⚫ Al-An'am[Part-125(06:45-55)]
Part-125(6:45-55)
➡️ https://youtu.be/Vx0v05cIV7o
(#muktabulhussain)
.
➡️মিনি সূচিঃPart-125(6:45-55)
6:45(When nations violated human right, they were uprooted-Note)
6:46(Quran Explain itself-see note 6:55)
6:47(Nations are not annihilated unless they violate human rights)
6:48(Role of the Messengers: What authorities are God's messengers given? -See V. IMP NOTE)
6:49(সিহঁতে যি কৰে সেই অনুপাতেই সিহঁতক প্ৰতিফল দিয়া হ’ব।)
6:50(Messengers Are Powerless; They Do Not Know the Future-See Note)
6:51("ইয়াৰ দ্বাৰা তুমি সিহঁতক সতৰ্ক" কৰা,মানে কোৰআনৰ দ্বাৰা ৰছূলে মানুহক সতৰ্ক কৰিছিল। কোৰআন তেওঁৰ হাতত আছিল।-Note)
6:54(Peace-سَلَامٌ عَلَيْكُمْ-See note)
6:55(Quran Explain itself-see note).
.
➡️৬:৪৫
فَقُطِعَ دَابِرُ الْقَوْمِ الَّذِينَ ظَلَمُوا ۚ وَالْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ
ফলত যালিম সম্প্ৰদায়ৰ মূলোচ্ছেদ কৰা হ'ল আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবেই।
.
[6:45] So (Fa) the root (Daabiru) of the people (El'Qaw'mi) who (Ellaziina) transgressed (Zolamu') were
severed (Qutiå). Praise (El'Hamdu) be to GOD (Lillahi), LORD (Rabbi) of the worlds (El'Åålamiin).
.
📍Verse/Note:
6:45 When nations violated human rights with their unjust systems they were uprooted (6:6, 7:129). God replaced them with people who were not like them (10:14, 11:57). You can understand that all praise in word and action belongs to the Lord of the Worlds.
Note
His Rule is the Rule of law 8:53, 13:11(sa).
(See verses Assamese translation link:
https://muktabulraf.blogspot.com/2021/12/645ref.html?m=1).
.
➡️৬:৪৬
قُلْ أَرَأَيْتُمْ إِنْ أَخَذَ اللَّهُ سَمْعَكُمْ وَأَبْصَارَكُمْ وَخَتَمَ عَلَىٰ قُلُوبِكُمْ مَنْ إِلَٰهٌ غَيْرُ اللَّهِ يَأْتِيكُمْ بِهِ ۗ انْظُرْ كَيْفَ نُصَرِّفُ الْآيَاتِ ثُمَّ هُمْ يَصْدِفُونَ
কোৱা, ‘তোমালোকে ভাৱি চোৱা নাইনে, আল্লাহে যদি তোমালোকৰ শ্ৰৱণশক্তি আৰু দৃষ্টিশক্তি⚡ হৰণ কৰি লয় আৰু তোমালোকৰ হৃদয়ত মোহৰ মাৰি দিয়ে তেন্তে আল্লাহৰ বাহিৰে তোমালোকৰ কোন ইলাহ আছে যিয়ে এইবোৰ ওভোতাই দিব’? চোৱা, কেনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো, ইয়াৰ পিছতো সিহঁতে মুখ ঘূৰাই লয়।
.
[6:46] Say (Qul'): "Have you considered (A-ra'ai'tum'); if (In') GOD should seize (Akhaza-llahu) your
hearing (Sam'å-kum') and (Wa) your eyesight (Ab'soara-kum') and seal (Khatama Ålaa) your hearts
(Quluubi-kum), whose (Man') god (ilaahun) other than GOD (Gai'rullahi) could bring them to you (Ya'tii-
kum Bihi)?" Look (Enzur') how (Kai'fa) We have conducted (Nusorrifu) the verses (El'Aayaati); but (Thumma)
they (Hum') are avoiding (Yas'difuun).
.
