🌗At-Tawbah[Part-178(09:41-49)]

Part-178(9:41-49)At-Tawbah
VIDEO #muktabulhussain
।।।
🟥মিনি সূচিঃPart-178(9:41-49)
9:41(Jihad is required in all Conditions-Note)
9:42(Why Hypocrites would not join in Jihad)
9:43(Moderately criticizing the Prophet for allowing the Hypocrites to stay behind-Note)
(Messengers with human failings-note)
9:44(Definition of bi'l-muttagin-the verse)
9:45[Hypocrites and polytheists(মুনাফিক আৰু মুশৰিক) claim that they believe in God -23:84-note]
9:46(Exposing Hypocrites)(ref-God; has sealed their hearts and their hearing, and over their eyes is a veil-note)
9:47[ref.6:28-সিহঁতক (দুনাই পৃথিৱীলৈ) পঠোৱা হ’লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল, পুনৰ সিহঁতে তাকেই কৰিলেহেঁতেন; আৰু নিশ্চয় সিহঁত মিছলীয়া-Note]
9:48(Allah encourages His Prophet against hypocrites)
9:49(The term "FITNAH" must necessarily vary in accordance with the context in which it is used-See note)
।।।
🔵৯:৪১(Jihad is required in all Conditions ).
انْفِرُوا خِفَافًا وَثِقَالًا وَجَاهِدُوا بِأَمْوَالِكُمْ وَأَنْفُسِكُمْ فِي سَبِيلِ اللَّهِ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ
অভিযানলৈ ওলাই যোৱা, পাতল অৱস্থাতেই হওঁক নাইবা গধুৰ অৱস্থাত আৰু জিহাদ কৰা আল্লাহৰ পথত তোমালোকৰ সম্পদ আৰু জীৱনৰ দ্বাৰা। এইটোৱে তোমালোকৰ বাবে উত্তম, যদি তোমালোকে জানিলাহেঁতেন!
.
[9:41] Hasten (Enfiru'); lightly (Hifaafan) and (Wa) heavily (Thiqaalan), and strive (Jaahidu') with (Bi) your wealth (Am'waali-kum') and your souls (Anfusi-kum') in (Fii) the way of GOD (Sabiili-llahi). That (Zaalikum') is better (Khai'run) for you (Lakum'), if (In) you should (Kuntum') know (Ta'lamuun).(*61:11).
(৬১:১১*
تُؤْمِنُونَ بِاللَّهِ وَرَسُولِهِ وَتُجَاهِدُونَ فِي سَبِيلِ اللَّهِ بِأَمْوَالِكُمْ وَأَنْفُسِكُمْ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ
সেয়া হৈছে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিবা আৰু তোমালোকে নিজৰ ধন-সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিবা। এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ, যদি তোমালোকে জানা।)
.
📍 References:
৯:১১১
۞ إِنَّ اللَّهَ اشْتَرَىٰ مِنَ الْمُؤْمِنِينَ أَنْفُسَهُمْ وَأَمْوَالَهُمْ بِأَنَّ لَهُمُ الْجَنَّةَ ۚ يُقَاتِلُونَ فِي سَبِيلِ اللَّهِ فَيَقْتُلُونَ وَيُقْتَلُونَ ۖ وَعْدًا عَلَيْهِ حَقًّا فِي التَّوْرَاةِ وَالْإِنْجِيلِ وَالْقُرْآنِ ۚ وَمَنْ أَوْفَىٰ بِعَهْدِهِ مِنَ اللَّهِ ۚ فَاسْتَبْشِرُوا بِبَيْعِكُمُ الَّذِي بَايَعْتُمْ بِهِ ۚ وَذَٰلِكَ هُوَ الْفَوْزُ الْعَظِيمُ
নিশ্চয় আল্লাহে মুমিনসকলৰ পৰা সিহঁতৰ জীৱন আৰু সম্পদ কিনি লৈছে (ইয়াৰ বিনিময়ত) যে, সিহঁতৰ বাবে আছে জান্নাত। সিহঁতে আল্লাহৰ পথত যুদ্ধ কৰে, অৱশেষত সিহঁতে (শত্ৰুক) মাৰে আৰু নিজেও মৰে। এতেকে তাওৰাত, ঈঞ্জীল আৰু কোৰআনত এই বিষয়ে সিহঁতৰ সত্য প্ৰতিশ্ৰুতি আছে; আৰু নিজ প্ৰতিজ্ঞা পালনত আল্লাহতকৈ শ্ৰেষ্ঠ আন কোন আছে? সেয়ে তোমালোকে আল্লাহৰ লগত যি বেচা-কিনা কৰিছা তাৰ বাবে আনন্দিত হোৱা; আৰু এইটোৱেই হৈছে মহাসফলতা।
.
