1️⃣6️⃣Part-257(A,B)(16:103-128)Al-Nahl

Part-257(A)(16:103-105-112)Al-Nahl
🟪 https://youtu.be/TBzcSUqbvNk(105-128)
(Word by word meaning: Go bottom).
।।।।
🏕️মিনি সূচিঃ
16:103(The Quran Is Not Copied From The Bible)
16:105✔️(ref: The Quran contains clear instructions to all Muslims to follow the Quran alone and reject all hadith-See imp link).
16:106✔️(Lip Service Does Not Count)
16:107(পাৰ্থিৱ জীৱনক দিয়া অতি প্ৰাধান্যই আল্লাহৰ পৰা আতঁৰাই নিয়ে)
16:108✔️(Eg: Point of no return of Black Hole the example of sealing the heart ear and eye- Pl see the link of verse 2:7)
।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🟥১৬:১০৩(The Quran Is Not Copied From The Bible).
وَلَقَدْ نَعْلَمُ أَنَّهُمْ يَقُولُونَ إِنَّمَا يُعَلِّمُهُ بَشَرٌ ۗ لِسَانُ الَّذِي يُلْحِدُونَ إِلَيْهِ أَعْجَمِيٌّ وَهَٰذَا لِسَانٌ عَرَبِيٌّ مُبِينٌ
আৰু আমি অৱশ্যে জানো সিহঁতে কয়, ‘তাক এজন মানুহে শিক্ষা দিয়ে’। সিহঁতে যাৰ প্ৰতি ইয়াক সম্পৰ্কযুক্ত কৰিবলৈ ইংগিত দিছে তাৰ ভাষাতো আৰবী নহয়; অথচ এই (কোৰআন) হৈছে সুস্পষ্ট আৰবী ভাষা(*)।
(*For an explanation of this composite rendering of the descriptive term mubin, see surah 12:1, 'the term is used here to stress the fact that no human being-and certainly no non-Arab -could ever have produced the flawless, exalted Arabic diction in which the Qur'an is expressed(as).
.
🟥১৬:১০৪
إِنَّ الَّذِينَ لَا يُؤْمِنُونَ بِآيَاتِ اللَّهِ لَا يَهْدِيهِمُ اللَّهُ وَلَهُمْ عَذَابٌ أَلِيمٌ
নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ নকৰে, সিহঁতক আল্লাহে হিদায়ত নকৰিব আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
📍Note:
Ayaatillah = God’s verses = Divine revelation = Qur’anic verses = Also implies God’s signs in the Book and in the Universe, depending on the context(sa).
.
🟥১৬:১০৫
إِنَّمَا يَفْتَرِي الْكَذِبَ الَّذِينَ لَا يُؤْمِنُونَ بِآيَاتِ اللَّهِ ۖ وَأُولَٰئِكَ هُمُ الْكَاذِبُونَ
কেৱল সিহঁতেই মিছা ৰটনা কৰে যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন নকৰে(৪৫:৬), আৰু সিহঁতেই মিছলীয়া।
(the scurrilous allegation referred to in verse 103).
(৪৫:৬
تِلْكَ آيَاتُ اللَّهِ نَتْلُوهَا عَلَيْكَ بِالْحَقِّ ۖ فَبِأَيِّ حَدِيثٍ بَعْدَ اللَّهِ وَآيَاتِهِ يُؤْمِنُونَ
এইবোৰ আল্লাহৰ আয়াত, যিবোৰ আমি তোমাৰ ওচৰত যথাযথভাৱে তিলাৱত কৰিছো। এতেকে সিহঁতে আল্লাহ আৰু তেওঁৰ আয়াতৰ পিছত কোন হাদীছৰ (কথাৰ) ওপৰত বিশ্বাস স্থাপন কৰিব?)
⬇️
The Quran contains clear instructions to all Muslims to follow the Quran alone and reject all hadith. The Arabic word hadith means all sayings, narrations, talk, stories, etc. In a religious sense, the word hadith refers to the sayings attributed to prophet Muhammad. The hadith is regarded by the majority of traditional Muslim scholars to be the second source of law after the Quran, despite the clear commands given in the Quran to follow the Quran alone and reject all hadith.
PL READ THE COMPLETE ARTICLE, THE LINK:https://ahsana3923.blogspot.com/2022/06/why-quran-aloneand-nothing-but-quran.html?m=1
.
🟥১৬:১০৬(Lip Service Does Not Count).
مَنْ كَفَرَ بِاللَّهِ مِنْ بَعْدِ إِيمَانِهِ إِلَّا مَنْ أُكْرِهَ وَقَلْبُهُ مُطْمَئِنٌّ بِالْإِيمَانِ وَلَٰكِنْ مَنْ شَرَحَ بِالْكُفْرِ صَدْرًا فَعَلَيْهِمْ غَضَبٌ مِنَ اللَّهِ وَلَهُمْ عَذَابٌ عَظِيمٌ
কোনোৱে ঈমান অনাৰ পিছত যদি তাক কুফৰী কৰিবলৈ বাধ্য কৰোৱা হয় অথচ তাৰ অন্তৰ ঈমানত অবিচলিত (তেন্তে তাৰ কোনো দোষ নাই)। কিন্তু যিয়ে উন্মুক্ত হৃদয়ৰ সৈতে কুফৰী কৰিব তাৰ প্ৰতি আপতিত হ’ব আল্লাহৰ গযব আৰু তাৰ বাবেই আছে মহাশাস্তি।
.
📍Note:
God's wisdom decrees that if someone holds a gun to your head and orders you to declare that you disbelieve in God, you may grant him hiswish. What the heart harbors is what counts(rk).
