⚫ Al-An'am[Part-139(06:154-159)]

Part-139(6:154-159)
#muktabulhussain
.
🥎মিনি সূচিঃPart-139(6:154-159)
6:154(আগৰ কিতাপৰ ফটোকপি কোৰআনত আৰবীত লিপিবদ্ধ হৈছে)(কোৰআনৰ ক'তো মুছাক "তৌৰাত" দিয়া বুলি উল্লেখ নাই।)-note
6:155(কেৱল কোৰআন অনুসৰণ কৰা আৰু আল্লাহৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা।)
6:156-157(কোনো জাতিয়েই ক'ব নোৱাৰেযে "যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোহেঁতেন’।"কাৰণ সকলোকে ৰছুল আৰু কিতাপ দিয়া হৈছে।-note)
6:158(সেইদিনা যিয়ে পূৰ্বে ঈমান অনা নাছিল তাৰ ঈমান কোনো কামত নাহিব,)
6:159(যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত ৰছুলৰ কোনো সম্পৰ্ক নাই;-See note)
.
🥎৬:১৫৪
ثُمَّ آتَيْنَا مُوسَى الْكِتَابَ تَمَامًا عَلَى الَّذِي أَحْسَنَ وَتَفْصِيلًا لِكُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً لَعَلَّهُمْ بِلِقَاءِ رَبِّهِمْ يُؤْمِنُونَ
এতেকে(ইতিমধ্যে-muk) আমি মূছাক প্ৰদান কৰিছিলো কিতাব✔️, যিয়ে সৎকৰ্ম কৰিছে তাৰ বাবে পৰিপূৰ্ণতাস্বৰূপ, প্ৰতিটো বস্তুৰ বিশদ বিৱৰণ, হিদায়ত আৰু ৰহমতস্বৰূপ—যাতে সিহঁতে সিহঁতৰ প্ৰতিপালকৰ সাক্ষাত সম্বন্ধে ঈমান ৰাখে।
(Note: আগৰ কিতাপৰ ফটোকপি কোৰআনত আৰবীত লিপিবদ্ধ হৈছে (৪৬:১২)-চাওঁক: লিংক:
.
[6:154] For (Thumma) We gave (Aatai'naa) Moses (Muusa) the Book (El'Kitaaba), complete (Tamaaman)
upon (Ålaa) the one who (Ellazii) did well (Ah'sana) and (Wa) as an elaboration (Taf'siilan) for (Li) all (Kulli)
things (Shai'in) and (Wa) as guidance (Hudan) and mercy (Rah'matan) perhaps they (Laållahum) would 
believe (Yu'minuun) in (Bi) the meeting (Liqaai) of their LORD (Rabbi-him').
.
📍6:154-Verse references:
৪৬:১২
وَمِنْ قَبْلِهِ كِتَابُ مُوسَىٰ إِمَامًا وَرَحْمَةً ۚ وَهَٰذَا كِتَابٌ مُصَدِّقٌ لِسَانًا عَرَبِيًّا لِيُنْذِرَ الَّذِينَ ظَلَمُوا وَبُشْرَىٰ لِلْمُحْسِنِينَ
ইয়াৰ পূৰ্বে আছিল মুছাৰ কিতাব পথ প্ৰদৰ্শক আৰু ৰহমতস্বৰূপ, আৰু এই কিতাব (সেইখনৰে) *সমৰ্থক, আৰবী ভাষাত, যাতে ই যালিমসকলক সতৰ্ক কৰে, লগতে ই মুহছিনসকলৰ বাবে সুসংবাদ।

(*যেন মুছাক দিয়া কিতাপৰ ফটোকপি আৰবিত-rf)
👉Read more verse references: link:
.
✔️"মূছাক প্ৰদান কৰিছিলো(আল্লাহে) কিতাপ"।
ইয়াত কিতাপ প্ৰদান কৰাৰ কথা কৈছে, কোৰআনৰ ক'তো মুছাক "তৌৰাত" দিয়া বুলি উল্লেখ নাই। চাওঁক:
5:44 We have sent down the Torah, in it is guidance and a light; the prophets who have peacefully surrendered judged with it for those who are Jews, as well as the Rabbis, and the Priests, for what they were entrusted of God's book, and they were witness over it. So do not revere the people but revere Me; and do not purchase with My signs a cheap price. Whoever does not judge with what God has sent down, then these are the ingrates.
Note:
The Torah is known as the name of the book given to Moses. However, this common knowledge might be wrong. The Quran nowhere mentions that the Torah was given to Moses. The word Torah occurs 18 times in the Quran and it refers to the collection of books given to Jewish prophets excluding the Injeel delivered by Jesus. Though the name of the book(s) given to Moses is not mentioned, it is described with various adjectives such as Furqan (the distinguisher),  Emam (the leader), Rahma (mercy), Noor (light) and Huda (guidance).
There is ample scholarly work indicating that current books of the Old Testament were extensively tampered with and written by Ezra and other rabbis. See 2:59; 2:79; 9:30. Also, see the Old Testament, Jeremiah 8:8 (edip).
.
🥎৬:১৫৫
وَهَٰذَا كِتَابٌ أَنْزَلْنَاهُ مُبَارَكٌ فَاتَّبِعُوهُ وَاتَّقُوا لَعَلَّكُمْ تُرْحَمُونَ
আৰু এই কিতাব, যিখন আমি অৱতীৰ্ণ কৰিছো – বৰকতময়। সেয়ে তোমালোকে ইয়াৰ অনুসৰণ ✔️কৰা আৰু তাক্বৱা অৱলম্বন কৰা, যাতে তোমালোক ৰহমতপ্ৰাপ্ত হোৱা।
.
[6:155] And (Wa) this (Haaza) is a blessed (Mubaarakun) book (Kitaabun) which We have revealed (An'zal'naa-hu), so (Fa) follow it (✔️7:3) (Ettabiuu-hu) and (Wa) become pious (Ettaqu') so that you (Laållakum’)
may attain mercy (Tur'hamuun).
(৭:৩✔️
اتَّبِعُوا مَا أُنْزِلَ إِلَيْكُمْ مِنْ رَبِّكُمْ وَلَا تَتَّبِعُوا مِنْ دُونِهِ أَوْلِيَاءَ ۗ قَلِيلًا مَا تَذَكَّرُونَ
তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত যি অৱতীৰ্ণ কৰা হৈছে, তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা।
.
🥎৬:১৫৬
أَنْ تَقُولُوا إِنَّمَا أُنْزِلَ الْكِتَابُ عَلَىٰ طَائِفَتَيْنِ مِنْ قَبْلِنَا وَإِنْ كُنَّا عَنْ دِرَاسَتِهِمْ لَغَافِلِينَ
যাতে তোমালোকে এইটো নোকোৱা যে, ‘কিতাব কেৱল আমাৰ পূৰ্বে দুটা সম্প্ৰদায়ৰ প্ৰতিহে অৱতীৰ্ণ হৈছিল; আৰু আমি সিহঁতৰ অধ্যয়ন সম্পৰ্কে গাফিল আছিলো’,
.
[6:156] Lest (An) you say (Taquuluu'), "The Book (El'Kitaabu) was only (Innamaa) revealed to (Unzila Ålaa)
two factions (Toa'ifatai'ni) before us (Min Qab'li-naa), and (Wa) indeed (In), we were (Kunnaa La) unaware 
(Gaafiliin) of (Ån) their studies (Diraasati-him').
.
📍Verse ref:
২৮:৪৭
وَلَوْلَا أَنْ تُصِيبَهُمْ مُصِيبَةٌ بِمَا قَدَّمَتْ أَيْدِيهِمْ فَيَقُولُوا رَبَّنَا لَوْلَا أَرْسَلْتَ إِلَيْنَا رَسُولًا فَنَتَّبِعَ آيَاتِكَ وَنَكُونَ مِنَ الْمُؤْمِنِينَ
আৰু ৰাছুল প্ৰেৰণ নকৰিলে, সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ওপৰত কোনো বিপদ আহিলে সিহঁতে ক’লেহেঁতেন, ‘হে আমাৰ ৰব! তুমি আমাৰ ওচৰলৈ কিয় ৰাছুল প্ৰেৰণ কৰা নাছিলা, তেতিয়াহে আমি তোমাৰ নিদৰ্শন মানি চলিলোহেঁতেন আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ’লোহেঁতেন’।
.
