☪️PART-233(13:32-37)Ar-Ra'ad
PART-233(13:32-37)Ar-Ra'ad
.
🏕️মিনি সূচিঃPART-233(13:32-37)Ar-Ra'ad
13:32(All Messengers were Ridiculed)
13:33✅(verse/note/ref("Nafs","Name them(বহু অংশীদাৰ)", "intercessors", "কোনে সিহঁতক সৎপথৰ পৰা আঁতৰত ৰাখিছে"-see notes-link)
13:34(Punishment of the Disbelievers and Reward of the Pious Believers).
13:35(মুত্তাক্বীসকলক জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে-Note)
13:36(Abrogation, Mutashabihat, No-Partner-Note)
13:37(কোৰআনক বিধানৰূপে আৰবী ভাষাত অৱতীৰ্ণ হৈছে -আল্লাহে প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছে, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে-Note)
।।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🅾️১৩:৩২(All Messengers were Ridiculed)
وَلَقَدِ اسْتُهْزِئَ بِرُسُلٍ مِنْ قَبْلِكَ فَأَمْلَيْتُ لِلَّذِينَ كَفَرُوا ثُمَّ أَخَذْتُهُمْ ۖ فَكَيْفَ كَانَ عِقَابِ
নিশ্চয় তোমাৰ পূৰ্বে বহু ৰাছুলক উপহাস কৰা হৈছে আৰু যিসকলে কুফৰী কৰিছিল সিহঁতক মই অকণমান অৱকাশ দিছিলো, তাৰ পিছত সিহঁতক আক্ৰমণ কৰিছো। এতেকে কেনেকুৱা আছিল মোৰ শাস্তি!(same: 6:10, 13:32, 21:41).
.
[13:32] And (Wa) certainly (Laqadi) messengers (Rusulin) were ridiculed (Es'tuh'zia Bi) before you (s) (Min
Qab'li-ka), but (Fa) I dictated (Am'lai'tu) for those who (Lillaziina) disbelieved (Kafaru'); then (Fa) I seized
them (Akhaz'tu-hum’), and (Fa) how (Kai'fa) was (Kaana) MY penalty (Eqaabi)?
.
📍references:
২২:৪৮
وَكَأَيِّنْ مِنْ قَرْيَةٍ أَمْلَيْتُ لَهَا وَهِيَ ظَالِمَةٌ ثُمَّ أَخَذْتُهَا وَإِلَيَّ الْمَصِيرُ
আৰু আমি বহুতো জনপদক অৱকাশ দিছিলো অথচ সিহঁত আছিল যালিম, তাৰ পিছত আমি সিহঁতক গ্ৰেপ্তাৰ কৰিছো, আৰু আমাৰ ওচৰতেই প্ৰত্যাৱৰ্তনস্থল।
.
১১:১০২
وَكَذَٰلِكَ أَخْذُ رَبِّكَ إِذَا أَخَذَ الْقُرَىٰ وَهِيَ ظَالِمَةٌ ۚ إِنَّ أَخْذَهُ أَلِيمٌ شَدِيدٌ
যেতিয়া তোমাৰ প্ৰতিপালকে কোনো অন্যায়কাৰী জনপদক আক্ৰমণ কৰে তেতিয়া এইদৰেই আক্ৰমণ কৰে। নিশ্চয় তেওঁৰ আক্ৰমণ অতি যন্ত্ৰণাদায়ক, মহাকঠিন।
.
