☪️Part: 232-(13:23-31)Ar-Raad

Part: 232-(13:23-31)Ar-Raad
.
🏕️মিনি সূচিঃPart: 232-(13:23-31)Ar-Raad
13:23(স্থায়ী জান্নাতসমূহ, তাত তেওঁলোকে প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে)
13:24✅(Greeting approved by God- سَلَامٌ عَلَيْكُمْ)
13:25(আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱা- Notes)
13:26(Increase and Decrease in Provision is in Allah's Hand)
13:28✅(Meaning: Remembering God(ذِكْرِ اللَّهِ) (by following His commands)
13:30(Our Prophet was sent to recite and call to Allah's Revelation)
13:31(আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব-Notes)
।।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
⬛১৩:২৩
جَنَّاتُ عَدْنٍ يَدْخُلُونَهَا وَمَنْ صَلَحَ مِنْ آبَائِهِمْ وَأَزْوَاجِهِمْ وَذُرِّيَّاتِهِمْ ۖ وَالْمَلَائِكَةُ يَدْخُلُونَ عَلَيْهِمْ مِنْ كُلِّ بَابٍ
স্থায়ী জান্নাতসমূহ, তাত তেওঁলোকে প্ৰৱেশ কৰিব আৰু তেওঁলোকৰ পিতৃ-মাতৃ, পতি-পত্নী লগতে সন্তান-সন্ততিসকলৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোকেও (প্ৰৱেশ কৰিব)। আৰু ফিৰিস্তাসকল তেওঁলোকৰ ওচৰত উপস্থিত হ’ব প্ৰত্যেক দুৱাৰেৰে,
.
[13:23] gardens (Jannaatu) of Eden (Åd'nin); they will enter therein (Yad'khuluunaha) with (Wa) whoever (Man) reformed (Solaha) among (Min') their parents (Aabaai-him’), their spouses (Az'waaji-him) and (Wa)
their offspring (Zurriyyaati-him). And (Wa) the Angels (El'Malaaikatu) will enter to them (Yad'khuluunaÅlai'him) from (Min) every (Kulli) gate (Baab),
.
📍Verse/Note:
(13:23) For them awaits the recompense of a final, happy abode - ever green gardens which they shall enter along with the righteous from amongst their parents, spouses and offspring, and Malaika shall 
meet them from all sides (41/30) saying:
(৪১:৩০
إِنَّ الَّذِينَ قَالُوا رَبُّنَا اللَّهُ ثُمَّ اسْتَقَامُوا تَتَنَزَّلُ عَلَيْهِمُ الْمَلَائِكَةُ أَلَّا تَخَافُوا وَلَا تَحْزَنُوا وَأَبْشِرُوا بِالْجَنَّةِ الَّتِي كُنْتُمْ تُوعَدُونَ
নিশ্চয় যিসকলে কয়, ‘আমাৰ ৰব আল্লাহ’, তাৰ পিছত অবিচলিত থাকে, তেওঁলোকৰ ওচৰত ফিৰিস্তা অৱতীৰ্ণ হয়, (এই কথা কবলৈ) যে, ‘তোমালোকে ভয় নকৰিবা, আৰু চিন্তিতও নহ’বা বৰং তোমালোকক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল তাৰ বাবে আনন্দিত হোৱা।)
.
📍ref:
৫২:২১
وَالَّذِينَ آمَنُوا وَاتَّبَعَتْهُمْ ذُرِّيَّتُهُمْ بِإِيمَانٍ أَلْحَقْنَا بِهِمْ ذُرِّيَّتَهُمْ وَمَا أَلَتْنَاهُمْ مِنْ عَمَلِهِمْ مِنْ شَيْءٍ ۚ كُلُّ امْرِئٍ بِمَا كَسَبَ رَهِينٌ
আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজ কৃতকৰ্মৰ বাবে দায়ী।
.
⬛১৩:২৪
سَلَامٌ عَلَيْكُمْ بِمَا صَبَرْتُمْ ۚ فَنِعْمَ عُقْبَى الدَّارِ
আৰু আহি ক’ব, ‘শান্তি তোমালোকৰ ওপৰত, কাৰণ তোমালোকে ধৈৰ্য ধাৰণ কৰিছিলা, আখিৰাতৰ এই পৰিণাম কিমান যে উত্তম’!
