Posts

Showing posts with the label ⚫Part-139(06:154-159)NoMentionedTauratToMusa.OnlyFollowQuran.AllNationsGotRasol.NoRelationRasolWithSecterians

⚫ Al-An'am[Part-139(06:154-159)]

Part-139(6:154-159) 🥎 https://youtu.be/eqEJ3oV0328 #muktabulhussain . 🥎মিনি সূচিঃPart-139(6:154-159) 6:154(আগৰ কিতাপৰ ফটোকপি কোৰআনত আৰবীত লিপিবদ্ধ হৈছে)(কোৰআনৰ ক'তো মুছাক "তৌৰাত" দিয়া বুলি উল্লেখ নাই।)-note 6:155(কেৱল কোৰআন অনুসৰণ কৰা আৰু আল্লাহৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা।) 6:156-157(কোনো জাতিয়েই ক'ব নোৱাৰেযে "যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোহেঁতেন’।"কাৰণ সকলোকে ৰছুল আৰু কিতাপ দিয়া হৈছে।-note) 6:158(সেইদিনা যিয়ে পূৰ্বে ঈমান অনা নাছিল তাৰ ঈমান কোনো কামত নাহিব,) 6:159(যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত ৰছুলৰ কোনো সম্পৰ্ক নাই;-See note) . 🥎৬:১৫৪ ثُمَّ آتَيْنَا مُوسَى الْكِتَابَ تَمَامًا عَلَى الَّذِي أَحْسَنَ وَتَفْصِيلًا لِكُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً لَعَلَّهُمْ بِلِقَاءِ رَبِّهِمْ يُؤْمِنُونَ এতেকে(ইতিমধ্যে-muk) আমি মূছাক প্ৰদান কৰিছিলো কিতাব✔️, যিয়ে সৎকৰ্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতাস্বৰূপ, প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ, হিদায়ত আৰু ৰহমতস্বৰূপ—যাতে সি...