🌕Al-Aa'raf[Part-153(07:123-130)]
Part-153(7-123:130)Al-Aa'raf
🌈 https://youtu.be/QX3JsIDqmUY
#muktabulhussain video.
.
🌈মিনি সূচিঃPart-153(7-123:130)
Musa a.s.
7:123-124(Fir`awn threatens the Magicians after They believed in Musa and Their Response to Him)
7:125-130(-do-see note)
।।।
🌈৭:১২৩(Moses and Pharaoh).
قَالَ فِرْعَوْنُ آمَنْتُمْ بِهِ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّ هَٰذَا لَمَكْرٌ مَكَرْتُمُوهُ فِي الْمَدِينَةِ لِتُخْرِجُوا مِنْهَا أَهْلَهَا ۖ فَسَوْفَ تَعْلَمُونَ
ফিৰআউনে ক’লে, ‘কি! মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ঈমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত; তোমালোকে এই চক্ৰান্ত কৰিছা নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে। এতেকে তোমালোকে অতিশীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা’।
.
[7:123] Pharaoh (Fir'åw'nu) said (Qaala), "Did you believe (Aamantum) in HIM (Bihi) before (Qab'la An') I
permitted you (Aazana Lakum')? Indeed (Inna), this (Haaza) is (La) a scheme (Mak'run) which you have
schemed (Makar'tumuu-hu) in (Fii) the city (El'Madiinati) in order to (Li) expel (Tukh'riju') its people (Ah'la-
haa) therefrom (Min'haa). So (Fa) you will (Saw'fa) find out (Ta'lamuun).
.
📍Verse/Note:
(7:123-124) Enraged the Pharaoh said: you have believed in Moses without my permission. It appears
that you are in league with him and the plan of both of you is to drive us out of the city, taking
power in your own hands. You will soon know the consequences of your conspiracy. I shall cut off
your hands and the feet opposite to it and then crucify all of you(pz).
.
References:
২০:৭১
قَالَ آمَنْتُمْ لَهُ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّهُ لَكَبِيرُكُمُ الَّذِي عَلَّمَكُمُ السِّحْرَ ۖ فَلَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُمْ مِنْ خِلَافٍ وَلَأُصَلِّبَنَّكُمْ فِي جُذُوعِ النَّخْلِ وَلَتَعْلَمُنَّ أَيُّنَا أَشَدُّ عَذَابًا وَأَبْقَىٰ
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস স্থাপন কৰিলা! নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান, সিয়েই তোমালোকক যাদু শিকাইছে। সেয়ে অৱশ্যে মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত শূলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী’।
.
🌈৭:১২৪
لَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُمْ مِنْ خِلَافٍ ثُمَّ لَأُصَلِّبَنَّكُمْ أَجْمَعِينَ
‘নিশ্চয় মই তোমালোকৰ হাত-ভৰি বিপৰীত ফালৰ পৰা কাটি টুকুৰা-টুকুৰ কৰি দিম; তাৰ পিছত অৱশ্যে মই তোমালোক আটাইকে শূলত দিম’।
.
[7:124] "I will (La) amputate (sever) (Uqatti'ånna) your hands (Ai'diya-kum') and (Wa) your legs (Ar'jula-kum)
from (Min') opposite sides (Khilaafin), then (Thumma) I will (La) crucify you (Usollibannakum') all (Aj'maeen)."
.
📍Verse/Note:
7:124 I will immobilize you in handcuffs and fetters. Then I will crucify every one of you."
Note
Cutting off the hands and feet on the alternate side refers to immobilizing a person, otherwise crucifixion would not be necessary. 20:71, 26:49, 38:12(sa).
(২০:৭১ ওপৰত চাওঁক।
২৬:৪৯
قَالَ آمَنْتُمْ لَهُ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّهُ لَكَبِيرُكُمُ الَّذِي عَلَّمَكُمُ السِّحْرَ فَلَسَوْفَ تَعْلَمُونَ ۚ لَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُمْ مِنْ خِلَافٍ وَلَأُصَلِّبَنَّكُمْ أَجْمَعِينَ
ফিৰআউনে ক’লে, ‘মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে তাৰ প্ৰতি বিশ্বাস কৰিলা? নিশ্চয় সিয়ে তোমালোকৰ প্ৰধান আৰু সিয়ে তোমালোকক যাদু শিক্ষা দিছে। এতেকে অতিশীঘ্ৰে তোমালোকে ইয়াৰ পৰিণাম পাবা। নিশ্চয় আমি তোমালোকৰ হাত আৰু ভৰি বিপৰীত দিশৰ পৰা কাটি দিম আৰু তোমালোক সকলোকে শূলবিদ্ধ কৰিম’।
.