.
[13:24] "Peace (Salaamun) be upon you (Ålai'kum) for what (Bimaa) you have been patient (Sobar'tum). And(Fa) wonderful (Ni'ma) is the outcome (Uq'baa) of the Home (Ed'Daar)."
.
📍Note:
Peace be upon you: (Arabic: salamun alaikum). Greeting approved by God. See verse 6:54(sig).
(Pl see the verse/notes 6:54- link :
.
⬛১৩:২৫
وَالَّذِينَ يَنْقُضُونَ عَهْدَ اللَّهِ مِنْ بَعْدِ مِيثَاقِهِ وَيَقْطَعُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيُفْسِدُونَ فِي الْأَرْضِ ۙ أُولَٰئِكَ لَهُمُ اللَّعْنَةُ وَلَهُمْ سُوءُ الدَّارِ
আনহাতে যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেয়া ভঙ্গ কৰে, যি সম্পৰ্ক অটুট ৰাখিবলৈ আল্লাহে আদেশ কৰিছে সেয়া ছিন্ন কৰে আৰু পৃথিৱীত অশান্তি সৃষ্টি কৰি ফুৰে, সিহঁতৰ বাবে আছে অভিশাপ লগতে সিহঁতৰ বাবে আছে আখিৰাতৰ নিকৃষ্ট আবাসস্থল।
.
[13:25] As for (Wa) those who (Ellaziina) violate (Yanquduuna) the agreement of GOD (Åh'da-llahi) after (Min Ba'di) its covenant (Miithaaqi-hi) and (Wa) sever (Yaq'ta'uuna) what (Maa) GOD has commanded 
(Amara-llahu) to (An) be joined (Yuusola) thereby (Bihi) and (Wa) corrupting (Yuf'siduuna) on earth (Fiil'Ar'di); those (U'laaika) will have (Lahumu) the curse (Ella'natu) and they will have (Lahum) the worst (Suu'u)Home (Ed'Daar).
.
📍Verse/Note:
13:25 But those who broke the pledge with God after ratifying it, and cut asunder what God has commanded to be joined (13:20-21*), and spread corruption and disorder on earth, their due is (God’s) rejection. And theirs is the terrible Home!
(*Pl search the verses/notes 13:21-22- link :

.
📍reference:
২:২৭
الَّذِينَ يَنْقُضُونَ عَهْدَ اللَّهِ مِنْ بَعْدِ مِيثَاقِهِ وَيَقْطَعُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيُفْسِدُونَ فِي الْأَرْضِ ۚ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে  আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে , সিহঁতেই ক্ষতিগ্ৰস্থ।
(Pl find verse/note 2:27-link :
.
⬛১৩:২৬(Increase and Decrease in Provision is in Allah's Hand).
اللَّهُ يَبْسُطُ الرِّزْقَ لِمَنْ يَشَاءُ وَيَقْدِرُ ۚ وَفَرِحُوا بِالْحَيَاةِ الدُّنْيَا وَمَا الْحَيَاةُ الدُّنْيَا فِي الْآخِرَةِ إِلَّا مَتَاعٌ
আল্লাহে যাক ইচ্ছা কৰে তাৰ বাবে জীৱনোপকৰণ বৃদ্ধি কৰি দিয়ে আৰু সংকুচিত কৰে; কিন্তু ইহঁতে পাৰ্থিৱ জীৱন লৈয়ে আনন্দিত, অথচ পাৰ্থিৱ জীৱন আখিৰাতৰ তুলনাত ক্ষণস্থায়ী ভোগমাত্ৰ।
.
[13:26] GOD (Ellahu) extends (Yab'sutu) sustenance (Er'Riz'qa) for whomever (Liman) HE wills (Yashaau)and (Wa) limits (Yaq'diru), but (Wa) they rejoice (Farihu') in (Bi) the worldly (Ed'Dun'ya) life (El'Hayaati),
while (Wa) the worldly (Ed'Dun'ya) life (El'Hayaatu) in (Fii) the hereafter (El'Aakhirati) is only (Maa illa)enjoyment (Mataa’).
.
