⚫ Al-An'am[Part-135(06:127-136)]
Part-135(6:127-136)
📘 https://youtu.be/7FkiEpfGeLM
(#muktabulhussain)
.
📘মিনি সূচিঃPart-135(6:127-136)
6:127-128(Peace-Quran is the straight path ordained by your Rabb)(No second chance after death, but (🔴বুখাৰি চাহাবৰ গাজা)-See Note)
6:129(যালিম যালিমৰ বন্ধু-See note)
6:130(God Does not Commit Injustice-note)
6:131(এনে কোনো জাতি নাই যাৰ ওচৰত সতৰ্ককাৰী অহা নাই-note)
6:132(যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছো’, অথচ সিহঁত মুমিন নহয়-Note)
6:133-134(Allah could destroy you and replace you with whomever He wills)
6:136(How can they succeed when their beliefs and actions are wrong?) They set aside a portion of God's provision of crops and cattle and claim, But Zakat Must Be Given "On The Day Of Harvest").
।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
📘৬:১২৭(Peace).
۞ لَهُمْ دَارُ السَّلَامِ عِنْدَ رَبِّهِمْ ۖ وَهُوَ وَلِيُّهُمْ بِمَا كَانُوا يَعْمَلُونَ
তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে শান্তিৰ আবাস আৰু তেওঁলোকে যি আমল কৰিছিল, তাৰ বাবে তেৱেঁই তেওঁলোকৰ অভিভাৱক।
.
[6:127] They will have (Lahum') the Home (Daaru) of Peace (Es'Salaami) at (Enda) their LORD (Rabbi-him'). And
(Wa) HE (Huwa) is their guardian (Waliyyu-hum) in what (Bimaa) they have been (Kaanu') doing (Ya'maluun).
.
📍Verse/Note:
(6:127-128) O Rasool this is the straight path ordained by your Rabb. Surely, We have made Our
revelation clear for people who are heedful. For them there shall be an abode of peace with their Rabb, who shall be near to them as a result of what they had been doing(pz).
.
📘৬:১২৮
وَيَوْمَ يَحْشُرُهُمْ جَمِيعًا يَا مَعْشَرَ الْجِنِّ قَدِ اسْتَكْثَرْتُمْ مِنَ الْإِنْسِ ۖ وَقَالَ أَوْلِيَاؤُهُمْ مِنَ الْإِنْسِ رَبَّنَا اسْتَمْتَعَ بَعْضُنَا بِبَعْضٍ وَبَلَغْنَا أَجَلَنَا الَّذِي أَجَّلْتَ لَنَا ۚ قَالَ النَّارُ مَثْوَاكُمْ خَالِدِينَ فِيهَا إِلَّا مَا شَاءَ اللَّهُ ۗ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٌ
আৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব আৰু ক’ব, ‘হে জ্বিন সম্প্ৰদায়! তোমালোকে বহু লোকক পথভ্ৰষ্ট কৰিছিলা’, আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক’ব, ‘হে আমাৰ ৰব! আমাৰ মাজৰ কিছুসংখ্যকে আন কিছুসংখ্যকৰ পৰা লাভৱান হৈছে আৰু তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছো’। আল্লাহে ক’ব, ‘জাহান্নামেই তোমালোকৰ বাসস্থান, তোমালোকে তাত চিৰকাল✔️ থাকিবা’, কিন্তু আল্লাহে (উলিওৱাৰ) ইচ্ছা🔴 কৰিলে সেয়া সুকীয়া কথা। নিশ্চয় তোমাৰ ৰব প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
(✔️১১:১০৭(১১:১০৬-১০৮)
خَالِدِينَ فِيهَا مَا دَامَتِ السَّمَاوَاتُ وَالْأَرْضُ إِلَّا مَا شَاءَ رَبُّكَ ۚ إِنَّ رَبَّكَ فَعَّالٌ لِمَا يُرِيدُ
তাত(জাহান্নামত) সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে অনুৰূপ ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ প্ৰতিপালকে সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।)
(🔴বুখাৰি চাহাবৰ গাজাঃ Click link:
https://muktabulraf.blogspot.com/2021/12/httpssunnah.html?m=1).
.
