🌕Al-Aa'raf[Part-142(07:10-20)]
Part-142(7:10-20)
🎁 https://youtu.be/OAY_tn7cIOs
#MUKTABULHUSSAIN
.
🎁মিনি সূচিঃPart-142(7:10-20)
7:10(Being grateful is not only verbal thanks)
7:11(7:11-22 ইবলীছৰ বিষয়ে)(ইবলীছে আদমক ছাজদাহ নকৰিলে👉অকৃতজ্ঞতাই দেশত বিশৃঙ্খলাৰ সৃষ্টি কৰে। ইয়াক আদমৰ উদাহৰণৰ দ্বাৰা চিত্রিত কৰা হৈছে-See note)
7:12-13(The criterion of honor is not lineage, color, caste or nation. It is nothing but good conduct-See note)
7:16(পথভ্ৰষ্ট কৰাৰ কাৰণে চয়তান অৱশ্যে সৰল পথত মানুহৰ বাবে ৰৈ থাকে-note)
7:17-18(মানুহৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে ইবলীছৰ অনুসৰণ কৰিলে-See note)
7:19-20(Contrary to the popular beliefs that the forbidden Tree was the tree of knowledge, fruit of this plant and that plant, or of sexual charms, it refers to humanity dividing itself like the branches of a tree-See note)
.
🎁৭:১০
وَلَقَدْ مَكَّنَّاكُمْ فِي الْأَرْضِ وَجَعَلْنَا لَكُمْ فِيهَا مَعَايِشَ ۗ قَلِيلًا مَا تَشْكُرُونَ
আৰু নিশ্চয় আমি তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিছো আৰু তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থাও কৰিছো; তোমালোকে খুবেই কম কৃতজ্ঞতা জ্ঞাপন কৰা।
.
[7:10] And (Wa) We have certainly (Laqad') established you (p) (Makkannaa-kum') on earth (Fiil' Ar'di) and
(Wa) made (Jaål'naa) livelihood (Ma'ååyisha) for you (Lakum') therein (Fiihaa). Rarely (Qaliilan Maa) are
you thankful (Tash'kuruun).
.
📍Verse/Note + references:
7:10 (Take heed before the final scales are set.) We have placed you on earth and given you means for a fulfilling life. How seldom are you grateful!
Note:
Being grateful is not only verbal thanks. It involves sharing God’s bounties with fellow humans and other creation. 16:114, 31:12(sa).
১৬:১১৪
فَكُلُوا مِمَّا رَزَقَكُمُ اللَّهُ حَلَالًا طَيِّبًا وَاشْكُرُوا نِعْمَتَ اللَّهِ إِنْ كُنْتُمْ إِيَّاهُ تَعْبُدُونَ
এতেকে আল্লাহে তোমালোকক হালাল আৰু পৱিত্ৰ যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে খোৱা আৰু আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা, যদি তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।
.
৩১:১২
وَلَقَدْ آتَيْنَا لُقْمَانَ الْحِكْمَةَ أَنِ اشْكُرْ لِلَّهِ ۚ وَمَنْ يَشْكُرْ فَإِنَّمَا يَشْكُرُ لِنَفْسِهِ ۖ وَمَنْ كَفَرَ فَإِنَّ اللَّهَ غَنِيٌّ حَمِيدٌ
আৰু অৱশ্যে আমি লুক্বমানক হিকমত দান কৰিছিলো আৰু কৈছিলো যে, আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। আৰু যিয়ে কৃতজ্ঞতা প্ৰকাশ কৰে সি নিজৰ কল্যাণৰ বাবেই কৃতজ্ঞতা প্ৰকাশ কৰে আৰু যদি কোনোবাই অকৃতজ্ঞ হয় তেন্তে নিশ্চয় আল্লাহ অভাৱমুক্ত, চিৰ প্ৰশংসিত।
.
১৪:৩৪
وَآتَاكُمْ مِنْ كُلِّ مَا سَأَلْتُمُوهُ ۚ وَإِنْ تَعُدُّوا نِعْمَتَ اللَّهِ لَا تُحْصُوهَا ۗ إِنَّ الْإِنْسَانَ لَظَلُومٌ كَفَّارٌ
আৰু তোমালোকে যি বিচাৰিছা সেইটোৱেই তেওঁ তোমালোকক প্ৰদান কৰিছে। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ।
.
৫৫:২৯
يَسْأَلُهُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ كُلَّ يَوْمٍ هُوَ فِي شَأْنٍ
আকাশমণ্ডল আৰু পৃথিৱীত যিসকল আছে, সকলোৱে তেওঁৰ ওচৰত প্ৰাৰ্থী, তেওঁ প্ৰতিটো মুহূৰ্ত্ততে গুৰুত্বপূৰ্ণ কামত নিয়োজিত।
.
🎁৭:১১
وَلَقَدْ خَلَقْنَاكُمْ ثُمَّ صَوَّرْنَاكُمْ ثُمَّ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ لَمْ يَكُنْ مِنَ السَّاجِدِينَ
আৰু নিশ্চয় আমি তোমালোকক সৃষ্টি কৰিছো, তাৰ পিছত আমি তোমালোকক আকৃতি প্ৰদান কৰিছো, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছো, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল*।
[*অকৃতজ্ঞতাই দেশত বিশৃঙ্খলাৰ সৃষ্টি কৰে। ইয়াক আদমৰ উদাহৰণৰ দ্বাৰা চিত্রিত কৰা হৈছে এই আয়তত👉২:৩০-৩৮:
Ingratitude produces disorder in the land. This is illustrated by the story of Adam which has been narrated earlierPZ(2:30-38).
👇
(2:30-38👉Pl find herewith the analytical notes on these verses, CLICK LINK:👺
https://muktabulraf.blogspot.com/2021/08/quran-alone-pt530.html?m=1].
.
[7:11] And (Wa) We certainly (Laqad') created you (Khalaq'naa-kum') and (Thumma) formed you
(Sowwar'naa-kum'), and then (Thumma) We said (Qul'naa) to the Angels (Lil' Malaaikati), "Prostrate (Es'judu')
to (Li) Adam (Aadama)," so (Fa) they prostrated (Sajaduu'), except (illaa) Lucifer (Ib'liisa); he was (Yakun) not
(Lam') of(Mina) those who prostrated (Es'Saajidiin)(*17:61).
(১৭:৬১*
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ قَالَ أَأَسْجُدُ لِمَنْ خَلَقْتَ طِينًا
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক কৈছিলো, ‘আদমক ছাজদাহ কৰা’, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিছিল। সি কৈছিল, ‘মই ইয়াক ছাজদাহ কৰিমনে যাক তুমি বোকা মাটিৰে সৃষ্টি কৰিছা’?).
.
📍Verse/Note:
7:11 We created you, then shaped you, then told the angels, "Be of service to Adam! And they agreed to be of service, all but Iblees (Satan). He was not of the subservient.
Note:
Let us take a panoramic view of our common origin. Life began as a single life cell from hydrated inorganic matter *23:13. God made us ‘Adam’ Homo sapiens, male and female. And He made the angels the universal forces subservient to mankind. Satan or Iblees, our own rebellious desires, refused to submit to the higher controls of judgment(sa).
(২৩:১২-১৩
وَلَقَدْ خَلَقْنَا الْإِنْسَانَ مِنْ سُلَالَةٍ مِنْ طِينٍ
অৱশ্যে আমি মানুহক সৃষ্টি কৰিছো মাটিৰ উপাদানৰ পৰা,
২৩:১৩*
ثُمَّ جَعَلْنَاهُ نُطْفَةً فِي قَرَارٍ مَكِينٍ
তাৰ পিছত আমি তাক স্থাপন কৰোঁ শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত;).
.
🎁৭:১২(The Test Begins).
قَالَ مَا مَنَعَكَ أَلَّا تَسْجُدَ إِذْ أَمَرْتُكَ ۖ قَالَ أَنَا خَيْرٌ مِنْهُ خَلَقْتَنِي مِنْ نَارٍ وَخَلَقْتَهُ مِنْ طِينٍ
তেওঁ ক’লে, ‘মই যেতিয়া তোমাক আদেশ দিলো তেতিয়া কিহে তোমাক নিবৃত্ত কৰিলে যে, তুমি ছাজদা নকৰিলা’? সি ক’লে, ‘মই তাতকৈ শ্ৰেষ্ঠ, তুমি মোক জুয়েৰে সৃষ্টি কৰিছা আৰু তাক সৃষ্টি কৰিছা বোকা মাটিৰে’।
.
[7:12] HE (God) said (Qaala), "What (Maa) prevented you (Manaå-ka) to not (Alla) prostrate (Tas'juda) when
(Iz') I commanded you (Amar'tu-ka)?" He (Lucifer) said (Qaala), "I am (Ana') better (Khai'run) than him (Adam)
(Min'hu); YOU created me (Khalaq'tanii) from (Min) fire (Naarin) and (Wa) created him (Khalaq'ta-hu) from
(Min) clay (Tiini)."
.
📍Verse/Note-1
7:12 He said, "What has prevented you from submitting when I have ordered you?" He said, "I am better than him, You created me from fire and created him from clay!"
Note:
It is interesting that God does not kick out the Perverse from His presence as soon as he disobeys the divine order; by directing him to defend his action, God wants to inform us about the source of his disobedience. Perverse demonstrated an unjustified pride in something that was not his own work. Racism finds its roots in such a diabolic false pride. See 15:28*(edip).
[১৫:২৮*
وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي خَالِقٌ بَشَرًا مِنْ صَلْصَالٍ مِنْ حَمَإٍ مَسْنُونٍ
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত বোকাৰ শুকান টিং টিং শব্দ কৰা ক’লাবৰণীয়া মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছো;
15:28 Recall when your Lord said to the angels, "Indeed, I am about to create man out of sounding inorganic matter, (and then) out of hydrated clay.” [2:30-35, 7:11-22, 17:61, 19:21, 20:116-120](sa)].
.
📍Verse/Note-2
7:12 God said, “What stopped you from being subservient when I ordered you?” Iblees responded, "I am better than he. You created me from fire, and created him from clay.”
Note:
Emotions are fiery in relation to sound judgment. The criterion of honor is not lineage, color, caste or nation. It is nothing but good conduct. 49:13*(sa).
(৪৯:১৩
يَا أَيُّهَا النَّاسُ إِنَّا خَلَقْنَاكُمْ مِنْ ذَكَرٍ وَأُنْثَىٰ وَجَعَلْنَاكُمْ شُعُوبًا وَقَبَائِلَ لِتَعَارَفُوا ۚ إِنَّ أَكْرَمَكُمْ عِنْدَ اللَّهِ أَتْقَاكُمْ ۚ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ
হে মানৱ সম্প্ৰদায়! নিশ্চয় আমি তোমালোকক এজন পুৰুষ আৰু এজনী নাৰীৰ পৰা সৃষ্টি কৰিছো, আৰু তোমালোকক বিভক্ত কৰিছো বিভিন্ন জাতি আৰু গোত্ৰত, যাতে তোমালোকে এজনে আনজনৰ লগত পৰিচিত হ’ব পাৰা। তোমালোকৰ মাজত আল্লাহৰ ওচৰত কেৱল সেই ব্যক্তিয়েই বেছি মৰ্যাদাশীল যিজন তোমালোকৰ মাজত বেছি তাক্বৱা সম্পন্ন। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।).
.
🎁৭:১৩
قَالَ فَاهْبِطْ مِنْهَا فَمَا يَكُونُ لَكَ أَنْ تَتَكَبَّرَ فِيهَا فَاخْرُجْ إِنَّكَ مِنَ الصَّاغِرِينَ
তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা নামি যোৱা, ইয়াত থাকি তুমি অহংকাৰ কৰিবা এইটো কেতিয়াও হ’ব নোৱাৰে। এতেকে তুমি ওলাই যোৱা, নিশ্চয় তুমি লাঞ্ছিতসকলৰ অন্তৰ্ভুক্ত’।
.
