⚫ Al-An'am[Part-127(06:65-71)]
Part-127(6:65-71) 🌳 https://youtu.be/AQ7e1yST0iU (#muktabulhussain) . 🌳আজিৰ গুৰুত্বপূৰ্ণ মন্তব্য: যিসকলে কোৰআনৰ মতে চলে তেওঁলোকে কেৱল আনক ৱহী জনাই দিব লাগে। আনে কি ভাৱে সেইটোৰ তেওঁৰ দায়িত্ব নহয়। সেইসকলক কেৱল উপদেশ দিয়া দৰকাৰ যাতে তেওঁলোকে যি ভুল কৰি আছে তাৰ পৰা বিৰত থাকে-৬:৬৯।। ।।।। 🌳মিনি সূচিঃPart-127(6:65-71) 6:65(Violation of Allah's laws can inflict you from the top in the form of tyrannical rule ets-see note)(Quran Explain itself-note) 6:66-67(যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আল্লাহে সিহঁতক ধ্বংসৰ পিনে লৈ যাব যে, সিহঁতে গমেই নাপাব।) 6:68(যি কোৰআনৰ আয়াতবোৰক সচাঁক মিছা কৰি চুপতি কৰে, তাৰ পৰা আঁতৰত থাকিব, এওঁলোকেই জালিম-Note) 6:69(যিসকলে কোৰআনৰ মতে চলে তেওঁলোকে কেৱল আনক ৱহী জনাই দিব লাগে। আনে কি ভাৱে সেইটোৰ তেওঁৰ দায়িত্ব নহয়। সেইসকলক কেৱল উপদেশ দিয়া দৰকাৰ যাতে তেওঁলোকে যি ভুল কৰি আছে তাৰ পৰা বিৰত থাকে) 6:70(দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ নকৰিব) 6:71(The evil impulses (shayatin) within the hearts of "those who are bent on denying the truth-see note) . 🌐টোকাঃ...