৩৮:১২
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوحٍ وَعَادٌ وَفِرْعَوْنُ ذُو الْأَوْتَادِ
ইহঁতৰ পূৰ্বেও অস্বীকাৰ কৰিছিল নূহৰ সম্প্ৰদায়ে, আদ আৰু লৌহ শলাধাৰী ফিৰআউনে,)
.
🌈৭:১২৫
قَالُوا إِنَّا إِلَىٰ رَبِّنَا مُنْقَلِبُونَ
তেওঁলোকে ক’লে, ‘নিশ্চয় আমি আমাৰ ৰবৰ ওচৰলৈকেহে উভতি যাম;
.
[7:125] They (the sorcerers) said (Qaaluu'), "Indeed, we (Innaa) will return(Munqalibuun) to (ilaa) our LORD
(Rabbi-naa).
.
📍Verse/Note:
(7:125-126) They said: You can do whatever you like. Your power extends only to our physical life
(20/72). Your case as well as ours will ultimately be decided according to Allah s law of Mukafat.
You are taking vengeance upon us simply because we have believed in the clear message given by our Rabb as soon as it came to us.
Then they prayed to Allah: O Our Rabb, give us patience and consistency in such
abundance that until our last breath we remain obedient to Your laws.
।।।
Verse references: link:
https://muktabulraf.blogspot.com/2022/01/7125-126-ref.html?m=1
.
🌈৭:১২৬
وَمَا تَنْقِمُ مِنَّا إِلَّا أَنْ آمَنَّا بِآيَاتِ رَبِّنَا لَمَّا جَاءَتْنَا ۚ رَبَّنَا أَفْرِغْ عَلَيْنَا صَبْرًا وَتَوَفَّنَا مُسْلِمِينَ
‘আৰু তুমি আমাক শাস্তি দিব ওলাইছা কেৱল এইবাবে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ঈমান আনিছো যেতিয়া সেয়া আমাৰ ওচৰত আহিছে। হে আমাৰ ৰব! আমাক পৰিপূৰ্ণ ধৈৰ্য দান কৰা আৰু মুছলিমৰূপে আমাক মৃত্যু দান কৰা’।
(ref: 2:250
২:২৫০
وَلَمَّا بَرَزُوا لِجَالُوتَ وَجُنُودِهِ قَالُوا رَبَّنَا أَفْرِغْ عَلَيْنَا صَبْرًا وَثَبِّتْ أَقْدَامَنَا وَانْصُرْنَا عَلَى الْقَوْمِ الْكَافِرِينَ
আৰু সিহঁতে যেতিয়া যুদ্ধ কৰিবলৈ জালুত আৰু তাৰ সেনাবাহিনীৰ মুখামুখি হ’ল, তেতিয়া সিহঁতে ক’লে, ‘হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য ঢালি দিয়া, আমাৰ ভৰি অবিচলিত ৰাখা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আমাক জয়যুক্ত কৰা’।)
.
[7:126] "And (Wa) you only (Maa illa) take revenge on us (-Tanqimu Minnaa) because (An') we have
believed (Aamannaa) in (Bi) the signs (miracles) (Aayaati) of our LORD (Rabbi-naa) when (Lammaa) they came
to us (Jaa'at'naa)." "Our LORD (Rabba-naa), pour forth (Af'rig') patience (Sob'ran) upon us (Ålai'naa) and
(Wa) cause us to die (Tawaffa-naa) as submitters (Mus'limiin)."
.
🌈৭:১২৭
وَقَالَ الْمَلَأُ مِنْ قَوْمِ فِرْعَوْنَ أَتَذَرُ مُوسَىٰ وَقَوْمَهُ لِيُفْسِدُوا فِي الْأَرْضِ وَيَذَرَكَ وَآلِهَتَكَ ۚ قَالَ سَنُقَتِّلُ أَبْنَاءَهُمْ وَنَسْتَحْيِي نِسَاءَهُمْ وَإِنَّا فَوْقَهُمْ قَاهِرُونَ
আৰু ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘আপুনি মুছাক আৰু তেওঁৰ সম্প্ৰদায়ক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবলৈ আৰু আপোনাক লগতে আপোনাৰ উপাস্যসমূহক বৰ্জন কৰিবলৈ এৰি দিব নেকি? সি ক’লে, ‘শীঘ্ৰেই আমি সিহঁতৰ পুত্ৰসকলক হত্যা কৰিম আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখিম। নিশ্চয় আমি সিহঁতৰ ওপৰত শক্তিধৰ’।
.
[7:127] And (Wa) a crowd (El'Malau) among (Min) the people (Qaw'mi) of Pharaoh (Fir'åaw'na) said
(Qaala), "Will you leave (A-tazaru) Moses (Muusaa) and (Wa) his people (Qaw'mi-hu) to (Li) corrupt
(Yuf'sidu') in the land (Fiil' Ar'di) while (Wa) leaving you (Yazara-ka) and (Wa) your gods (Aalihata-ka)?" He
(Pharaoh) said (Qaala), "We will kill (Sa Nuqattilu) their sons (Ab'naa'a-hum') and (Wa) keep their women
(Nisaa'a-hum') alive (-Nas'tah'yi); and (Wa) indeed, we (Innaa) will overpower (Qaahiruun) on them
(Faw'qahum')."
.
📍Verse/Note:
(7:127) The Chiefs said to the Pharaoh: Will you allow Moses and his people to spread disorder in
the land and to flout you and your gods? The Pharaoh replied: I have decided what to do with them.
I shall degrade those respected members of their community who have courage and vitality and
pose a danger to us, while elevating those who are devoid of such qualities. They are our subject
people and We have total power over them (*2/49, **40/25).pz.
(২:৪৯*
وَإِذْ نَجَّيْنَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ يُذَبِّحُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ ۚ وَفِي ذَٰلِكُمْ بَلَاءٌ مِنْ رَبِّكُمْ عَظِيمٌ
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ বংশৰ পৰা ৰক্ষা কৰিছিলো। সিহঁতে তোমালোকক বৰ কঠিন শাস্তি দিছিল। তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যা সন্তানক জীয়াই ৰাখিছিল । আৰু ইয়াত আছিল তোমালোকৰ বাবে তোমালোকৰ প্ৰতিপালকৰ পৰা এক মহা পৰীক্ষা।
.
৪০:২৫**
فَلَمَّا جَاءَهُمْ بِالْحَقِّ مِنْ عِنْدِنَا قَالُوا اقْتُلُوا أَبْنَاءَ الَّذِينَ آمَنُوا مَعَهُ وَاسْتَحْيُوا نِسَاءَهُمْ ۚ وَمَا كَيْدُ الْكَافِرِينَ إِلَّا فِي ضَلَالٍ
তাৰ পিছত যেতিয়া মুছাই আমাৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত উপস্থিত হ’ল, সিহঁতে ক’লে, ‘মুছাৰ লগত যিসকলে ঈমান আনিছে, সিহঁতৰ পুত্ৰ সন্তানবিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীসকলক জীৱিত এৰি দিয়া’। আৰু কাফিৰসকলৰ ষড়যন্ত্ৰ কেৱল ব্যৰ্থহে হয়।)
.
🌈৭:১২৮
قَالَ مُوسَىٰ لِقَوْمِهِ اسْتَعِينُوا بِاللَّهِ وَاصْبِرُوا ۖ إِنَّ الْأَرْضَ لِلَّهِ يُورِثُهَا مَنْ يَشَاءُ مِنْ عِبَادِهِ ۖ وَالْعَاقِبَةُ لِلْمُتَّقِينَ
মুছাই তেওঁৰ সম্প্ৰদায়ক ক’লে, ‘আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু ধৈৰ্য ধৰা; নিশ্চয় পৃথিৱী আল্লাহৰেই। তেৱেঁই নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা ইয়াৰ উত্তৰাধিকাৰী বনায়। আৰু শুভ পৰিণাম কেৱল মুত্ত্বাক্বীসকলৰ বাবেই’।
.
[7:128] Moses (Muusaa) said (Qaala) to (Li) his people (Qaw'mi-hi), "Seek help (Es'taeenu') through GOD
(Billahi) and (Wa) be patient (Es'biruu'). Indeed (Inna), the earth (El'Ar'do) belongs to GOD (Lillahi); HE
transmits it (Yuurithu-haa) to whomever (Man) HE wills (Yashaau) among (Min') HIS servants (Ebaadi-hi). And (Wa) the end (El'Ååqibatu) is for the pious (Lil' Muttaqiin)."
.
📍Verse/Note:
(128) Moses said to his people: Do not be fearful of the Pharaoh s threats; adhering to the laws of
Allah, persevere steadfastly. Allah who is the sole authority has made Laws for the good of
humanity. Whosoever obeys these Laws attains honour and authority and whosoever violates them
deprives himself of authority and power (*3/25). This is how these matters are decided ultimately (**21/105).
