⚫ Al-An'am[Part-136(06:137-142)]
Part-136(6:137-142)
(#muktabulhussain)
.
🛖মিনি সূচিঃPart-136(6:137-142)
6:137(Condemns the abortion)(সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই-ref quote-Note)
6:138(Religious Innovations Condemned)(তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰিছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি?-ref quote-See Note)
6:139(Further Discrimination against Females)(জিভাৰে বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা।-ref quote)
👉6:141.ZAKAT&SADAQA(Purify your Income by Sharing it Immediately With the Needy-Note-1,2)
6:142((ঘৰচীয়া জন্তৰ সৃষ্টি)(চয়তান তোমালোকৰ শত্ৰু)-Note
.
🛖৬:১৩৭(Condemns the abortion)
وَكَذَٰلِكَ زَيَّنَ لِكَثِيرٍ مِنَ الْمُشْرِكِينَ قَتْلَ أَوْلَادِهِمْ شُرَكَاؤُهُمْ لِيُرْدُوهُمْ وَلِيَلْبِسُوا عَلَيْهِمْ دِينَهُمْ ۖ وَلَوْ شَاءَ اللَّهُ مَا فَعَلُوهُ ۖ فَذَرْهُمْ وَمَا يَفْتَرُونَ
আৰু এইদৰে বহুতো মুশ্বৰিকৰ দৃষ্টিত সিহঁতৰ শ্বৰীকসকলে সিহঁতৰ সন্তানসকলক হত্যা কৰা শোভনীয় কৰি দিছে, যাতে সিহঁতক ধ্বংস কৰিব পাৰে আৰু সিহঁতৰ ওচৰত সিহঁতৰ দ্বীনক সংশয়পূৰ্ণ কৰিব পাৰে; আৰু আল্লাহে ইচ্ছা কৰিলে সিহঁতে এইবোৰ নকৰিলেহেঁতেন। গতিকে সিহঁতক সিহঁতৰ মিছা ৰটনা লৈয়ে থাকিবলৈ দিয়া।
.
[6:137] And (Wa) likewise (Kazaalika) is it adorned (Zayyana) to (Li) many (Kathiirin) of (Mina) the
polytheists (El'Mush'rikiina), their associates (idols) (Shurakaau-hum') killing (Qat'la) their children (Aw'laadi-
him') in order to (Li) revert them (Yur'duu-hum') and (Wa) confuse them (Yal'bisu Ålai'him') in their
religion (Diina-hum'). And (Wa) if (Law') GOD had willed (Shaa'a-llahu), they would not (Maa) have done
it (Faåluu-hu). So (Fa) leave them (Zar'hum') and what (Wamaa) they fabricate (Yaf'taruun).
.
📍Verse/Note-1
6:137 Thus, for those who set up partners their partners adorned the killing of born children, in order to turn them and to confuse their system for them. Had God willed they would not have done this, so ignore them and what they invent.
Note:
The word "awlad" is a derivative of the verb "WaLaDa" and means "born children." The verse condemns the tradition of infanticide based on sex discrimination. For abortion, see 46:15; 31:14; 22:5; 23:14; 16:58
and 17:31(edip).
(Assamese translation the verses.link:
.
📍Note-2
A perfect example is the internationally infamous incident of the execution of a Saudi Arabian princess in 1978 foralleged adultery. God's law institutes whipping, not execution, as a punishmentfor adultery (24:1),while the idolatrous laws stipulateexecution. As pointed out in42:21, the traditionalists follow a religionthat is not authorized by God(rk).
(২৪:১
سُورَةٌ أَنْزَلْنَاهَا وَفَرَضْنَاهَا وَأَنْزَلْنَا فِيهَا آيَاتٍ بَيِّنَاتٍ لَعَلَّكُمْ تَذَكَّرُونَ
এইটো এটা ছুৰা, আমিয়েই ইয়াক অৱতীৰ্ণ কৰিছোঁ আৰু ইয়াৰ বিধানক আমি অৱশ্য পালনীয় কৰিছোঁ, আৰু ইয়াত আমি অৱতীৰ্ণ কৰিছোঁ সুস্পষ্ট আয়াতসমূহ, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
.
৪২:২১
أَمْ لَهُمْ شُرَكَاءُ شَرَعُوا لَهُمْ مِنَ الدِّينِ مَا لَمْ يَأْذَنْ بِهِ اللَّهُ ۚ وَلَوْلَا كَلِمَةُ الْفَصْلِ لَقُضِيَ بَيْنَهُمْ ۗ وَإِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
অথবা সিহঁতৰ এনে কিছুমান অংশী আছে নেকি, যিবিলাকে সিহঁতৰ বাবে দ্বীনৰ পৰা চৰীয়ত প্ৰৱৰ্তন কৰিছে, যাৰ অনুমতি আল্লাহে দিয়া নাই? আৰু মীমাংসাৰ ঘোষণা নাথাকিলে অৱশ্যে সিহঁতৰ মাজত সিদ্ধান্ত হৈ গ’লহেঁতেন। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।)
.
🛖৬:১৩৮
وَقَالُوا هَٰذِهِ أَنْعَامٌ وَحَرْثٌ حِجْرٌ لَا يَطْعَمُهَا إِلَّا مَنْ نَشَاءُ بِزَعْمِهِمْ وَأَنْعَامٌ حُرِّمَتْ ظُهُورُهَا وَأَنْعَامٌ لَا يَذْكُرُونَ اسْمَ اللَّهِ عَلَيْهَا افْتِرَاءً عَلَيْهِ ۚ سَيَجْزِيهِمْ بِمَا كَانُوا يَفْتَرُونَ
আৰু সিহঁতে সিহঁতৰ ধাৰণা অনুযায়ী কয়, ‘এইবোৰ চতুষ্পদ জন্তু আৰু শস্যক্ষেত্ৰ নিষিদ্ধ, আমি যাক ইচ্ছা কৰো তাৰ বাহিৰে কোনেও এইবোৰ খাব নোৱাৰিব’, আৰু কিছুসংখ্যক চতুষ্পদ জন্তুৰ পিঠিত আৰোহণ নিষিদ্ধ কৰা হৈছে আৰু কিছুসংখ্যক পশু জবেহ কৰাৰ সময়ত সিহঁতে আল্লাহৰ নাম নলয়। এই সকলোবোৰ সিহঁতে আল্লাহ সম্পৰ্কে মিছা ৰটনাৰ উদ্দেশ্যে কৈ ফুৰে; সিহঁতৰ এই মিছা ৰটনাৰ প্ৰতিফল তেওঁ অচিৰেই সিহঁতক প্ৰদান কৰিব।
.
[6:138] And (Wa) they say (Qaalu'), "These (Haazihi) livestock (An'ååmun) and (Wa) cultivation (Har'thu)
are forbidden (Hij'run); none (Laa) shall eat it (Yat'åmu-haa) except (illa) whom (Man) we will (Nashaau),"
by (Bi) their claim (Za'mi-him'). "And (Wa) livestock (An'ååmu) whose backs (Zuhuuru-ha) are forbidden (Hurrimat') and (Wa) livestock (An'ååmun) upon which (Ålai'ha) the name of GOD (Es'ma-llahu) is not (Laa)
to be mentioned (Yaz'kuruuna);" such a fabrication (Ef'tiraa'an) against HIM (Ålai'hi). HE (God) will punish
them (Sa Yaj'zii-him) for what (Bimaa) they have been (Kaanu') fabricating (Yaf'taruun).
.
📍Verse/Note:
6:138 And they say, “Such and such cattle and crop are forbidden. No one shall eat of them except whom we permit.” They also prohibit the riding of some animals. And there are cattle over which they do not pronounce the Name of God (but of someone else, to please people). Such are their fabrications in His Name. Soon He will reward them for their false imagery.
Note:
They claim that it has been dedicated to some saint. Are not such VIP favors very much alive in the modern dayJahilyah?(sa).
.
📍Verse references:
১০:৫৯
قُلْ أَرَأَيْتُمْ مَا أَنْزَلَ اللَّهُ لَكُمْ مِنْ رِزْقٍ فَجَعَلْتُمْ مِنْهُ حَرَامًا وَحَلَالًا قُلْ آللَّهُ أَذِنَ لَكُمْ ۖ أَمْ عَلَى اللَّهِ تَفْتَرُونَ
কোৱা, ‘এই বিষয়ে কি কোৱা তোমালোকে, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰিছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?
.
৫:১০৩
مَا جَعَلَ اللَّهُ مِنْ بَحِيرَةٍ وَلَا سَائِبَةٍ وَلَا وَصِيلَةٍ وَلَا حَامٍ ۙ وَلَٰكِنَّ الَّذِينَ كَفَرُوا يَفْتَرُونَ عَلَى اللَّهِ الْكَذِبَ ۖ وَأَكْثَرُهُمْ لَا يَعْقِلُونَ
বাহীৰাহ, ছায়েবাহ, অছীলাহ আৰু হাম আল্লাহে প্ৰৱৰ্তন কৰা নাই; কিন্তু কাফিৰসকলে আল্লাহৰ প্ৰতি মিথ্যাৰোপ কৰে আৰু সিহঁতৰ অধিকাংশই নুবুজে।
(Pl find herewith the notes on 5:103.link:
.
🛖৬:১৩৯(Further Discrimination against Females).
وَقَالُوا مَا فِي بُطُونِ هَٰذِهِ الْأَنْعَامِ خَالِصَةٌ لِذُكُورِنَا وَمُحَرَّمٌ عَلَىٰ أَزْوَاجِنَا ۖ وَإِنْ يَكُنْ مَيْتَةً فَهُمْ فِيهِ شُرَكَاءُ ۚ سَيَجْزِيهِمْ وَصْفَهُمْ ۚ إِنَّهُ حَكِيمٌ عَلِيمٌ
সিহঁতে আৰু কয়, ‘এইবোৰ চতুষ্পদ জন্তুৰ পেটত যি আছে সেয়া আমাৰ মাজৰ পুৰুষসকলৰ বাবে নিৰ্দিষ্ট আৰু এইটো আমাৰ স্ত্ৰীসকলৰ বাবে অবৈধ, আৰু সেইটো যদি মৃত হয় তেন্তে সকলোৱে ইয়াৰ অংশীদাৰ’। তেওঁ সিহঁতৰ এইদৰে কোৱাৰ প্ৰতিফল অনতিপলমে সিহঁতক প্ৰদান কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
.
[6:139] And (Wa) they say (Qaalu'), "What (Maa) is in (Fii) the bellies (Butuuni) of these (Haazihi) livestock
(El'An'ååmi) are exclusively (Khaalisotun) for (Li) our males (Zukuuri-naa) but (Wa) outlawed for (Muharramun Ålaa) our wives (Az'waaji-naa)." And (Wa) if (In) it is (Yakun) a dead animal (Mai'tatan), then
(Fa) they (Hum') are partners (Shurakaau) therein (Fiihi). HE (God) will punish them (Sa Yaj'zii-him') for their
description (Was'fa-hum'). Indeed, HE (Innahu) is Wise (Hakiimun) and Omniscient (Åliim).
.
📍Verse reference:
১৬:১১৬
وَلَا تَقُولُوا لِمَا تَصِفُ أَلْسِنَتُكُمُ الْكَذِبَ هَٰذَا حَلَالٌ وَهَٰذَا حَرَامٌ لِتَفْتَرُوا عَلَى اللَّهِ الْكَذِبَ ۚ إِنَّ الَّذِينَ يَفْتَرُونَ عَلَى اللَّهِ الْكَذِبَ لَا يُفْلِحُونَ
আৰু তোমালোকৰ জিভাৰে বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা কথা আৰোপ কৰে সিহঁত কেতিয়াও সফল নহ'ব।
.
🛖৬:১৪০
قَدْ خَسِرَ الَّذِينَ قَتَلُوا أَوْلَادَهُمْ سَفَهًا بِغَيْرِ عِلْمٍ وَحَرَّمُوا مَا رَزَقَهُمُ اللَّهُ افْتِرَاءً عَلَى اللَّهِ ۚ قَدْ ضَلُّوا وَمَا كَانُوا مُهْتَدِينَ
নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত হৈছে যিসকলে নিৰ্বুদ্ধিতাৰ বাবে আৰু অজ্ঞতাবশতঃ নিজৰ সন্তানসকলক হত্যা কৰিছে আৰু আল্লাহৰ ওপৰত মিছা ৰটনা কৰি আল্লাহে প্ৰদান কৰা জীৱিকাক নিষিদ্ধ গণ্য কৰিছে। সিহঁত অৱশ্যে বিপথগামী হৈছে আৰু সিহঁত হিদায়তপ্ৰাপ্ত নাছিল।
.
[6:140] Those who (Ellaziina) killed (Qataluu') their children (Aw'laada-hum') foolishly (Safahaa) without
(Bi-Gai'ri) knowledge (il'min) and (Wa) forbade (Harramu) what (Maa) GOD (Ellahu) has provided for
them (Razaqa-humu) have (Qad') lost (Khasira)
for fabricating (Ef'tiraa'an) about GOD (Ålaallahi). They have
(Qad') strayed (Dollu') so (Wa) they have (Kaanu') not (Maa) been guided (Muh'tadiin).
.
📍Verse/Note:
6:140 Lost are those who kill their children foolishly, and forbid what God has provided them as sustenance. And they attribute their innovations to God! Their straying is far from the way of the rightly guided.
Note:
They deprive their children to the point of starvation and death in the name of religious service, when under the instructions of the priesthood they abandon their families(sa).
.
📍Verse reference:
১০:৬৯-৭০
قُلْ إِنَّ الَّذِينَ يَفْتَرُونَ عَلَى اللَّهِ الْكَذِبَ لَا يُفْلِحُونَ
কোৱা, ‘যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰিব সিহঁত কেতিয়াও সফল হ’ব নোৱাৰিব’।
১০:৭০
مَتَاعٌ فِي الدُّنْيَا ثُمَّ إِلَيْنَا مَرْجِعُهُمْ ثُمَّ نُذِيقُهُمُ الْعَذَابَ الشَّدِيدَ بِمَا كَانُوا يَكْفُرُونَ
পৃথিৱীতেই সিহঁতৰ বাবে আছে অলপ ভোগসামগ্ৰী; তাৰ পিছত আমাৰ ওচৰতেই সিহঁতৰ প্ৰত্যাৱৰ্তন। তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম; কাৰণ সিহঁতে কুফৰী কৰিছিল।
.
🛖৬:১৪১(Time to reflect on Zakaat-and- Sadaqaat).
۞ وَهُوَ الَّذِي أَنْشَأَ جَنَّاتٍ مَعْرُوشَاتٍ وَغَيْرَ مَعْرُوشَاتٍ وَالنَّخْلَ وَالزَّرْعَ مُخْتَلِفًا أُكُلُهُ وَالزَّيْتُونَ وَالرُّمَّانَ مُتَشَابِهًا وَغَيْرَ مُتَشَابِهٍ ۚ كُلُوا مِنْ ثَمَرِهِ إِذَا أَثْمَرَ وَآتُوا حَقَّهُ يَوْمَ حَصَادِهِ ۖ وَلَا تُسْرِفُوا ۚ إِنَّهُ لَا يُحِبُّ الْمُسْرِفِينَ
আৰু তেৱেঁই সৃষ্টি কৰিছে এনেকুৱা বাগিছাসমূহ যিবোৰৰ কিছুমান চাংনিৰ্ভৰশীল আৰু আন কিছুমান চাংনিৰ্ভৰশীল নহয় লগতে খেজুৰ গছ আৰু শস্য, যাৰ সোৱাদ বিভিন্ন ধৰণৰ, যায়তুন আৰু ডালিম, এইবোৰৰ কিছুমান সদৃশ আৰু কিছুমান ভিন্ন। যেতিয়া সেইবোৰ পকিব তেতিয়া তাৰ পৰা খোৱা আৰু ফচল চপোৱাৰ দিনা সেইবোৰৰ হক প্ৰদান কৰিবা। অপচয় নকৰিবা, নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।
(A imp Note: What is Zakat?A collected Bn article-Read in Link:
.
[6:141] And (Wa) HE (Huwa) is the One who (Ellazii) established (Ansha'a) gardens (Jannaatin), trellised
(Ma'ruushaatin) and (Wa) untrellised (Gai'ra Ma'ruushaatin), and (Wa) date palms (En'Nakh'la) and (Wa)
planting (Ez'Zar'å) which (-hu) have different kinds (Mukh'talifan) of food (Ukulu-), and (Wa) olives
(Ez'Zai'tuuna) and (Wa) pomegranates (Er'Rumaana), similar (Mutashaabihan) and (Wa) dissimilar (Gai'ra
Mutashaabihin). Eat (Kulu') from (Min) its fruit (Thamari-hi) when (Izaa) it fructifies (Ath'mara) and (Wa)
give (Aatu') its due (Haqqa-hu) on the day (Yaw'ma) of its harvest (Hasoadi-hi), and (Wa) do not (Laa) waste
(Tus'rifuu'). Indeed, HE (Innahu) does not (Laa) like (Yuhibbu) the profligates (El'Mus'rifiin).
.
📍Verse/Note-1
Purify your Income by Sharing it Immediately With the Needy:
6:141 He is the One Who initiated gardens; both trellised and untrellised; palm trees, and plants, all with different tastes; and olives and pomegranates, similar and not similar. Eat from its fruit when it blossoms and give its due on the day of harvest; and do not waste. He does not like the wasteful.
Note:
Betterment by sharing (zaka) is so important that God specifically mentions it in connection with His mercy (*7:156). Sunni and Shiite mushriks reduced the universal implication of zaka, which means, purification by sharing a portion of any blessing one may have, such as talents, professional skills, knowledge, presence. Not only did they restrict the meaning of zaka with alms (sadaqa) or feeding the poor (infaq), they also limited it to an annual practice. The amount needed for purification is left up to us to decide within guidelines. See **2:219; ***17:29(edip).
৭:১৫৬*
۞ وَاكْتُبْ لَنَا فِي هَٰذِهِ الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ إِنَّا هُدْنَا إِلَيْكَ ۚ قَالَ عَذَابِي أُصِيبُ بِهِ مَنْ أَشَاءُ ۖ وَرَحْمَتِي وَسِعَتْ كُلَّ شَيْءٍ ۚ فَسَأَكْتُبُهَا لِلَّذِينَ يَتَّقُونَ وَيُؤْتُونَ الزَّكَاةَ وَالَّذِينَ هُمْ بِآيَاتِنَا يُؤْمِنُونَ
‘আৰু তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো। নিশ্চয় আমি তোমাৰ ওচৰলৈ উভতি আহিছো’। আল্লাহে ক’লে, ‘মোৰ শাস্তি যাক ইচ্ছা দি থাকো, আনহাতে মোৰ দয়াই প্ৰত্যেক বস্তুকেই আবৰি আছে। গতিকে মই সেইটো লিখি দিম কেৱল সিহঁতৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে, যাকাত প্ৰদান কৰে আৰু আমাৰ আয়াতসমূহত বিশ্বাস স্থাপন কৰে’।
.
২:২১৯**
۞ يَسْأَلُونَكَ عَنِ الْخَمْرِ وَالْمَيْسِرِ ۖ قُلْ فِيهِمَا إِثْمٌ كَبِيرٌ وَمَنَافِعُ لِلنَّاسِ وَإِثْمُهُمَا أَكْبَرُ مِنْ نَفْعِهِمَا ۗ وَيَسْأَلُونَكَ مَاذَا يُنْفِقُونَ قُلِ الْعَفْوَ ۗ كَذَٰلِكَ يُبَيِّنُ اللَّهُ لَكُمُ الْآيَاتِ لَعَلَّكُمْ تَتَفَكَّرُونَ
সিহঁতে তোমাক মদ আৰু জুৱা সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘দুয়োটাৰ মাজতে আছে মহা পাপ আৰু মানুহৰ বাবে উপকাৰো আছে; আৰু দুয়োটাৰে পাপ উপকাৰতকৈ বহু গুণে ডাঙৰ’। আৰু সিহঁতে তোমাক সোধে, সিহঁতে কি ব্যয় কৰিব? কোৱা, ‘যিটো প্ৰয়োজনৰ অতিৰিক্ত’। এনেকৈ আল্লাহ তাআলাই তোমালোকৰ বাবে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰে, যাতে তোমালোকে চিন্তা-গৱেষণা কৰা,
.
১৭:২৯***
وَلَا تَجْعَلْ يَدَكَ مَغْلُولَةً إِلَىٰ عُنُقِكَ وَلَا تَبْسُطْهَا كُلَّ الْبَسْطِ فَتَقْعُدَ مَلُومًا مَحْسُورًا
আৰু তুমি তোমাৰ হাত ডিঙিত বান্ধি নাৰাখিবা আৰু সম্পূৰ্ণৰূপে মুকলিও কৰি নিদিবা, এনে কৰিলে তুমি নিন্দনীয় নিঃস্ব হৈ বহি পৰিবা।
.
📍Verse/Note-2
6:141 He is the One Who creates bounties for you, such as gardens that are cultivated, greens that are wild, palm trees of various kinds, crops in diversity, olives and pomegranates, fruits that are similar and diverse. Enjoy them, but give Him His Right on the Day of the Harvest. And waste not the bounty of God. He does not love the wasteful.
Note:
‘give Him His Right’ = Give God His Right = Render to the poor what is their Divinely ordained right. Time to reflect on ZakaatandSadaqaat:See 2:3, 2:219,
9:60, 11:64, 55:10(sa).
(See verses in Assamese translation.link:
.
🛖৬:১৪২
وَمِنَ الْأَنْعَامِ حَمُولَةً وَفَرْشًا ۚ كُلُوا مِمَّا رَزَقَكُمُ اللَّهُ وَلَا تَتَّبِعُوا خُطُوَاتِ الشَّيْطَانِ ۚ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ
আৰু (তেৱেঁই) চতুষ্পদ জন্তুৰ মাজত কিছুমানক ভাৰ বহনকাৰী আৰু কিছুমানক ক্ষুদ্ৰাকাৰ পশু হিচাপে সৃষ্টি কৰিছে। আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু চয়তানৰ পদাংক অনুসৰণ নকৰিবা; নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।
.
[6:142] And (Wa) some of (Mina) the livestock (El'Ån'ååmi) are carriers of load (Hamuulatan) and (Wa)
for
household effects (Far'shaan). Eat (Kulu') from what (Mimmaa) GOD (Ellahu) has provided for you (Razaqa-
kumu) and do not (Walaa) follow (Tattabiu') the steps (Khutuwaati) of the devil (Es'Shai'toani); indeed, he
(Innahu) is a clear (Mubiin) enemy (Åduwwun) to you (Lakum'). (*2:168).
(২:১৬৮*
يَا أَيُّهَا النَّاسُ كُلُوا مِمَّا فِي الْأَرْضِ حَلَالًا طَيِّبًا وَلَا تَتَّبِعُوا خُطُوَاتِ الشَّيْطَانِ ۚ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ
হে মানৱ সম্প্ৰদায়! পৃথিৱীত যি আছে তাৰ পৰা হালাল আৰু পৱিত্ৰ বস্তু তোমালোকে আহাৰ কৰা; আৰু তোমালোকে চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।)
.
📍Verse references:
Press link:
.
🛖 Quran🛖 Analysis🛖 Compiled🛖 Syedraf🛖
....ooo....