Posts

Showing posts with the label 🔴Part-80(4:47-51)

🔴An-Nisa[Part-80(4:47-51)]

Part-80(4:47-51) 🍎Quran Tafseer Itself:25:33🍎 https://youtu.be/Ws9uRUFSbME (#muktabulhussain) . 🍎POINTS TO BE NOTED:80(4:47-51) 4:47(Rejection the Sabbath breakers-Note). 4:48(Shrik the Unforgivable Sin-see Note). 4:49-50(Purification can only be achieved according to the laws of God, not through rituals or mysticism-see Note)(These people invent lies about Allah and this, in itself, is an obvious crime). 4:51(meaning of JIBT and TAAGHOOT- see Note). . (👉টোকাঃ ইয়াত আৰবীৰ অসমীয়া অনুবাদৰ শুদ্ধতাৰ কোনো গেৰাণ্টি নাই। শুদ্ধতাৰ বাবে উচ্চাৰণৰ সৈতে ইংৰাজী অনুবাদ চাব-ৰফ্)। 🍎৪:৪৭ يَا أَيُّهَا الَّذِينَ أُوتُوا الْكِتَابَ آمِنُوا بِمَا نَزَّلْنَا مُصَدِّقًا لِمَا مَعَكُمْ مِنْ قَبْلِ أَنْ نَطْمِسَ وُجُوهًا فَنَرُدَّهَا عَلَىٰ أَدْبَارِهَا أَوْ نَلْعَنَهُمْ كَمَا لَعَنَّا أَصْحَابَ السَّبْتِ ۚ وَكَانَ أَمْرُ اللَّهِ مَفْعُولًا হে কিতাবপ্ৰাপ্তসকল! আমি মুখমণ্ডলসমূহক বিকৃত কৰি পশ্চাদফালে ঘূৰাই দিয়াৰ আগতে অথবা আচহাবুচ ছাবতক যিদৰে অভিসম্পাত কৰিছিলো সেইদৰে অভিসম্পাত কৰাৰ আগতে তোমালোকৰ ওচৰত যি আছে...