🅾️১৩:৩৩
أَفَمَنْ هُوَ قَائِمٌ عَلَىٰ كُلِّ نَفْسٍ بِمَا كَسَبَتْ ۗ وَجَعَلُوا لِلَّهِ شُرَكَاءَ قُلْ سَمُّوهُمْ ۚ أَمْ تُنَبِّئُونَهُ بِمَا لَا يَعْلَمُ فِي الْأَرْضِ أَمْ بِظَاهِرٍ مِنَ الْقَوْلِ ۗ بَلْ زُيِّنَ لِلَّذِينَ كَفَرُوا مَكْرُهُمْ وَصُدُّوا عَنِ السَّبِيلِ ۗ وَمَنْ يُضْلِلِ اللَّهُ فَمَا لَهُ مِنْ هَادٍ
তেন্তে প্ৰত্যেক মানুহে যি কৰে সেইবোৰৰ যিজন পৰ্যবেক্ষক (তেওঁ ইহঁতৰ এই অক্ষম ইলাহবোৰৰ দৰে নেকি?) অথচ সিহঁতে আল্লাহৰ লগত বহু অংশীদাৰ সাব্যস্ত কৰিছে। কোৱা, ‘তোমালোকে ইহঁতৰ পৰিচয় দিয়া। নে তোমালোকে পৃথিৱীৰ মাজৰ এনেকুৱা কোনো সংবাদ দিব বিচৰা যিটো তেওঁ নাজানে? নে (তোমালোকে কেৱল) বাহ্যিক কথাহে কৈ আছা’? বৰং যিসকলে কুফৰী কৰিছে সিহঁতৰ ওচৰত সিহঁতৰ ছলনা শোভনীয় কৰি দিয়া হৈছে আৰু সিহঁতক সৎপথৰ পৰা আঁতৰত ৰখা হৈছে, আৰু আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথপ্ৰদৰ্শক নাই।
.
[13:33] So is there (Afa-) one (Huwa) upon (Ålaa) whom (-Man') every (Kulli) soul (Naf'si) is based
(Qaa'imun) for what (Bimaa) it has earned (Kasabat')? And (Wa) they have assigned (Jaålu') “partners”
(Shurakaa'a) to GOD (Lillahi). Say (Qul'): "Name them (Samuu-hum). Or (Am') are you informing HIM
(Tunabbiunahu) of what (Bimaa) HE does not (Laa) know (Ya'lamu) on earth (Fiil' Ar'di), or (Am) of what (Bi)
is apparent (Zoahirin) of (Mina) the word (El'Qaw'li)?" Rather (Bal'), adorned (Zuyyina) to those who
(Lillaziina) disbelieve (Kafaru') is their scheming (Mak'ru-hum) and (Wa) they turn away from (Suddu' Åni)
the way (Es'Sabiili). And (Wa) whoever (Man) GOD leaves astray (Yud'lili-llahu), then (Fa) he will have
(Lahu) no (Maa Min') guide (Haad).
.
📍Verse/Note-See link :
.
📍reference:
৪:৮৮
۞ فَمَا لَكُمْ فِي الْمُنَافِقِينَ فِئَتَيْنِ وَاللَّهُ أَرْكَسَهُمْ بِمَا كَسَبُوا ۚ أَتُرِيدُونَ أَنْ تَهْدُوا مَنْ أَضَلَّ اللَّهُ ۖ وَمَنْ يُضْلِلِ اللَّهُ فَلَنْ تَجِدَ لَهُ سَبِيلًا
এতেকে তোমালোকৰ কি হ’ল, তোমালোকে মুনাফিকসকলৰ বিষয়ে দুই দলত বিভক্ত হৈ গ’লা? অথচ সিহঁতে যি অৰ্জন কৰিছে তাৰবাবে আল্লাহে সিহঁতক পূৰ্বাৱস্থালৈ ওভোতাই দিছে। আল্লাহে যাক পথভ্ৰষ্ট কৰিছে তোমালোকে তাক সৎপথত পৰিচালিত কৰিব বিচৰা নেকি? আৰু আল্লাহে কাৰোবাক পথভ্ৰষ্ট কৰিলে তুমি তাৰবাবে কেতিয়াও কোনো পথ বিচাৰি নাপাবা।
.
🅾️১৩:৩৪(Punishment of the Disbelievers and Reward of the Pious Believers).
لَهُمْ عَذَابٌ فِي الْحَيَاةِ الدُّنْيَا ۖ وَلَعَذَابُ الْآخِرَةِ أَشَقُّ ۖ وَمَا لَهُمْ مِنَ اللَّهِ مِنْ وَاقٍ
সিহঁতৰ বাবে পাৰ্থিৱ জীৱনত আছে শাস্তি, আৰু আখিৰাতৰ শাস্তি অতি কঠোৰ! আৰু আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতৰ কোনো নাই।
(See the last paragraph of verse 13:31-link :
Pl find the verse:
.
