🌗Part-187(9:114-118)At-Tawbah
Part-187(9:114-118)At-tawbah
#muktabulhussain
.
💥মিনি সূচিঃPart-187(9:114-118)At-tawbah
9:114(ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে-Note)
9:115(প্রমাণ প্রতিষ্ঠিত হোৱাৰ পাছত প্রতিশোধ আহে)
9:116(আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।)
9:117(God is Supporting the Monotheists)(Muhaajireen = Emigrants.
Ansaar = Those who host and support them)
9:118(ভুল ইতিহাস🔷-See note)
।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
💙৯:১১৪
وَمَا كَانَ اسْتِغْفَارُ إِبْرَاهِيمَ لِأَبِيهِ إِلَّا عَنْ مَوْعِدَةٍ وَعَدَهَا إِيَّاهُ فَلَمَّا تَبَيَّنَ لَهُ أَنَّهُ عَدُوٌّ لِلَّهِ تَبَرَّأَ مِنْهُ ۚ إِنَّ إِبْرَاهِيمَ لَأَوَّاهٌ حَلِيمٌ
আৰু ইব্ৰাহীমে তেওঁৰ পিতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছিল এটা প্ৰতিশ্ৰুতিৰ কাৰণে, তাৰ পিছত যেতিয়া এইটো তেওঁৰ ওচৰত স্পষ্ট হ’ল যে, সি আল্লাহৰ শত্ৰু তেতিয়া ইব্ৰাহীমে তাৰ লগত সম্পৰ্ক বিছিন্ন কৰিলে। নিশ্চয় ইব্ৰাহীম আছিল অধিক কোমল হৃদয়ৰ অধিকাৰী, সহনশীল।
.
[9:114] And (Wa) Abraham (Ib'raahiima) did (Kaana) not (Maa) seek forgiveness (Es'tag'faaru) for (Li) his
father (Abii-hi) except (illa) for (Ån) a promise (*60:4) (Maw'edatin) which he (Abraham) had promised (Waåda-
haa) him (Iyyaahu); but (Fa) when (Lammaa) it became clear (Tabayyana) to him (Lahu) that he (the father)
(Annahu) was an enemy (Åduwwun) to GOD (Lillahi), he (Abraham) cleared from him (Tabarra'a Min'hu). Indeed (Inna), Abraham (Ib'raahiima) was (La) appealing (Awwaahu) and clement (Haliim).
(*See the verse in below link)
.
📍Ref:
৬:৭৪
۞ وَإِذْ قَالَ إِبْرَاهِيمُ لِأَبِيهِ آزَرَ أَتَتَّخِذُ أَصْنَامًا آلِهَةً ۖ إِنِّي أَرَاكَ وَقَوْمَكَ فِي ضَلَالٍ مُبِينٍ
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমে তেওঁৰ পিতা আযৰক কৈছিল, ‘আপুনি মূৰ্তিক ইলাহৰূপে গ্ৰহণ কৰে নেকি? মই আপোনাক আৰু আপোনাৰ সম্প্ৰদায়ক স্পষ্ট ভ্ৰষ্টতাৰ মাজত দেখি আছো’।
.
📍Verse/Note:
9:114 Abraham asked forgiveness for his father because of a promise that he had made. The promise was based on the hope that his father would mend his ways. When it was made clear to him that his father was a persistent opponent of God's commands, he desisted from asking forgiveness for him. Abraham was kind-hearted, clement. [*14:41, *19:47](sa).
Note:
Abraham's promise to his father is mentioned in 19:47 and *60:4: for the actual prayer, see *26:86(as).
(See verses* link:
.
💙৯:১১৫(প্রমাণ প্রতিষ্ঠিত হোৱাৰ পাছত প্রতিশোধ আহে)
وَمَا كَانَ اللَّهُ لِيُضِلَّ قَوْمًا بَعْدَ إِذْ هَدَاهُمْ حَتَّىٰ يُبَيِّنَ لَهُمْ مَا يَتَّقُونَ ۚ إِنَّ اللَّهَ بِكُلِّ شَيْءٍ عَلِيمٌ
আৰু আল্লাহ এনেকুৱা নহয় যে, তেওঁ কোনো সম্প্ৰদায়ক হিদায়ত দিয়াৰ পিছত সিহঁতে বিৰত থাকিবলগীয়া বিষয়সমূহ বিতংভাৱে জনাই নিদিয়াৰ আগতেই সিহঁতক বিভ্ৰান্ত কৰিব। নিশ্চয় আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।
.
[9:115] And (Wa) GOD (Ellahu) is (Kaana) not (Maa) to (Li) misguide (Yudilla) a people (Qaw'ma) after
(Ba'da) when (Iz') HE has guided them (*3:8) (Hadaa-hum') until (Hattaa) HE makes clear (Yubayyina) to them
(Lahum) what (Maa) they should beware of (Yattaquuna). Indeed, GOD (Innallaha) is aware of (Åliim Bi) all
(Kulli) things (Shai'in).
(*Find and See verse/note of 3:8 in link:
.
📍Verse ref: 6:131
pl find the verse/note in this link:
.
📍Note:
Allah describes His Honorable Self and just judgment in that He does not lead a people astray but after the Message comes to them, so that the proof is established against them.
For instance, Allah said,
وَأَمَّا ثَمُودُ فَهَدَيْنَـهُمْ
And as for Thamud, We showed and made clear to them the path of truth (*41:17).
(৪১:১৭*
وَأَمَّا ثَمُودُ فَهَدَيْنَاهُمْ فَاسْتَحَبُّوا الْعَمَىٰ عَلَى الْهُدَىٰ فَأَخَذَتْهُمْ صَاعِقَةُ الْعَذَابِ الْهُونِ بِمَا كَانُوا يَكْسِبُونَ
আৰু ছামূদ সম্প্ৰদায়, আমি সিহঁতক পথনিৰ্দেশ কৰিছিলো, কিন্তু সিহঁতে সৎপথৰ পৰিবৰ্তে অন্ধপথত চলাটোহে পছন্দ কৰিছিল। ফলত লাঞ্ছনাদায়ক শাস্তিৰ বজ্ৰাঘাতে সিহঁতক কৰায়ত্ত কৰিলে; সিহঁতে যি অৰ্জন কৰিছিল তাৰ পৰিণামত।)
.
💙৯:১১৬
إِنَّ اللَّهَ لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۖ يُحْيِي وَيُمِيتُ ۚ وَمَا لَكُمْ مِنْ دُونِ اللَّهِ مِنْ وَلِيٍّ وَلَا نَصِيرٍ
নিশ্চয় আল্লাহ, আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব তেওঁৰেই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। আল্লাহৰ বাহিৰে তোমালোকৰ আন কোনো অভিভাৱক নাই আৰু কোনো সহায়কাৰীও নাই।
.
[9:116] Indeed, GOD (Innallaha) is the one to whom belongs (Lahu) the dominion (Mul'ku) of the heavens
(Es'Samaawaati) and the earth (Wal' Ar'di); HE gives life (Yuh'yii) and (Wa) causes death (Yamiitu). And (Wa)
you have (Lakum) no (Maa Min) guardian (Waliyyin) nor (Walaa) helper (Nasiiri) besides GOD (Min'
Duuni-llahi).
.
💙৯:১১৭
لَقَدْ تَابَ اللَّهُ عَلَى النَّبِيِّ وَالْمُهَاجِرِينَ وَالْأَنْصَارِ الَّذِينَ اتَّبَعُوهُ فِي سَاعَةِ الْعُسْرَةِ مِنْ بَعْدِ مَا كَادَ يَزِيغُ قُلُوبُ فَرِيقٍ مِنْهُمْ ثُمَّ تَابَ عَلَيْهِمْ ۚ إِنَّهُ بِهِمْ رَءُوفٌ رَحِيمٌ
আল্লাহে অৱশ্যে নবী, মুহাজিৰ আৰু আনচাৰসকলৰ তাওবা কবুল কৰিলে, যিসকলে তেওঁৰ অনুসৰণ কৰিছিল সংকটময় মুহূৰ্তত🚸 – তেওঁলোকৰ এটা দলৰ হৃদয় সত্যচুত হোৱাৰ উপক্ৰম হোৱাৰ পিছত। তাৰ পিছত আল্লাহে সিহঁতৰ তাওবা কবুল কৰিলে; নিশ্চয় তেওঁ সিহঁতৰ প্ৰতি অতি স্নেহশীল, পৰম দয়ালু।
(🚸Find and See ref 9:100, link:
.
[9:117] GOD (Ellahu) has certainly (Laqad) forgiven (Taaba Ålaa) the Prophet (En'Nabiyyi) as well as (Wa)
the emigrants (El'Muhaajiriina) and the supporters (Wal' An'soari) who (Ellaziina) followed him (Ettabauu-
hu) during (Fii) the time (Saa'åti) of hardship (El'Us'rati) after (Min Ba'di) the hearts (Quluubu) of some (Maa) group (Fariiqin) among them (Min'hum') almost (Kaada) deviated (Yaziigu); yet (Thumma) HE forgave
them (Taaba Ålai'him'). Indeed, HE (Innahu) is to them (Bihim'), Kind (Rauufun) and Merciful (Rahiim).
.
📍Verse/Note:
9:117 God turned in kindness to the Prophet, the emigrants and those who hosted them. They followed him in difficult times after the hearts of some of them had nearly wavered. Then He turned to them in kindness. He is Compassionate, Merciful to them.sa.
Note.
Muhaajireen = Emigrants.
Ansaar = Those who host and support them.
.
💙৯:১১৮
وَعَلَى الثَّلَاثَةِ الَّذِينَ خُلِّفُوا حَتَّىٰ إِذَا ضَاقَتْ عَلَيْهِمُ الْأَرْضُ بِمَا رَحُبَتْ وَضَاقَتْ عَلَيْهِمْ أَنْفُسُهُمْ وَظَنُّوا أَنْ لَا مَلْجَأَ مِنَ اللَّهِ إِلَّا إِلَيْهِ ثُمَّ تَابَ عَلَيْهِمْ لِيَتُوبُوا ۚ إِنَّ اللَّهَ هُوَ التَّوَّابُ الرَّحِيمُ
আৰু তেওঁ তাওবা কবুল কৰিলে সেই তিনিজনৰো, যিসকলৰ বিষয়ে সিদ্ধান্ত স্থগিত ৰখা হৈছিল, আনকি পৃথিৱী প্ৰশস্ত হোৱা সত্বেও সিহঁতৰ বাবে সংকীৰ্ণ হৈ গৈছিল আৰু সিহঁতৰ জীৱন সিহঁতৰ বাবে দুৰ্বিষহ হৈ পৰিছিল আৰু সিহঁতে নিশ্চিত উপলব্ধি কৰিছিল যে, আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পাবলৈ তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই। তাৰ পিছত তেওঁ সিহঁতৰ তাওবা কবুল কৰিলে যাতে সিহঁতে তাওবাত স্থিৰ থাকে। নিশ্চয় আল্লাহ অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।
.
[9:118] Also (Wa) upon (Ålaa) the three (Etthalaathati) who (Ellaziina) stayed behind (Khullifu') until
(Hattaa) when (Izaa) the earth (El'Ar'du) became straitened for them (Doaqat' Ålai'him') in what (Bimaa) had
been spacious (Rahubat') and (Wa) their souls (Anfusu-hum') became straitened for them (Doaqat' Ålai'him')
and (Wa) they assumed (Zonnuu') that (An) there was no (Laa) refuge (Mal'jaa'a) against GOD (Minallahi),
except (illaa) to HIM (ilai'hi); yet (Thumma) HE forgave them (Taaba Ålai'him') so that (Li) they might repent
(Yatuubuu'). Indeed, GOD (Innallaha) is (Huwa) the COMPASSIONATE (Et' Tawwaabu), the MERCIFUL (Er' Rahiim).
.
📍Verse/Note:
9:118 And (God also turned in compassion) to the three men who had stayed behind. The earth, despite all its vastness, had become narrow for them, and they became extremely despondent. They realized with certainty that there is no refuge from God other than a return to Him. Then He turned to them in mercy so that they return to the right way. God is Acceptor of repentance, Merciful.
Note.
*9:106, **9:43. 🔷According to the ever fallible history(ভুল ইতিহাস), the three who had stayed behind: Ka’b bin Maalik, Mararah bin Rabee’, Hilal bin Umayyah(sa).
(*Find the verse/note 9:106, link:
(**find verse 9:43,link:
।।।
☎️ Analytical☎️Quran☎️ Studies☎️
....ooo....