📍Verse/Note:
6:156 (Now the Qur’an has been given to you) lest you say, “The scripture was sent down to two groups (Jews and Christians) before our time, and we remained unaware of what they originally read.” [2:79, 2:101, 3:78, 5:48](sa).
(verse in Assamese.link:
.
🥎৬:১৫৭
أَوْ تَقُولُوا لَوْ أَنَّا أُنْزِلَ عَلَيْنَا الْكِتَابُ لَكُنَّا أَهْدَىٰ مِنْهُمْ ۚ فَقَدْ جَاءَكُمْ بَيِّنَةٌ مِنْ رَبِّكُمْ وَهُدًى وَرَحْمَةٌ ۚ فَمَنْ أَظْلَمُ مِمَّنْ كَذَّبَ بِآيَاتِ اللَّهِ وَصَدَفَ عَنْهَا ۗ سَنَجْزِي الَّذِينَ يَصْدِفُونَ عَنْ آيَاتِنَا سُوءَ الْعَذَابِ بِمَا كَانُوا يَصْدِفُونَ
অথবা তোমালোকে যেন এইটো ক’ব নোৱাৰা যে, ‘যদি আমাৰ প্ৰতি কিতাব অৱতীৰ্ণ হ’লহেঁতেন, তেন্তে আমি সিহঁততকৈ বেছি হিদায়তপ্ৰাপ্ত হ’লোহেঁতেন’। এতেকে নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ, হিদায়ত আৰু ৰহমত আহিছে। ইয়াৰ পিছতো যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব আৰু তাৰ পৰা মুখ ঘূৰাই লব, তাতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? যিসকলে আমাৰ আয়াতসমূহৰ পৰা মুখ ঘূৰাই লয়, সত্য বিমুখতাৰ বাবে অতি শীঘ্ৰে আমি সিহঁতক নিকৃষ্ট শাস্তি প্ৰদান কৰিম।
.
[6:157] Or (Aw') you say (Taquulu'), "If only (Law' Annaa) the Book (El'Kitaabu) was revealed (Unzila) to us 
(Ålai'naa), we would (La) have been (Kunnaa) better guided (Ah'daa) than them (Min'hum'). Therefore (Fa) a 
proof (Bayyinatun) has (Qad') come to you (p) (Jaa'a-kum) from (Min) your LORD (Rabbi-kum) and (Wa) as 
guidance (Hudan) and mercy (Rah'matun). So who (Faman') is more unjust (Az'lamu) than one who 
(Mimman) denies (Kazzaba Bi) the verses of GOD (Aayaati-llahi) and turns away (Sodafa) from them 
(Ån'haa)? We will requite (Sa Naj'zii) those who (Ellaziina) turn away (Yas'difuuna) from (Ån') Our verses 
(Aayaati-naa) with an evil (Suua) punishment (El'Åzaabi) for what (Bimaa) they have been (Kaanu')
shunning (Yas'difuun).
.
📍Verse ref:
৩৫:৪২
وَأَقْسَمُوا بِاللَّهِ جَهْدَ أَيْمَانِهِمْ لَئِنْ جَاءَهُمْ نَذِيرٌ لَيَكُونُنَّ أَهْدَىٰ مِنْ إِحْدَى الْأُمَمِ ۖ فَلَمَّا جَاءَهُمْ نَذِيرٌ مَا زَادَهُمْ إِلَّا نُفُورًا
আৰু সিহঁতে দৃঢ়তাৰ সৈতে আল্লাহৰ শপত খাই কৈছিল যে, সিহঁতৰ ওচৰলৈ যদি কোনো সতৰ্কাৰী আহে তেন্তে সিহঁতে আন সম্প্ৰদায়বিলাকৰ তুলনাত অধিক আনুগত্যৰে সৎপথ অনুসৰণ কৰিব; কিন্তু যেতিয়া সিহঁতৰ ওচৰত সতৰ্ককাৰী আহিল, তেতিয়া সেয়াই কেৱল সিহঁতৰ বিমুখতা আৰু দূৰত্বহে বৃদ্ধি কৰিলে,
.