২:২১৬🐧
كُتِبَ عَلَيْكُمُ الْقِتَالُ وَهُوَ كُرْهٌ لَكُمْ ۖ وَعَسَىٰ أَنْ تَكْرَهُوا شَيْئًا وَهُوَ خَيْرٌ لَكُمْ ۖ وَعَسَىٰ أَنْ تُحِبُّوا شَيْئًا وَهُوَ شَرٌّ لَكُمْ ۗ وَاللَّهُ يَعْلَمُ وَأَنْتُمْ لَا تَعْلَمُونَ
তোমালোকৰ ওপৰত যুদ্ধৰ(fighting) বিধান অনিবাৰ্য কৰা হৈছে যদিও এয়া তোমালোকৰ বাবে অপছন্দনীয়। কিন্তু তোমালোকে যিটো অপছন্দ কৰা, হয়তো সেয়া তোমালোকৰ বাবে কল্যাণকৰ আৰু যিটো তোমালোকে ভাল পোৱা হয়তো সেইটো তোমালোকৰ বাবে অকল্যাণকৰ; আৰু আল্লাহে জানে তোমালোকে নাজানা।
(🐧2:216 Fighting in self-defense:
Insofar as it relates to fighting, this verse must be read in conjunction with  2:190 and 22:39 : but it expresses, in addition, a general truth applicable to many situations.
২:১৯০
وَقَاتِلُوا فِي سَبِيلِ اللَّهِ الَّذِينَ يُقَاتِلُونَكُمْ وَلَا تَعْتَدُوا ۚ إِنَّ اللَّهَ لَا يُحِبُّ الْمُعْتَدِينَ
আৰু যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰে, তোমালোকেও আল্লাহৰ পথত সিহঁতৰ বিৰুদ্ধে যুদ্ধ কৰা; কিন্তু সীমালংঘন নকৰিবা। নিশ্চয় আল্লাহে সীমালংঘনকাৰী সকলক ভাল নাপায়।
+
২২:৩৯
أُذِنَ لِلَّذِينَ يُقَاتَلُونَ بِأَنَّهُمْ ظُلِمُوا ۚ وَإِنَّ اللَّهَ عَلَىٰ نَصْرِهِمْ لَقَدِيرٌ
যুদ্ধৰ অনুমতি দিয়া হ’ল তেওঁলোকক যিসকলে আক্ৰান্ত হৈছে, কাৰণ তেওঁলোকক নিৰ্যাতন কৰা হৈছে। নিশ্চয় আল্লাহে তেওঁলোকক সহায় কৰিবলৈ সম্যক সক্ষম;)
.
🔵৯:৪২(Why Hypocrites would not join in Jihad).
