🌕Al-Aa'raf[Part-142(07:10-20)]
Part-142(7:10-20) 🎁 https://youtu.be/OAY_tn7cIOs #MUKTABULHUSSAIN . 🎁মিনি সূচিঃPart-142(7:10-20) 7:10(Being grateful is not only verbal thanks) 7:11(7:11-22 ইবলীছৰ বিষয়ে)(ইবলীছে আদমক ছাজদাহ নকৰিলে👉অকৃতজ্ঞতাই দেশত বিশৃঙ্খলাৰ সৃষ্টি কৰে। ইয়াক আদমৰ উদাহৰণৰ দ্বাৰা চিত্রিত কৰা হৈছে-See note) 7:12-13(The criterion of honor is not lineage, color, caste or nation. It is nothing but good conduct-See note) 7:16(পথভ্ৰষ্ট কৰাৰ কাৰণে চয়তান অৱশ্যে সৰল পথত মানুহৰ বাবে ৰৈ থাকে-note) 7:17-18(মানুহৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে ইবলীছৰ অনুসৰণ কৰিলে-See note) 7:19-20(Contrary to the popular beliefs that the forbidden Tree was the tree of knowledge, fruit of this plant and that plant, or of sexual charms, it refers to humanity dividing itself like the branches of a tree-See note) . 🎁৭:১০ وَلَقَدْ مَكَّنَّاكُمْ فِي الْأَرْضِ وَجَعَلْنَا لَكُمْ فِيهَا مَعَايِشَ ۗ قَلِيلًا مَا تَشْكُرُونَ আৰু নিশ্চয় আমি তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিছো আৰু তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থাও কৰিছো; তোমা...