🟢Al-Baqarah[Part-41(2:268-273)]
41(2:268-273)(3-⛱️Cherity the purification of Zakat): fb link: https://bit.ly/3l524Kz
*QURAN.ASSAMESE.LECTURE.#MUKTABULHUSSAIN:
https://m.youtube.com/watch?v=iSEhl0E92S8#dialog
.
*QURAN.ANALYSIS.COMPILED.SYEDRAF⬇️
.
🟣POINS TO BE NOTED:
১)-২:২৬৮(Satan promises you poverty if charity done).
২)-২:২৬৯(Philosophy/Wisdom/Hikmah: A Great Treasure).See Note-3🥀.
৩)-২:২৭০(Anonymous Charity Better)
৪)-২:২৭১(you give charity quietly to the needy people, it is still better)
৫)-২:২৭২[God is the Only One Who Guides(হিদায়ত)].(Read details in Note).
৬)-২:৭৩(Those who do not seek self-respect, give them).
.
🌕২:২৬৮
الشَّيْطَانُ يَعِدُكُمُ الْفَقْرَ وَيَأْمُرُكُمْ بِالْفَحْشَاءِ ۖ وَاللَّهُ يَعِدُكُمْ مَغْفِرَةً مِنْهُ وَفَضْلًا ۗ وَاللَّهُ وَاسِعٌ عَلِيمٌ
চয়তানে তোমালোকক দৰিদ্ৰতাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু অশ্লীলতাৰ নিৰ্দেশ দিয়ে কিন্তু আল্লাহে তোমালোকক তেওঁৰ ফালৰ পৰা ক্ষমা আৰু অনুগ্ৰহৰ প্ৰতিশ্ৰুতি দিয়ে; আৰু আল্লাহ সৰ্বব্যাপী-প্ৰাচুৰ্যময়, সৰ্বজ্ঞ।
.
🍁Verse/Note:
268 Your selfish sentiments(চয়তানে) will frighten you by persuading you that if you give away to others what you have you will be reduced to poverty, and teaching you to collect wealth by indecent means. Take note, however, that the Divine System will ensure protection against any calamities, and abundance of means of livelihood for Allah is All-Embracing, All-Knowing.
.
🌕২:২৬৯(Philosophy/Wisdom: A Great Treasure).
يُؤْتِي الْحِكْمَةَ مَنْ يَشَاءُ ۚ وَمَنْ يُؤْتَ الْحِكْمَةَ فَقَدْ أُوتِيَ خَيْرًا كَثِيرًا ۗ وَمَا يَذَّكَّرُ إِلَّا أُولُو الْأَلْبَابِ
তেওঁ যাক ইচ্ছা কৰে হিকমত দান কৰে, আৰু যাক হিকমত[1] প্ৰদান কৰা হয়, তাক প্ৰকৃততে প্ৰচুৰ কল্যাণ প্ৰদান কৰা হয়; আৰু বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।
.
🍁Note-1
Making good use of their faculties helps people attain wisdom. 12:22, 17:36, 28:14.
.
🍁Verse/Note-3
269 One cannot understand these matters by means of the intellect alone but through the intellect guided by Revelation. Such an insight is a blessing from Allah, but none would bear this in mind except men of understanding. (17/39, 28/50, 30/29, 16/30).
.
👿 Garbage: [1]. হিকমতৰ আচল অৰ্থ হৈছে “প্ৰজ্ঞা”। কিন্তু ইয়াত এই শব্দৰ দ্বাৰা জ্ঞান তথা কোৰআন আৰু ⚡ছুন্নতক বুজোৱা হৈছে। অৰ্থাৎ কোনো ব্যক্তিৰ বাবে কোৰআন আৰু ছুন্নতৰ আলোকত আমল কৰা সহজ হৈ যোৱা বুজাইছে।
(⚡ কোৰআনত "ৰছুলৰ চুন্নত" বুলি কোনো আয়াত নাই। হিকমাহে কেৱল কোৰআনক বুজায়)।
.
🥀Meaning of Hikmah,see link:
https://muktabulraf.blogspot.com/2021/09/hikmah.html?m=1
.
🌕২:২৭০(Anonymous Charity Better).
وَمَا أَنْفَقْتُمْ مِنْ نَفَقَةٍ أَوْ نَذَرْتُمْ مِنْ نَذْرٍ فَإِنَّ اللَّهَ يَعْلَمُهُ ۗ وَمَا لِلظَّالِمِينَ مِنْ أَنْصَارٍ
আৰু যিটো তোমালোকে ব্যয় কৰা অথবা তোমালোকে যিটো মান্নত কৰা নিশ্চয় সেয়া আল্লাহে জানে; আৰু যালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।
.
🍁Verse/Note
270 Whatever you spend for the system or the services you offer (9/79), 76/7) is taken into account by the Law of Mukafat. Those who fail to fulfil their obligations shall have no helpers.
.