📍Verse/Note:
13:26 God grants abundant provision, or gives it in scant measure according to His laws (17:18-21). They rejoice in the life of this world alone. But the life of this world is a fleeting pleasure compared with the Hereafter (2:200-201)(sa).
(Pl see the above verses-link :
.
⬛১৩:২৭
وَيَقُولُ الَّذِينَ كَفَرُوا لَوْلَا أُنْزِلَ عَلَيْهِ آيَةٌ مِنْ رَبِّهِ ۗ قُلْ إِنَّ اللَّهَ يُضِلُّ مَنْ يَشَاءُ وَيَهْدِي إِلَيْهِ مَنْ أَنَابَ
আৰু যিসকলে কুফৰী কৰিছে সিহঁতে কয়, ‘এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰত কোনো নিদৰ্শন অৱতীৰ্ণ নহয় কিয়’? কোৱা, ‘আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যিসকল তেওঁৰ অভিমুখী তেওঁ তেওঁলোকক তেওঁৰ পথ দেখুৱায়’।
.
[13:27] And (Wa) those who (Ellaziina) disbelieve (Kafaru') say (Yaquulu), "Why (Law') has a sign (Aayatun)not (Laa) been revealed to him (Unzila Ålai'hi) from (Min) his LORD (Rabbi-hi)?" Say (Qul'): "Indeed, GOD (Innallaha) leaves astray (Yudillu) whomever (Man) HE wills (Yashaau) and (Wa) guides (Yah'dii) to Himself
(ilai'hi) whoever (Man') repents (Anaab)."
.
📍Verse/Note:
13:27 NOW THOSE who are bent on denying the truth [of the Prophet's message] say, "Why has no miraculous sign ever been bestowed upon him from on high by his Sustainer?"(*) Say: "Behold, God lets go astray him who wills [to go astray],(**) just as He guides unto Himself all who turn unto Him-(as).

Note*
See verse 13:7💥 of this surah. The repetition of this question at this place points to its connection with the reference to "those who break their bond with God after it has been established [in their nature]" in verse 13:25 above (and 2:27). The abandonment of their original, innate faculty to realize the existence of God and their own dependence on His guidance-caused by their utter immersion in the passing pleasures of this world's life - makes it impossible for "those who are bent on denying the truth" to sense the breath of the divine in the message propounded to them by Muhammad: and so they refuse to accept it as true unless it is supported by an outward "miracle". (See 6:109🔖)
(🔖Pl find verse/notes 6:109-link :

(💥Pl find verse/note 13:7-link :

Note**
Or: "God lets go astray whomever He wills". Regarding the rendering adopted , see surah 14:4.
(১৪:৪
وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا بِلِسَانِ قَوْمِهِ لِيُبَيِّنَ لَهُمْ ۖ فَيُضِلُّ اللَّهُ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আৰু আমি প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছো, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে, তাৰ পিছতো আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।)
.
📍Note:
Man has been endowed with free will and there is no compulsion or coercion in Religion, whether physical, emotional or intellectual. 2:256, 4:88, 12:108(sa).
(See the above verses/notes- link :
.
⬛১৩:২৮
الَّذِينَ آمَنُوا وَتَطْمَئِنُّ قُلُوبُهُمْ بِذِكْرِ اللَّهِ ۗ أَلَا بِذِكْرِ اللَّهِ تَطْمَئِنُّ الْقُلُوبُ
‘যিসকলে ঈমান আনিছে আল্লাহৰ স্মৰণত তেওঁলোকৰ মন প্ৰশান্ত হয়; জানি থোৱা! আল্লাহৰ স্মৰণতেই মনৰ শান্তি লাভ হয়’;
.
[13:28] Those who (Ellaziina) believe (Aamanu'), their hearts (Quluubu-hum) are reassured (Tat'ma’innu)by (in) (Bi) the remembrance of GOD (57:16*) (Zik'ri-llahi). Verily (Ala), by (in) (Bi) the remembrance of GOD (Zik'ri-llahi) the hearts (El'Quluub) are reassured (Tat'ma’innu).
