Posts

Showing posts with the label 🟦Part-280(18:96-101)Al-Kahf

🟦Part-280(18:96-101)Al-Kahf(The Cave)

🟫Part-280(18:96-101)Al-Kahf(The Cave) 🟫 https://youtu.be/dafTP1EXWmc ।।। 🟫মিনি সূচিঃPart-280(18:96-101)Al-Kahf (অনুগ্ৰহ কৰি আগৰ ২৭৯ খণ্ডটো চাই ল'ব) ১৮:৯৬(This verse indicate the science of elements i.e. chemistry and chemical engineering-Note) ১৮:৯৮-১০১("Coming of the Last Hour" comprises an indefinite)(The barrier will stay in place and crumble according to Divine laws) ।।। 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔵১৮:৯৬ آتُونِي زُبَرَ الْحَدِيدِ ۖ حَتَّىٰ إِذَا سَاوَىٰ بَيْنَ الصَّدَفَيْنِ قَالَ انْفُخُوا ۖ حَتَّىٰ إِذَا جَعَلَهُ نَارًا قَالَ آتُونِي أُفْرِغْ عَلَيْهِ قِطْرًا ‘তোমালোকে মোৰ ওচৰত লোৰ পাতসমূহ আনি দিয়া’, অৱশেষত মধ্যৱৰ্তী খালী ঠাই পূৰ্ণ হৈ যেতিয়া লৌহস্তূপ দুয়ো পৰ্বতৰ সমান হ’ল তেতিয়া তেওঁ ক’লে, ‘এতিয়া ফুঁ দি থকা’। তাৰ পিছত যেতিয়া সেইটো জুইত পৰিণত হ’ল, তেতিয়া তেওঁ ক’লে, ‘তোমালোকে মোৰ ওচৰত গলিত তাম লৈ আহা, মই ইয়াৰ ওপৰত ঢালি দিওঁ’। . 📍Verse/Note(18:96-Explanatory Note,...