.
(৩:২৫*
فَكَيْفَ إِذَا جَمَعْنَاهُمْ لِيَوْمٍ لَا رَيْبَ فِيهِ وَوُفِّيَتْ كُلُّ نَفْسٍ مَا كَسَبَتْ وَهُمْ لَا يُظْلَمُونَ
এতেকে (সেইদিনা) কি অৱস্থা হ’ব? যিদিনা আমি সিহঁতক একত্ৰিত কৰিম যি বিষয়ত কোনো সন্দেহ নাই আৰু প্ৰত্যেককে সিহঁতৰ আৰ্জিত আমলৰ প্ৰতিদান পূৰ্ণভাৱে দিয়া হ’ব; আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব।
.
২১:১০৫**
وَلَقَدْ كَتَبْنَا فِي الزَّبُورِ مِنْ بَعْدِ الذِّكْرِ أَنَّ الْأَرْضَ يَرِثُهَا عِبَادِيَ الصَّالِحُونَ
আৰু অৱশ্যে আমি ‘যিকৰ’ৰ পিছত যাবূৰত লিখি দিছো যে, ‘কেৱল মোৰ যোগ্য বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’।)
.
🌈৭:১২৯
قَالُوا أُوذِينَا مِنْ قَبْلِ أَنْ تَأْتِيَنَا وَمِنْ بَعْدِ مَا جِئْتَنَا ۚ قَالَ عَسَىٰ رَبُّكُمْ أَنْ يُهْلِكَ عَدُوَّكُمْ وَيَسْتَخْلِفَكُمْ فِي الْأَرْضِ فَيَنْظُرَ كَيْفَ تَعْمَلُونَ
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰলৈ অহাৰ আগতেও আমি নিৰ্যাতিত হৈছো আৰু তুমি অহাৰ পিছতো’। তেওঁ ক’লে, ‘অতি সোনকালে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰুক ধ্বংস কৰিব আৰু তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিব, তাৰ পিছত তোমালোকে কি কৰা সেয়া তেওঁ লক্ষ্য কৰিব’।
.
[7:129] They (the people) said (Qaaluu'), "We have been harrassed (Uuzii-naa) before (Min Qab'li An) you came
to us (Ta'tiya-naa) and (Wa) after (Min Ba'di) what (Maa) had come to us (Ji'ta-naa)." He (Moses) said (Qaala),
"Perhaps (Åsaa) your LORD (Rabbu-kum') will (An) annihilate (Yuh'lika) your enemy (Åduwwa-kum') and
(Wa) grant you succession (Yas'takh'lifa-kum') in (Fii) the land (El'Ar'di), then (Fa) HE will see (Yanzura)
how (Kai'fa) you will act (Ta'maluun)."
.
🌈৭:১৩০(Disasters on Fir`awn).
وَلَقَدْ أَخَذْنَا آلَ فِرْعَوْنَ بِالسِّنِينَ وَنَقْصٍ مِنَ الثَّمَرَاتِ لَعَلَّهُمْ يَذَّكَّرُونَ
আৰু নিশ্চয় আমি ফিৰআউনৰ অনুসাৰীসকলক দুৰ্ভিক্ষ আৰু ফচলৰ ক্ষতিৰ দ্বাৰা আক্ৰান্ত কৰিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
(ref: 7:94
৭:৯৪
وَمَا أَرْسَلْنَا فِي قَرْيَةٍ مِنْ نَبِيٍّ إِلَّا أَخَذْنَا أَهْلَهَا بِالْبَأْسَاءِ وَالضَّرَّاءِ لَعَلَّهُمْ يَضَّرَّعُونَ
আৰু আমি যি ঠাইতেই নবী প্ৰেৰণ কৰিছো সেই ঠাইৰ অধিবাসীসকলক অৰ্থ-সংকট আৰু দুখ-কষ্টৰ দ্বাৰা আক্ৰান্ত কৰিছো, যাতে সিহঁতে কাকুতি-মিনতি কৰে।)
.
[7:130] And (Wa) certainly (Laqad') We seized (Akhaz'naa) the people (Aala) of Pharaoh (Fir'åw'na) through
(Bi) the years (Es'Siniina) with (Wa) shortage (Naq'sin) of (Mina) fruits (Etthamaraati) so that they
(Laållahum') would remember (Yazzakkaruun).
।।।।
🌈 Quran🌈 analysis🌈 syedraf🌈
....ooo....