[7:13] HE (God) said (Qaala), "Then (Fa) descend (Eh'bit') from it (Min'ha), for (Fa) you do not have (Maa Yakuunu Laka) to (An) be arrogant (Tatakabbara) therein (Fiiha). So (Fa) go out (Ekh'ruj'); indeed, you
(Innaka) are of (Mina) the dejected (Es'Soagiriin)."
.
📍Verse/Note:
(7:13) Allah said: This cannot be a valid proof of your superiority. You should not have been arrogant
[*1]. By doing so, you have degraded yourself. You can therefore no more remain with those who
submit to My laws and obey my commandments.
Notes
[*1] Incidence of birth in a particular family, class or race is not a criterion of superiority or
inferiority. The only way to claim superiority is by doing good deeds. All human beings are equally worthy of respect (17/70)(pz).
.
🎁৭:১৪
قَالَ أَنْظِرْنِي إِلَىٰ يَوْمِ يُبْعَثُونَ
সি ক’লে, ‘মোক তুমি সেই দিনলৈকে অৱকাশ দিয়া, যিদিনা সিহঁত পুনৰুত্থিত হ’ব’।
.
[7:14] He (Lucifer) said (Qaala), "Respite me (Anzir'nii) until (ilaa) the day (Yaw'mi) they will be resurrected
(Yub'åthuun)."
.
🎁৭:১৫
قَالَ إِنَّكَ مِنَ الْمُنْظَرِينَ
তেওঁ ক’লে, ‘নিশ্চয় তুমি অৱকাশ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত’।
.
[7:15] HE (God)said (Qaala), "Indeed, you (Innaka) are of (Mina) the respited (El'Munzoriin)."
.
(reference:15:36-37)
.
🎁৭:১৬
قَالَ فَبِمَا أَغْوَيْتَنِي لَأَقْعُدَنَّ لَهُمْ صِرَاطَكَ الْمُسْتَقِيمَ
সি ক’লে, ‘তুমি মোক পথভ্ৰষ্ট কৰাৰ কাৰণে মই অৱশ্যে তোমাৰ সৰল পথত মানুহৰ বাবে ৰৈ থাকিম’।
.
[7:16] He (Lucifer) said (Qaala), "Because of what (Fabimaa) YOU have trapped me (Ag'wai'tanii), I will (La) sit
(Aq'udanna) for them (Lahum') on YOUR (-ka) straight (El'Mus'taqiim) path (Siraata-).
(6:153*).
(Pl find herewith the notes on verse 6:153 link:*
https://m.facebook.com/story.php?story_fbid=2462865247176738&id=100003598598517).
.
📍Verse/Note:
7:16 He said, "Since You have willed that I go astray, I will skulk for them on Your straight path.,
Note:
Satan is a proven liar, and so are his constituents (see2:36,6:22-23,&7:20)(rk).
.
🎁৭:১৭
ثُمَّ لَآتِيَنَّهُمْ مِنْ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ وَعَنْ أَيْمَانِهِمْ وَعَنْ شَمَائِلِهِمْ ۖ وَلَا تَجِدُ أَكْثَرَهُمْ شَاكِرِينَ
‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰত আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁফালৰ পৰা আৰু সিহঁতৰ বাওঁফালৰ পৰা আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’।
.
[7:17] "Then (Thumma) I will (La) come to them (Atiyannahum) from (Min) their front (Bai'ni Ai'dii-him')
and (Wa) from (Min') their behind (Khal'fi-him') and from (Ån) their right (Ai'maani-him') and from (Ån)
their left (Shamaaili-him'), and (Wa) YOU will not (Laa) find (Tajidu) most of them (Ak'thara-hum') grateful
(Shaakiriin)."
.