🥎৬:১৫৮
هَلْ يَنْظُرُونَ إِلَّا أَنْ تَأْتِيَهُمُ الْمَلَائِكَةُ أَوْ يَأْتِيَ رَبُّكَ أَوْ يَأْتِيَ بَعْضُ آيَاتِ رَبِّكَ ۗ يَوْمَ يَأْتِي بَعْضُ آيَاتِ رَبِّكَ لَا يَنْفَعُ نَفْسًا إِيمَانُهَا لَمْ تَكُنْ آمَنَتْ مِنْ قَبْلُ أَوْ كَسَبَتْ فِي إِيمَانِهَا خَيْرًا ۗ قُلِ انْتَظِرُوا إِنَّا مُنْتَظِرُونَ
সিহঁতে কেৱল এইটোৰ প্ৰতীক্ষাত আছে নেকি যে, সিহঁতৰ ওচৰত ফিৰিস্তা আহিব, অথবা তোমাৰ ৰব আহিব, নাইবা তোমাৰ ৰব’ৰ কোনো নিদৰ্শন আহিব? (জানি থোৱা) যিদিনা তোমাৰ ৰব’ৰ কোনো নিদৰ্শন আহিব সেইদিনা যিয়ে পূৰ্বে ঈমান অনা নাছিল তাৰ ঈমান কোনো কামত নাহিব, অথবা যি ব্যক্তিয়ে ঈমানৰ মাধ্যমত কল্যাণ লাভ কৰা নাই (তাৰ ঈমানো কোনো কামত নাহিব)। কোৱা, ‘তোমালোকে প্ৰতীক্ষা কৰা, আমিও প্ৰতীক্ষাত থাকিলো’।
.
[6:158] Are (Hal') they waiting (Yanzuruuna) until (illaa An) the Angels (El'Malaa'ikatu) come to them 
(Ta'tiya-humu) or (Aw) your LORD (Rabbuka) comes (Ya'tiya) or some (Ba'du) signs (Aayaati) of your LORD 
(Rabbi-ka) come (Ya'tiya)? The day (Yaw'ma) some (Ba'du) signs (Aayaati) of your LORD (Rabbi-ka) come
(Ya'tii), a soul (Naf'san) will not (Laa) benefit (Yanfau)
from its faith (iimaanu-ha), because it had (Takun') not(Lam') believed (Aamanat') before (Min Qab'lu) or (Aw') earned (Kasabat')
any good (Khai'ran) through (Fii) its 
faith (iimaani-haa). Say (Quli): "Keep waiting (Entaziruu'); indeed, we (Innaa) are waiting (Muntaziruun)."
.
📍Verse references:
৪৭:১৮
فَهَلْ يَنْظُرُونَ إِلَّا السَّاعَةَ أَنْ تَأْتِيَهُمْ بَغْتَةً ۖ فَقَدْ جَاءَ أَشْرَاطُهَا ۚ فَأَنَّىٰ لَهُمْ إِذَا جَاءَتْهُمْ ذِكْرَاهُمْ
এতেকে সিহঁতে কেৱল এই অপেক্ষাত আছে নেকি যে, কিয়ামত সিহঁতৰ ওচৰত আকস্মিকভাৱে আহি পৰক? অৱশ্যে কিয়ামতৰ লক্ষণসমূহ আহি পৰিছেই! সেয়ে কিয়ামত আহি পৰিলে সিহঁতে উপদেশ গ্ৰহণ কৰিব কেনেকৈ!
.
৪০:৮৪-৮৫
فَلَمَّا رَأَوْا بَأْسَنَا قَالُوا آمَنَّا بِاللَّهِ وَحْدَهُ وَكَفَرْنَا بِمَا كُنَّا بِهِ مُشْرِكِينَ
তাৰ পিছত সিহঁতে যেতিয়া আমাৰ শাস্তি দেখা পালে তেতিয়া ক’লে, ‘আমি একমাত্ৰ আল্লাহৰ ওপৰত ঈমান আনিলো আৰু আমি তেওঁৰ লগত যিবোৰক অংশী কৰিছিলো সেইবোৰক প্ৰত্যাখ্যান কৰিলো’।
৪০:৮৫
فَلَمْ يَكُ يَنْفَعُهُمْ إِيمَانُهُمْ لَمَّا رَأَوْا بَأْسَنَا ۖ سُنَّتَ اللَّهِ الَّتِي قَدْ خَلَتْ فِي عِبَادِهِ ۖ وَخَسِرَ هُنَالِكَ الْكَافِرُونَ
কিন্তু আমাৰ শাস্তি দেখা পোৱাৰ পিছত সিহঁতে লৈ অহা ঈমান সিহঁতৰ কোনো উপকাৰত নাহিল। আল্লাহৰ এই বিধান পূৰ্বৰে পৰা তেওঁৰ বান্দাসকলৰ মাজত চলি আহিছে আৰু তেতিয়াই কাফিৰসকল ক্ষতিগ্ৰস্ত হৈছে।
.