(৬:১৪৫
قُلْ لَا أَجِدُ فِي مَا أُوحِيَ إِلَيَّ مُحَرَّمًا عَلَىٰ طَاعِمٍ يَطْعَمُهُ إِلَّا أَنْ يَكُونَ مَيْتَةً أَوْ دَمًا مَسْفُوحًا أَوْ لَحْمَ خِنْزِيرٍ فَإِنَّهُ رِجْسٌ أَوْ فِسْقًا أُهِلَّ لِغَيْرِ اللَّهِ بِهِ ۚ فَمَنِ اضْطُرَّ غَيْرَ بَاغٍ وَلَا عَادٍ فَإِنَّ رَبَّكَ غَفُورٌ رَحِيمٌ
কোৱা, ‘মোৰ প্ৰতি যি অহী হৈছে তাত, মানুহে যি খায় তাৰ মাজত মই একোৱেই হাৰাম পোৱা নাই, কিন্তু মৰা শ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে। কিয়নো এইবোৰ অৱশ্যে অপৱিত্ৰ আৰু যিবোৰ অবৈধ, আল্লাহৰ বাহিৰে আনৰ বাবে উৎসৰ্গ কৰাৰ কাৰণে’। কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় (সেয়া বেলেগ কথা), তেন্তে নিশ্চয় তোমাৰ ৰব ক্ষমাশীল, পৰম দয়ালু।)
.
🟥১৬:১০৭(পাৰ্থিৱ জীৱনক দিয়া অতি প্ৰাধান্যই আল্লাহৰ পৰা আতঁৰাই নিয়ে).
ذَٰلِكَ بِأَنَّهُمُ اسْتَحَبُّوا الْحَيَاةَ الدُّنْيَا عَلَى الْآخِرَةِ وَأَنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الْكَافِرِينَ
এইটো এইবাবে যে, সিহঁতে পাৰ্থিৱ জীৱনক আখিৰাতৰ ওপৰত প্ৰাধান্য দিয়ে; আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নকৰে।
.
🟥১৬:১০৮
أُولَٰئِكَ الَّذِينَ طَبَعَ اللَّهُ عَلَىٰ قُلُوبِهِمْ وَسَمْعِهِمْ وَأَبْصَارِهِمْ ۖ وَأُولَٰئِكَ هُمُ الْغَافِلُونَ
ইহঁতেই সেইসকল লোক, যিসকলৰ অন্তৰ, কাণ আৰু চকুত আল্লাহে মোহৰ মাৰি দিছে; আৰু সিহঁতেই উদাসীন।
.
📍Note/ref-1
২:৭
خَتَمَ اللَّهُ عَلَىٰ قُلُوبِهِمْ وَعَلَىٰ سَمْعِهِمْ ۖ وَعَلَىٰ أَبْصَارِهِمْ غِشَاوَةٌ ۖ وَلَهُمْ عَذَابٌ عَظِيمٌ
আল্লাহে সিহঁতৰ হৃদয়সমূহ আৰু সিহঁতৰ শ্ৰৱণশক্তিৰ ওপৰত মোহৰ মাৰি দিছে আৰু সিহঁতৰ দৃষ্টিৰ ওপৰত আছে আৱৰণ । আৰু সিহঁতৰ বাবে আছে মহাশাস্তি।
(Eg: Point of no return of Black Hole the example of sealing the heart ear and eye- Pl see the link of verse 2:7:
https://qurantafseeritself.blogspot.com/2021/10/quran-alone-part-221-7.html?m=1)
.
📍Note-2
Disuse of faculties brings people down to subhuman levels of existence. 2:171, 7:179
.
🟥১৬:১০৯
لَا جَرَمَ أَنَّهُمْ فِي الْآخِرَةِ هُمُ الْخَاسِرُونَ
নিঃসন্দেহে, নিশ্চিত যে, সিহঁতেই আখিৰাতত হ’ব ক্ষতিগ্ৰস্ত।
.
🟥১৬:১১০ 
ثُمَّ إِنَّ رَبَّكَ لِلَّذِينَ هَاجَرُوا مِنْ بَعْدِ مَا فُتِنُوا ثُمَّ جَاهَدُوا وَصَبَرُوا إِنَّ رَبَّكَ مِنْ بَعْدِهَا لَغَفُورٌ رَحِيمٌ
তাৰ পিছত যিসকলে নিৰ্যাতিত হোৱাৰ পিছত হিজৰত কৰে, তাৰ পিছত জিহাদ কৰে আৰু ধৈৰ্য ধাৰণ কৰে, নিশ্চয় তোমাৰ ৰব ইয়াৰ পিছত তেওঁলোকৰ প্ৰতি ক্ষমাশীল, পৰম দয়ালু।
.
📍Note:
For an explanation of the concept of fitnah (appearing here in the verbal form futinu) it rendering as "temptation to evil", see 8:25
.
As regards the expression "alladhina hajaru" in its spiritual connotation, see 2:218, note and 4:97(as).
.
🟥১৬:১১১
۞ يَوْمَ تَأْتِي كُلُّ نَفْسٍ تُجَادِلُ عَنْ نَفْسِهَا وَتُوَفَّىٰ كُلُّ نَفْسٍ مَا عَمِلَتْ وَهُمْ لَا يُظْلَمُونَ
স্মৰণ কৰা সেই দিনটোক, যিদিনা প্ৰত্যেক ব্যক্তিয়ে আত্মপক্ষ সমৰ্থনত যুক্তি-তৰ্ক লৈ উপস্থিত হ’ব আৰু প্ৰত্যেককে সি যি আমল কৰিছে সেয়া পৰিপূৰ্ণৰূপে দিয়া হ’ব আৰু সিহঁতৰ প্ৰতি (কোনো প্ৰকাৰ) অন্যায় কৰা নহ’ব।(82:19)
(৮২:১৯
يَوْمَ لَا تَمْلِكُ نَفْسٌ لِنَفْسٍ شَيْئًا ۖ وَالْأَمْرُ يَوْمَئِذٍ لِلَّهِ
সেইদিনা কোনেও কাৰো বাবে একো কৰাৰ ক্ষমতা নাৰাখিব; আৰু সেইদিনা সকলো বিষয়ৰ কৰ্তৃত্ব হ’ব আল্লাহৰ।)
.
🟥১৬:১১২
وَضَرَبَ اللَّهُ مَثَلًا قَرْيَةً كَانَتْ آمِنَةً مُطْمَئِنَّةً يَأْتِيهَا رِزْقُهَا رَغَدًا مِنْ كُلِّ مَكَانٍ فَكَفَرَتْ بِأَنْعُمِ اللَّهِ فَأَذَاقَهَا اللَّهُ لِبَاسَ الْجُوعِ وَالْخَوْفِ بِمَا كَانُوا يَصْنَعُونَ
আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিত, য’ত কেউফালৰ পৰা তাৰ প্ৰচুৰ জীৱনোপকৰণ আহিছিল। তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰিলে, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰালে।
.
📍ref:
৬:৪৪
فَلَمَّا نَسُوا مَا ذُكِّرُوا بِهِ فَتَحْنَا عَلَيْهِمْ أَبْوَابَ كُلِّ شَيْءٍ حَتَّىٰ إِذَا فَرِحُوا بِمَا أُوتُوا أَخَذْنَاهُمْ بَغْتَةً فَإِذَا هُمْ مُبْلِسُونَ
সিহঁতক যি উপদেশ দিয়া হৈছিল সেয়া যেতিয়া সিহঁতে পাহৰি গ’ল, তেতিয়া আমি সিহঁতৰ বাবে সকলো বস্তুৰ দুৱাৰ মুকলি কৰি দিলো; অৱশেষত সিহঁতক যি প্ৰদান কৰা হৈছিল যেতিয়া সিহঁতে তাত উৎফুল্লিত হ’ল তেতিয়া হঠাৎ সিহঁতক আটক কৰিলো, ফলত তেতিয়াই সিহঁত নিৰাশ হ’ল।
.
২:২৭
الَّذِينَ يَنْقُضُونَ عَهْدَ اللَّهِ مِنْ بَعْدِ مِيثَاقِهِ وَيَقْطَعُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيُفْسِدُونَ فِي الْأَرْضِ ۚ أُولَٰئِكَ هُمُ الْخَاسِرُونَ
যিসকলে আল্লাহৰ লগত দৃঢ় অঙ্গীকাৰত আৱদ্ধ হোৱাৰ পিছত সেইটো ভঙ্গ কৰে, আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ নিৰ্দেশ দিছে সেইটো বিচ্ছিন্ন কৰে  আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি ফুৰে , সিহঁতেই ক্ষতিগ্ৰস্থ।)
।।।
word by word meaning:
[16:103] And (Wa) We certainly (Laqad') know (Na'lamu) that they (Innahum) say (Yaquuluuna), "It is only 
(Innamaa) a human (Basharun) who teaches him (Yuållimu-hu)." The language (Lisaanu) by (ilai'hi) which 
(Ellazii) they equivocate (Yul'hiduuna) is foreign (A'jamiyyun), but (Wa) this (Haaza) is a clear (Mubiin)
Arabic (Årabiyyun) language (tongue) (Lisaanun).
[16:104] Indeed (Inna), those who (Ellaziina) do not (Laa) believe (Yu'minuuna) in (Bi) the verses of GOD
(Aayaati-llahi); GOD (Ellahu) will not (Laa) guide them (Ya'dii-himu), and (Wa) they will have (Lahum) a 
painful (Aliim) punishment (Åzaabun).
[16:105] Those who (Ellaziina) do not (Laa) believe (Yu'minuuna) in (Bi) the verses of GOD (45:6) (Aayaati-
llahi) only (Innamaa) fabricate (Yaf'tarii) falsehood (El'Kaziba), and (Wa) they (Humu) are those (U'laaika)
who are the liars (El'Kaazibuun).
[16:106] Whoever (Man) disbelieves (Kafara) in GOD (Billahi) after (Min Ba'di) his faith (iimaani-hi), except (illa) one who (Man') is compelled (Uk'riha) while (Wa) his heart (Qal'bu-hu) is assured 
(Mut'mainnu) with the faith (Bil' iimaani); but (Walaakin) whoever (Man) exposes (Sharaha) the bosom
(Sod'ran) to disbelief (Bil' Kuf'ri), then (Fa) upon them (Ålai'him') is a wrath (Gadobun) from GOD 
(Minallahi), and (Wa) they will have (Lahum') a terrible (Åziim) punishment (Åzaabun). 
[16:107] That (Zaalika) is because they (Bi'anna-humu) preferred (Es'tahabbu') the worldly (Ed'Dun'ya) life (El'Hayaata) over (Ålaa) the hereafter (El'Aakhirati) and (Wa) that GOD (Annallaha) does not (Laa) guide 
(Yah'dii) the disbelieving (El'Kaafiriin) people (El'Qaw'ma). 
[16:108] Those (U'laaika) are the ones (Ellaziina) GOD (Ellahu) has sealed (Tobaå Ålaa) their hearts (Quluubi-him'), their hearing (Sam'e-him') and (Wa) their eyesight (Ab'soari-him'). And (Wa) they (Humu)
are those (U'laaika) who are the heedless (El'Gaafiluun).
[16:109] There is no (Laa) wrong (Jarama) that (Annahum') they (Humu) will be the losers (El'Khaasiruun)
in the hereafter (Fiil' Aakhirati). 
[16:110] For (Thumma) indeed (Inna), your LORD (Rabba-ka), to those who (Lillaziina) emigrated (Haajaru')
after (Min Ba'di) they (Maa) were tormented (Futinu'), yet (Thumma) they strove (Jaahadu') and (Wa) were 
patient (Sobaruu'); indeed (Inna), your LORD (Rabba-ka) after such (Min Ba'di-haa), is (La) Forgiving 
(Gafuurun) and Merciful (Rahiim). 