📍Verse references:
৩৪:২০-২১
وَلَقَدْ صَدَّقَ عَلَيْهِمْ إِبْلِيسُ ظَنَّهُ فَاتَّبَعُوهُ إِلَّا فَرِيقًا مِنَ الْمُؤْمِنِينَ
আৰু অৱশ্যে সিহঁতৰ সম্বন্ধে ইবলীছে তাৰ ধাৰণা সত্য প্ৰমাণ কৰিলে, ফলত সিহঁতৰ মাজৰ এটা মুমিন দলৰ বাহিৰে সকলোৱে তাৰ অনুসৰণ কৰিলে;
৩৪:২১
وَمَا كَانَ لَهُ عَلَيْهِمْ مِنْ سُلْطَانٍ إِلَّا لِنَعْلَمَ مَنْ يُؤْمِنُ بِالْآخِرَةِ مِمَّنْ هُوَ مِنْهَا فِي شَكٍّ ۗ وَرَبُّكَ عَلَىٰ كُلِّ شَيْءٍ حَفِيظٌ
আৰু সিহঁতৰ ওপৰত চয়তানৰ কোনো আধিপত্য নাছিল। কিন্তু কোনে আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে আৰু কোনে এই বিষয়ে সন্দেহ পোষণ কৰে, সেয়া প্ৰকাশ কৰাটোৱেই আছিল আমাৰ উদ্দেশ্য। তোমাৰ প্ৰতিপালক সকলো বস্তুৰ সম্যক সংৰক্ষণকাৰী।
.
🎁৭:১৮
قَالَ اخْرُجْ مِنْهَا مَذْءُومًا مَدْحُورًا ۖ لَمَنْ تَبِعَكَ مِنْهُمْ لَأَمْلَأَنَّ جَهَنَّمَ مِنْكُمْ أَجْمَعِينَ
তেওঁ ক’লে, ‘ইয়াৰ পৰা লাঞ্ছিত অপমানিত হৈ ওলাই যা, মানুহৰ মাজত যিয়ে তোৰ অনুসৰণ কৰিব, নিশ্চয় মই তহঁত আটায়েৰে জাহান্নাম পূৰণ কৰিম’।
.
[7:18] HE (God)said (Qaala), "Go out (Ekh'ruj') from it (Min'ha), disgraced (Maz'uuman) and banished
(Mad'huuran). For (La) whosoever (Man) follows you (Lucifer) (Tabiå-ka) among them (Min'hum'), I will (La)
fill (Am'la'anna) Hell (Jahannama) with you (Minkum'), all together (Aj'maeen).
(17:63**)
.
📍Verse references:
১৭:৬৩**-৬৫
قَالَ اذْهَبْ فَمَنْ تَبِعَكَ مِنْهُمْ فَإِنَّ جَهَنَّمَ جَزَاؤُكُمْ جَزَاءً مَوْفُورًا
আল্লাহে ক’লে, ‘যোৱা, এতেকে সিহঁতৰ মাজৰ যিয়ে তোমাৰ অনুসৰণ কৰিব, নিশ্চয় পূৰ্ণ প্ৰতিদান হিচাপে জাহান্নামেই হ’ব তোমালোক সকলোৰে প্ৰতিদান’।
১৭:৬৪
وَاسْتَفْزِزْ مَنِ اسْتَطَعْتَ مِنْهُمْ بِصَوْتِكَ وَأَجْلِبْ عَلَيْهِمْ بِخَيْلِكَ وَرَجِلِكَ وَشَارِكْهُمْ فِي الْأَمْوَالِ وَالْأَوْلَادِ وَعِدْهُمْ ۚ وَمَا يَعِدُهُمُ الشَّيْطَانُ إِلَّا غُرُورًا
‘আৰু তোমাৰ কণ্ঠেৰে সিহঁতৰ মাজৰ যাকে পাৰা পদস্খলিত কৰা, তোমাৰ অশ্বাৰোহী আৰু পদাতিক বাহিনীৰ দ্বাৰা সিহঁতক আক্ৰমণ কৰা আৰু সিহঁতৰ ধন-সম্পদত লগতে সন্তান-সন্ততিত অংশী হোৱাগৈ, আৰু সিহঁতক প্ৰতিশ্ৰুতি দিয়া’। অৱশ্যে চয়তানে ছলনাৰ বাহিৰে সিহঁতক কোনো প্ৰতিশ্ৰুতিয়ে নিদিয়ে।
১৭:৬৫
إِنَّ عِبَادِي لَيْسَ لَكَ عَلَيْهِمْ سُلْطَانٌ ۚ وَكَفَىٰ بِرَبِّكَ وَكِيلًا
‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই’। কৰ্মবিধায়ক হিচাপে তোমাৰ প্ৰতিপালকেই যথেষ্ট।
.
