Posts

Showing posts with the label 🎯Part-206(11:25-33)Hud

🎯Part-206(11:25-33)Hud

PART-206(11:25-33)HUD 🏵️[History of Noah(Verses11:25-11:35)] 🔴 https://youtu.be/l4ftxp_HQsk #MUKTABULHUSSAIN VIDEO . 🏕️মিনি সূচিঃPART-206(11:25-33)HUD 11:25-26(ৰছুল প্ৰকাশ্য সতৰ্ককাৰী)(তোমালোকে আল্লাহৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা) 11:27(See 11:29 Note) 11:28(ref-দ্বীন গ্ৰহণৰ ক্ষেত্ৰত কোনো জোৰ-জবৰদস্তি নাই-2:256) 11:29-30✅(Perfect meaning of "..যিসকলে ঈমান আনিছে তেওঁলোকক খেদি দিয়াটোও ৰছুলৰ কাম নহয়.."-Note)(ref-শক্তি-সন্মান কেৱল আল্লাহৰ আৰু তেওঁৰ ৰাছুলৰ আৰু মুমিনসকলৰ। কিন্তু মুনাফিক্বসকলে সেয়া নাজানে-63:8) 11:31✅(ৰছুল/নবী মহম্মদে(আ:ছা:) গায়েব সম্পৰ্কে নাজানে আৰু তেওঁ ফিৰিস্তা’ও নহয়।) 11:32-33(---) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔴১১:২৫ وَلَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِ إِنِّي لَكُمْ نَذِيرٌ مُبِينٌ আৰু অৱশ্যে আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ পঠিয়াইছিলো। তেওঁ কৈছিল, ‘নিশ্চয় মই তোমালোকৰ বাবে প্ৰকাশ্য সতৰ্ককাৰী’। . [11:25] And (Wa) certainly (Laqad') We sent (Ar'sal'...