[16:111] The day (Yaw'ma) every (Kullu) soul (Naf'sin) will come (Ya'tii) to argue (Tujaadilu) for (Ån) itself 
(Naf'si-ha), and (Wa) every (Kullu) soul (Naf'sin) will be paid (Tuwaffaa) for what (Maa) it did (Åmilat'), and 
(Wa) they (Hum') will not (Laa) be wronged (Yuz'lamuun). (82:19)
[16:112] And (Wa) GOD cites (Doraba-llahu) an example (Mathalan) of a town(Qar'yatan) which was 
(Kaanat') safe (Aaminatan) and calm (Mut'mainnatan), its sustenance (Riz'qu-ha) coming to it (Ya'tii-ha)
comfortably (Ragadan) from (Min) every (Kulli) place (Makaanin), but (Fa) it disbelieved (Kafarat') in (Bi) the 
blessings of GOD (An'umi-llahi), so (Fa) GOD (Ellahu) made it taste (Azaaqa-ha) the covering (Libaasa) of 
hunger (El'Juue) and fear (Wal' Khaw'fi) for what (Bimaa) they were (Kaanu') doing (Yas'na'uun). 
.................... syedraf......contd....
।।।।।।।।।।।
Part-257(B)(16:113-128)Al-Nahl(The Bee)
🟪 https://youtu.be/TBzcSUqbvNk(105-128)
(Word by word meaning: Go bottom).
।।।।
🏕️মিনি সূচিঃPart-257(B)(16:113-128)Al-Nahl
16:114-116(Those who serve God alone do not fabricate religious prohibitions-See notes)(✔️চাৰিবিধ বস্তু খোৱাৰ বাবে আল্লাহে হাৰাম কৰিছে: *1মৃত জন্তু, *2তেজ, *3গাহৰিৰ মাংস আৰু যিটো *4জবেহ কৰাৰ সময়ত আল্লাহৰ পৰিবৰ্তে আনৰ নাম লোৱা হৈছে। গতিকে তোমালোকৰ জিভাৰে বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা)
16:123✔️[নবী মহম্মদে (আ:ছা:) একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ) অনুসৰণ কৰিছিল]✔️(ছালাত এক ৰাকাতত কিয়াম-ৰুকু-ছিজদাহতেই শেষ -টোকা চাওঁক)
16:125(How to Spread God 's Message?)
16:127(তুমি ধৈৰ্য ধাৰণ কৰা, তোমাৰ ধৈৰ্য কেৱল আল্লাহৰেই সহায়ৰ ফল)
16:128(আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰে আৰু যিসকল সৎকৰ্মপৰায়ণ)
..the.end..
।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ
🟥১৬:১১৩
وَلَقَدْ جَاءَهُمْ رَسُولٌ مِنْهُمْ فَكَذَّبُوهُ فَأَخَذَهُمُ الْعَذَابُ وَهُمْ ظَالِمُونَ
আৰু অৱশ্যে সিহঁতৰ ওচৰত, সিহঁতৰ মাজৰ পৰাই এজন ৰাছুল আহিছিল*, কিন্তু সিহঁতে তেওঁক অস্বীকাৰ কৰিছিল। ফলত অন্যায়কাৰী অৱস্থাতেই শাস্তিয়ে সিহঁতক গ্ৰাস কৰিলে।
(ref:9:128*)
.
🟥১৬:১১৪
فَكُلُوا مِمَّا رَزَقَكُمُ اللَّهُ حَلَالًا طَيِّبًا وَاشْكُرُوا نِعْمَتَ اللَّهِ إِنْ كُنْتُمْ إِيَّاهُ تَعْبُدُونَ
এতেকে আল্লাহে তোমালোকক হালাল আৰু পৱিত্ৰ যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে খোৱা আৰু আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা, যদি তোমালোকে কেৱল তেওঁৰেই ইবাদত কৰা।
(২:১৬৮
يَا أَيُّهَا النَّاسُ كُلُوا مِمَّا فِي الْأَرْضِ حَلَالًا طَيِّبًا وَلَا تَتَّبِعُوا خُطُوَاتِ الشَّيْطَانِ ۚ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ
হে মানৱ সম্প্ৰদায়! পৃথিৱীত যি আছে তাৰ পৰা হালাল আৰু পৱিত্ৰ বস্তু তোমালোকে আহাৰ কৰা; আৰু তোমালোকে চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।)
.
📍Verse/Note-1
16:114 So eat from what God has provided for you, what is good and lawful, and thank the blessings of God, if it is indeed He whom you serve(edip).

Note.
Those who serve God alone do not fabricate religious prohibitions. But, those who set up prophets, messengers, popes, rabis, saints, mullahs, sheiks, imams, clerics, and muftis to God, accept and follow many prohibitions falsely attributed to God and His messenger. Thus, they deprive themselves and others from many blessings of God. See 6:145 and 42:21.
(৬:১৪৫
قُلْ لَا أَجِدُ فِي مَا أُوحِيَ إِلَيَّ مُحَرَّمًا عَلَىٰ طَاعِمٍ يَطْعَمُهُ إِلَّا أَنْ يَكُونَ مَيْتَةً أَوْ دَمًا مَسْفُوحًا أَوْ لَحْمَ خِنْزِيرٍ فَإِنَّهُ رِجْسٌ أَوْ فِسْقًا أُهِلَّ لِغَيْرِ اللَّهِ بِهِ ۚ فَمَنِ اضْطُرَّ غَيْرَ بَاغٍ وَلَا عَادٍ فَإِنَّ رَبَّكَ غَفُورٌ رَحِيمٌ
কোৱা, ‘মোৰ প্ৰতি যি অহী হৈছে তাত, মানুহে যি খায় তাৰ মাজত মই একোৱেই হাৰাম পোৱা নাই, কিন্তু মৰা শ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে। কিয়নো এইবোৰ অৱশ্যে অপৱিত্ৰ আৰু যিবোৰ অবৈধ, আল্লাহৰ বাহিৰে আনৰ বাবে উত্সৰ্গ কৰাৰ কাৰণে’। কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় (সেয়া বেলেগ কথা), তেন্তে নিশ্চয় তোমাৰ ৰব ক্ষমাশীল, পৰম দয়ালু।)
.
📍 Verse/Note-2
(16:114) O mankind learn from this example and utilize the means of sustenance given to you by Allah
according to His directives. This would amount to paying thanks for Allah s bounties. However, this 
would be possible only if you obey Allah s Laws strictly (2/21-22, 16/53, 71-72)pz.
.
🟥১৬:১১৫(Only Four Foods Prohibited)
إِنَّمَا حَرَّمَ عَلَيْكُمُ الْمَيْتَةَ وَالدَّمَ وَلَحْمَ الْخِنْزِيرِ وَمَا أُهِلَّ لِغَيْرِ اللَّهِ بِهِ ۖ فَمَنِ اضْطُرَّ غَيْرَ بَاغٍ وَلَا عَادٍ فَإِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
আল্লাহে কেৱল *1মৃত জন্তু, *2তেজ, *3গাহৰিৰ মাংস আৰু যিটো *4জবেহ কৰাৰ সময়ত আল্লাহৰ পৰিবৰ্তে আনৰ নাম লোৱা হৈছে সেইটোহে তোমালোকৰ বাবে হাৰাম কৰিছে, কিন্তু কোনোবাই অবাধ্য বা সীমালংঘনকাৰী নহৈ অনন্যোপায় (নিৰুপায়) হ’লে (তাৰ কোনো দোষ নাই) তেন্তে নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
📍Verse/Note:
16:115 He has forbidden to you only carrion, and blood, and the flesh of swine, and that over which any name other than God's has been invoked; but if one is driven [to it] by necessity - neither coveting it nor exceeding his immediate need -verily, God is much forgiving, a dispenser of grace(as).

Note.
It is to be noted that the above two verses are almost identical with 2:172-173, and ought, therefore, to be read in conjunction with the whole passage of which those two verses form a part-namely, 2:168. Cf. also 6:145-146.
.
🟥১৬:১১৬
وَلَا تَقُولُوا لِمَا تَصِفُ أَلْسِنَتُكُمُ الْكَذِبَ هَٰذَا حَلَالٌ وَهَٰذَا حَرَامٌ لِتَفْتَرُوا عَلَى اللَّهِ الْكَذِبَ ۚ إِنَّ الَّذِينَ يَفْتَرُونَ عَلَى اللَّهِ الْكَذِبَ لَا يُفْلِحُونَ
আৰু তোমালোকৰ জিভাৰে বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা কথা আৰোপ কৰে সিহঁত কেতিয়াও সফল নহ'ব।
(১০:৫৯
قُلْ أَرَأَيْتُمْ مَا أَنْزَلَ اللَّهُ لَكُمْ مِنْ رِزْقٍ فَجَعَلْتُمْ مِنْهُ حَرَامًا وَحَلَالًا قُلْ آللَّهُ أَذِنَ لَكُمْ ۖ أَمْ عَلَى اللَّهِ تَفْتَرُونَ
কোৱা, ‘এই বিষয়ে কি কোৱা তোমালোকে, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰিছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?)
.
🟥১৬:১১৭
مَتَاعٌ قَلِيلٌ وَلَهُمْ عَذَابٌ أَلِيمٌ
সিহঁতৰ সুখ-সম্ভোগ অতি সামান্য আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
🟥১৬:১১৮
وَعَلَى الَّذِينَ هَادُوا حَرَّمْنَا مَا قَصَصْنَا عَلَيْكَ مِنْ قَبْلُ ۖ وَمَا ظَلَمْنَاهُمْ وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ
আৰু যিসকলে ইয়াহুদী হৈছে আমি কেৱল সেইটোৱে হাৰাম কৰিছো (সিহঁতৰ ওপৰত) যিটো তোমাৰ ওচৰত আমি ইয়াৰ পূৰ্বে উল্লেখ কৰিছো; আৰু আমি সিহঁতৰ ওপৰত কোনো অন্যায় কৰা নাই, কিন্তু সিহঁতে নিজেই নিজৰ প্ৰতি অন্যায় কৰিছিল।
.
📍Verse/ref:
16:118 To the Jews We had prohibited such things as We have mentioned to you before (6:147). We did them no wrong, but they used to do wrong to themselves.

Note.
They followed their religious leadership instead of the Divine revelation.
(৬:১৪৭
فَإِنْ كَذَّبُوكَ فَقُلْ رَبُّكُمْ ذُو رَحْمَةٍ وَاسِعَةٍ وَلَا يُرَدُّ بَأْسُهُ عَنِ الْقَوْمِ الْمُجْرِمِينَ
এতেকে সিহঁতে যদি তোমাৰ ওপৰত মিথ্যাৰোপ কৰে, তেন্তে কোৱা, ‘তোমালোকৰ ৰব সৰ্বব্যাপী দয়াৰ অধিকাৰী আৰু অপৰাধী সম্প্ৰদায়ৰ পৰা তেওঁৰ শাস্তি ৰদ কৰা নহয়’।)
.
🟥১৬:১১৯
⬅️ثُمَّ إِنَّ رَبَّكَ لِلَّذِينَ عَمِلُوا السُّوءَ بِجَهَالَةٍ ثُمَّ تَابُوا مِنْ بَعْدِ ذَٰلِكَ وَأَصْلَحُوا إِنَّ رَبَّكَ مِنْ بَعْدِهَا لَغَفُورٌ رَحِيمٌ
তাৰ পিছত("and once again") যিসকলে অজ্ঞতাবশতঃ বেয়া কাম কৰে, পিছত (যদি) সিহঁতে তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে ইয়াৰ পিছতো নিশ্চয় তেওঁলোকৰ বাবে তোমাৰ ৰব অতি ক্ষমাশীল, পৰম দয়ালু।
.
📍Note(➡️The particle thumma is mostly used as a conjunction indicating a sequence in time or order ("then", "thereafter" or "thereupon."), and occasionally also as a simple conjunction equivalent to "and". But in yet another usage-of which there are frequent instances in the Qur'an as well as in pre-Islamic Arabian poetry -thumma has the significance of a repetitive stress, alluding to something that has already been stated and is now again emphasized. This particular usage of thumma is best rendered by the words "and once again", followed by a colon)(as).
.
🟥১৬:১২০
إِنَّ إِبْرَاهِيمَ كَانَ أُمَّةً قَانِتًا لِلَّهِ ⬅️حَنِيفًا وَلَمْ يَكُ مِنَ الْمُشْرِكِينَ
নিশ্চয় ইব্ৰাহীম আছিল এটা উম্মত, আল্লাহৰ একান্ত অনুগত, একনিষ্ঠ আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল;
(২:১২৪
۞ وَإِذِ ابْتَلَىٰ إِبْرَاهِيمَ رَبُّهُ بِكَلِمَاتٍ فَأَتَمَّهُنَّ ۖ قَالَ إِنِّي جَاعِلُكَ لِلنَّاسِ إِمَامًا ۖ قَالَ وَمِنْ ذُرِّيَّتِي ۖ قَالَ لَا يَنَالُ عَهْدِي الظَّالِمِينَ
আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমক তেওঁৰ প্ৰতিপালকে কেইটামান বাণীৰ দ্বাৰা পৰীক্ষা কৰিছিল, আৰু তেওঁ সেয়া পূৰ্ণ কৰিছিল। আল্লাহে ক’লে, ‘নিশ্চয় মই তোমাক মানৱ জাতিৰ ইমাম বনাম’। তেওঁ ক’লে, ‘আৰু মোৰ বংশধৰসকলৰ পৰাও? আল্লাহে ক’লে, ‘মোৰ এই প্ৰতিশ্ৰুতিয়ে যালিমসকলক অন্তৰ্ভুক্ত নকৰে’।)
.
📍Verse/Note-1
16:120 Abraham was virtue personified devoted in his commitment to God, turning away from all that is false. He upheld strict Monotheism and never indulged in idolatry of any kind. His impact on history was like that of a whole community.

Note.
2:124, 14:35. Ummah = Community = A community based on a noble ideology = Virtue personified, in this context(sa).
.
(➡️For an explanation of this rendering of the term hanif, see surah 2:135.
(২:১৩৫
وَقَالُوا كُونُوا هُودًا أَوْ نَصَارَىٰ تَهْتَدُوا ۗ قُلْ بَلْ مِلَّةَ إِبْرَاهِيمَ حَنِيفًا ۖ وَمَا كَانَ مِنَ الْمُشْرِكِينَ
আৰু সিহঁতে কয়, ‘তোমালোকে ইয়াহূদী বা নাছাৰা হৈ যোৱা, সঠিক পথ পাবা’। কোৱা, ‘বৰং আমি একনিষ্ঠ হৈ ইব্ৰাহীমৰ মিল্লাতৰ অনুসৰণ কৰিম; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল’।)
The expression hanif is derived from the verb hanafa, which literally means "he inclined [towards a right state or tendency]". Already in pre-Islamic times, this term had a definitely monotheistic connotation, and was used to describe a man who turned away from sin and worldliness and from all dubious beliefs, especially idol-worship;(as).
.
📍Verse/ref:
(16:120-123) The right course referred to in (16/114) was adopted by Abraham. He was not just an 
individual but a community in himself, exclusively obedient to the laws of Allah and did not set up 
peers to Him. This is why Allah selected him for high office, guided him to the straight path and 
bestowed on him everything that was good in this life, and in the life hereafter he would be ranked 
among the S aliheen. This is why, O Rasool, We have asked you to follow the course adopted by 
Abraham who was not from amongst the Mushrikeen (2/125).pz.
.
🟥১৬:১২১
شَاكِرًا لِأَنْعُمِهِ ۚ اجْتَبَاهُ وَهَدَاهُ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
তেওঁ আছিল আল্লাহৰ অনুগ্ৰহৰ বাবে কৃতজ্ঞ, আল্লাহে তেওঁক মনোনীত কৰিছিল আৰু তেওঁক সৎপথত পৰিচালিত কৰিছিল।
.
🟥১৬:১২২
وَآتَيْنَاهُ فِي الدُّنْيَا حَسَنَةً ۖ وَإِنَّهُ فِي الْآخِرَةِ لَمِنَ الصَّالِحِينَ
আৰু আমি তেওঁক পৃথিৱীত কল্যাণ দান কৰিছিলো, আৰু নিশ্চয় তেওঁ আখিৰাতত সৎপৰ্মপৰায়ণসকলৰ অন্তৰ্ভুক্ত।
.
🟥১৬:১২৩
ثُمَّ أَوْحَيْنَا إِلَيْكَ أَنِ اتَّبِعْ مِلَّةَ إِبْرَاهِيمَ حَنِيفًا ۖ وَمَا كَانَ مِنَ الْمُشْرِكِينَ
তাৰ পিছত আমি তোমাৰ প্ৰতি অহী কৰিলো যে, ‘তুমি একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ) অনুসৰণ কৰা’; আৰু তেওঁ মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নাছিল।
.
📍Verse/Note:
16:123 We have revealed to you this message (O Prophet), “Follow the creed of Abraham who turned away from all that is false." (2:125). He was, by no means, of the idolaters.(sa).
(টোকা: ছালাত এক ৰাকাতত কিয়াম-ৰুকু- ছিজদাহতেই শেষ:
.
নবী মহম্মদে (আ:ছা:) একনিষ্ঠ ইব্ৰাহীমৰ মিল্লাত (আদৰ্শ) অনুসৰণ কৰিছিল(১৬:১২৩) গতিকে ছালাতৰ কিয়াম ৰুকু ছিজদাহ ইব্ৰাহীমৰ মাকামৰ(২:১২৫-কি,ৰু,ছি) পৰা লৈ ছালাত আদায় কৰিছিল।
ইয়াৰ বাহিৰত ২৪৪৩৪ ৰাকাতৰ চিস্তেম ৰছুলৰ নহ‌য়।
মনেগঢ়া হাদিস ইছলামত ব্যৱহাৰ কৰিব নোৱাৰিব (টোকা-১৬:১০৫)।
"...সিহঁতৰ ছাজদাহ কৰা হ’লে সিহঁতে যেন তোমালোকৰ পিছফালে অৱস্থান কৰে..."(৪:১০২)।
মহম্মদ (আ:ছা:) আমাৰ উত্তম আদৰ্শ (৩৩:২১) যেনেদৰে আছিল ইব্ৰাহীমৰ(আ:ছা:) উত্তম আদৰ্শ (৬০:৪)।
.
