☪️PART-234(13:38-43)Ar-Ra'ad
PART-234(13:38-43)Ar-Ra'ad
.
🏕️মিনি সূচিঃPART-234(13:38-43)Ar-Ra'ad
13:38(A list of Miracles-Note)
13:40(Punishment is by Allah, and the Messenger's Job is only to convey the Message)
13:42(The Disbelievers plot, but the Believers gain the Good End)
13:43(Allah and those who have Knowledge of the Scripture are Sufficient as Witness to the Message of the Prophet)
।।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🟪১৩:৩৮
وَلَقَدْ أَرْسَلْنَا رُسُلًا مِنْ قَبْلِكَ وَجَعَلْنَا لَهُمْ أَزْوَاجًا وَذُرِّيَّةً ۚ وَمَا كَانَ لِرَسُولٍ أَنْ يَأْتِيَ بِآيَةٍ إِلَّا بِإِذْنِ اللَّهِ ۗ لِكُلِّ أَجَلٍ كِتَابٌ
আৰু অৱশ্যে আমি তোমাৰ পূৰ্বে বহু ৰাছুল প্ৰেৰণ কৰিছিলো আৰু তেওঁলোককো স্ত্ৰী আৰু সন্তান-সন্ততি প্ৰদান কৰিছিলো। আল্লাহৰ অনুমতি অবিহনে কোনো নিদৰ্শন উপস্থিত কৰা কোনো ৰাছুলৰ দ্বাৰা সম্ভৱ নহয়। প্ৰত্যেক বিষয়ৰ বাবেই নিৰ্ধাৰিত সময় লিপিবদ্ধ আছে।
.
📍Note/ref-1 link....
.
📍Note/ref-2 link...
.
🟪১৩:৩৯
يَمْحُو اللَّهُ مَا يَشَاءُ وَيُثْبِتُ ۖ وَعِنْدَهُ أُمُّ الْكِتَابِ
আল্লাহে যি ইচ্ছা কৰে তাক মচি☎️ দিয়ে আৰু যি ইচ্ছা কৰে সেয়া প্ৰতিষ্ঠিত কৰে আৰু তেওঁৰ ওচৰতেই আছে উম্মুল(*) কিতাব।
*[Ummul Kitaab = The Ultimate Decree = Divine Database].
.
📍Note☎️:
He is the fountainhead or source (asl) of all revelation. - As regards the preceding reference to the abrogation of earlier divine dispensations and their supersession by later ones - ending with the final revelation, the Qur'an - see 2:106 (as).
(the abrogation-2:106-link:
.
🟪১৩:৪০(Punishment is by Allah, and the Messenger's Job is only to convey the Message).
وَإِنْ مَا نُرِيَنَّكَ بَعْضَ الَّذِي نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِنَّمَا عَلَيْكَ الْبَلَاغُ وَعَلَيْنَا الْحِسَابُ
আৰু আমি সিহঁতক যি (শাস্তিৰ) প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক (পৃথিৱীতে) দেখুৱাই দিওঁ অথবা (সিহঁতৰ ওপৰত সেয়া অহাৰ আগতেই) তোমাক মৃত্যু প্ৰদান কৰো, -- তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ💎 কৰা, আৰু হিচাব-নিকাচ লোৱাৰ দায়িত্ব কেৱল আমাৰেই।
.
📍Note💎(ৰছুলৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ কৰা-find verse/note 5:67)-link:
.
📍Ref: link---
.
🟪১৩:৪১
أَوَلَمْ يَرَوْا أَنَّا نَأْتِي الْأَرْضَ نَنْقُصُهَا مِنْ أَطْرَافِهَا ۚ وَاللَّهُ يَحْكُمُ لَا مُعَقِّبَ لِحُكْمِهِ ۚ وَهُوَ سَرِيعُ الْحِسَابِ
সিহঁতে দেখা নাইনে যে, আমি পৃথিৱীক কেউফালৰ পৰা সংকুচিত🦜 কৰি আনি আছো? আৰু আল্লাহেই আদেশ কৰে, তেওঁৰ আদেশ ৰদ্ কৰিবলৈ কোনো নাই আৰু তেওঁ দ্ৰুত হিচাব গ্ৰহণকাৰী।
.
📍Verse/Note(🦜পৃথিৱীক কেউফালৰ পৰা সংকুচিত কৰা-link)
.
📍ref: 46:27
.
🟪১৩:৪২(The Disbelievers plot, but the Believers gain the Good End).
وَقَدْ مَكَرَ الَّذِينَ مِنْ قَبْلِهِمْ فَلِلَّهِ الْمَكْرُ جَمِيعًا ۖ يَعْلَمُ مَا تَكْسِبُ كُلُّ نَفْسٍ ۗ وَسَيَعْلَمُ الْكُفَّارُ لِمَنْ عُقْبَى الدَّارِ
সিহঁতৰ পূৰ্বে যিসকল আছিল সিহঁতেও চক্ৰান্ত কৰিছিল; কিন্তু সকলো চক্ৰান্ত আল্লাহৰ ইখতিয়াৰত। প্ৰত্যেক ব্যক্তিয়ে যি উপাৰ্জন কৰে সেয়া তেওঁ জানে, আৰু কাফিৰসকলে অনতিপলমে জানিব পাৰিব যে, আখিৰাতৰ শুভ পৰিণাম কাৰ বাবে।
.
📍ref: 8:30, 27:50-51.
.
🟪১৩:৪৩(Allah and those who have Knowledge of the Scripture are Sufficient as Witness to the Message of the Prophet).
وَيَقُولُ الَّذِينَ كَفَرُوا لَسْتَ مُرْسَلًا ۚ قُلْ كَفَىٰ بِاللَّهِ شَهِيدًا بَيْنِي وَبَيْنَكُمْ وَمَنْ عِنْدَهُ عِلْمُ الْكِتَابِ
আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘তুমি আল্লাহৰ প্ৰেৰিত নহয়’। কোৱা, ‘আল্লাহ আৰু যিসকলৰ ওচৰত কিতাবৰ জ্ঞান আছে, তেওঁলোকেই মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট’।
📍ref: 7:156-157, 26:197.
.
📍Note:
The messenger's sole mission is to deliver the Quran and the Quran alone. God suffices as witness to His messenger. See verses: 4:79; 63;1 and also 3:20. Profound message: 7:75.(sig).
.
🟥 বিশ্লেষণাত্মক🟥 কোৰআন🟥 চৰ্চা🟥চৈ:ৰফ🟥
..... সমাপ্ত....