📍Verse/Note:
6:46 (The exploiters of the masses think that they are smarter, and therefore, they deserve to take advantage of people 28:76-82✔️) Say, “Will you think? If God took away your hearing and your sight and sealed up your hearts, which god other than God could restore them to you? Note how We explain the verses by various facets, and note how they still turn away(sa).
(✔️https://quran.com/28/76-82)
.
📍Verse reference:⚡
৬৭:২৩
قُلْ هُوَ الَّذِي أَنْشَأَكُمْ وَجَعَلَ لَكُمُ السَّمْعَ وَالْأَبْصَارَ وَالْأَفْئِدَةَ ۖ قَلِيلًا مَا تَشْكُرُونَ
কোৱা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে শ্ৰৱণ আৰু দৃষ্টিশক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
১০:৩১
قُلْ مَنْ يَرْزُقُكُمْ مِنَ السَّمَاءِ وَالْأَرْضِ أَمَّنْ يَمْلِكُ السَّمْعَ وَالْأَبْصَارَ وَمَنْ يُخْرِجُ الْحَيَّ مِنَ الْمَيِّتِ وَيُخْرِجُ الْمَيِّتَ مِنَ الْحَيِّ وَمَنْ يُدَبِّرُ الْأَمْرَ ۚ فَسَيَقُولُونَ اللَّهُ ۚ فَقُلْ أَفَلَا تَتَّقُونَ
কোৱা, ‘কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱনোপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন; জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় আৰু সকলো বিষয় কোনে নিয়ন্ত্ৰণ কৰে’? তেতিয়া সিহঁতে অৱশ্যে ক’ব, ‘আল্লাহ’। এতেকে কোৱা, ‘তথাপিও তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
.
➡️৬:৪৭
قُلْ أَرَأَيْتَكُمْ إِنْ أَتَاكُمْ عَذَابُ اللَّهِ بَغْتَةً أَوْ جَهْرَةً هَلْ يُهْلَكُ إِلَّا الْقَوْمُ الظَّالِمُونَ
কোৱা, ‘তোমালোকে কোৱাচোন যদি আল্লাহৰ শাস্তি হঠাৎ বা প্ৰকাশ্যভাৱে তোমালোকৰ ওপৰত আপতিত হয় তেন্তে যালিম সম্প্ৰদায়ৰ বাহিৰে আন কাৰোবাক ধ্বংস কৰা হ’ব নে’?
.
[6:47] Say (Qul'): "Have you considered (A-ra'ai'ta-kum'); if (In') the punishment of GOD (Åzaabu-llahu)should come to you (Ataa-kum') surprisingly (Bag'tatan) or (Aw') publicly (Jah'ratan), is it not (Hal' illa) the
transgressing (Ez'Zoalimuun) people (El'Qaw'mu) who will be annihilated (Yuh'laku)?"
.
📍Verse/Note:
6:47 Tell them that the punishment according to the Law of Requital, sneaks up or suddenly hits nations that are transgressors. Would any people perish unless they are oppressors of the masses? (Nations are not annihilated unless they violate human rights. [11:104, 11:117](sa).
১১:১০৪
وَمَا نُؤَخِّرُهُ إِلَّا لِأَجَلٍ مَعْدُودٍ
আৰু আমি সেয়া কেৱল নিৰ্দিষ্ট কিছু সময়ৰ বাবে বিলম্বিত কৰিছো।
১১:১১৭
وَمَا كَانَ رَبُّكَ لِيُهْلِكَ الْقُرَىٰ بِظُلْمٍ وَأَهْلُهَا مُصْلِحُونَ
আৰু তোমাৰ ৰব এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদ ধ্বংস কৰিব অথচ তাৰ অধিবাসীসকল সংশোধনকাৰী।
.
৬:৮২
الَّذِينَ آمَنُوا وَلَمْ يَلْبِسُوا إِيمَانَهُمْ بِظُلْمٍ أُولَٰئِكَ لَهُمُ الْأَمْنُ وَهُمْ مُهْتَدُونَ
যিসকলে ঈমান আনিছে আৰু সিহঁতৰ ঈমানক যুলুমৰ (শ্বিৰ্কৰ) দ্বাৰা কলুষিত কৰা নাই, নিৰাপত্তা কেৱল সিহঁতৰ বাবেই আৰু সিহঁতেই হিদায়তপ্ৰাপ্ত।
.
➡️৬:৪৮(Role of the Messengers).
وَمَا نُرْسِلُ الْمُرْسَلِينَ إِلَّا مُبَشِّرِينَ وَمُنْذِرِينَ ۖ فَمَنْ آمَنَ وَأَصْلَحَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
আৰু আমি ৰাছুলসকলক কেৱল সুসংবাদবাহী আৰু সতৰ্ককাৰীৰূপেই প্ৰেৰণ কৰো। এতেকে যিসকলে ঈমান আনিব আৰু নিজকে সংশোধন কৰিব, সিহঁতৰ কোনো ভয় নাই আৰু সিহঁত চিন্তিতও নহ’ব।
.
[6:48] And (Wa) We only (Maa illa) send (Nur'silu) the messengers (4:165) (El'Mur'saliina) as missionaries
(Mubasshiriina) and (Wa) warners (Munziriina). So (Fa) whoever (Man') believes (Aamana) and reforms
(As'laha); there (Fa) will be no (Laa) fear (Khaw'fun) upon them (Ålai'him') nor (Walaa) will they (Hum')
grieve (Yah'zanuun).
.
📍 Important Note:
Role of the Messengers:
What authorities are God's messengers given?
https://muktabulraf.blogspot.com/2021/12/what-authorities-are-gods-messengers.html?m=1
.
➡️৬:৪৯
وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا يَمَسُّهُمُ الْعَذَابُ بِمَا كَانُوا يَفْسُقُونَ
আৰু যিসকলে আমাৰ আয়াতসমূহক মিথ্যাৰোপ কৰিছে, সিহঁতক শাস্তিয়ে স্পৰ্শ কৰিব, কাৰণ সিহঁতে অবাধ্যতা কৰিছিল।
.
[6:49] As for (Wa) those who (Ellaziina) deny (Kazzabu' Bi) Our verses (Aayaati-naa), the punishment (El'Åzaabu) will touch them (Yamassu-humu) because (Bimaa) they were (Kaanu') acting immoral (Yaf'suquun).
.
📍Verse/Note:
6:49 But those who deny Our revelations, retribution will afflict them, for they keep drifting from the secure path. (Retribution is a logical and built-in consequence of their wrongdoing. [7:147, 91:9-10](sa).
৭:১৪৭
وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا وَلِقَاءِ الْآخِرَةِ حَبِطَتْ أَعْمَالُهُمْ ۚ هَلْ يُجْزَوْنَ إِلَّا مَا كَانُوا يَعْمَلُونَ
আৰু যিসকলে আমাৰ নিদৰ্শনসমূহ আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে সিহঁতৰ কৃতকৰ্ম বিফল হৈছে। সিহঁতে যি কৰে সেই অনুপাতেই সিহঁতক প্ৰতিফল দিয়া হ’ব।
৯১:৯-১০
قَدْ أَفْلَحَ مَنْ زَكَّاهَا
নিসন্দেহে সিয়েই সফল হৈছে যিয়ে নিজকে পৱিত্ৰ কৰিছে।
৯১:১০
وَقَدْ خَابَ مَنْ دَسَّاهَا
আৰু সিয়েই ব্যৰ্থ হৈছে, যিয়ে নিজকে কলুষিত কৰিছে।
.
➡️৬:৫০(Messengers Are Powerless; They Do Not Know the Future).
قُلْ لَا أَقُولُ لَكُمْ عِنْدِي خَزَائِنُ اللَّهِ وَلَا أَعْلَمُ الْغَيْبَ وَلَا أَقُولُ لَكُمْ إِنِّي مَلَكٌ ۖ إِنْ أَتَّبِعُ إِلَّا مَا يُوحَىٰ إِلَيَّ ۚ قُلْ هَلْ يَسْتَوِي الْأَعْمَىٰ وَالْبَصِيرُ ۚ أَفَلَا تَتَفَكَّرُونَ
কোৱা, ‘মই তোমালোকক এইটো নকওঁ যে, মোৰ ওচৰত আল্লাহৰ ধন-ভাণ্ডাৰ আছে, আৰু মই গায়েবও নাজানো আৰু তোমালোকক এইটোও নকওঁ যে, মই ফিৰিস্তা, মোৰ প্ৰতি যি অহীৰূপে প্ৰেৰণ কৰা হয়, মই কেৱল সেইটোকেই অনুসৰণ কৰো’। কোৱা, ‘অন্ধ আৰু দৃষ্টিৱান ব্যক্তি উভয়ে সমান হ’ব পাৰেনে? তোমালোকে চিন্তা নকৰা নেকি’?
.
[6:50] Say (Qul): "I (Mohammed) do not (Laa') say (Aquulu) to you (Lakum) I possess (Endii) the treasures of GOD (Khazaa'inu-llahi) nor (Walaa) do I know (A'lamu) the unseen (7:188) (El'Gai'ba), nor do I say to you (Aquulu Lakum') that I am (Innii) an angel (Malakun). I only (In' illa) follow (Attabiu) what (Maa) is inspired
(Yuuhaa) to me (ilayya)." Say (Qul'): "Are (Hal') the blind (El'A'maa) and the seeing (Wal' Basiiru) equal (Yas'tawii)? Will you then not (Afalaa) ponder (Tatafakkaruun)?"
.
📍Verse/Note-1
6:50 Say [O Prophet]: "I do not say unto you, 'God's treasures are with me,'; nor [do I say], 'I know the things that are beyond the reach of human perception'; nor do I say unto you, 'Behold, I am an angel': I but follow what is revealed to me."🍒 Say: "Can the blind and the seeing be deemed equal? Will you not, then, take thought?"
Note:🍒
This denial on the part of the Prophet of any claim to supernatural powers refers, primarily, to the demand of the unbelievers (mentioned in verse 37) that he should prove his prophetic mission by causing a "miraculous sign" to be bestowed on him. Beyond this specific reference, however, the above passage is meant to prevent any deification of the Prophet and to make it clear that he - like all other prophets before him - was but a mortal human being, a servant whom, God had chosen to convey His message to mankind. See also 7:188(as)
৭:১৮৮
قُلْ لَا أَمْلِكُ لِنَفْسِي نَفْعًا وَلَا ضَرًّا إِلَّا مَا شَاءَ اللَّهُ ۚ وَلَوْ كُنْتُ أَعْلَمُ الْغَيْبَ لَاسْتَكْثَرْتُ مِنَ الْخَيْرِ وَمَا مَسَّنِيَ السُّوءُ ۚ إِنْ أَنَا إِلَّا نَذِيرٌ وَبَشِيرٌ لِقَوْمٍ يُؤْمِنُونَ
কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ উপকাৰ-অপকাৰৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’।
.
📍Note-2
None knows the future, including Muhammed (6:50; 7:188; 10:20; 27:65; 81:24). Only God knows the future and this knowledge can be attained only through divine revelations/signs (3:44; 11:49; 12:102; 30:2; 72:27)(edip).
.
➡️৬:৫১
وَأَنْذِرْ 👈بِهِ الَّذِينَ يَخَافُونَ أَنْ يُحْشَرُوا إِلَىٰ رَبِّهِمْ ۙ لَيْسَ لَهُمْ مِنْ دُونِهِ وَلِيٌّ وَلَا شَفِيعٌ لَعَلَّهُمْ يَتَّقُونَ
আৰু 👉ইয়াৰ দ্বাৰা তুমি সিহঁতক সতৰ্ক কৰা, যিসকলে ভয় কৰে যে, সিহঁতক সিহঁতৰ প্ৰতিপালকৰ ওচৰত একত্ৰিত কৰা হ’ব এনেকুৱা অৱস্থাত যে, তেওঁৰ বাহিৰে সিহঁতৰ বাবে কোনো অভিভাৱক আৰু কোনো ছুপাৰিছকাৰী নাথাকিব। যাতে সিহঁতে তাক্বৱাৰ অধিকাৰী হয়।
(👉ইয়াৰ দ্বাৰা মানে কোৰআনক বুজাইছে,৬:১৯ত চাওঁক)
.