لَوْ كَانَ عَرَضًا قَرِيبًا وَسَفَرًا قَاصِدًا 👈لَاتَّبَعُوكَ وَلَٰكِنْ بَعُدَتْ عَلَيْهِمُ الشُّقَّةُ ۚ وَسَيَحْلِفُونَ بِاللَّهِ لَوِ اسْتَطَعْنَا لَخَرَجْنَا مَعَكُمْ يُهْلِكُونَ أَنْفُسَهُمْ وَاللَّهُ يَعْلَمُ إِنَّهُمْ لَكَاذِبُونَ
যদি সহজতে সম্পদ লাভৰ আশা থাকিলহেঁতেন আৰু ভ্ৰমণ সুগম হ’লহেঁতেন তেন্তে নিশ্চয় সিহঁতে তোমাৰ অনুসৰণ কৰিলেহেঁতেন; কিন্তু সিহঁতে যাত্ৰাপথ সুদীৰ্ঘ বুলি ভাৱিছিল, আৰু অনতিপলমে সিহঁতে আল্লাহৰ শপত লৈ ক’ব, ‘পাৰিলে আমি নিশ্চয় তোমালোকৰ লগত ওলাই গ’লোহেঁতেন’। সিহঁতে নিজেই নিজকে ধ্বংস কৰে, আৰু আল্লাহে জানে যে, নিশ্চয় সিহঁত মিছলীয়া।
(9:42-👉"Tabuk"(follow/went or walked behind/after etc.See link:
.
[9:42] Had there been (Law' Kaana) a nearby (Qariiban) exhibition (Åradoan) and (Wa) heading for (Qaasidan) a journey (Safaran), they would have (La) followed you (s) (Ettabauu-ka), but (Walaakin) the 
distance (Es'Shuqqatu) was remote (Baudat') for them (Ålai'himu). And (Wa) they will swear (Sa Yah'lifuuna)
by GOD (Billahi), "If (Lawi) we were able (Es'tato'naa), we would have (La) gone forth (Kharaj'naa) with you (Maåkum')," they are ruining (Yuh'likuuna) their souls (Anfusa-hum'), and (Wa) GOD (Ellahu) knows (Ya'lamu) that they (Innahum') are (La) liars (Kaazibuun).
.
🔵৯:৪৩
عَفَا اللَّهُ عَنْكَ لِمَ أَذِنْتَ لَهُمْ حَتَّىٰ يَتَبَيَّنَ لَكَ الَّذِينَ صَدَقُوا وَتَعْلَمَ الْكَاذِبِينَ
আল্লাহে তোমাক ক্ষমা কৰিছে। কোনসকল লোক সত্যবাদী সেইটো তোমাৰ ওচৰত স্পষ্ট নোহোৱালৈকে আৰু কোনসকল লোক মিছলীয়া সেয়া তুমি নজনালৈকে কিয় সিহঁতক অব্যাহতি প্ৰদান কৰিলা?
.
[9:43] GOD (Ellahu) has pardoned you (s)
(Åfaa Ån-ka); why (Lima) did you give them permission (Azinta La-hum') until (Hattaa) those who (Ellaziina) were truthful (Sodaqu') became clear (Yatabayyana) to you (s)
(Laka) and (Wa) you found out (Ta'lama) the liars (El'Kaazibiin)?
.
📍Note-1
God's messengers were human beings and had human failings. See verse* and **foot note 40:66.sig.
