🌐Part-190(10:4-10)Yunus
Part-190(10:4-10)Unus
#muktabulhussainvideo
.
🏀মিনি সূচিঃPart-190(10:4-10)Unus
10:4(The Return of Everything is to Allah)(নিজ কৃতকর্মৰ ফল।)
10:5-6(The sun glow and the moon as a light)(Everything is a Witness to the Power of Allah)
10:7-8(Meeting with Allah-Note)(The Abode of Those Who deny the Hour is Hell-Fire)
10:9(God Guides the Believers. The Good Reward is for the People of Faith and Good Deeds)
10:10[invocation (Da'waa-hum),(salam and its fundamental connotation of inner peace-Note]
।।।
🖼️১০:৪(The Return of Everything is to Allah)
إِلَيْهِ مَرْجِعُكُمْ جَمِيعًا ۖ وَعْدَ اللَّهِ حَقًّا ۚ إِنَّهُ يَبْدَأُ الْخَلْقَ ثُمَّ يُعِيدُهُ لِيَجْزِيَ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ بِالْقِسْطِ ۚ وَالَّذِينَ كَفَرُوا لَهُمْ شَرَابٌ مِنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌ بِمَا كَانُوا يَكْفُرُونَ
তেওঁৰ ওচৰতেই তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন, আল্লাহৰ প্ৰতিশ্ৰুতি সত্য। নিশ্চয় তেৱেঁই সৃষ্টিৰ সূচনা কৰিছে, তাৰ পিছত তেৱেঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদানৰ বাবে। আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী অৰু অতি কষ্টদায়ক শাস্তি; কাৰণ সিহঁতে কুফৰী কৰিছিল।
.
[10:4] To HIM (ilai'hi) is your return (Mar'jiu-kum) all together (Jamiiån); the promise of GOD (Wa'da-llahi) is true (Haqqan). Indeed, HE (Innahu) initiates (Yab'dau') the creation (El'Khal'qa) and then (Thumma)repeats it (Yueedu-hu) that (Li) HE may reward (Yaj'ziya) those who (Ellaziina) believe (Aamanu') and (Wa)
do (Åmilu') good deeds (Es'Soalihaati) in justice (Bil' Qis'ti). As for (Wa) those who (Ellaziina) disbelieved(Kafaru'), they will have (Lahum) a drink (Sharaabun) of (Min') magma (Hamiimin) and a painful (Aliimu)
punishment (Åzaabun) for what (Bimaa) they used to (Kaanu') disbelieve (Yak'furuun).
.
📍Verse/Note:
10:4 To Him is your return, of all of you. God’s promise is the unwavering truth. He created the first creation, and He will create it again, so that He may reward with justice those who attain belief and do works that help the society. And those who reject the truth, for them will be a burning drink of despair and a painful doom because of their persistent refusal to acknowledge the truth.
Note.
A consequence of their own doings. *33:24, 34:3, 45:22, 53:31(sa).
(*See the verses,link:
.
৬:৭০
وَذَرِ الَّذِينَ اتَّخَذُوا دِينَهُمْ لَعِبًا وَلَهْوًا وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا ۚ وَذَكِّرْ بِهِ أَنْ تُبْسَلَ نَفْسٌ بِمَا كَسَبَتْ لَيْسَ لَهَا مِنْ دُونِ اللَّهِ وَلِيٌّ وَلَا شَفِيعٌ وَإِنْ تَعْدِلْ كُلَّ عَدْلٍ لَا يُؤْخَذْ مِنْهَا ۗ أُولَٰئِكَ الَّذِينَ أُبْسِلُوا بِمَا كَسَبُوا ۖ لَهُمْ شَرَابٌ مِنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌ بِمَا كَانُوا يَكْفُرُونَ
আৰু যিসকলে নিজৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। আৰু তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় সেই সময়ত যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু ছুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। ইহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফৰী কৰাৰ কাৰণে ইহঁতৰ পান কৰাৰ বাবে আছে অতি উষ্ণ পানী আৰু কষ্টদায়ক শাস্তি।
.