[6:128] And (Wa) the day (Yaw'ma) HE will assemble them (Yah'shuru-hum') all (Jamiiån), "O (Yaa)
community (Ma'shara) of jinns (El'Jinni), you have (Qadi) had numerous (Es'tak'thar'tum) among (Mina)
mankind (El' Insi)." And (Wa) their allies (Aw'liyaau-hum) among (Mina) mankind (El' Insi) will say (Qaala),
"Our LORD (Rabba-naa), we enjoyed (Es'tam'taå) with each other (Ba'du-naa Bi Ba'din), and (Wa) we
reached (Balag'naa) our term (Ajala-naa) which (Ellazii) YOU appointed (Ajjal'ta) for us (Lanaa)." HE (God)
will say (Qaala), "The Fire (En'Naaru) is your abode (Math'waa-kum')." Therein (Fiihaa) eternally
(Khaalidiina), except (illa) what (Maa) GOD wills (Shaa'a-llahu). Indeed (Inna), your LORD (Rabba-ka) is
Wise (Hakiimun) and Omniscient (Åliim).
.
📍Verse references:
৩৬:৬০-৬২
۞ أَلَمْ أَعْهَدْ إِلَيْكُمْ يَا بَنِي آدَمَ أَنْ لَا تَعْبُدُوا الشَّيْطَانَ ۖ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ
হে আদম সন্তান! মই তোমালোকক এইমৰ্মে নিৰ্দেশ দিয়া নাছিলোনে যে, তোমালোকে চয়তানৰ ইবাদত নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু?
৩৬:৬১
وَأَنِ اعْبُدُونِي ۚ هَٰذَا صِرَاطٌ مُسْتَقِيمٌ
আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱেই সৰল পথ।
৩৬:৬২
وَلَقَدْ أَضَلَّ مِنْكُمْ جِبِلًّا كَثِيرًا ۖ أَفَلَمْ تَكُونُوا تَعْقِلُونَ
আৰু চয়তানে তোমালোকৰ বহু দলক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে?
.
📘৬:১২৯
وَكَذَٰلِكَ نُوَلِّي بَعْضَ الظَّالِمِينَ بَعْضًا بِمَا كَانُوا يَكْسِبُونَ
আৰু এইদৰেই আমি যালিমসকলৰ কিছুমানক আন কিছুমানৰ লগত বন্ধুত্ব গঢ়াই দিওঁ, সিহঁতে যি অৰ্জন কৰিছিল তাৰ কাৰণে।
.
[6:129] And (Wa) thus (Kazaalika) do We cause the transgressors (Ez'Zoalimiina) to befriend (-Nuwallii)
each other (Ba'do Ba'doa) through what (Bimaa) they have been (Kaanu') earning (Yak'sibuun).
.
📍Note-1
Pl find herewith the sp note on 6:112-link:
https://qurantafseeritself.blogspot.com/2021/12/part-1336111-117-httpsyoutu.html?m=1
.
📍Verse note:
৪৩:৩৬
وَمَنْ يَعْشُ عَنْ ذِكْرِ الرَّحْمَٰنِ نُقَيِّضْ لَهُ شَيْطَانًا فَهُوَ لَهُ قَرِينٌ
আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয় আমি তাৰ বাবে নিয়োজিত কৰো এজন চয়তান, ফলত সি তাৰ সহচৰ হৈ যায়।
.
📘৬:১৩০(God Does not Commit Injustice).
يَا مَعْشَرَ الْجِنِّ وَالْإِنْسِ أَلَمْ يَأْتِكُمْ رُسُلٌ مِنْكُمْ يَقُصُّونَ عَلَيْكُمْ آيَاتِي وَيُنْذِرُونَكُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا ۚ قَالُوا شَهِدْنَا عَلَىٰ أَنْفُسِنَا ۖ وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا وَشَهِدُوا عَلَىٰ أَنْفُسِهِمْ أَنَّهُمْ كَانُوا كَافِرِينَ
‘হে জ্বিন আৰু মানৱ সম্প্ৰদায়! তোমালোকৰ মাজৰ পৰাই তোমালোকৰ ওচৰত ৰাছুলসকল অহা নাছিলনে যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিৱৰণ দিছিল আৰু তোমালোকক এই দিনৰ সন্মুখীন হোৱা সম্পৰ্কে সতৰ্ক কৰিছিল? সিহঁতে ক’ব, ‘আমি আমাৰ নিজৰ বিৰুদ্ধেই সাক্ষী দিলো’। প্ৰকৃততে পাৰ্থিৱ জীৱনেই সিহঁতক প্ৰতাৰিত কৰিছিল, আৰু সিহঁতে নিজৰ বিৰুদ্ধে এই সাক্ষীও দিব যে, সিহঁত কাফিৰ আছিল।
.
[6:130] “O (Yaa) community (Ma'shara) of jinns (El'Jinni) and mankind (Wal' Insi), did (A-) messengers
(Rusulun) among you (Minkum') not (-lam') come to you (Ya'ti-kum'), narrating (Yaqussuuna) to you
(Ålai'kum') MY verses (Aayaatii) and (Wa) warning you (Yunziruunakum') of this (Haaza) meeting (Liqaa'a)
day of yours (Yaw'mi-kum')?” They will say (Qaalu'), "We testify (Shahid'naa) against (Ålaa) ourselves
(Anfusi-naa)." But (Wa) the worldly (Ed'Dun'ya) life (El'Hayaatu) had deluded them (Garrat'humu), and (Wa)
they will bear witness (Shahidu') against (Ålaa) themselves (Anfusi-him') that they (Annahum') were
(Kaanu') disbelievers (Kaafiriin).
