰ্য অস্ত যোৱাৰ স্থানত উপস্থিত হ’ল) ২)১৮:৮৯-৯০(তেওঁ যেতিয়া সূৰ্যোদয়ৰ ঠাই পালে) ৩)১৮:৯২-৯৩(অৱশেষত তেওঁ যেতিয়া দুই পৰ্বতৰ মধ্যৱৰ্তী স্থলত উপনীত হ’ল☘️। এই অভিযানত ইয়া’জুজ আৰু মা’জুজক যি পৃথিৱীত অশান্তি সৃষ্টি কৰি আছিল সিহঁতক তেতিয়াৰ দিনতেই উন্নতমানৰ বৈজ্ঞানিক প্ৰযুক্তিবিদ্যাৰে আল্লাহে দিয়া জ্ঞানেৰে লোৰ টিন আৰু তামেৰে এখন দেৱালেৰে বন্দী কৰি ৰাখিলে।(☘️see sabbir note at 18:92). Read more: Link: https://muktabulraf.blogspot.com/2022/06/part-2791883-95.html?m=1 ।।। 📗মিনি সূচিঃPart-279(18:83-95)Al-Kahf ১৮:৮৩-৮৪(The Leader of Two Generations) ১৮:৮৬(চকুৰে দেখাক, বেলি উদয় আৰূ অস্ত যোৱা বুলি কোৱা হয়,যিটো কোৰআনত ব্যৱহৃত হৈছে -টোকা চাব) ১৮:৮৫-৯৩(ওপৰৰ আগ-কথা চাওঁক) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দি...