🎁৭:১৯
وَيَا آدَمُ اسْكُنْ أَنْتَ وَزَوْجُكَ الْجَنَّةَ فَكُلَا مِنْ حَيْثُ شِئْتُمَا وَلَا تَقْرَبَا هَٰذِهِ الشَّجَرَةَ فَتَكُونَا مِنَ الظَّالِمِينَ
আৰু হে আদম! ‘তুমি আৰু তোমাৰ স্ত্ৰী জান্নাতত বসবাস কৰা, আৰু য’ৰ পৰা ইচ্ছা আহাৰ কৰা কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, তেন্তে তোমালোক উভয়ে যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা’।
.
[7:19] "O (Yaa) Adam (Aadamu), you (Anta) and (Wa) your mate (f)
(Zaw'ju-ka) should dwell in (Es'kun') the
garden (El'Jannata) and (Fa) eat (Kulaa) from (Min') wherever (Hai'thu) you both desire (Shi'tumaa), but (Wa)
do not (Laa) approach (Taq'raba) this (Haazihi) tree (Es'Shajarata), then (Fa) you would be (Takuuna) of
(Mina) the transgressors (Ez'Zoalimiin)."
(2:35*)
.
📍Verse/Note-1
7:19 “O Adam! Dwell, you and your wife, in the Garden and eat from whatever you may wish; but do not approach this one tree, lest you become wrongdoers.”
Note:
Contrary to the popular beliefs that the forbidden Tree was the tree of knowledge, fruit of this plant and that plant, or of sexual charms, it refers to humanity dividing itself like the branches of a tree. 2:35, 2:213, 20:120(sa).
২:৩৫*
وَقُلْنَا يَا آدَمُ اسْكُنْ أَنْتَ وَزَوْجُكَ الْجَنَّةَ وَكُلَا مِنْهَا رَغَدًا حَيْثُ شِئْتُمَا وَلَا تَقْرَبَا هَٰذِهِ الشَّجَرَةَ فَتَكُونَا مِنَ الظَّالِمِينَ
আৰু আমি ক’লো, ‘হে আদম, তুমি আৰু তোমাৰ স্ত্ৰী জান্নতত বসবাস কৰা আৰু য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে আহাৰ গ্ৰহণ কৰা, কিন্তু এই গছ জোপাৰ ওচৰত নাযাবা , তেনেহ’লে তোমালোক যালিমসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’।(7:11ৰ 👺এই চিহ্নৰ লিংক চাওঁক)।
.
২:২১৩
كَانَ النَّاسُ أُمَّةً وَاحِدَةً فَبَعَثَ اللَّهُ النَّبِيِّينَ مُبَشِّرِينَ وَمُنْذِرِينَ وَأَنْزَلَ مَعَهُمُ الْكِتَابَ بِالْحَقِّ لِيَحْكُمَ بَيْنَ النَّاسِ فِيمَا اخْتَلَفُوا فِيهِ ۚ وَمَا اخْتَلَفَ فِيهِ إِلَّا الَّذِينَ أُوتُوهُ مِنْ بَعْدِ مَا جَاءَتْهُمُ الْبَيِّنَاتُ بَغْيًا بَيْنَهُمْ ۖ فَهَدَى اللَّهُ الَّذِينَ آمَنُوا لِمَا اخْتَلَفُوا فِيهِ مِنَ الْحَقِّ بِإِذْنِهِ ۗ وَاللَّهُ يَهْدِي مَنْ يَشَاءُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
সকলো মানুহৰ এটাই উম্মত আছিল। তাৰ পিছত আল্লাহে নবীসকলক সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে প্ৰেৰণ কৰিলে আৰু তেওঁলোকৰ লগত সত্যসহ কিতাব অৱতীৰ্ণ কৰিলে যাতে মানুহে যিবোৰ বিষয়ত মতভেদ কৰিছিল সেইবোৰ মীমাংসা কৰিব পাৰে; আৰু যিসকলক এইটো দিয়া হৈছিল, স্পষ্ট নিদৰ্শন সিহঁতৰ ওচৰত অহাৰ পিছতো কেৱল পৰস্পৰ বিদ্বেষবশতঃ সেই বিষয়ত সিহঁতে বিৰোধিতা কৰিছিল। তাৰ পিছত আল্লাহে তেওঁৰ ইচ্ছাক্ৰমে ঈমান্দাৰসকলক সেই সত্য বিষয়ত হিদায়ত কৰিছে, যি বিষয়ে সিহঁতে মতানৈক্য সৃষ্টি কৰিছিল; আৰু আল্লাহে যাক ইচ্ছা কৰে সৰল পথৰ ফালে হিদায়ত কৰে।
.