.
📍Verse references:
৪:১৬৩
۞ إِنَّا أَوْحَيْنَا إِلَيْكَ كَمَا أَوْحَيْنَا إِلَىٰ نُوحٍ وَالنَّبِيِّينَ مِنْ بَعْدِهِ ۚ وَأَوْحَيْنَا إِلَىٰ إِبْرَاهِيمَ وَإِسْمَاعِيلَ وَإِسْحَاقَ وَيَعْقُوبَ وَالْأَسْبَاطِ وَعِيسَىٰ وَأَيُّوبَ وَيُونُسَ وَهَارُونَ وَسُلَيْمَانَ ۚ وَآتَيْنَا دَاوُودَ زَبُورًا
নিশ্চয় আমি তোমাৰ ওচৰত অহী প্ৰেৰণ কৰিছো, যেনেকৈ নূহ আৰু তেওঁৰ পৰৱৰ্তী নবীসকলৰ প্ৰতি অহী প্ৰেৰণ কৰিছিলো; আৰু ইব্ৰাহীম, ইছমাঈল, ইছহাক্ব, ইয়াক্বূব আৰু তেওঁৰ বংশধৰ, ঈছা, আইয়ুব, ইউনুছ, হাৰুন আৰু ছুলাইমানৰ ওচৰতো অহী প্ৰেৰণ কৰিছিলো আৰু দাঊদক প্ৰদান কৰিছিলো যাবূৰ।
.
৪:১৬৫
رُسُلًا مُبَشِّرِينَ وَمُنْذِرِينَ لِئَلَّا يَكُونَ لِلنَّاسِ عَلَى اللَّهِ حُجَّةٌ بَعْدَ الرُّسُلِ ۚ وَكَانَ اللَّهُ عَزِيزًا حَكِيمًا
সুসংবাদদাতা আৰু সাৱধানকাৰী ৰাছুল প্ৰেৰণ কৰিছো, যাতে ৰাছুলসকল অহাৰ পিছত আল্লাহৰ বিৰুদ্ধে মানুহৰ বাবে কোনো অভিযোগ নাথাকে; আৰু আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
২৯:২৭
وَوَهَبْنَا لَهُ إِسْحَاقَ وَيَعْقُوبَ وَجَعَلْنَا فِي ذُرِّيَّتِهِ النُّبُوَّةَ وَالْكِتَابَ وَآتَيْنَاهُ أَجْرَهُ فِي الدُّنْيَا ۖ وَإِنَّهُ فِي الْآخِرَةِ لَمِنَ الصَّالِحِينَ
আৰু আমি ইব্ৰাহীমক দান কৰিলো ইছহাক্ব আৰু ইয়াকূব। লগতে তেওঁৰ বংশধৰসকলৰ বাবে স্থিৰ কৰিলো নবূওৱত আৰু কিতাব। আমি তেওঁক তেওঁৰ প্ৰতিদান পৃথিৱীতেই দান কৰিছিলো আৰু আখিৰাততো তেওঁ নিশ্চয় সৎকৰ্মপৰায়ণসকলৰ অন্যতম হ’ব।
.
২৫:২০
وَمَا أَرْسَلْنَا قَبْلَكَ مِنَ الْمُرْسَلِينَ إِلَّا إِنَّهُمْ لَيَأْكُلُونَ الطَّعَامَ وَيَمْشُونَ فِي الْأَسْوَاقِ ۗ وَجَعَلْنَا بَعْضَكُمْ لِبَعْضٍ فِتْنَةً أَتَصْبِرُونَ ۗ وَكَانَ رَبُّكَ بَصِيرًا
আৰু আমি তোমাৰ পূৰ্বে যিমানবোৰ ৰাছুল প্ৰেৰণ কৰিছো তেওঁলোক আটায়ে খোৱা-বোৱা কৰিছিল আৰু হাট-বজাৰত চলা-ফুৰাও কৰিছিল। (হে মানৱ!) আমি তোমালোকৰ এজনক আনজনৰ বাবে পৰীক্ষাস্বৰূপ কৰি দিছো। তোমালোকে ধৈৰ্য ধাৰণ কৰিবানে? আৰু তোমাৰ ৰব সৰ্ব দ্ৰষ্টা।
.
১২:১০৯
وَمَا أَرْسَلْنَا مِنْ قَبْلِكَ إِلَّا رِجَالًا نُوحِي إِلَيْهِمْ مِنْ أَهْلِ الْقُرَىٰ ۗ أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۗ وَلَدَارُ الْآخِرَةِ خَيْرٌ لِلَّذِينَ اتَّقَوْا ۗ أَفَلَا تَعْقِلُونَ
আৰু আমি তোমাৰ পূৰ্বেও জনপদবাসীৰ মাজৰ পৰা কেৱল পুৰুষসকলকেই ৰিছালত প্ৰদান কৰিছিলো, যিসকলৰ ওপৰত আমি অহী অৱতীৰ্ণ কৰিছিলো। ইহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে দেখিব পাৰিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কি পৰিণাম হৈছিল? আৰু অৱশ্যে যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে বুজি নোপোৱা নে?
.
+(46:29-32), (55:31-32)
.
📘৬:১৩১
ذَٰلِكَ أَنْ لَمْ يَكُنْ رَبُّكَ مُهْلِكَ الْقُرَىٰ بِظُلْمٍ وَأَهْلُهَا غَافِلُونَ
এইটো এইবাবে যে, অধিবাসীসকল গাফিল থকা অৱস্থাত জনপদসমূহৰ অন্যায় আচৰণৰ কাৰণে সিহঁতক ধ্বংস কৰা তোমাৰ প্ৰতিপালকৰ কাম নহয়।
.
[6:131] That (Zaalika) is because (An) your LORD (Rabbu-ka) does (Yakun) not (Lam') destroy (Muh'lika) the
towns (El'Quraa) by (Bi) injustice (🍒11:117) (Zul'min) while (Wa) their people (Ah'lu-haa) are unaware
(Gaafiluun).
(১১:১১৭🍒
وَمَا كَانَ رَبُّكَ لِيُهْلِكَ الْقُرَىٰ بِظُلْمٍ وَأَهْلُهَا مُصْلِحُونَ
আৰু তোমাৰ ৰব এনেকুৱা নহয় যে, তেওঁ অন্যায়ভাৱে কোনো জনপদ ধ্বংস কৰিব অথচ তাৰ অধিবাসীসকল সংশোধনকাৰী।)
.
📍Verse references:
৩৫:২৪
إِنَّا أَرْسَلْنَاكَ بِالْحَقِّ بَشِيرًا وَنَذِيرًا ۚ وَإِنْ مِنْ أُمَّةٍ إِلَّا خَلَا فِيهَا نَذِيرٌ
নিশ্চয় আমি তোমাক সত্যসহ প্ৰেৰণ কৰিছো সুসংবাদদাতা আৰু সতৰ্ককাৰীৰূপে; আৰু এনে কোনো জাতি নাই যাৰ ওচৰত সতৰ্ককাৰী অহা নাই।
.
১৬:৩৬
وَلَقَدْ بَعَثْنَا فِي كُلِّ أُمَّةٍ رَسُولًا أَنِ اعْبُدُوا اللَّهَ وَاجْتَنِبُوا الطَّاغُوتَ ۖ فَمِنْهُمْ مَنْ هَدَى اللَّهُ وَمِنْهُمْ مَنْ حَقَّتْ عَلَيْهِ الضَّلَالَةُ ۚ فَسِيرُوا فِي الْأَرْضِ فَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُكَذِّبِينَ
আৰু নিশ্চয় আমি প্ৰত্যেক জাতিৰ ওচৰতেই ৰাছুল পঠাইছিলো এই নিৰ্দেশ প্ৰদান কৰি যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাগুতক পৰিহাৰ কৰা। তাৰ পিছত আল্লাহে সিহঁতৰ কিছুসংখ্যক লোকক হিদায়ত দিছে, আৰু সিহঁতৰ কিছুমানৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছিল; এতেকে তোমালোকে পৃথিৱীত পৰিভ্ৰমণ কৰি চোৱা মিছলীয়াসকলৰ পৰিণাম কি হৈছিল?
.
১৭:১৫
مَنِ اهْتَدَىٰ فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ ۖ وَمَنْ ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا ۚ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۗ وَمَا كُنَّا مُعَذِّبِينَ حَتَّىٰ نَبْعَثَ رَسُولًا
যিয়ে সৎপথ অৱলম্বন কৰে নিশ্চয় সি নিজৰ মঙ্গলৰ বাবেই সৎপথ অৱলম্বন কৰে আৰু যিয়ে পথভ্ৰষ্ট হয় অৱশ্যে সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হয়। আৰু কোনো বহনকাৰীয়েই আনৰ (পাপৰ) বোজা বহন নকৰিব। আৰু ৰাছুল প্ৰেৰণ নকৰালৈকে আমি শাস্তি প্ৰদানকাৰী নহয়।
(+67:8-9)
.
📘৬:১৩২
وَلِكُلٍّ دَرَجَاتٌ مِمَّا عَمِلُوا ۚ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا يَعْمَلُونَ
আৰু সিহঁতে যি আমল কৰে, সেই অনুসাৰে প্ৰত্যেকৰে মৰ্যাদা আছে আৰু সিহঁতে যি কৰে সেই সম্পৰ্কে তোমাৰ ৰব অমনোযোগী নহয়।
.
[6:132] And (Wa) for (Li) all (Kullin) are degrees (Darajaatun) of what (Mimmaa) they have done (Åmilu').
And (Wa) your LORD (Rabbu-ka) is not (Maa Bi) heedless (Gaafilin) of what (Åmmaa) they do (Ya'maluun).
.
📍Verse/Note:
6:132 The ranks of all individuals and nations are determined solely by their deeds, and your Lord is not unaware of what they do.
Note:
Calling yourselves ‘believers’ will not help. 2:8,(sa).
২:৮
وَمِنَ النَّاسِ مَنْ يَقُولُ آمَنَّا بِاللَّهِ وَبِالْيَوْمِ الْآخِرِ وَمَا هُمْ بِمُؤْمِنِينَ
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছো’, অথচ সিহঁত মুমিন নহয় ।
.
📘৬:১৩৩
وَرَبُّكَ الْغَنِيُّ ذُو الرَّحْمَةِ ۚ إِنْ يَشَأْ يُذْهِبْكُمْ وَيَسْتَخْلِفْ مِنْ بَعْدِكُمْ مَا يَشَاءُ كَمَا أَنْشَأَكُمْ مِنْ ذُرِّيَّةِ قَوْمٍ آخَرِينَ
আৰু তোমাৰ ৰব অভাৱমুক্ত, দয়াশীল। তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু তোমালোকৰ পিছত যাক ইচ্ছা তোমালোকৰ স্থানত আনিব পাৰে, যিদৰে তেওঁ তোমালোকক আন এটা সম্প্ৰদায়ৰ বংশৰ পৰা সৃষ্টি কৰিছে।
.
[6:133] And (Wa) your LORD (Rabbu-ka) is the RICH (El' Ganiyyu); Possessor (Zuu) of Mercy (Er'Rah'mati).
If (In) HE wills (Yasha'), HE can remove you (Yuz'hib'kum') and (Wa) grant succession (Yas'takh'lif') after
you (Min Ba'di-kum) to whatever (Maa) HE wills (Yashaau), just as (Kamaa) HE established you (Ansha'a-
kum) from (Min) the descendants (Zurriyyati) of other (Aakhariin) people (Qaw'min).
.
📍Verse/Note-1
6:133 Your Lord is Absolutely Independent, Full of mercy. If it were His will, He could destroy you and replace you with whomever He wills, just as He produced you from the posterity of other creation.
Note:
Please see ‘evolution’ 22:5(sa).
২২:৫
يَا أَيُّهَا النَّاسُ إِنْ كُنْتُمْ فِي رَيْبٍ مِنَ الْبَعْثِ فَإِنَّا خَلَقْنَاكُمْ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُضْغَةٍ مُخَلَّقَةٍ وَغَيْرِ مُخَلَّقَةٍ لِنُبَيِّنَ لَكُمْ ۚ وَنُقِرُّ فِي الْأَرْحَامِ مَا نَشَاءُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوا أَشُدَّكُمْ ۖ وَمِنْكُمْ مَنْ يُتَوَفَّىٰ وَمِنْكُمْ مَنْ يُرَدُّ إِلَىٰ أَرْذَلِ الْعُمُرِ لِكَيْلَا يَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَيْئًا ۚ وَتَرَى الْأَرْضَ هَامِدَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ وَأَنْبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِيجٍ
হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি তোমালোকক সৃষ্টি কৰিছো মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখো, তাৰ পিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰোঁ, ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;
.
📍Verse/Note-2
(6:133-134) Allah is not dependent upon any particular people for the establishment of His Niz am. It
is His Rahmat to provide opportunities of development to all people. In this way He has given you
an opportunity for development. If you do not avail of it, He will put you away and cause another
people to take your place as He raised you from the progeny of others.
This is Allah s law of succession and substitution of nations (👉9/38-39, 5/54, 21/11-15, 47/38
and 70/40-41). What We say is not an idle threat. It will certainly come to pass and you cannot
thwart Him(pz).
(👉Press link for verses Assamese:
https://muktabulraf.blogspot.com/2021/12/6133-ref.html?m=1).
.
📍Verse references:
৪:১৩৩
إِنْ يَشَأْ يُذْهِبْكُمْ أَيُّهَا النَّاسُ وَيَأْتِ بِآخَرِينَ ۚ وَكَانَ اللَّهُ عَلَىٰ ذَٰلِكَ قَدِيرًا
হে মানৱ! তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰি আন লোকক আনিব পাৰে; আৰু আল্লাহে এই কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম।
.
৩৫:১৫-১৭
۞ يَا أَيُّهَا النَّاسُ أَنْتُمُ الْفُقَرَاءُ إِلَى اللَّهِ ۖ وَاللَّهُ هُوَ الْغَنِيُّ الْحَمِيدُ
হে মানৱ! তোমালোকেহে আল্লাহৰ মুখাপেক্ষী; আৰু আল্লাহ, তেৱেঁই অভাৱমুক্ত, প্ৰশংসিত।
৩৫:১৬
إِنْ يَشَأْ يُذْهِبْكُمْ وَيَأْتِ بِخَلْقٍ جَدِيدٍ
তেওঁ ইচ্ছা কৰিলে তোমালোকক অপসাৰিত কৰিব পাৰে আৰু এটা নতুন সৃষ্টি লৈ আহিব পাৰে।
৩৫:১৭
وَمَا ذَٰلِكَ عَلَى اللَّهِ بِعَزِيزٍ
আৰু সেয়া আল্লাহৰ বাবে একো টান কাম নহয়।
.
৪৭:৩৮
هَا أَنْتُمْ هَٰؤُلَاءِ تُدْعَوْنَ لِتُنْفِقُوا فِي سَبِيلِ اللَّهِ فَمِنْكُمْ مَنْ يَبْخَلُ ۖ وَمَنْ يَبْخَلْ فَإِنَّمَا يَبْخَلُ عَنْ نَفْسِهِ ۚ وَاللَّهُ الْغَنِيُّ وَأَنْتُمُ الْفُقَرَاءُ ۚ وَإِنْ تَتَوَلَّوْا يَسْتَبْدِلْ قَوْمًا غَيْرَكُمْ ثُمَّ لَا يَكُونُوا أَمْثَالَكُمْ
চোৱা, তোমালোকেই সেইসকল লোক, যিসকলক আল্লাহৰ পথত ব্যয় কৰিবলৈ কোৱা হৈছে অথচ তোমালোকৰ কিছুমানে কৃপণতাহে কৰিছে, কিন্তু যিয়ে কৃপণালি কৰিছে সি নিজৰ প্ৰতিহে কৃপণালি কৰিছে। (জানি থোৱা!) আল্লাহ অভাৱমুক্ত আৰু তোমালোক অভাৱগ্ৰস্ত। যদি তোমালোকে বিমুখ হোৱা, তেন্তে তেওঁ তোমালোকৰ বাহিৰে আন এটা সম্প্ৰদায়ক তোমালোকৰ স্থলৱৰ্তী কৰিব; সিহঁত কিন্তু তোমালোকৰ দৰে নহ’ব।(Note:-The Quran was given to the Arabs, in their language, for 1400 years, but they clearly rejected it and refused to believe that it is complete;they fabricated Hadith and Sunna.rk).
.
📘৬:১৩৪
إِنَّ مَا تُوعَدُونَ لَآتٍ ۖ وَمَا أَنْتُمْ بِمُعْجِزِينَ
নিশ্চয় তোমালোকৰ লগত যি প্ৰতিশ্ৰুতি কৰা হৈছে সেয়া অৱশ্যে আহিব আৰু তোমালোকে সেয়া ব্যৰ্থ কৰিব নোৱাৰিবা।
.
[6:134] Indeed (Inna), what (Maa) you are promised (Tuuåduuna) is (La) coming (Aatin), and (Wa) you
(Antum) cannot (Maa Bi) cause failure (Mu'jiziin).
.
📍Verse/Note:(See Note-2 above of 6:133).
.
📘৬:১৩৫
قُلْ يَا قَوْمِ اعْمَلُوا عَلَىٰ مَكَانَتِكُمْ إِنِّي عَامِلٌ ۖ فَسَوْفَ تَعْلَمُونَ مَنْ تَكُونُ لَهُ عَاقِبَةُ الدَّارِ ۗ إِنَّهُ لَا يُفْلِحُ الظَّالِمُونَ
কোৱা, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে তোমালোকৰ অৱস্থানত থাকি কাম কৰা, নিশ্চয় মইও মোৰ কাম কৰি আছো। তোমালোকে অতি সোনকালে জানিব পাৰিবা, কাৰ পৰিণাম মঙ্গলময়। নিশ্চয় যালিমসকল সফল নহয়’।
.
[6:135] Say (Qul'): "O (Yaa) my people (Qaw'mi), work (E'malu') according to (Ålaa) your position
(Makaanati-kum'); indeed, I am (Innii) working (Ååmilun). And (Fa) you will (Saw'fa) find out (Ta'lamuuna)
for whom (Lahu Man) is (Takuunu) the outcome (Ååqibatu) of the Home (Ed'Daari). Indeed (Innahu), the
transgressors (Ez'Zoalimuun) will not (Laa) succeed (Yuf'lihu)."
.
📍Verse references:
১১:১২১-১২২
وَقُلْ لِلَّذِينَ لَا يُؤْمِنُونَ اعْمَلُوا عَلَىٰ مَكَانَتِكُمْ إِنَّا عَامِلُونَ
আৰু যিসকলে ঈমান পোষণ নকৰে সিহঁতক কোৱা, ‘তোমালোকে নিজ নিজ অৱস্থানত কাম কৰি থাকা, আমিও কাম কৰি আছো’।
১১:১২২
وَانْتَظِرُوا إِنَّا مُنْتَظِرُونَ
‘আৰু তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষা কৰি আছো’।
।।।
৫৮:২০-২১
إِنَّ الَّذِينَ يُحَادُّونَ اللَّهَ وَرَسُولَهُ أُولَٰئِكَ فِي الْأَذَلِّينَ
নিশ্চয় যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে, সিহঁতেই হ’ব চৰম লাঞ্ছিতসকলৰ অন্তৰ্ভুক্ত।
৫৮:২১
كَتَبَ اللَّهُ لَأَغْلِبَنَّ أَنَا وَرُسُلِي ۚ إِنَّ اللَّهَ قَوِيٌّ عَزِيزٌ
আল্লাহে লিখি ৰাখিছে যে, ‘নিশ্চয় ময়েই বিজয়ী হ’ম আৰু মোৰ ৰাছুলসকলেও বিজয়ী হ’ব’। নিশ্চয় আল্লাহ মহাশক্তিমান, মহাপৰাক্ৰমশালী।
।।।
৪০:৫১-৫২
إِنَّا لَنَنْصُرُ رُسُلَنَا وَالَّذِينَ آمَنُوا فِي الْحَيَاةِ الدُّنْيَا وَيَوْمَ يَقُومُ الْأَشْهَادُ
নিশ্চয় আমি আমাৰ ৰাছুলসকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক পাৰ্থিৱ জীৱনত সহায় কৰিম, আৰু সেইদিনাও সহায় কৰিম যিদিনা সাক্ষীসকল থিয় হ’ব।
৪০:৫২
يَوْمَ لَا يَنْفَعُ الظَّالِمِينَ مَعْذِرَتُهُمْ ۖ وَلَهُمُ اللَّعْنَةُ وَلَهُمْ سُوءُ الدَّارِ
যিদিনা যালিমসকলৰ ওজৰ-আপত্তি সিহঁতৰ কোনো কামত নাহিব। সিহঁতৰ বাবে আছে লা’নত আৰু সিহঁতৰ বাবে আছে নিকৃষ্ট আবাস।
।।।
২১:১০৫
وَلَقَدْ كَتَبْنَا فِي الزَّبُورِ مِنْ بَعْدِ الذِّكْرِ أَنَّ الْأَرْضَ يَرِثُهَا عِبَادِيَ الصَّالِحُونَ
আৰু অৱশ্যে আমি ‘যিকৰ’ৰ পিছত যাবূৰত লিখি দিছো যে, ‘কেৱল মোৰ যোগ্য বান্দাসকলেই পৃথিৱীৰ উত্তৰাধিকাৰী হ’ব’।
।।।
.
📘৬:১৩৬
وَجَعَلُوا لِلَّهِ مِمَّا ذَرَأَ مِنَ الْحَرْثِ وَالْأَنْعَامِ نَصِيبًا فَقَالُوا هَٰذَا لِلَّهِ بِزَعْمِهِمْ وَهَٰذَا لِشُرَكَائِنَا ۖ فَمَا كَانَ لِشُرَكَائِهِمْ فَلَا يَصِلُ إِلَى اللَّهِ ۖ وَمَا كَانَ لِلَّهِ فَهُوَ يَصِلُ إِلَىٰ شُرَكَائِهِمْ ۗ سَاءَ مَا يَحْكُمُونَ
আল্লাহে যি শস্য আৰু চতুষ্পদ জন্তু সৃষ্টি কৰিছে সেইবোৰৰ পৰা সিহঁতে আল্লাহৰ বাবে এটা অংশ নিৰ্দিষ্ট কৰে আৰু নিজৰ ধাৰণা অনুযায়ী কয়, ‘এইটো আল্লাহৰ বাবে আৰু এইটো আমাৰ শ্বৰীকসকলৰ বাবে’। এতেকে যিটো সিহঁতৰ শ্বৰীকসকলৰ অংশ সেয়া আল্লাহৰ ওচৰত গৈ নাপায় কিন্তু যিটো আল্লাহৰ অংশ সেয়া সিহঁতৰ শ্বৰীকসকলৰ ওচৰত পৌঁচি যায়, সিহঁতে যি ফয়চালা কৰে সেয়া কিমান যে নিকৃষ্ট!
.
[6:136] And (Wa) they assign (Jaålu') to GOD (Lillahi) a share (Nasiiban) from what (Mimmaa) HE created
(Zara'a) of (Mina) cultivation (El'Har'thi) and livestock (Wal' An'ååmi), and (Fa) they say (Qaalu'), "This
(Haaza') is for GOD (Lillahi)," by (Bi) their claim (Za'mi-him'), "and (Wa) this (Haaza) is for (Li) our
associates (idols) (Shurakaai-naa)." As for (Fa) what (Maa) is (Kaana) for (Li) their associates (Shurakaai-him'),
thus (Fa) it does not (Laa) reach (Yasilu ilaa) GOD (Ellahi), while (Wa) what (Maa) is (Kaana) for GOD
(Lillahi), thus (Fa) it (Huwa) reaches (Yasilu ilaa) their “associates” (Shurakaai-him'). Evil (Saa'a) is what
(Maa) they decide (Yah'kumuun).
.
📍Verse/Note:
6:136 (How can they succeed when their beliefs and actions are wrong?) They set aside a portion of God's provision of crops and cattle and claim, "This is for God, and this is for our idols.” But the share of their idols never reaches God, and the share of God does reach their idols. What an unjust decision they make!
Note:
Their priesthood devours both portions of their making, and the poor remain wanting. To God reaches what is spent on the needy. 6:141(sa).
৬:১৪১(Zakat Must Be Given "On The Day Of Harvest").
۞ وَهُوَ الَّذِي أَنْشَأَ جَنَّاتٍ مَعْرُوشَاتٍ وَغَيْرَ مَعْرُوشَاتٍ وَالنَّخْلَ وَالزَّرْعَ مُخْتَلِفًا أُكُلُهُ وَالزَّيْتُونَ وَالرُّمَّانَ مُتَشَابِهًا وَغَيْرَ مُتَشَابِهٍ ۚ كُلُوا مِنْ ثَمَرِهِ إِذَا أَثْمَرَ وَآتُوا حَقَّهُ يَوْمَ حَصَادِهِ ۖ وَلَا تُسْرِفُوا ۚ إِنَّهُ لَا يُحِبُّ الْمُسْرِفِينَ
আৰু তেৱেঁই সৃষ্টি কৰিছে এনেকুৱা বাগিছাসমূহ যিবোৰৰ কিছুমান চাংনিৰ্ভৰশীল আৰু আন কিছুমান চাংনিৰ্ভৰশীল নহয় লগতে খেজুৰ গছ আৰু শস্য, যাৰ সোৱাদ বিভিন্ন ধৰণৰ, যায়তুন আৰু ডালিম, এইবোৰৰ কিছুমান সদৃশ আৰু কিছুমান ভিন্ন। যেতিয়া সেইবোৰ পকিব তেতিয়া তাৰ পৰা খোৱা আৰু ফচল চপোৱাৰ দিনা সেইবোৰৰ হক প্ৰদান কৰিবা। অপচয় নকৰিবা, নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।
.
📍Verse references:
১৬:৫৭
وَيَجْعَلُونَ لِلَّهِ الْبَنَاتِ سُبْحَانَهُ ۙ وَلَهُمْ مَا يَشْتَهُونَ
আৰু সিহঁতে আল্লাহৰ বাবে কন্যা সন্তান নিৰ্ধাৰণ কৰে-- তেওঁ পৱিত্ৰ, মহিমাময়। কিন্তু সিহঁতে নিজৰ বাবে সেইটোৱে নিৰ্দিষ্ট কৰে যিটো সিহঁতে পছন্দ কৰে।
.
৪৩:১৫
وَجَعَلُوا لَهُ مِنْ عِبَادِهِ جُزْءًا ۚ إِنَّ الْإِنْسَانَ لَكَفُورٌ مُبِينٌ
আৰু সিহঁতে আল্লাহৰ বান্দাসকলৰ মাজৰ পৰা তেওঁৰ অংশ সাব্যস্ত কৰিছে। নিশ্চয় মানুহ স্পষ্ট অকৃতজ্ঞ।
.
📘Quran📘 Analysis📘 Compiled📘Syedraf📘
....ooo ...