[6:51] And (Wa) warn (Anzir') by it (Bihi) those who (Ellaziina) fear (Yakhaafuuna) that (An) they will be assembled (Yuh'sharuu') before (ilaa) their LORD (Rabbi-him'); they have (Lahum) no (Lai'sa) guardian(Waliyyun) nor (Walaa) intercessor (32:4🦋) (Shafiiun) besides HIM (Min Duuni-hi), perhaps they (Laållahum')would become pious (Yattaquun).
(🦋৩২:৪
اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَمَا بَيْنَهُمَا فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ ۖ مَا لَكُمْ مِنْ دُونِهِ مِنْ وَلِيٍّ وَلَا شَفِيعٍ ۚ أَفَلَا تَتَذَكَّرُونَ
আল্লাহেই সেই সত্তা, যিজনে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু কেৱল ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰছৰ ওপৰত উঠিছে। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো মধ্যস্ততাকাৰীও নাই, তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবা নে?).
.
➡️৬:৫২
وَلَا تَطْرُدِ الَّذِينَ يَدْعُونَ رَبَّهُمْ بِالْغَدَاةِ وَالْعَشِيِّ يُرِيدُونَ وَجْهَهُ ۖ مَا عَلَيْكَ مِنْ حِسَابِهِمْ مِنْ شَيْءٍ وَمَا مِنْ حِسَابِكَ عَلَيْهِمْ مِنْ شَيْءٍ فَتَطْرُدَهُمْ فَتَكُونَ مِنَ الظَّالِمِينَ
আৰু যিসকলে নিজ প্ৰতিপালকক পুৱা-গধুলি তেওঁৰ সন্তুষ্টি লাভৰ বাবে প্ৰাৰ্থনা কৰে সিহঁতক তুমি আঁতৰাই নিদিবা। সিহঁতৰ কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব তোমাৰ ওপৰত নহয় আৰু তোমাৰ কোনো কৰ্মৰ জবাবদিহিতাৰ দায়িত্ব সিহঁতৰ ওপৰত নহয়, যাৰ বাবে তুমি সিহঁতক আঁতৰাই দিবা, এনে কৰিলে তুমি যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা।
.
[6:52] And do not (Walaa) dismiss (Tat'rudi) those who (Ellaziina) invoke (Yad'uuna) their LORD (Rabba-hum) in the morning (Bil' Gadaati) and evening (Wal' Åshiyyi), seeking (Yuriiduuna) HIS countenance (✔️18:28)
(Waj'ha-hu). Nothing (Maa Min Shai'in) of (Min') their reckoning (Hisaabi-him) is upon you (s) (Ålai'ka) nor (Wamaa) is anything (Min Shai'in) of (Min') your reckoning (Hisaabi-ka) upon them (Ålai'him). So (Fa) were you to dismiss them (Tat'ruda-hum'), then (Fa) you would be (Takuuna) of (Mina) the transgressors (Ez'Zoalimiin).
(✔️১৮:২৮
وَاصْبِرْ نَفْسَكَ مَعَ الَّذِينَ يَدْعُونَ رَبَّهُمْ بِالْغَدَاةِ وَالْعَشِيِّ يُرِيدُونَ وَجْهَهُ ۖ وَلَا تَعْدُ عَيْنَاكَ عَنْهُمْ تُرِيدُ زِينَةَ الْحَيَاةِ الدُّنْيَا ۖ وَلَا تُطِعْ مَنْ أَغْفَلْنَا قَلْبَهُ عَنْ ذِكْرِنَا وَاتَّبَعَ هَوَاهُ وَكَانَ أَمْرُهُ فُرُطًا
আৰু তুমি নিজকে ধৈৰ্যশীল ৰাখিবা তেওঁলোকৰ সৈতে, যিসকলে পুৱা-গধূলি তেওঁলোকৰ প্ৰতিপালকক আহ্বান কৰে, তেওঁৰ সন্তুষ্টিৰ উদ্দেশ্যে; আৰু তুমি পাৰ্থিৱ জীৱনৰ শোভা কামনা কৰি সিহঁতৰ পৰা তোমাৰ দৃষ্টি আঁতৰাই নিনিবা। লগতে তুমি সেই ব্যক্তিৰ অনুসৰণ নকৰিবা—যাৰ অন্তৰক আমি আমাৰ স্মৰণৰ পৰা অমনোযোগী কৰি দিছো, যিয়ে নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে আৰু যাৰ কৰ্ম বিনষ্ট হৈছে।).
.
৪০:৬০
وَقَالَ رَبُّكُمُ ادْعُونِي أَسْتَجِبْ لَكُمْ ۚ إِنَّ الَّذِينَ يَسْتَكْبِرُونَ عَنْ عِبَادَتِي سَيَدْخُلُونَ جَهَنَّمَ دَاخِرِينَ
আৰু তোমালোকৰ প্ৰতিপালকে কৈছে, ‘তোমালোকে কেৱল মোৰ ওচৰতেই দুআ কৰা, মই তোমালোকৰ দুআ কবুল কৰিম। নিশ্চয় যিসকলে অহংকাৰ কৰি মোৰ ইবাদতৰ পৰা বিমুখ হয়, সিহঁত অচিৰেই লাঞ্ছিত হৈ জাহান্নামত প্ৰৱেশ কৰিব’।
.
📍Verse/Note
(6:52) At the time of the advent of Islam, Arabian society was divided amongst various tribes, some of whom considered themselves to be superiors to the others and treated them with contempt. The central theme of the teachings of the Quran was the equality of all human beings and the Rasool
was building a community comprising persons belonging to various tribes and even slaves in which equal respect was given to everyone regardless of origin or status. The tribes which considered themselves to be superiors to the others could not tolerate this. One of their conditions for making
compromise with the Rasool was that persons whom they considered to be inferior should be expelled from the community. The Quran, however, rejected this condition since it violated its fundamental teachings (10/15, 11/113, 17/74, 68/9).
Allah said to the Rasool: Do not drive away those who are poor or of low origin but who
strive continuously for the cause of Allah. Their origin or previous status or poverty should have no bearing on their present position. If you still drive them away you will be from amongst the Zalimeen. (11/27-30, 26/111-114, 18/28, 80/1-11)(pz).
(See verses Assamese translation link;
https://muktabulraf.blogspot.com/2021/12/652-reference-assamese-translation.html?m=1).
.
➡️৬:৫৩
وَكَذَٰلِكَ فَتَنَّا بَعْضَهُمْ بِبَعْضٍ لِيَقُولُوا أَهَٰؤُلَاءِ مَنَّ اللَّهُ عَلَيْهِمْ مِنْ بَيْنِنَا ۗ أَلَيْسَ اللَّهُ بِأَعْلَمَ بِالشَّاكِرِينَ
এইদৰে আমি সিহঁতৰ কিছুমানৰ দ্বাৰা আন কিছুমানক পৰীক্ষা কৰিছো, যাতে সিহঁতে কয়, ‘আমাৰ মাজৰ পৰা আল্লাহে ইহঁতৰ ওপৰতেই অনুগ্ৰহ কৰিলেনে’? আল্লাহ কৃতজ্ঞসকলৰ বিষয়ে সবিশেষ অৱগত নহয় নে বাৰু?
.
[6:53] And (Wa) thus (Kazaalika) do We test (Fatannaa) them by each other (Ba'do-hum Bi Ba'din) so that (Li) they might say (Yaquuluu'), "Are these (A-haaulaa'i) the ones whom (-him) GOD (Ellahu) has favoured (Manna Ålai-) among us (Min Bai'ni-naa)?" Is (A-) GOD (Ellahu) not (-lai'sa Bi) aware of (A'lama Bi) those
who are grateful (Es'Shaakiriin)?
.
📍Verse references:
১১:২৭
فَقَالَ الْمَلَأُ الَّذِينَ كَفَرُوا مِنْ قَوْمِهِ مَا نَرَاكَ إِلَّا بَشَرًا مِثْلَنَا وَمَا نَرَاكَ اتَّبَعَكَ إِلَّا الَّذِينَ هُمْ أَرَاذِلُنَا بَادِيَ الرَّأْيِ وَمَا نَرَىٰ لَكُمْ عَلَيْنَا مِنْ فَضْلٍ بَلْ نَظُنُّكُمْ كَاذِبِينَ
তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘আমিতো তোমাক এজন আমাৰ নিচিনাই মানুহ বুলিহে দেখি আছো, লগতে আমি দেখি আছো তোমাক কেৱল সেইসকল লোকেই অনুসৰণ কৰে যিসকল আমাৰ মাজত বাহ্যিক দৃষ্টিতেই অধম আৰু আমি আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব দেখা পোৱা নাই, বৰং আমি তোমালোকক মিছলীয়া বুলি ভাৱো’।
.
৪৬:১১
وَقَالَ الَّذِينَ كَفَرُوا لِلَّذِينَ آمَنُوا لَوْ كَانَ خَيْرًا مَا سَبَقُونَا إِلَيْهِ ۚ وَإِذْ لَمْ يَهْتَدُوا بِهِ فَسَيَقُولُونَ هَٰذَا إِفْكٌ قَدِيمٌ
যিসকলে কুফৰী কৰিছে সিহঁতে মুমিনসকলৰ বিষয়ে কয়, ‘যদি এয়া মানি লোৱা ভাল হ’লহেঁতেন তেন্তে সিহঁতে আমাতকৈ অগ্ৰণী হ’ব নোৱাৰিলেহেঁতেন’। সিহঁতে যিহেতু ইয়াৰ দ্বাৰা হিদায়ত পোৱা নাই সেয়ে সিহঁতে অচিৰেই ক’ব, ‘এয়া এটা প্ৰাচীন মিছা কথাহে’।
.
১৯:৭৩-৭৪
وَإِذَا تُتْلَىٰ عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالَ الَّذِينَ كَفَرُوا لِلَّذِينَ آمَنُوا أَيُّ الْفَرِيقَيْنِ خَيْرٌ مَقَامًا وَأَحْسَنُ نَدِيًّا
আৰু সিহঁতৰ ওচৰত আমাৰ স্পষ্ট আয়াতসমূহ তিলাৱত কৰা হ’লে কাফিৰসকলে মুমিনসকলক কয়, ‘(আমাৰ) দুই দলৰ মাজত মৰ্যাদাত কোন শ্ৰেষ্ঠ আৰু কাৰ সভা বেছি জাকজমকতাপূৰ্ণ’?
১৯:৭৪
وَكَمْ أَهْلَكْنَا قَبْلَهُمْ مِنْ قَرْنٍ هُمْ أَحْسَنُ أَثَاثًا وَرِئْيًا
আৰু সিহঁতৰ পূৰ্বে আমি বহু মানৱগোষ্ঠীক বিনাশ কৰিছোঁ—যিসকল সিহঁততকৈ সম্পদ আৰু বাহ্যিক দৃষ্টিত শ্ৰেষ্ঠ আছিল।
.
২৯:৬৯
وَالَّذِينَ جَاهَدُوا فِينَا لَنَهْدِيَنَّهُمْ سُبُلَنَا ۚ وَإِنَّ اللَّهَ لَمَعَ الْمُحْسِنِينَ
আৰু যিসকলে আমাৰ পথত সৰ্বাত্মক প্ৰচেষ্টা চলায়, আমি তেওঁলোকক অৱশ্যে আমাৰ পথসমূহৰ হিদায়ত দান কৰিম। নিশ্চয় আল্লাহ মুহছিনসকলৰ লগত আছে।
.
➡️৬:৫৪
وَإِذَا جَاءَكَ الَّذِينَ يُؤْمِنُونَ بِآيَاتِنَا فَقُلْ سَلَامٌ عَلَيْكُمْ ۖ كَتَبَ رَبُّكُمْ عَلَىٰ نَفْسِهِ الرَّحْمَةَ ۖ أَنَّهُ مَنْ عَمِلَ مِنْكُمْ سُوءًا بِجَهَالَةٍ ثُمَّ تَابَ مِنْ بَعْدِهِ وَأَصْلَحَ فَأَنَّهُ غَفُورٌ رَحِيمٌ
আৰু যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, সিহঁতে যেতিয়া তোমাৰ ওচৰত আহে তেতিয়া সিহঁতক তুমি কোৱা, ‘তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক’, তোমালোকৰ প্ৰতিপালকে তেওঁৰ নিজৰ ওপৰত দয়া ধাৰ্য্য কৰি লৈছে। তোমালোকৰ মাজৰ কোনোবাই যদি অজ্ঞতাবশতঃ অসৎকৰ্ম কৰে, তাৰ পিছত তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে নিশ্চয় তেওঁ (আল্লাহ) ক্ষমাশীল, পৰম দয়ালু।
.
[6:54] And (Wa) when (Izaa) those who (Ellaziina) believe (Yu'minuuna) in (Bi) Our verses (Aayaati-naa)come to you (s) (Jaa'a-ka), then (Fa) say (Qul'), "Peace (Salaamun) be upon you (Ålai'kum')." Your LORD (Rabbu-kum') has decreed (Kataba) Mercy (Er'Rah'mata) upon (Ålaa) Himself (Naf'si-hi); that (Annahu)whoever (Man') does (Åmila) evil (Suua') among you (Minkum') out of (Bi) ignorance (Jahaalatin) and then (Thumma) repents (Taaba) afterwards (Min Ba'dihi) and reforms (As'laha), then (Fa) indeed, HE (Innahu) is
Forgiving (Gafuurun) and Merciful (Rahiim).
.
📍Verse ref:
৬:১২
قُلْ لِمَنْ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ قُلْ لِلَّهِ ۚ كَتَبَ عَلَىٰ نَفْسِهِ الرَّحْمَةَ ۚ لَيَجْمَعَنَّكُمْ إِلَىٰ يَوْمِ الْقِيَامَةِ لَا رَيْبَ فِيهِ ۚ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ فَهُمْ لَا يُؤْمِنُونَ
কোৱা, ‘আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেয়া কাৰ’? কোৱা, ‘আল্লাহৰেই’, তেওঁ নিজৰ ওপৰত 'দয়াক' কৰ্তব্য হিচাপে লিখি লৈছে। কিয়ামতৰ দিনা তেওঁ নিশ্চয় তোমালোকক একত্ৰিত কৰিব, ইয়াত কোনো সন্দেহ নাই। যিসকলে নিজেই নিজৰ ক্ষতি কৰিছে সিহঁতে ঈমান পোষণ নকৰিব।
.
Salam:
The "peace" referred to in the above expression -which occurs many times in the Qur'an and has become the standard form of Muslim greeting-has a spiritual connotation comprising the concepts of ethical soundness, security from all that is evil and, therefore, freedom from all moral conflict and disquiet(as).
5:16 Note-The word salam, here rendered as' "salvation", has no proper equivalent in the English language. It denotes inner peace, soundness and security from evil of any kind, both physical and spiritual, and the achievement of what, in Christian terminology, is described as "salvation"(as).
➡️৬:৫৫
وَكَذَٰلِكَ نُفَصِّلُ الْآيَاتِ وَلِتَسْتَبِينَ سَبِيلُ الْمُجْرِمِينَ
আৰু এনেকৈ আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো; যাতে অপৰাধীসকলৰ পথ স্পষ্টভাৱে প্ৰকাশ পায়।
.
[6:55] And (Wa) thus (Kazaalika) have We explained (Nufassilu) the verses (El'Aayaati) in order to (Wali)clarify (Tas'tabiina) the way (Sabiilu) of the criminals (El'Muj'rimiin).
.
👉Quran Explain itself:
৬:৪৬, ৬:৫৫, ৬:৬৫, ১০:৩৭, ১৬:৮৯,২৫:৩৩
.
➡️ analysis➡️ compiled➡️ syedraf➡️
....ooo....