📍Verse/Note:
6:158 Are they waiting for angels, your Lord, or some physical miracles to come to them from your Lord? On the Day one of such signs comes, no person will benefit from declaring belief if he did not believe before. Or who, while believing, did not do good works. (Belief has to be based on Reason and it must lead you to a productive life 12:108, 13:17.) Say, "Keep on waiting (for miracles or the doom), we too are waiting (for the results of our efforts.”)
(১২:১০৮
قُلْ هَٰذِهِ سَبِيلِي أَدْعُو إِلَى اللَّهِ ۚ عَلَىٰ بَصِيرَةٍ أَنَا وَمَنِ اتَّبَعَنِي ۖ وَسُبْحَانَ اللَّهِ وَمَا أَنَا مِنَ الْمُشْرِكِينَ
কোৱা, ‘এইটোৱেই মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰো। আল্লাহ অতি পৱিত্ৰ মহান আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’।
.
১৩:১৭
أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَسَالَتْ أَوْدِيَةٌ بِقَدَرِهَا فَاحْتَمَلَ السَّيْلُ زَبَدًا رَابِيًا ۚ وَمِمَّا يُوقِدُونَ عَلَيْهِ فِي النَّارِ ابْتِغَاءَ حِلْيَةٍ أَوْ مَتَاعٍ زَبَدٌ مِثْلُهُ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْحَقَّ وَالْبَاطِلَ ۚ فَأَمَّا الزَّبَدُ فَيَذْهَبُ جُفَاءً ۖ وَأَمَّا مَا يَنْفَعُ النَّاسَ فَيَمْكُثُ فِي الْأَرْضِ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْأَمْثَالَ
তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনা বহন কৰে। এইদৰেই আৱৰ্জনা ওপৰিভাগত আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতু জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিবোৰ মানুহৰ উপকাৰত আহে সেইবোৰে মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।).
.
🥎৬:১৫৯(Religious Sects Condemned).
إِنَّ الَّذِينَ فَرَّقُوا دِينَهُمْ وَكَانُوا شِيَعًا لَسْتَ مِنْهُمْ فِي شَيْءٍ ۚ إِنَّمَا أَمْرُهُمْ إِلَى اللَّهِ ثُمَّ يُنَبِّئُهُمْ بِمَا كَانُوا يَفْعَلُونَ
নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত, তাৰ পিছত তেৱেঁই সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে অৱগত কৰাব।
.
[6:159] Indeed (Inna), those who (Ellaziina) have differentiated (Farraqu') their religion (Diina-hum') and 
(Wa) became (Kaanu') sects (Shiya'ån), you (s) are not (Las'ta) with them (Min'hum') in (Fii) anything (Shai'in). 
Their affair (Am'ru-hum') only (Innamaa) belongs to GOD (ilaallahi), then (Thumma) HE will inform them 
(Yunabbiu-hum) of what (Bimaa) they have been (Kaanu') doing (Yaf'åluun). 
(30:31-32)
.
📍Verse/Note:
6:159 Those who have divided their system and become sects, you have nothing to do with them. Their matter will be with God, then, He will inform them of what they had done.
Note:
The followers of hearsay, and the sharia concocted by clerics, divided themselves into many hostile sects, factions and orders. See 3:105✔️; 23:52✔️✔️(edip).
(✔️Pl find herewith the Notes/Verse of 3:105:link click:
(✔️✔️23:52 "This is your nation, one nation, and I am your Lord so be aware."
Note:
The Quran strictly condemns sectarian division and tells us that power struggle and idol-worship as the source of sectarian division. See 6:153; 30:32; 98:4; 21:92; 
23:52; 2:285(edip).
.
🥎Quran🥎analysis🥎syedraf🥎

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud