🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]
Quran alone [Pt.1(1:1-7)]+see end🌈 ALLAH-DETAILS-IN-HIS-BOOK-QURAN টোকাঃজীৱনত প্ৰথম বাৰৰ বাবে হৃদয়ঙ্গম কৰিব পৰা এটা অতি উৎকৃষ্ট ভিদিঅ' দান কৰাৰ বাবে বক্তালৈ হিয়াভৰা ওলগৰ লগতে ভৱিষ্যতেও বাকী কোৰআনৰ ছুৰাবোৰৰ গৱেষণামূলক অৰ্থৰ বাবে বাট চাই থাকিম। লগতে সকলোকে ছুৰা ফাতেহাৰ এই ভিদিঅ'টো চাবলৈ অনুৰোধ কৰিলো। . Quran.Muktabul.lecture:Part-1(Sl-2)(Ch-1:1-7)- https://youtu.be/tsTNG27z72k . Points to be noted: 1)-কোৰআনৰ প্রথম ছুৰাটোত সর্বশক্তিমানৰ ওচৰত কৰা এটা আবেদন(petition) আমাক শিকাইছে। ইয়াত আমি এল্লাহৰ ওচৰত প্রতিশ্রুতি দিয়াৰ লগে লগে তেওঁৰ নির্দেশনা আৰু সমর্থন দি আমাক শিকাই আইন অনুসাৰি চলাৰ পথৰ এখন কিতাপৰ চাবি-কাঠিয়েই আল-ফাতিহা(the opener) । ফাতেহাৰ চাবিদি তলা খুলাৰ পিছ মূহুৰ্ততেই প্ৰতিক্ৰিয়া জনাই এইখনেই সেই কিতাব(2:2)। 2)- M.imp verse-1:5 see notes. ১:১بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ(আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।(Note-1) ১:২الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَসকলো ধৰণৰ হামদ (প্ৰশংসা) বিশ্বজগতৰ ৰব আল্লাহৰ বাবে।(Note-2) ১:৩الرَّحْمَٰنِ الر...