(৫৭:১৬*
۞ أَلَمْ يَأْنِ لِلَّذِينَ آمَنُوا أَنْ تَخْشَعَ قُلُوبُهُمْ لِذِكْرِ اللَّهِ وَمَا نَزَلَ مِنَ الْحَقِّ وَلَا يَكُونُوا كَالَّذِينَ أُوتُوا الْكِتَابَ مِنْ قَبْلُ فَطَالَ عَلَيْهِمُ الْأَمَدُ فَقَسَتْ قُلُوبُهُمْ ۖ وَكَثِيرٌ مِنْهُمْ فَاسِقُونَ
যিসকলে ঈমান আনিছে তেওঁলোকৰ হৃদয় আল্লাহৰ স্মৰণত আৰু যি সত্য অৱতীৰ্ণ হৈছে তাৰ বাবে তেওঁলোকৰ অন্তৰ পমি যোৱাৰ সময় হোৱা নাইনে? আৰু তেওঁলোকে যাতে সিহঁতৰ দৰে নহয়, যিসকলক ইয়াৰ আগত কিতাব দিয়া হৈছিল-- তাৰ পিছত বহু কাল অতিবাহিত হোৱাৰ পিছত সিহঁতৰ অন্তৰসমূহ কঠোৰ হৈ পৰিছিল; আৰু সিহঁতৰ অধিকাংশই ফাছিক্ব।)
.
📍Verse/Note:
13:28 Those who attain faith through reason, their hearts find rest in the practical remembrance of God(ذِكْرِ اللَّهِ), that is, in following His commands. Remembering God(ذِكْرِ اللَّهِ) (by following His commands) ensures tranquility in the hearts(sa).
.
⬛১৩:২৯
الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ طُوبَىٰ لَهُمْ وَحُسْنُ مَآبٍ
‘যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰে, তেওঁলোকৰ বাবেই আছে পৰম আনন্দ আৰু সুন্দৰ প্ৰত্যাৱৰ্তনস্থল’।
.
[13:29] Those who (Ellaziina) believe (Aamanu') and (Wa) do (Åmilu') good deeds (Es'Soalihaati) will have (Lahum) blessedness (Tuubaa) and (Wa) a beautiful (Hus'nu) return (Ma'aab).
.
📍Verse/Note:
13:29 The abode of bliss is guaranteed to those who accept the message and fulfill the needs of others. [3:13](sa).
(৩:১৩
قَدْ كَانَ لَكُمْ آيَةٌ فِي فِئَتَيْنِ الْتَقَتَا ۖ فِئَةٌ تُقَاتِلُ فِي سَبِيلِ اللَّهِ وَأُخْرَىٰ كَافِرَةٌ يَرَوْنَهُمْ مِثْلَيْهِمْ رَأْيَ الْعَيْنِ ۚ وَاللَّهُ يُؤَيِّدُ بِنَصْرِهِ مَنْ يَشَاءُ ۗ إِنَّ فِي ذَٰلِكَ لَعِبْرَةً لِأُولِي الْأَبْصَارِ
নিশ্চয় তোমালোকৰ বাবে দুটা দলৰ পৰস্পৰ সন্মুখীন হোৱাৰ মাজত নিদৰ্শন আছে। এদলে যুদ্ধ কৰিছিল আল্লাহৰ পথত, আনটো আছিল কাফিৰ। সিহঁতে বাহ্যিক দৃষ্টিত তেওঁলোকক সিহঁতৰ দ্বিগুণ দেখিছিল। আল্লাহে যাক ইচ্ছা কৰে নিজ সাহায্যৰ দ্বাৰা শক্তিশালী কৰে। নিশ্চয় ইয়াত অন্তৰ্দৃষ্টিসম্পন্ন লোকসকলৰ বাবে শিক্ষা আছে।*
(*The believers in their motivation saw the manifold enemy just twice their own numbers, while the deniers saw the smaller opponents twice the size they actually were. God helps those who help themselves(sa).
.
⬛১৩:৩০(Our Prophet was sent to recite and call to Allah's Revelation).
كَذَٰلِكَ أَرْسَلْنَاكَ فِي أُمَّةٍ قَدْ خَلَتْ مِنْ قَبْلِهَا أُمَمٌ لِتَتْلُوَ عَلَيْهِمُ الَّذِي أَوْحَيْنَا إِلَيْكَ وَهُمْ يَكْفُرُونَ بِالرَّحْمَٰنِ ۚ قُلْ هُوَ رَبِّي لَا إِلَٰهَ إِلَّا هُوَ عَلَيْهِ تَوَكَّلْتُ وَإِلَيْهِ مَتَابِ
এইদৰে আমি তোমাক প্ৰেৰণ কৰিছো এনে এটা জাতিৰ প্ৰতি যিসকলৰ আগত বহু জাতি পাৰ হৈছে, যাতে আমি তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছো(*), সেয়া তুমি সিহঁতৰ ওচৰত তিলাৱত কৰা। তথাপিও সিহঁতে ৰহমানক অস্বীকাৰ কৰে। কোৱা, ‘তেৱেঁই মোৰ ৰব, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁৰ ওপৰতেই মই নিৰ্ভৰ কৰো আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।
(৫৫:১-২*
 الرَّحْمَٰنُ
আৰ-ৰাহমান, (দয়াময় আল্লাহ)
৫৫:২
عَلَّمَ الْقُرْآنَ
তেৱেঁই শিক্ষা দিছে কোৰআন,)
.
[13:30] Thus (Kazaalika) We have sent you (Mohammed) (Ar'sal'naa-ka) to (Fii) a nation (Ummatin)which nations (Umamun) had (Qad') passed (Khalat') before it (Min Qab'li-haa) that (Li) you (s) may recite to them (Tat'luwa'Ålai'himu) what (Ellazii) has been inspired (Aw'hai'naa) to you (6:19) (ilai'ka), but (Wa) they are disbelieving
(Yak'furuuna) in (Bi) the GRACIOUS (Er' Rah'maani). Say (Qul'): "HE (Huwa) is my LORD (Rabbii), there is no god (Laa ilaaha) except (illa) HIM (Huwa). I rely on HIM (Tawakkal'tu Ålai'hi) and (Wa) to HIM (ilai'hi) is my repentance (Mataab)."
.
📍ref:
১৬:৬৩
تَاللَّهِ لَقَدْ أَرْسَلْنَا إِلَىٰ أُمَمٍ مِنْ قَبْلِكَ فَزَيَّنَ لَهُمُ الشَّيْطَانُ أَعْمَالَهُمْ فَهُوَ وَلِيُّهُمُ الْيَوْمَ وَلَهُمْ عَذَابٌ أَلِيمٌ
আল্লাহৰ শপত! আমি তোমাৰ পূৰ্বেও বহু জাতিৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো; কিন্তু চয়তানে সেইবোৰ জাতিৰ কাৰ্যকলাপ সিহঁতৰ দৃষ্টিত শোভনীয় কৰি দিছিল, সেয়ে আজি সি সিহঁতৰ অভিভাৱক আৰু সিহঁতৰ বাবেই আছে যন্ত্ৰণাদায়ক শাস্তি।
.
৬:৩৪
وَلَقَدْ كُذِّبَتْ رُسُلٌ مِنْ قَبْلِكَ فَصَبَرُوا عَلَىٰ مَا كُذِّبُوا وَأُوذُوا حَتَّىٰ أَتَاهُمْ نَصْرُنَا ۚ وَلَا مُبَدِّلَ لِكَلِمَاتِ اللَّهِ ۚ وَلَقَدْ جَاءَكَ مِنْ نَبَإِ الْمُرْسَلِينَ
আৰু তোমাৰ পূৰ্বেও বহুতো ৰাছুলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰা আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল, অৱশেষত তেওঁলোকৰ ওচৰত আমাৰ সহায় আহিছে। আৰু আল্লাহৰ বাণীসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই। নিশ্চয় ৰাছুলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকেও আহিছে।
.
১৭:১১০
قُلِ ادْعُوا اللَّهَ أَوِ ادْعُوا الرَّحْمَٰنَ ۖ أَيًّا مَا تَدْعُوا فَلَهُ الْأَسْمَاءُ الْحُسْنَىٰ ۚ وَلَا تَجْهَرْ بِصَلَاتِكَ وَلَا تُخَافِتْ بِهَا وَابْتَغِ بَيْنَ ذَٰلِكَ سَبِيلًا
কোৱা, ‘তোমালোকে (নিজ প্ৰতিপালকক) ‘আল্লাহ’ নামেৰে মাতা বা ‘ৰহমান’ নামেৰেই মাতা, কাৰণ তোমালোকে যি নামেৰেই নামাতা কিয়, সকলো সুন্দৰ নাম তেওঁৰেই। আৰু তুমি চালাতত স্বৰ খুব উচ্চ নকৰিবা আকৌ বেছি নিম্নও নকৰিবা; বৰং এই দুটাৰ মধ্যপথ অৱলম্বন কৰিবা।
.
⬛১৩:৩১
وَلَوْ أَنَّ قُرْآنًا سُيِّرَتْ بِهِ الْجِبَالُ أَوْ قُطِّعَتْ بِهِ الْأَرْضُ أَوْ كُلِّمَ بِهِ الْمَوْتَىٰ ۗ بَلْ لِلَّهِ الْأَمْرُ جَمِيعًا ۗ أَفَلَمْ يَيْأَسِ الَّذِينَ آمَنُوا أَنْ لَوْ يَشَاءُ اللَّهُ لَهَدَى النَّاسَ جَمِيعًا ۗ وَلَا يَزَالُ الَّذِينَ كَفَرُوا تُصِيبُهُمْ بِمَا صَنَعُوا قَارِعَةٌ أَوْ تَحُلُّ قَرِيبًا مِنْ دَارِهِمْ حَتَّىٰ يَأْتِيَ وَعْدُ اللَّهِ ۚ إِنَّ اللَّهَ لَا يُخْلِفُ الْمِيعَادَ
আৰু যদি কোৰআন এনেকুৱা হ’লহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ’লহেঁতেন আৰু পৃথিৱীক টুকুৰা-টুকুৰ কৰা গ’লহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক’ব পৰা গ’লহেঁতেন, কিন্তু সকলো বিষয় আল্লাহৰেই ইখতিয়াৰভুক্ত। তেন্তে যিসকলে ঈমান আনিছে তেওঁলোকে নাজানে নেকি যে, আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব, অথবা বিপৰ্যয় সিহঁতৰ আবাসৰ ওচৰে পাজৰে আপতিত হৈয়ে থাকিব, আল্লাহৰ প্ৰতিশ্ৰুতি নহালৈকে। নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে।
.
[13:31] And (Wa) if only (Law' Anna) there was a reading (Qur'aanan) by which (Bihi) the mountains (El'Jibaalu) would be dispatched (Suyyirat') or (Aw') by which (Bihi) the earth (El'Ar'du) would be divided (set apart) (Quttiåt') or (Aw') by which (Bihi) the dead (El'Maw'ta) would speak (Kullima). In fact (Bal), to GOD belongs (Lillahi) the matter (El'Am'ru) altogether (Jamiiån). Have (A-) those who (Ellaziina) believed
(Aamanuu') then not (-falam') despaired (Ya'iasi) that (An); if (Law') GOD had willed (Yashaau-llahu) HE would have (La) guided (Hadaa) the people (En'Naasa) all together (Jamiiån)? As for (Wa) those who 
(Ellaziina) disbelieve (Kafaru') HE will not (Laa) cease (Yazaalu) striking them (Tusiibu-hum) with catastrophe (Qaariåtun) for what (Bimaa) they have done (Sonau'), or (Aw') it will occur (Tahullu) near (Qariiban) their home (Daari-him) until (Hattaa) the promise of GOD (Wa'du-llah) comes (Ya'tiya). Indeed, GOD (Innallaha) does not (Laa) break (Yukh'lifu) a promise (El'Mii'ååd).
.
📍Note:
Mankind will keep devising various political and socio-economic systems in search for the best. Those systems will keep collapsing and they will keep suffering far and close to their towns and homes. Then, ultimately, they will realize that the Qur’an offers the solutions to all the problems humanity faces at any given time. 5:3, 9:31, 10:100, 13:31
, 18:48, 41:53, 48:28, 51:20, 61:9. The Qur’an is intended to move hearts, not mountains.
 6:7, 6:25, 6:112, 15:14, 17:90(sa).
.
6/7, 6/25, 15/14-15, 17/90-93(pz).
.
⬛ Analytical🟥Quran🟦studies⬛Syedraf🟥
....ooo....

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud