1st.REVISED.Part-3(2:8-20)Al-Baqarah 🔷Part-3(2:8-20)Al-Baqarah(Re-write) 🔷 https://youtu.be/To8x4hCngVg #muktabulhussain video(14.08.2021) . 💠মিনি সূচিঃ1st.REVISED.Part-3(2:8-20) 2:8-10(The Hypocrites-see note) 2:11-12(fasad) 2:13(Foolishness-ref) 2:14(আল্লাহে মানৱ আৰু জ্বিনৰ মাজৰ পৰা চয়তানসকলক প্ৰত্যেক নবীৰ শত্ৰু বনাইছে-৬:১১২) 2:15(কাফিৰসকলক অৱকাশ দিয়া হয়-3:178) 2:16-19(Hidayat yes,no)(examples) 2:20(The Light of Faith) . 🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।। 🔷২:৮(The Hypocrites). وَمِنَ النَّاسِ مَنْ يَقُولُ آمَنَّا بِاللَّهِ وَبِالْيَوْمِ الْآخِرِ وَمَا هُمْ بِمُؤْمِنِينَ আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছো’, অথচ সিহঁত মুমিন নহয়। . [2:8] And (Wa) among (Mina) the people (En'Naasi) are those who (Man) say (Yaquulu), "We believe (Aamanna) in GOD (Billahi) and (Wa) in (Bi) the Last Day (El'Yaw'mil' Aakhiri)," but ...