২০:১২০
فَوَسْوَسَ إِلَيْهِ الشَّيْطَانُ قَالَ يَا آدَمُ هَلْ أَدُلُّكَ عَلَىٰ شَجَرَةِ الْخُلْدِ وَمُلْكٍ لَا يَبْلَىٰ
তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰিব পাৰি’?
.
📍Note-2 See in link:
https://muktabulraf.blogspot.com/2022/01/719-sp-note.html?m=1
.
🎁৭:২০
فَوَسْوَسَ لَهُمَا الشَّيْطَانُ لِيُبْدِيَ لَهُمَا مَا وُورِيَ عَنْهُمَا مِنْ سَوْآتِهِمَا وَقَالَ مَا نَهَاكُمَا رَبُّكُمَا عَنْ هَٰذِهِ الشَّجَرَةِ إِلَّا أَنْ تَكُونَا مَلَكَيْنِ أَوْ تَكُونَا مِنَ الْخَالِدِينَ
তাৰ পিছত সিহঁতৰ লজ্জাস্থান, যিটো সিহঁতৰ ওচৰত গোপন ৰখা হৈছিল সেয়া সিহঁতৰ ওচৰত প্ৰকাশ কৰাৰ বাবে চয়তানে সিহঁতক কুমন্ত্ৰণা দিলে আৰু ক’লে, ‘তোমালোকৰ প্ৰতিপালকে তোমালোকক এই গছজোপাৰ পৰা এইবাবেই নিষেধ কৰিছে যে, (এই গছজোপাৰ ফল খালে) তোমালোক উভয়ে ফিৰিস্তা হৈ যাবা অথবা তোমালোক স্থায়ীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’।
.
[7:20] But (Fa) the devil (Es'Shai'toanu) whispered (Was'wasa) to them both (Lahumaa) in order to (Li) show
them (Yub'diya Lahuma) what (Maa) was concealed (Wu'riya) from them (Ån'humaa) of (Min) their bodies
(shame) (Saw'aati-himaa). He (the devil) said (Qaala), "Your LORD (Rabbu-kumaa) did not (Maa) forbid you
(Nahaa-kumaa) from (Ån') this (Haazihi) tree (20:120*) (Es'Shajarati) except (illa) from (An) becoming (Takuuna)
two angels (Malakai'ni) or (Aw') being (Takuuna) among (Mina) the immortals (El'Khaalidiin)."
(২০:১২০*
فَوَسْوَسَ إِلَيْهِ الشَّيْطَانُ قَالَ يَا آدَمُ هَلْ أَدُلُّكَ عَلَىٰ شَجَرَةِ الْخُلْدِ وَمُلْكٍ لَا يَبْلَىٰ
তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰিব পাৰি’?)
.
📍Verse/Note:
7:20 Then Satan deceived them in order to reveal their imperfections and fallibility to them. He said, "Your Lord forbade this tree lest you become angels or become immortals.”
Note:
The selfish desires of humans prompted them to think about their own children rather than the collective good. That would, in a way, give them power and immortality(sa).
.
🎁 Quran🎁 analysis🎁 syedraf🎁
....ooo....