🟨Part-307(21:94-112)Al-Anbyã(End)
🟩Part-307(21:94-112)Al-Anbyã(End) 🟩 https://youtu.be/TpSkiDrXtgw Muktabul 🟩 Analysis- Syedraf. 💢 শেষত সম্পূৰ্ণ ছুৰাৰ মিনি-সূচিৰ লগত ফেচবুকৰ লিংক দিয়া আছে।। ।।। 🟩মিনি সূচিঃPart-307(21:94-112)Al-Anbyã 21:95-96(ইয়া’জুজ আৰু মা’জুজ-Note) 21:104(Verse 21:30 of this chapter informed us that the universe was created after a cosmic rapture, which we call the Big Bang, and verse 21:104 , we are informed about its ending, in a big crunch in reverse motion) 21:105(The derivatives of the word "reminder" (ZKR) are used to describe the message of the Quran and previous books-link)(দাঊদক প্ৰদান কৰা হৈছিল যাবূৰ - Psalms) 21:107✅(আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছো-Note)(The Quran: a mercy from God) 21:108(কোৱা, ‘মোৰ প্ৰতি অহী কৰা হয় যে, তোমালোকৰ ইলাহ কেৱল একক ইলাহ। এতেকে তোমালোক আত্মসমৰ্পণকাৰী হ’বানে?) ।।। 🔴২১:৯৪ فَمَنْ يَعْمَلْ مِنَ الصَّالِحَاتِ وَهُوَ مُؤْمِنٌ فَلَا كُفْرَانَ لِسَعْيِهِ وَإِنَّا لَهُ كَاتِبُونَ এতেকে যদি কোনোবাই মুমিন হৈ সৎকৰ্ম কৰে তেন্তে ...