🌕২:২৭১
إِنْ تُبْدُوا الصَّدَقَاتِ فَنِعِمَّا هِيَ ۖ وَإِنْ تُخْفُوهَا وَتُؤْتُوهَا الْفُقَرَاءَ فَهُوَ خَيْرٌ لَكُمْ ۚ وَيُكَفِّرُ عَنْكُمْ مِنْ سَيِّئَاتِكُمْ ۗ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ
তোমালোকে যদি প্ৰকাশ্যভাৱে চাদাকা কৰা তেন্তে এয়া ভাল; আৰু যদি গোপনে কৰা আৰু অভাৱগ্ৰস্থক প্ৰদান কৰা তেন্তে এয়া তোমালোকৰ বাবে আৰু ভাল; আৰু (ইয়াৰ ফলত) তেওঁ তোমালোকৰ বাবে কিছু পৰিমাণে পাপ মোচন কৰিব; আৰু তোমালোকে যি আমল কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱহিত।
.
🍁Verse/Note:
271 If you give help openly for the collective good of the people it is all right, but if (during the initial stages of this Nizam) you give it quietly to the needy people, it is still better. Helping others, in fact, assists you in removing the unevenness in your own personality and the society. Allah
however is Aware of all what you do.
.
🌕২:২৭২[God is the Only One Who Guides(হিদায়ত)].(Read details: https://fb-ahsanal.blogspot.com/2021/09/hidayatguidence.html?m=1)
.
۞ لَيْسَ عَلَيْكَ هُدَاهُمْ وَلَٰكِنَّ اللَّهَ يَهْدِي مَنْ يَشَاءُ ۗ وَمَا تُنْفِقُوا مِنْ خَيْرٍ فَلِأَنْفُسِكُمْ ۚ وَمَا تُنْفِقُونَ إِلَّا ابْتِغَاءَ وَجْهِ اللَّهِ ۚ وَمَا تُنْفِقُوا مِنْ خَيْرٍ يُوَفَّ إِلَيْكُمْ وَأَنْتُمْ لَا تُظْلَمُونَ
সিহঁতক হিদায়ত প্ৰদানৰ দায়িত্ব তোমাৰ নহয়; বৰং আল্লাহে যাক ইচ্ছা হিদায়ত দিয়ে; আৰু যি ধন-সম্পদ তোমালোকে ব্যয় কৰা সেয়া কেৱল তোমালোকৰ নিজৰ বাবে আৰু তোমালোকে কেৱল আল্লাহৰ বাবেই (তেওঁৰ সন্তুষ্টি অৰ্জনৰ বাবেই) ব্যয় কৰা; আৰু তোমালোকে উত্তম কোনো বস্তু ব্যয় কৰিলে তাৰ পুৰষ্কাৰ তোমালোকক পৰিপূৰ্ণভাৱে প্ৰদান কৰা হ'ব আৰু তোমালোকৰ প্ৰতি অন্যায় কৰা নহ’ব।
.
🍁Note-1
God’s laws for guidance: 2:2, 2:26, 4:88, 5:46, 7:52, 13:27, 14:27, 20:123, 27:2, 28:50, 31:3, 39:3, 40:34,
40:74.
.
🍁Note-2
https://fb-ahsanal.blogspot.com/2021/09/hidayatguidence.html?m=1
.
🌕২:২৭৩
لِلْفُقَرَاءِ الَّذِينَ أُحْصِرُوا فِي سَبِيلِ اللَّهِ لَا يَسْتَطِيعُونَ ضَرْبًا فِي الْأَرْضِ يَحْسَبُهُمُ الْجَاهِلُ أَغْنِيَاءَ مِنَ التَّعَفُّفِ تَعْرِفُهُمْ بِسِيمَاهُمْ لَا يَسْأَلُونَ النَّاسَ إِلْحَافًا ۗ وَمَا تُنْفِقُوا مِنْ خَيْرٍ فَإِنَّ اللَّهَ بِهِ عَلِيمٌ
(ছাদাকা) সেইসকল অভাৱগ্ৰস্থ লোকৰ প্ৰাপ্য যিসকলে আল্লাহৰ পথত এনেকৈ ব্যাপৃত যে, পৃথিৱীত চলা ফুৰা কৰিব নোৱাৰে; আত্মসন্মানবোধত খুজি নোখোৱাৰ বাবে অজ্ঞ লোকসকলে সিহঁতক অভাৱমুক্ত বুলি ভাৱে; তুমি সিহঁতৰ লক্ষণ দেখিয়ে চিনিব পাৰিবা। সিহঁতে মানুহৰ ওচৰত হেচা মাৰি ধৰি খুজি নুফুৰে[1]; আৰু যি ধন-সম্পদ তোমালোকে ব্যয় কৰা, নিশ্চয় আল্লাহে সেই বিষয়ে সবিশেষ জানে।
.
🍁Verse/Note:
2:273 [And give] unto [such of] the needy who, being wholly wrapped up in God's cause, are unable to go about the earth [in search of livelihood].🌹 He who is unaware [of their condition] might think that they are wealthy, because they abstain [from begging]; [but] thou canst recognize them by their special mark: they do not beg of men with importunity. And whatever good you may spend [on them], verily, God knows it all.
.
🌹I.e., those who have devoted themselves entirely to working in the cause of the Faith - be it by spreading, elucidating or defending it physically or intellectually-or to any of the selfless pursuits extolled in God's message, such as search for knowledge, work for the betterment of man's lot, and so forth; and, finally, those who, having suffered personal or material hurt in such pursuits, are henceforth unable to fend for themselves.
.
🌹analysis🌹compiled🌹syedraf🌹
🌹nazvilla🌹26.09.2021🌹