🖼️১০:৫
هُوَ الَّذِي جَعَلَ الشَّمْسَ ضِيَاءً وَالْقَمَرَ نُورًا وَقَدَّرَهُ مَنَازِلَ لِتَعْلَمُوا عَدَدَ السِّنِينَ وَالْحِسَابَ ۚ مَا خَلَقَ اللَّهُ ذَٰلِكَ إِلَّا بِالْحَقِّ ۚ يُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
তেৱেঁই সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মনযিল, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ জানিব পাৰা। আল্লাহে এইবোৰ যথাযথ ভাৱেই সৃষ্টি কৰিছে। তেওঁ এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে এনে সম্প্ৰদায়ৰ বাবে যিসকলে জানে।
.
[10:5] HE (Huwa) is the One who (Ellazii) made (Jaåla) the sun (Es'Shamsa) glow (Diyaa'an), and the moon
(Wal' Qamara) as a light (Nuuran) and (Wa) estimated it (Qaddara-hu) in positions (Manaazila) so that (Li)you may know (Ta'lamu') the number (Ådada) of years (Es'Siniina) and calculation (*17:12) (Wal' Hisaaba). GOD (Ellahu) did not (Maa) create (Khalaqa) these (Zaalika) except (illa) for the truth (Bil' Haqqi). HE explains (Yufassilu) the signs (El'Aayaati) for (Li) people (Qaw'min) who know (Ya'lamuun).
(*১৭:১২
وَجَعَلْنَا اللَّيْلَ وَالنَّهَارَ آيَتَيْنِ ۖ فَمَحَوْنَا آيَةَ اللَّيْلِ وَجَعَلْنَا آيَةَ النَّهَارِ مُبْصِرَةً لِتَبْتَغُوا فَضْلًا مِنْ رَبِّكُمْ وَلِتَعْلَمُوا عَدَدَ السِّنِينَ وَالْحِسَابَ ۚ وَكُلَّ شَيْءٍ فَصَّلْنَاهُ تَفْصِيلًا
আৰু আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছো, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছো আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছো; যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা; আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছো।)
.
📍Verse/Note:
10:5 He is the One Who appointed the sun as a splendid glow, and the moon as a cool light. He appointed stages for the moon, in due measure. You make your calculations and calendars accordingly. God has created the Universe as the absolute reality and for a purpose. God explains His verses for those who wish to learn.
Note.
The Universe is neither a dream as the ancient Hindu philosopher Manu preached, nor a reflection of the world of ideas as Plato thought. *6:97, **17:12(sa).
(*৬:৯৭
وَهُوَ الَّذِي جَعَلَ لَكُمُ النُّجُومَ لِتَهْتَدُوا بِهَا فِي ظُلُمَاتِ الْبَرِّ وَالْبَحْرِ ۗ قَدْ فَصَّلْنَا الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ
আৰু তেৱেঁই তোমালোকৰ বাবে তাৰকামণ্ডল সৃষ্টি কৰিছে যাতে ইয়াৰ দ্বাৰা তোমালোকে স্থলৰ আৰু সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা। নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰিছো।
.
১৭:১২**
وَجَعَلْنَا اللَّيْلَ وَالنَّهَارَ آيَتَيْنِ ۖ فَمَحَوْنَا آيَةَ اللَّيْلِ وَجَعَلْنَا آيَةَ النَّهَارِ مُبْصِرَةً لِتَبْتَغُوا فَضْلًا مِنْ رَبِّكُمْ وَلِتَعْلَمُوا عَدَدَ السِّنِينَ وَالْحِسَابَ ۚ وَكُلَّ شَيْءٍ فَصَّلْنَاهُ تَفْصِيلًا
আৰু আমি ৰাতি আৰু দিনক দুটা নিদৰ্শন বনাইছো, তাৰ পিছত ৰাতিৰ নিদৰ্শনক মচি দিছো আৰু দিনৰ নিদৰ্শনক আলোকপ্ৰদ কৰিছো; যাতে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে বছৰৰ সংখ্যা আৰু হিচাপ স্থিৰ কৰিব পাৰা; আৰু আমি সকলো বিষয় বিশদভাৱে বৰ্ণনা কৰিছো।)
.
🖼️১০:৬
إِنَّ فِي اخْتِلَافِ اللَّيْلِ وَالنَّهَارِ وَمَا خَلَقَ اللَّهُ فِي السَّمَاوَاتِ وَالْأَرْضِ لَآيَاتٍ لِقَوْمٍ يَتَّقُونَ
নিশ্চয় দিন আৰু ৰাতিৰ পৰিবৰ্তনত🚸 আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাত নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে 👂তাক্বৱা অৱলম্বন কৰে।
.
[10:6] Indeed (Inna), in (Fii) the variation (Ekh'tilaafi) of the night (Ellai'li) and (Wa) the day (En'Nahaari)and whatever (Wamaa) GOD has created (Khalaqa-llahu) in (Fii) the heavens (Es'Samaawaati) and the earth
(Wal' Ar'di) are (La) signs (Aayaatin) for (Li) people (Qaw'min) who are pious (Yattaquun).
.
📍Note-1🚸
.
📍Note-2:তাক্বৱা👂https://www.facebook.com/100003598598517/posts/2297641527032445/?app=fbl ).
⬇️
2:41=Taqwa = To be mindful of Divine laws = Being observant = Shielding oneself against moral disintegration. (ie Quran):
https://muktabulraf.blogspot.com/2021/08/6.html?m=1
.
🖼️১০:৭
إِنَّ الَّذِينَ لَا يَرْجُونَ لِقَاءَنَا وَرَضُوا بِالْحَيَاةِ الدُّنْيَا وَاطْمَأَنُّوا بِهَا وَالَّذِينَ هُمْ عَنْ آيَاتِنَا غَافِلُونَ
নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ🍒 আশা পোষণ নকৰে, আৰু পাৰ্থিৱ জীৱন লৈয়ে সন্তুষ্ট হৈছে আৰু সেইটো লৈয়ে পৰিতৃপ্ত, আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল,
.
[10:7] Indeed (Inna), those who (Ellaziina) do not (Laa) hope to (Yar'juuna) meet Us (Liqaa'anaa) and (Wa)are satisfied (Radu') with (Bi) the worldly (Ed'Dun'ya) life (El'Hayaati) while (Wa) being assured (Et'ma'annu')by it (Bihaa). They (Hum') are those who (Ellaziina) are heedless (Gaafiluun) of (Ån') Our signs (Aayaati-naa).
.
📍Note-🍒(Meeting with God)
.
🖼️১০:৮
أُولَٰئِكَ مَأْوَاهُمُ النَّارُ بِمَا كَانُوا يَكْسِبُونَ
সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ঠিকনা হ’ব অগ্নি।
.
[10:8] Those (U'laaika) are the ones whose refuge (Ma'waa-humu) is the Fire (En'Naaru) for what (Bimaa)they have been (Kaanu') earning (Yak'sibuun).
.
🖼️১০:৯(God Guides the Believers. The Good Reward is for the People of Faith and Good Deed)
إِنَّ الَّذِينَ آمَنُوا وَ👈عَمِلُوا الصَّالِحَاتِ يَهْدِيهِمْ رَبُّهُمْ بِإِيمَانِهِمْ ۖ تَجْرِي مِنْ تَحْتِهِمُ الْأَنْهَارُ فِي جَنَّاتِ النَّعِيمِ
নিশ্চয় যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পথ নিৰ্দেশ কৰিব তেওঁলোকে ঈমান অনাৰ কাৰণে; নিয়ামতেৰে পৰিপূৰ্ণ জান্নাতৰ ফালে তেওঁলোকৰ তলত প্ৰবাহিত হ'ব নদীসমূহ।
.
[10:9] Indeed (Inna), those who (Ellaziina) believe (Aamanu') and (Wa) do (Åmilu') good deeds (Es'Soalihaati), their LORD (Rabbu-hum) will guide them (Yah'dii-him) with (Bi) their faith (iimaani-him). Rivers (El'An'haaru) will flow (Taj'rii) beneath them (Min Tah'ti-him) in (Fii) the Gardens (Jannaati) of Bliss (En'Naeem).
.
📍Note- عَمِلُوا الصَّالِحَاتِ👈(সৎকৰ্ম):
A’maal Saaleh = Actions that increase the individual and collective potential of a society = Helping people = Improving the environment = Fulfilling others’ needs = Contributing to the society(sa).
.
🖼️১০:১০
دَعْوَاهُمْ فِيهَا سُبْحَانَكَ اللَّهُمَّ وَتَحِيَّتُهُمْ فِيهَا سَلَامٌ ۚ وَآخِرُ دَعْوَاهُمْ أَنِ الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ
তাত তেওঁলোকৰ ধ্বনি[invocation (Da'waa-hum)] হ’বঃ ‘হে আল্লাহ! তুমি মহান, পৱিত্ৰ’! আৰু তাত তেওঁলোকৰ অভিবাদন হ’ব, ‘ছালাম’👈 আৰু তেওঁলোকৰ শেষ ধ্বনি হ’বঃ ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ ৰব আল্লাহৰ বাবে’।
.
[10:10] Their invocation (Da'waa-hum) therein (Fiiha)will be, "Glory be to YOU (Sub'haana-ka), O God (Ellahumma)," and (Wa) their greeting (Tahiyyatu-hum) therein (Fiiha)will be, "Peace (Salaamun)," while (Wa)the end (Aakhiru) of their **invocation (*13:14) (Da'waa-hum’) is (Anni), "Praise (El'Hamdu) be to GOD (Lillahi),
LORD (Rabbi) of the worlds (El'Åålamiin)."
(End of invocation** - 39:75 / 37:182)
(১৩:১৪*
لَهُ دَعْوَةُ الْحَقِّ ۖ وَالَّذِينَ يَدْعُونَ مِنْ دُونِهِ لَا يَسْتَجِيبُونَ لَهُمْ بِشَيْءٍ إِلَّا كَبَاسِطِ كَفَّيْهِ إِلَى الْمَاءِ لِيَبْلُغَ فَاهُ وَمَا هُوَ بِبَالِغِهِ ۚ وَمَا دُعَاءُ الْكَافِرِينَ إِلَّا فِي ضَلَالٍ
সত্যৰ আহ্বান তেওঁৰেই। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে, সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে। বৰং সিহঁতৰ দৃষ্টান্ত সেই ব্যক্তিৰ দৰে, যিজনে পানীৰ বাবে হাত পাতি পানীক আহ্বান কৰে তাৰ মুখত পৰিবলৈ অথচ তাৰ মুখত আহি পৰিবলৈ পানীৰ কোনো শক্তি নাই, আৰু কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।)
.
৩৯:৭৫**
وَتَرَى الْمَلَائِكَةَ حَافِّينَ مِنْ حَوْلِ الْعَرْشِ يُسَبِّحُونَ بِحَمْدِ رَبِّهِمْ ۖ وَقُضِيَ بَيْنَهُمْ بِالْحَقِّ وَقِيلَ الْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ
আৰু তুমি ফিৰিস্তাসকলক দেখিবা যে, তেওঁলোকে আৰছৰ চাৰিওফালে ঘেৰি ধৰি নিজ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰি আছে। তেওঁলোকৰ মাজত ন্যায়ৰ সৈতে বিচাৰ কৰা হ’ব আৰু কোৱা হ’ব, ‘সকলো ধৰণৰ প্ৰশংসা সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য’।)
.
৩৭:১৮২
وَالْحَمْدُ لِلَّهِ رَبِّ الْعَالَمِينَ
আৰু সকলো ধৰণৰ প্ৰশংসা কেৱল সৃষ্টিজগতৰ ৰব আল্লাহৰেই প্ৰাপ্য।)
.
📍Verse/Note(Meaning of Salam):
10:10 [and] in that [state of happiness] they will call out,(*) "Limitless art Thou in Thy glory, O God!"-and will be answered with the greeting, "Peace !"(**) And their call will close with [the words], "All praise is due to God, the Sustainer of all the worlds!"(as).
Note*
Lit., "their invocation (da'wa) therein [will be].. .", etc.
Note**
Lit., "their greeting therein [will be], 'Peace"'. For an explanation of the term salam and its fundamental connotation of inner peace, fulfilment, and security from all that is evil, see Surah 5:16, note, link:
.
📍Verse references link:
.
🇮🇳Analytical🤎Quran💜 Studies💙Raf🇮🇳
....ooo....