(৪০:৬৬
۞ قُلْ إِنِّي نُهِيتُ أَنْ أَعْبُدَ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ لَمَّا جَاءَنِيَ الْبَيِّنَاتُ مِنْ رَبِّي وَأُمِرْتُ أَنْ أُسْلِمَ لِرَبِّ الْعَالَمِينَ
কোৱা, ‘তোমালোকে আল্লাহৰ বাহিৰে যিবোৰক প্ৰাৰ্থনা কৰা, সেইবোৰৰ ইবাদত কৰিবলৈ মোক নিষেধ কৰা হৈছে, কাৰণ মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰত সুস্পষ্ট প্ৰমাণাদি আহিছে। মই সৃষ্টিজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ আদেশপ্ৰাপ্ত হৈছো।
Foot note-sig:
The messenger undoubtedly followed tradition common in his society and was therefore stopped from worshipping idols when he received the revealed guidance from God. There were other occasions when the messenger erred and was corrected by God, and also other messengers had doubts, faltered or disobeyed God. Except in the case of receiving and conveying God's revelation and guidance protected by God, messengers in their daily human capacity were capable 
of making mistakes or being wrong. How then can other human beings such as imams, saints and others be seen as infallible? Messengers with human failings: see verses Muhammad 9:43; 17:73; 
33:37; 48:2; 66:1-4; 69:44-52; 80:1; 93:1-11; 94:1-8. Abraham 2:260; 6:75-78; 60:4. Adam 20:115-121. Jonah 21:87; 37:139-148; 68:48. Moses 7:143. Solomon 38:32-36. Messengers 27:10-11)
.
🔵৯:৪৪
لَا يَسْتَأْذِنُكَ الَّذِينَ يُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ أَنْ يُجَاهِدُوا بِأَمْوَالِهِمْ وَأَنْفُسِهِمْ ۗ وَاللَّهُ عَلِيمٌ 👈بِالْمُتَّقِينَ
যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ কৰে তেওঁলোকে নিজ সম্পদ আৰু জীৱনৰ দ্বাৰা জিহাদ কৰাৰ পৰা অব্যাহতি পাবলৈ তোমাৰ ওচৰত অনুমতি নিবিচাৰে; আৰু আল্লাহ মুত্তাক্বীসকলৰ বিষয়ে সবিশেষ অৱগত।
( 👉"has full knowledge of the God-conscious (bi'l-muttagin)".
.
[9:44] Those who (Ellaziina) believe (Yu'minuuna) in GOD (Billahi) and (Wa) the Last Day (El'Yaw'mil' Aakhiri) would not (Laa) request for your authorization (s) (Yas'ta'zinuka) to (An) strive (Yujaahidu') with (Bi) their wealth (Am'waali-him') and their souls (Anfusi-him'). And (Wa) GOD (Ellahu) is aware of (Åliimu Bi) those who are pious (El'Muttaqiin). 
.
🔵৯:৪৫
إِنَّمَا يَسْتَأْذِنُكَ الَّذِينَ لَا يُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ وَارْتَابَتْ قُلُوبُهُمْ فَهُمْ فِي رَيْبِهِمْ يَتَرَدَّدُونَ
তোমাৰ ওচৰত অব্যাহতি বিচাৰে কেৱল সেইসকল লোকে যিসকলে আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণ নকৰে। কাৰণ সিহঁতৰ অন্তৰসমূহ সংশয়গ্ৰস্ত হৈ গৈছে, এতেকে সিহঁতে নিজ সংশয়ত দ্বিধাগ্ৰস্ত।
.
[9:45] Only (Innamaa) those who (Ellaziina) do not (Laa) believe (Yu'minuuna) in GOD (Billahi) and the Last Day (Wal' Yaw'mil' Aakhiri) and whose hearts (Quluubu-hum') have doubted (Er'taabat') would request for 
your authorization (s) (Yas'ta'zinuka), for (Fa) they (Hum') are hesitating (Yataraddaduun) in (Fii) their doubt 
(Rai'bi-him'). 
.
📍Verse/Note:
9:45 Those who ask leave are the ones who do not acknowledge God and the Last day, and their hearts are in doubt. In their doubts they are wavering.

Note:
Hypocrites and polytheists claim that they believe in God (23:84-90). Indeed, with their faith in the intercession of prophets and saints, they profess faith in the hereafter (10:18). Nevertheless, they have doubts in their compromised faith, which is the result of joining the bandwagon or wishful thinking (9:45; 11:110; 14:9; 34:21; 41:45; 44:9). We are told that a conviction/acknowledgement based on knowledge is not contaminated with doubts (49:15). Ironically, many polytheists are in denial of their polytheism (6:23)(edip).
.
🔵৯:৪৬
۞ وَلَوْ أَرَادُوا الْخُرُوجَ لَأَعَدُّوا لَهُ عُدَّةً وَلَٰكِنْ كَرِهَ اللَّهُ انْبِعَاثَهُمْ فَثَبَّطَهُمْ وَقِيلَ اقْعُدُوا مَعَ الْقَاعِدِينَ
আৰু যদি সিহঁতে ওলাবলৈ ইচ্ছা কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে তাৰ বাবে প্ৰস্তুতিৰ ব্যৱস্থা কৰিলেহেঁতেন, কিন্তু সিহঁতৰ অভিযাত্ৰাক আল্লাহে অপছন্দ কৰিলে। সেয়ে তেওঁ সিহঁতক অলসতাৰ মাধ্যমত বিৰত ৰাখিলে আৰু সিহঁতক কোৱা হ’ল, ‘বহি থকা লোকসকলৰ লগত তোমালোকেও বহি থকা’।
.
[9:46] And (Wa) if (Law') they had intended (Araadu') to go forth (El'Khuruuja), they would have (La)prepared (Aåddu) for it (Lahu) by preparation (Uddatan), but (Walaakin) GOD disliked (Kariha-llahu) their 
send off (Enbi'ååtha-hum'), so (Fa) HE discouraged them (Thabbata-hum') and (Wa) they were told (Qilla), 
"Remain (Eq'udu') with (Maå) those sitting back (El'Qaaediin)." 
.
📍Verse/Note-see link:
.
🔵৯:৪৭
لَوْ خَرَجُوا فِيكُمْ مَا زَادُوكُمْ إِلَّا خَبَالًا وَلَأَوْضَعُوا خِلَالَكُمْ يَبْغُونَكُمُ الْفِتْنَةَ وَفِيكُمْ سَمَّاعُونَ لَهُمْ ۗ وَاللَّهُ عَلِيمٌ بِالظَّالِمِينَ
যদি সিহঁতে তোমালোকৰ লগত ওলালহেঁতেন, তেন্তে তোমালোকৰ অশান্তি অসুবিধাহে বৃদ্ধি কৰিলেহেঁতেন আৰু তোমালোকৰ মাজত ফিতনা সৃষ্টি কৰিবলৈ যথাসাধ্য চেষ্টা কৰিলেহেঁতেন, আৰু তোমালোকৰ মাজতে সিহঁতৰ বাবে কথা শুনাৰ মানুহো আছে। আল্লাহ যালিমসকলৰ বিষয়ে সবিশেষ অৱগত।
.
[9:47] If (Law') they had gone forth (Kharaju') with you (the believers) (Fiikum), they would have only (Maa illa)increased you (-Zaaduu-kum') in confusion (Khabaalan), and (Wa) they would have (La) devised (Aw'dau')through you (Khilaalakum), seeking for you (Yab'guunakumu) discord (El'Fit'nata), and (Wa) among you 
(Fiikum') are listeners (Sammaa'uuna) to them (Lahum'). And (Wa) GOD (Ellahu) is aware of (Åliimu Bi) the transgressors (Ez'Zoalimiin).
.
📍Verse references: see link:
.
🔵৯:৪৮(Allah encourages His Prophet against hypocrites).
لَقَدِ ابْتَغَوُا الْفِتْنَةَ مِنْ قَبْلُ وَقَلَّبُوا لَكَ الْأُمُورَ حَتَّىٰ جَاءَ الْحَقُّ وَظَهَرَ أَمْرُ اللَّهِ وَهُمْ كَارِهُونَ
নিশ্চয় সিহঁতে ইয়াৰ আগতেও ফিতনা সৃষ্টি কৰিব বিচাৰিছিল আৰু সিহঁতে তোমাৰ বহু কামত ওলট-পালট কৰিছিল, অৱশেষত সত্যৰ আগমন ঘটিল আৰু আল্লাহৰ আদেশ জয়যুক্ত হ’ল, যদিও সিহঁতে অপছন্দ কৰিছিল।
.
[9:48] They had certainly (Laqadi) sought (Eb'tagawu') discord (El'Fit'nata) before (Min Qab'lu) and (Wa) had turned matters (El'Umuura) upside down (-Qallabu') for you (s) (Laka) until (Hattaa) the truth (El'Haqqu)
came (Jaa'a) and the command of GOD (Am'ru-llahi) appeared (Zohara), while (Wa) they (Hum') were averse (Kaarihuun).
.
🔵৯:৪৯(কাপুৰুষতা)।
وَمِنْهُمْ مَنْ يَقُولُ ائْذَنْ لِي وَلَا تَفْتِنِّي ۚ أَلَا فِي الْفِتْنَةِ سَقَطُوا ۗ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌ بِالْكَافِرِينَ
আৰু সিহঁতৰ মাজত এনেকুৱা লোক আছে যিয়ে কয়, ‘মোক অব্যাহতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব’। সাৱধান! সিহঁত ফিতনাতেই পতিত হৈ আছে; আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰিয়ে আছে।
.
[9:49] And (Wa) among them (Min'hum') is one who (Man) says (Yaquulu), "Permit me (E'zanllii) but (Wa)do not (Laa) put me to trial (Taf'tinnii)." Verily (Ala), they have fallen (Saqatu') into (Fii) a trial (El'Fit'nati). 
For (Wa) indeed (Inna), Hell (Jahannama) will (La) encompass (Muhiitotu Bi) the disbelievers (El'Kaafiriin). 
.
📍Verse/Note of Asad:
9:49 And among them there was [many a one] who said,"* Grant me permission [to remain at home], and do not put me to too hard a test!" Oh, verily, [by making such a request] they had [already failed in their test and] succumbed to a temptation to evil:** and, behold, hell will indeed encompass all who refuse to acknowledge the truth!

Note*
I.e., at the time when the Prophet was making preparations for the campaign.

Note**
See verses 44 and 45 above. It is to be noted that both the verbal form la taftinni (rendered by me as "do not put me to too hard a test") and the noun fitnah have the same root, comprising a great complex of meanings: e.g., test, trial, affliction. temptation to evil, seduction, persecution, oppression, discord, civil strife, etc. (cf. surah🏇 8:25). Since it is impossible in any language but Arabic to reproduce all these many shades of meaning in a single expression, the rendering of the term fitnah must necessarily vary in accordance with the context in which it is used.

(🏇8:25 And beware of that temptation to evil which does not befall only those among you who are bent on denying the truth, to the exclusion of others;* and know that God is severe in retribution.

Note*
The term fitnah - here rendered as "temptation to evil" - comprises a wide range of concepts, e.g., "seduction" or "trial" or "test" or "an affliction whereby one is tried"; hence also "confusion" (as in 3:7 and 6:23), "discord" or "dissension" (because it constitutes a "trial" of human groupments), as well as "persecution" and "oppression" (because it is an affliction which may cause man to go astray and to lose his faith in spiritual values -a meaning in which the word fitnah is used in 2:191 and 193); and, finally, "sedition" and "civil war" (because it leads whole communities astray). Since the expression "temptation to evil" is applicable to all these meanings, it appears to be the most suitable in the above context: the idea being that it is not merely the deliberate deniers of spiritual truths who are exposed to such a temptation, but that also people who are otherwise righteous may fall prey to it unless they remain always, and consciously, on their guard against anything that might lead them astray from the right course.)
.
💫 Quran💫 Analysis💫 Syedraf💫

Popular posts from this blog

☪️PART-233(13:32-37)Ar-Ra'ad

⚫ Al-An'am[Part-133(06:111-117)]

🟤Al-Anfãl[Part-165(08:14-22)]