Posts

Showing posts with the label 🌕Part-145(07:37-43)WillBeAskedTimeOfDeathWhyShrik.RejectingQuranAnOffence.NoOverloadUponYou

🌕Al-Aa'raf[Part-145(07:37-43)]

Part-145(7:37-43)Al-Aa'raf 🟦 https://youtu.be/QH43BJWa64M #MUKTABULHUSSAIN - THE VIDEO .  🟦মিনি সূচিঃPart-145(7:37-43) 7:37-39(মৰাৰ সময়ত সুধা হ'ব: তুমি আল্লাহৰ লগত কাক বহাইছিলা?-এনে কথাবোৰৰ বাবেই শেষ বিচাৰত নিজেই সাক্ষী দিবঃ মই কাফিৰ-See Notes)(Mutual Blaming). 7:40-41((Rejecting God's Revelations: An Unforgivable Offense-see note) 7:42-43(ৱহীৰ মতে কাম কৰাৰ বাবে জান্নাত: আল্লাহে কাকো তাৰ সাধ্যাতীত দায়িত্বৰ বোজা অৰ্পন নকৰে-Note) ।।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟦৭:৩৭ فَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ بِآيَاتِهِ ۚ أُولَٰئِكَ يَنَالُهُمْ نَصِيبُهُمْ مِنَ الْكِتَابِ ۖ حَتَّىٰ إِذَا جَاءَتْهُمْ رُسُلُنَا يَتَوَفَّوْنَهُمْ قَالُوا أَيْنَ مَا كُنْتُمْ تَدْعُونَ مِنْ دُونِ اللَّهِ ۖ قَالُوا ضَلُّوا عَنَّا وَشَهِدُوا عَلَىٰ أَنْفُسِهِمْ أَنَّهُمْ كَانُوا كَافِرِينَ এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতক...