⚫ Al-An'am[Part-126(06:56-64)]
PART-126(6:56-64)
🌐 https://youtu.be/CeTcqcAm2A0
(#MUKTABULHUSSAIN)
.
🌐মিনি সূচিঃPART-126(6:56-64)
6:56(আল্লাহে যাক ইচ্ছা হিদায়ত দান কৰে, কিয়? উত্তৰ🌰-ref 42:52 See v.sp.link)
6:57-58(হুকুম কেৱল আল্লাহৰ ওচৰতেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালা দিয়ে। ৰছুলে একো কৰিব নোৱাৰে)
6:59{(Almighty God)(অজানিতে গছৰ এটা পাতো নসৰে। - Unseen গাইবৰ বিষয়ে কেৱল আল্লাহে জানে-See Sp.Note?
6:60-62(Death and Resurrection: Every Day-see notes)
6:63-64(Avoid Shrik)
.
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🌐৬:৫৬
قُلْ إِنِّي نُهِيتُ أَنْ أَعْبُدَ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ ۚ قُلْ لَا أَتَّبِعُ أَهْوَاءَكُمْ ۙ قَدْ ضَلَلْتُ إِذًا وَمَا أَنَا مِنَ الْمُهْتَدِينَ
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিসকলক আহ্বান কৰা, সিহঁতৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে’। কোৱা, ‘মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰো, এনেকুৱা কৰিলে মই বিপথগামী হম আৰু সৎপথপ্ৰাপ্তসকলৰ🌰 অন্তৰ্ভুক্ত হ’ব নোৱাৰিম’।
.
[6:56] Say (Qul'): "Indeed, I (Innii) have been forbidden (Nuhiitu) to (An') worship (A'buda) those (Ellaziina)you invoke (Tad'uuna) besides GOD (Min Duuni-llahi)." Say (Qul): "I will not (Laa') follow (Attabiu) your
inclinations (Ah'waa'a-kum'), otherwise (Qad') I would go astray (Dolal'tu), then (Izan) I would (Ana') not (Maa) be among (Mina) the guided (El'Muh'tadiin)."
.
📍Verse references:
৪২:৫২
وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ رُوحًا مِنْ أَمْرِنَا ۚ مَا كُنْتَ تَدْرِي مَا الْكِتَابُ وَلَا الْإِيمَانُ وَلَٰكِنْ جَعَلْنَاهُ نُورًا نَهْدِي بِهِ مَنْ نَشَاءُ مِنْ عِبَادِنَا ۚ وَإِنَّكَ لَتَهْدِي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো🌰। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,
(🌰"যাক ইচ্ছা হিদায়ত দান কৰে", কিয়?
https://m.facebook.com/story.php?story_fbid=2453422208121042&id=100003598598517
.
৯৩:৭
وَوَجَدَكَ ضَالًّا فَهَدَىٰ
আৰু তেওঁ তোমাক পাইছিল পথহাৰা অৱস্থাত, তাৰ পিছত তেৱেঁই তোমাক পথনিৰ্দেশ দিছে।
.
🌐৬:৫৭
قُلْ إِنِّي عَلَىٰ بَيِّنَةٍ مِنْ رَبِّي وَكَذَّبْتُمْ بِهِ ۚ مَا عِنْدِي مَا تَسْتَعْجِلُونَ بِهِ ۚ إِنِ الْحُكْمُ إِلَّا لِلَّهِ ۖ يَقُصُّ الْحَقَّ ۖ وَهُوَ خَيْرُ الْفَاصِلِينَ
কোৱা, ‘নিশ্চয় মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণৰ ওপৰত প্ৰতিষ্ঠিত; অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছা। তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো মোৰ ওচৰত নাই। হুকুম কেৱল আল্লাহৰ ওচৰতেই, তেওঁ সত্য বৰ্ণনা কৰে আৰু ফয়চালাকাৰীসকলৰ মাজত তেৱেঁই শ্ৰেষ্ঠ’।
.
[6:57] Say (Qul'): "Indeed, I am (Innii) upon (Ålaa) a proof (Bayyinatin) from (Min) my LORD (Rabbii), but (Wa) you have denied it (Kazab'tum Bi-hi). I do not (Maa) possess (Endii) what (Maa) you are hastening for
(Tas'ta'jiluuna Bi-hi). The judgement (El'Huk'mu) is only (Ini illa) belongs to GOD (Lillahi); HE narrates (Yaqussu) the truth (El'Haqqa), for (Wa) HE (Huwa) is the best (Khai'ru) of judges (El'Faasiliin)."
.
📍Verse/Note:
6:57 Say: "Behold, I take my stand on a clear evidence from my Sustainer-and [so] it is to Him that you are giving the lie! Not in my power is that which [in your ignorance] you so hastily demand:* judgment rests with none but God. He shall declare the truth, since it is He who is the best judge between truth and falsehood."
Note*
Lit., "not with me is that which you would hasten": a reference to the sarcastic demand of the unbelievers, mentioned in 8:32, that God should chastise them forthwith in proof of the Prophet's claim to be His message-bearer(sa).
৮:৩২
وَإِذْ قَالُوا اللَّهُمَّ إِنْ كَانَ هَٰذَا هُوَ الْحَقَّ مِنْ عِنْدِكَ فَأَمْطِرْ عَلَيْنَا حِجَارَةً مِنَ السَّمَاءِ أَوِ ائْتِنَا بِعَذَابٍ أَلِيمٍ
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতে কৈছিল, ‘হে আল্লাহ! এইবোৰ যদি তোমাৰ ফালৰ পৰা সঁচাই সত্য হয় তেন্তে আমাৰ ওপৰত তুমি শিলা-বৃষ্টি বৰ্ষণ কৰা অথবা আমাৰ ওপৰত কোনো যন্ত্ৰণাদায়ক শাস্তি লৈ আহা’।
.
🌐৬:৫৮
قُلْ لَوْ أَنَّ عِنْدِي مَا تَسْتَعْجِلُونَ بِهِ لَقُضِيَ الْأَمْرُ بَيْنِي وَبَيْنَكُمْ ۗ وَاللَّهُ أَعْلَمُ بِالظَّالِمِينَ
কোৱা, ‘তোমালোকে যিটো ততালিকে পাব বিচৰা সেইটো যদি মোৰ ওচৰত থাকিলহেঁতেন, তেন্তে মোৰ আৰু তোমালোকৰ মাজত ফয়চালাই হৈ গ’লহেঁতেন, আৰু আল্লাহে যালিমসকলৰ বিষয়ে অধিক অৱগত’।
.
[6:58] Say (Qul): "If only (Law' Anna) I possess (Endii) what (Maa) you are hastening for (Tas'ta'jiluuna Bi-hi), the matter (El'Am'ru) would have been (La) settled (Qudiya) between me and you (Bai'nii Wa Bai'na-kum'), but (Wa) GOD (Ellahu) is aware of (A'lamu Bi) the transgressors (Ez'Zoalimiin)."
.
📍 Simple Note:
The Prophet (a.s.) is being instructed to say that it’s a blessing that the punishment is not in his hands. If it was in his hands he would have brought the punishment. He was a human being and a da`ee. Even the best of the people lose their patience and tolerance when people deny them. For example, in our day to day affairs, when people mistreat us we cut off ties with them. We vow never to see them again.
.
🌐৬:৫৯(Almighty God).
۞ وَعِنْدَهُ مَفَاتِحُ الْغَيْبِ لَا يَعْلَمُهَا إِلَّا هُوَ ۚ وَيَعْلَمُ مَا فِي الْبَرِّ وَالْبَحْرِ ۚ وَمَا تَسْقُطُ مِنْ وَرَقَةٍ إِلَّا يَعْلَمُهَا وَلَا حَبَّةٍ فِي ظُلُمَاتِ الْأَرْضِ وَلَا رَطْبٍ وَلَا يَابِسٍ إِلَّا فِي كِتَابٍ مُبِينٍ
আৰু গায়েবৰ চাবি-কাঠি আছে তেওঁৰেই ওচৰত, তেওঁৰ বাহিৰে কোনেও সেয়া নাজানে। স্থল আৰু সাগৰৰ অন্ধকাৰসমূহত যি আছে সেয়া কেৱল তেৱেঁই অৱগত, তেওঁৰ অজানিতে গছৰ এটা পাতো নসৰে। মাটিৰ অন্ধাকাৰত এনে কোনো শস্যকণাও অংকুৰিত নহয় অথবা ৰসযুক্ত নাইবা শুকান এনে কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত নাই।
.
[6:59] For (Wa) HE possesses (Endahu) the keys (Mafaatihu) of the unseen (El'Gai'bi); none (Laa) knows them (Ya'lamu-haa) except (illa) HIM (Huwa). And (Wa) HE knows (Ya'lamu) whatever (Maa) is on the land (Fiil' Barri) and the sea (Wal' Bah'ri). And (Wa) not (Maa) a (Min) leaf (Waraqatin) drops (Tas'qutu) but (illa)HE knows it (Ya'lamu-ha), nor (Walaa) a seed (Habbatin) in (Fii) the darknesses (Zulumaati) of the earth (El'Ar'di), nor moist (Rat'bin) nor dry (Yaabisin) but (illa) in (Fii) a clear (Mubiin) register (Kitaabin).
.
📍Verse references:
৩১:৩৪
إِنَّ اللَّهَ عِنْدَهُ عِلْمُ السَّاعَةِ وَيُنَزِّلُ الْغَيْثَ وَيَعْلَمُ مَا فِي الْأَرْحَامِ ۖ وَمَا تَدْرِي نَفْسٌ مَاذَا تَكْسِبُ غَدًا ۖ وَمَا تَدْرِي نَفْسٌ بِأَيِّ أَرْضٍ تَمُوتُ ۚ إِنَّ اللَّهَ عَلِيمٌ خَبِيرٌ
নিশ্চয় আল্লাহ, তেওঁৰ ওচৰতেই আছে কিয়ামতৰ সঠিক জ্ঞান, তেৱেঁই বৰষুণ অৱতীৰ্ণ কৰে আৰু তেৱেঁই জানে মাতৃগৰ্ভত যি আছে। কোনোৱেই নাজানে অহাকালি সি কি উপাৰ্জন কৰিব আৰু কোনোৱেই নাজানে কোন ঠাইত তাৰ মৃত্যু ঘটিব। নিশ্চয় আল্লাহ সৰ্বজ্ঞ, সম্যক অৱহিত।
.
৪০:১৯
يَعْلَمُ خَائِنَةَ الْأَعْيُنِ وَمَا تُخْفِي الصُّدُورُ
চকুসমূহৰ বিশ্বাসঘাতকতা আৰু অন্তৰসমূহে যি গোপন কৰে সেয়া তেওঁ জানে।
.
📍 Important Note on Unseen the pre-recorded by God but not pre-destined.
Press Link:
https://muktabulraf.blogspot.com/2021/12/predestination-or-free-will-by-a.html?m=1
.
🌐৬:৬০(Death and Resurrection: Every Day)
وَهُوَ الَّذِي يَتَوَفَّاكُمْ بِاللَّيْلِ وَيَعْلَمُ مَا جَرَحْتُمْ بِالنَّهَارِ ثُمَّ يَبْعَثُكُمْ فِيهِ لِيُقْضَىٰ أَجَلٌ مُسَمًّى ۖ ثُمَّ إِلَيْهِ مَرْجِعُكُمْ ثُمَّ يُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ
তেৱেঁই ৰাতিত তোমালোকৰ মৃত্যু📍 ঘটায় আৰু দিনত তোমালোকে যি উপাৰ্জন কৰা সেয়া তেওঁ জানে। তাৰ পিছত নিৰ্ধাৰিত সময় পূৰ্ণ কৰাৰ কাৰণে দিনত তেওঁ তোমালোকক আকৌ জীৱিত কৰে। তাৰ পিছত তেওঁৰ পিনেই তোমালোকৰ প্ৰত্যাৱৰ্তন। তাৰ পিছত তোমালোকে যি কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱহিত কৰিব।
📍Death-An interesting Article,Pl read in the link:
https://muktabulraf.blogspot.com/2021/12/death.html?m=1
.
[6:60] And (Wa) HE (Huwa) is the One who (Ellaziina) causes you to die (Yatawaffaa-kum) in the night (Bi-
llai'li) and knows (Ya'lamu) what (Maa) you have contested (Jarah'tum) by (Bi) day (En'Nahaari); then (Thumma) HE revives you (Yab'åthu-kum') therein (Fiihi) in order to (Li) conclude (Yuq'daa) a fixed (Musamman) term (Ajalun), then (Thumma) to HIM (ilai'hi) is your return (Mar'jiu-kum'); and then
(Thumma) HE will inform you (Yunabbiu-kum) of what (Bimaa) you have been (Kuntum') doing (Ta'maluun).
.
📍Verse references:Press link:
https://muktabulraf.blogspot.com/2021/12/660-reference.html?m=1
.
🌐৬:৬১
وَهُوَ الْقَاهِرُ فَوْقَ عِبَادِهِ ۖ وَيُرْسِلُ عَلَيْكُمْ حَفَظَةً حَتَّىٰ إِذَا جَاءَ أَحَدَكُمُ الْمَوْتُ تَوَفَّتْهُ رُسُلُنَا وَهُمْ لَا يُفَرِّطُونَ
আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণাধিকাৰী আৰু তেৱেঁই তোমালোকৰ ওপৰত হিফাযতকাৰীসকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া আমাৰ ৰাছুলসকলে (ফিৰিস্তাসকল) তাৰ মৃত্যু ঘটায় আৰু সিহঁতে কোনো ত্ৰুটি নকৰে।
.
[6:61] And (Wa) HE (Huwa) is the Vanquisher (El'Qaahiru) over (Faw'qa) HIS servants (Ebaadi-hi), for (Wa)HE sends (Yur'silu) guardian angels (Hafazotan) over you (Ålai'kum') until (Hattaa) when (Izaa) death
(El'Maw'tu) comes (Jaa'a) to one of you (Ahada-kumu), Our messengers (Rusulu-naa) cause his death (Tawaffat'hu), and (Wa) they (Hum') do not (Laa) let loose (Yafarrituun).
.
📍Verse references:link:
https://muktabulraf.blogspot.com/2021/12/661ref.html?m=1
.
🌐৬:৬২
ثُمَّ رُدُّوا إِلَى اللَّهِ مَوْلَاهُمُ الْحَقِّ ۚ أَلَا لَهُ الْحُكْمُ وَهُوَ أَسْرَعُ الْحَاسِبِينَ
তাৰ পিছত সিহঁতক প্ৰকৃত ৰব আল্লাহৰ ফালে প্ৰত্যাৱৰ্তিত কৰা হ’ব। জানি থোৱা, হুকুম কেৱল তেওঁৰেই আৰু তেওঁ আটাইতকৈ দ্ৰুত হিচাপ গ্ৰহণকাৰী।
.
[6:62] Then (Thumma) they are returned (Rudduu') to GOD (ilaallahi), their guardian (master) (Maw'laa-humu) the TRUTH (El' Haqqi). Verily (Ala), to HIM belongs (Lahu) the judgement (El'Huk'mu), for (Wa) HE
(Huwa) is the swiftest (As'rau) of reckoners (El'Haasibiin).
.
📍Verse ref:press link:
https://muktabulraf.blogspot.com/2021/12/661-ref.html?m=1
.
🌐৬:৬৩
قُلْ مَنْ يُنَجِّيكُمْ مِنْ ظُلُمَاتِ الْبَرِّ وَالْبَحْرِ تَدْعُونَهُ تَضَرُّعًا وَخُفْيَةً لَئِنْ أَنْجَانَا مِنْ هَٰذِهِ لَنَكُونَنَّ مِنَ الشَّاكِرِينَ
কোৱা, ‘স্থলভাগৰ আৰু সাগৰৰ অন্ধকাৰৰ পৰা কোনে তোমালোকক নাজাত দিয়ে? যেতিয়া তোমালোকে অনুনয় বিনয় কৰি আৰু গোপনভাৱে তেওঁকেই প্ৰাৰ্থনা কৰা যে, আমাক ইয়াৰ পৰা ৰক্ষা কৰিলে আমি নিশ্চয় কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হম’।
.
[6:63] Say (Qul'): "Who (Man) rescues you (Yunajjii-kum) from (Min) the darknesses (Zulumaati) of the land (El'Barri) and the sea (Wal' Bah'ri)? You invoke HIM (Tad'uunahu), by imploring (Tadorru'ån) and (Wa)
in secret (Khuf'yatan), 'Indeed, if (La'in') HE should rescue us (Anjaa-naa) from (Min') this (Haazihi), we will (La) be (Nakuunanna) among (Mina) those who are grateful (Es'Shaakiriin).' "
.
🌐৬:৬৪
قُلِ اللَّهُ يُنَجِّيكُمْ مِنْهَا وَمِنْ كُلِّ كَرْبٍ ثُمَّ أَنْتُمْ تُشْرِكُونَ
কোৱা, ‘আল্লাহেই তোমালোকক তাৰ পৰা আৰু সকলো দুখ-কষ্টৰ পৰা নাজাত দিয়ে। ইয়াৰ পিছতো তোমালোকে শ্বিৰ্ক কৰা’।
.
[6:64] Say (Quli): "GOD (Ellahu) rescues you (Yunajjii-kum) from it (Min'haa) and from (Wamin) every (Kulli) distress (Kar'bin), yet (Thumma) you (Antum') associate others (idolize) (Tush'rikuun)."
.
🌐 analysis🌐 compiled🌐 syedraf🌐
.
....ooo....