🟥১৬:১২৪
إِنَّمَا جُعِلَ السَّبْتُ عَلَى الَّذِينَ اخْتَلَفُوا فِيهِ ۚ وَإِنَّ رَبَّكَ لَيَحْكُمُ بَيْنَهُمْ يَوْمَ الْقِيَامَةِ فِيمَا كَانُوا فِيهِ يَخْتَلِفُونَ
শনিবাৰ পালন কৰাটো কেৱল সিহঁতৰ ওপৰত বাধ্যতামূলক কৰা হৈছিল, যিসকলে এই বিষয়ে মতভেদ কৰিছিল। যি বিষয়ে সিহঁতে মতভেদ কৰিছিল নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়মাতৰ দিনা সেই বিষয়ে সিহঁতৰ মাজত বিচাৰ-মীমাংসা কৰি দিব।
.
📍Verse/ref:
(16:124) The Jews claim to be followers of Abraham but have, in fact, created many difference 
amongst the themselves. For instance, Sabbath was ordained to promote a sense of self-discipline 
among them but they wrangled over it. Allah will decide between them on the Day of Judgement in 
regard to that wherein they differed (2/65, 4/47, 4/154, 7/163)pz.
.
📍V/N
16:124 And know that the observance of Sabbath was ordained for those who came to hold divergent views about him. Your Lord will judge between them on the Resurrection Day, where they differed (from the way of Abraham). [2:65, 4:47, 4:154, 7:163](sa).
.
🟥১৬:১২৫(How to Spread God 's Message)
ادْعُ إِلَىٰ سَبِيلِ رَبِّكَ بِالْحِكْمَةِ وَالْمَوْعِظَةِ الْحَسَنَةِ ۖ وَجَادِلْهُمْ بِالَّتِي هِيَ أَحْسَنُ ۚ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِيلِهِ ۖ وَهُوَ أَعْلَمُ بِالْمُهْتَدِينَ
তুমি তোমাৰ প্ৰতিপালকৰ পথত মানুহক আহ্বান কৰা হিকমত আৰু সদুপদেশৰ দ্বাৰা আৰু সিহঁতৰ লগত উত্তম পন্থাত তৰ্ক কৰিবা। নিশ্চয় তোমাৰ ৰব, তেৱেঁই ভালদৰে জানে কোনে তেওঁৰ পথৰ পৰা বিভ্ৰান্ত হৈছে, আৰু কোনে সৎপথত পৰিচালিত হৈছে সেইটোও তেওঁ ভালকৈ জানে।
.
📍Verse/ref:
(16:125) O Rasool do not entangle yourself with them. You continue your programme of inviting 
people to the way of Allah with wisdom and kindly exhortation and discuss matters with them in the best possible manner. Allah knows best who is following the right path and who has gone astray 
(12/108)pz.
.
🟥১৬:১২৬
وَإِنْ عَاقَبْتُمْ فَعَاقِبُوا بِمِثْلِ مَا عُوقِبْتُمْ بِهِ ۖ وَلَئِنْ صَبَرْتُمْ لَهُوَ خَيْرٌ لِلصَّابِرِينَ
আৰু যদি তোমালোকে শাস্তি দিয়া, তেন্তে কেৱল সেইখিনিয়ে শাস্তি প্ৰদান কৰিবা যিমানখিনি অন্যায় তোমালোকৰ প্ৰতি কৰা হৈছে। কিন্তু যদি তোমালোকে ধৈৰ্য ধাৰণ কৰা তেন্তে ধৈৰ্যশীলসকলৰ বাবে সেইটো অৱশ্যে উত্তম।(See 9:3).
.
🟥১৬:১২৭
وَاصْبِرْ وَمَا صَبْرُكَ إِلَّا بِاللَّهِ ۚ وَلَا تَحْزَنْ عَلَيْهِمْ وَلَا تَكُ فِي ضَيْقٍ مِمَّا يَمْكُرُونَ
আৰু তুমি ধৈৰ্য ধাৰণ কৰা, তোমাৰ ধৈৰ্য কেৱল আল্লাহৰেই সহায়ৰ ফল। আৰু তুমি সিহঁতৰ বাবে দুখ নকৰিবা আৰু সিহঁতৰ ষড়যন্ত্ৰত তুমি অতিষ্ঠও নহ’বা।
.
🟥১৬:১২৮
إِنَّ اللَّهَ مَعَ الَّذِينَ اتَّقَوْا وَالَّذِينَ هُمْ مُحْسِنُونَ
নিশ্চয় আল্লাহ তেওঁলোকৰ লগত আছে যিসকলে তাক্বৱা অৱলম্বন কৰে আৰু যিসকল সৎকৰ্মপৰায়ণ।
।।।
word by word meaning:
.
[16:113] And (Wa) certainly (Laqad') a messenger (Rasuulun) among them (Min'hum') came to them (Jaa'a-
hum'), but (Fa) denied him (Kazzabuu-hu); so (Fa) the punishment (El'Åzaabu) seized them (Akhaza-humu)
while (Wa) they (Hum') were transgressors (Zoalimuun).
[16:114] So (Fa) eat (Kulu') from what (Mimmaa) GOD (Ellahu) has provided for you (Razaqa-kumu) lawful
(Halaalan) and good (Toyyiban), and (Wa) be thankful (Esh'kuru')
for the blessing of GOD (Ni'mata-llahi), if 
(In) it is HIM (Iyyaahu) you (Kuntum') worship (Ta'buduun). (2:168)
[16:115] HE (God) has only (Innamaa) outlawed (-Harrama) for you (Ålai'kumu) dead animal 1
(El'Mai'tata), 
blood 2
(Ed'Dama), the meat (Lah'ma) of pig 3
(El'Khinziiri), and (Wa) that which (Maa) has been offered 
(Uhilla Bihi) to (Li) other than GOD 4
(Gai'ri-llahi); but (Fa) whoever (Mani) is compelled (Ed'turra), without 
(Gai'ra) desiring (Baagin) nor (Walaa) trespassing (Åådin), then (Fa) indeed, GOD (Innallaha) is Forgiving 
(Gafuurun) and Merciful (Rahiim). 
[16:116] And (Wa) do not (Laa) say (Taquulu') a lie (El'Kaziba) by what (Limaa) your tongues (Al'sinatu-
kumu) describe (Tasifu), "This (Haaza) is lawful (Halaalun) and (Wa) this (Haaza) is unlawful (Haraamun)," 
to (Li) fabricate (Taf'taru') a lie (El'Kaziba) about GOD (Ålaallahi). Indeed (Inna), those who (Ellaziina)
fabricate (Yaf'taruuna) falsehood (El'Kaziba) about GOD (Ålaallahi) will not (Laa) succeed (Yuf'lihuun).
(10:59).

[16:117] A little (Qaliilun) enjoyment (Mataa'un), and (Wa) they will have (Lahum') a painful (Aliim)
punishment (Åzaabun). 
[16:118] And (Wa) for (Ålaa) those who (Ellaziina) are Jewish (Haadu'), We outlawed (Harram'naa) what 
(Maa) We narrated (Qasos'naa) to you (s)
(Ålai'ka) earlier (Min Qab'lu). And (Wa) We did not (Maa) wrong 
them (Zolam'naa-hum') but (Walaakin) they were (Kaanu') wronging (Yuz'limuun) themselves (Anfusa-hum').
[16:119] For (Thumma) indeed (Inna), your LORD (Rabba-ka), to those who (Lillaziina) have done (Åmilu')
wrong (Es'Suu'a) out of (Bi) ignorance (Jahaalatin) and then (Thumma) repent (Taabu') after (Min Ba'di) that 
(Zaalika) and (Wa) reform (As'lahuu'); indeed (Inna), your LORD (Rabba-ka) after such (Min Ba'di-ha), is (La)
Forgiving (Gafuurun) and Merciful (Rahiim). 
[16:120] Indeed (Inna), Abraham (Ib'raahiima) was (Kaana) a leader (2:124) (Ummatan), orthodoxly (Haniifan)
obedient (Qaanitaan) to GOD (Lillahi), and (Wa) he was (Yaku) not (Lam') of (Mina) the polytheists
(El'Mush'rikiin). 
[16:121] He (Abraham) was grateful (Shaakiran) for (Li) HIS blessings (An'umi-hi). HE (God) chose him (Ej'tabaa-
hu) and (Wa) guided him (Hadaa-hu) to (ilaa) a straight (Siraatin) path (Mus'taqiim). 
[16:122] And (Wa) We gave him(Aatai'naa-hu) good (Hasanatan) in (Fii) the world (Ed'Dun'ya), and (Wa)
indeed, he (Innahu) will be among (Lamina) the righteous (Es'Soalihiin) in the hereafter (Fiil' Aakhirati). 
[16:123] Then (Thumma) We inspired (Aw'hai'naa) to you (s) (ilai'ka) to (Ani) follow (Ettabi') the creed
(Millata) of Abraham (Ib'raahiima), the orthodox (Haniifan); for (Wa) he was (Kaana) not (Maa) of (Mina)
the polytheists (El'Mush'rikiin). 
[16:124] The Sabbath (Es'Sab'tu) was only (Innamaa) assigned (Jaela) to (Ålaa) those who (Ellaziina) differed 
in it (Ekh'talafu' Fiihi). And (Wa) indeed (Inna), your LORD (s) (Rabba-ka) will (La) judge (Yah'kumu) between 
them (Bai'nahum') on the Day of Resurrection (Yaw'mal' Qiyaamati) concerning what (Fiimaa) they have 
been (Kaanu') disputing (Yakh'talifuun Fiihi).
[16:125] Invite (Ed'u) to (ilaa) the way (Sabiili) of your LORD (s) (Rabbi-ka) by Wisdom (Bil' Hik'mati) and 
(Wa) good (El'Hasanati) preachment (El'Maw'ezoti) and debate them (Jaadil'hum) by that which (Billatii) is 
(Hiya) best (Ah'sanu). Indeed (Inna), your LORD (Rabba-ka) is (Huwa) aware (A'lamu) of one who (Biman)
has deviated (Dolla) from (Ån) HIS way (Sabiili-hi), and (Wa) HE (Huwa) is aware of (A'lamu Bi) the guided 
(El'Muh'tadiin).
[16:126] And (Wa) if (In') you punish (Ååqab'tum'), then (Fa) punish (Ååqibu') with (Bi) the like (Mith'li) of  what (Maa) you were punished (Uuqib'tum Bihi); but (Wa) if (La'in) you are patient (Sobar'tum'), it will be
(Lahuwa) better (Khai'run) for those who are patient (Lis' Soabiriin).
[16:127] And (Wa) be patient (Es'bir'), for (Wa) your patience (s) (Sob'ru-ka) is only (Maa illa) by GOD (Billahi). And (Wa) do not (Laa) grieve (Tah'zan') over them (Ålai'him') nor (Walaa) shall you be (Taku) in 
(Fii) distress (Doi'qin) of what (Mimmaa) they scheme (Yam'kuruun). 
[16:128] Indeed, GOD (Innallaha) is with (Maå) those who (Ellaziina) are pious (Ettaqaw'), and (Wa) they
(Humu) are those who (Ellaziina) are benevolent (Muh'sinuun).
।।।
.....THIS CHAPTER IS END......
SYEDRAF #MUKTABULHUSSAIN

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud