🌐Part-192(10:16-22)Unus
Part-192(10:16-22)Unus 🟢 https://youtu.be/6GDruORjP9M Video #muktabulhussain . ☎️মিনি সূচিঃPart-192(10:16-22)Unus 10:16(মহম্মদ(আ:ছা:) মানুহৰ মাজত জীৱনৰ দীৰ্ঘকাল অৱস্থান কৰিছিল, তেওঁ সত্যবাদী, তেওঁ উন্মাদ নাছিল-Note) 10:17(আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰাজন ডাঙৰ যালিম) 10:18(Intercession: A Polytheistic Fiction-Note) 10:19(মানুহৰ এটাই উম্মত💥 আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে।All mankind were but one community then they differed-Note) 10:20(গায়েবৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত আছে) 10:21(The two categories of people-মানুহ প্রৱল বিৰোধী হয়, কিন্তু আল্লাহ কৌশল অৱলম্বনত আৰু বেছি দ্ৰুত) 10:22(ref-কেতিয়াও হতাশ নহব; সদায় আশাবাদী হওঁক-Note) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🟢১০:১৬ قُلْ لَوْ شَاءَ اللَّهُ مَا تَلَوْتُهُ عَلَيْكُمْ وَلَا أَدْرَاكُمْ بِهِ ۖ فَقَدْ لَبِثْتُ فِيكُمْ عُمُرًا مِنْ قَبْلِهِ ۚ أَفَلَا تَعْقِلُونَ কোৱা, ‘আল্লাহে যদি বিচাৰিলেহেঁতেন তেন্তে ময়ো তোমালোকৰ ওচৰত এইটো তিলাৱত নকৰিলোহেঁত...