[13:34] They will have (Lahum) a punishment (Åzaabun) in (Fii) the worldly (Ed'Dun'ya) life (El'Hayaati),
and (Wa) the (La) punishment (Åaabu) of the hereafter (El'Aakhirati) is more wretched (Ashaqqu). And
(Wa) they will have (Lahum) no (Maa Min) protector (Waaq) against GOD (Minallahi).
.
📍ref:-link :
.
🅾️১৩:৩৫
۞ مَثَلُ الْجَنَّةِ الَّتِي وُعِدَ الْمُتَّقُونَ ۖ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۖ أُكُلُهَا دَائِمٌ وَظِلُّهَا ۚ تِلْكَ عُقْبَى الَّذِينَ اتَّقَوْا ۖ وَعُقْبَى الْكَافِرِينَ النَّارُ
মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, তাৰ উপমা হৈছে এনেকুৱাঃ তাৰ তলত নদীসমূহ প্ৰবাহিত, তাৰ ফল-মূল আৰু ছাঁ হ’ব চিৰস্থায়ী। যিসকলে তাক্বৱা অৱলম্বন কৰিছে এইটো তেওঁলোকৰ প্ৰতিফল আৰু কাফিৰসকলৰ প্ৰতিফল হৈছে অগ্নি।
.
[13:35] The example (Mathalu) of Paradise (El'Jannati), which (Ellatii) has been promised (Wueda) to the
pious (El'Muttaquun) is, rivers (El'An'haaru) will flow (Taj'rii) beneath it (Min Tah'ti-ha). Its fruit (Ukulu-ha)
is constant (Daa'imun) as well as (Wa) its shelter (Zillu-ha). That (Til'ka) is the outcome (Uq'baa) for those
who (Ellaziina) reverenced (Ettaqa'), and (Wa) the outcome (Uq'baa) for the disbelievers (El'Kaafiriina) is the
Fire (En'Naar).
.
📍Verse/Note:
13:35 THE PARABLE of the paradise promised to those who are conscious of God [is that of a garden] through which running waters flow:(*) [but, unlike an earthly garden,] its fruits will be everlasting, and [so will be] its shade.(**) Such will be the destiny of those who remain conscious of God-just as the destiny of those who deny the truth will be the fire(***).
(*reference to "the parable of paradise" in 47:15, we are here reminded that the Qur'anic descriptions of what awaits man after resurrection are, of necessity, metaphorical, since the human mind cannot conceive of anything that is - both in its elements and its totality - entirely different from anything that can be experienced in this world.
৪৭:১৫
مَثَلُ الْجَنَّةِ الَّتِي وُعِدَ الْمُتَّقُونَ ۖ فِيهَا أَنْهَارٌ مِنْ مَاءٍ غَيْرِ آسِنٍ وَأَنْهَارٌ مِنْ لَبَنٍ لَمْ يَتَغَيَّرْ طَعْمُهُ وَأَنْهَارٌ مِنْ خَمْرٍ لَذَّةٍ لِلشَّارِبِينَ وَأَنْهَارٌ مِنْ عَسَلٍ مُصَفًّى ۖ وَلَهُمْ فِيهَا مِنْ كُلِّ الثَّمَرَاتِ وَمَغْفِرَةٌ مِنْ رَبِّهِمْ ۖ كَمَنْ هُوَ خَالِدٌ فِي النَّارِ وَسُقُوا مَاءً حَمِيمًا فَقَطَّعَ أَمْعَاءَهُمْ
মুত্তাক্বীসকলক যি জান্নাতৰ প্ৰতিশ্ৰুতি দিয়া হৈছে তাৰ দৃষ্টান্ত হৈছে, তাত আছে নিৰ্মল পানীৰ নিজৰাসমূহ, আৰু আছে গাখীৰৰ নদীসমূহ যাৰ সোৱাদ অপৰিবৰ্তনীয়, লগতে পানকাৰীসকলৰ বাবে আছে সুস্বাদু সুৰাৰ নহৰসমূহ, আৰু আছে পৰিশোধিত মৌজোলৰ নদীসমূহ আৰু তাত থাকিব তেওঁলোকৰ বাবে প্ৰত্যেক প্ৰকাৰৰ ফলমূল, আৰু আছে তেওঁলোকৰ প্ৰতিপালকৰ তৰফৰ পৰা ক্ষমা। তেওঁলোক সিহঁতৰ দৰে নেকি যিসকল জাহান্নামত স্থায়ী হ’ব আৰু যিসকলক পান কৰোৱা হ’ব উতলা পানী, ফলত সেই পানীয়ে সিহঁতৰ নাড়ী-ভুৰু ছিন্ন-বিচ্ছিন্ন কৰি পেলাব।)
(**৪:৫৭
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ سَنُدْخِلُهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا أَبَدًا ۖ لَهُمْ فِيهَا أَزْوَاجٌ مُطَهَّرَةٌ ۖ وَنُدْخِلُهُمْ ظِلًّا ظَلِيلًا
আৰু যিসকলে ঈমান আনিছে আৰু নেক আমল কৰিছে, অতি শীঘ্ৰে আমি সিহঁতক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ তলত নিজৰাসমূহ প্ৰবাহিত; তাত সিহঁত চিৰস্থায়ী হ’ব, তাত সিহঁতৰ বাবে পৱিত্ৰ স্ত্ৰী থাকিব আৰু সিহঁতক আমি বিস্তৃত ঘন ছাঁত আশ্ৰয় দান কৰিম।)
(***`ugba, in this context, as "destiny" see 13:22 above:
১৩:২২
وَالَّذِينَ صَبَرُوا ابْتِغَاءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً وَيَدْرَءُونَ بِالْحَسَنَةِ السَّيِّئَةَ أُولَٰئِكَ لَهُمْ عُقْبَى الدَّارِ
আৰু যিসকলে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু চালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱনোপকৰণ দিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।)
.
📍Verse/Note:
(13:35) Those who follow the right path will have Jannat as their abode the likeness of which is that
of a garden wherein flow streams and wherein are fruits perennial and shades perpetual. This is what awaits the Muttaqeen but what awaits the K afireen is fire (14/24-25, 47/15).pz.
.
🅾️১৩:৩৬
وَالَّذِينَ آتَيْنَاهُمُ الْكِتَابَ يَفْرَحُونَ بِمَا أُنْزِلَ إِلَيْكَ ۖ وَمِنَ الْأَحْزَابِ مَنْ يُنْكِرُ بَعْضَهُ ۚ قُلْ إِنَّمَا أُمِرْتُ أَنْ أَعْبُدَ اللَّهَ وَلَا أُشْرِكَ بِهِ ۚ إِلَيْهِ أَدْعُو وَإِلَيْهِ مَآبِ
আৰু আমি যিসকলক কিতাব প্ৰদান কৰিছো তেওঁলোকে তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাত আনন্দ পায়। কিন্তু দলসমূহৰ🥦 কিছুমানে ইয়াৰ কিছু অংশক অস্বীকাৰ কৰে। কোৱা, ‘মোক আদেশ কৰা হৈছে মই যাতে কেৱল আল্লাহৰ ইবাদত কৰো আৰু তেওঁৰ লগত যাতে আন কাকো অংশী নকৰো🔖। মই তেওঁৰ পিনেই আহ্বান কৰো আৰু তেওঁৰ ওচৰতেই মোৰ প্ৰত্যাৱৰ্তন’।
.
[13:36] And (Wa) those (Ellaziina) to whom We gave (Aatai'naa-humu) the Book (El'Kitaaba) rejoice
(Yaf'rahuuna) at what (Bimaa) has been revealed to you (s) (Unzila ilai'ka), but (Wa) among (Mina) the
parties (El'Ah'zaabi) are those who (Man) deny (Yunkiru) part of it (Ba'do-hu). Say (Qul'): "I have only
(Innamaa) been commanded (Umir'tu) to (An') worship GOD (A'buda-llaha) and not (Walaa) to associate
others with HIM (Ush'rika Bi-hi). To HIM (ilai'hi) I invite (Ad'u') and (Wa) to HIM (ilai'hi) is my return
(Ma'aab)."
.
📍Note:
🥦The dissenting groups(lit., "parties" or "sects", sing. hizb) even preach that some of the verses are abrogated🟦 or that they have a hidden meaning⬛.
.
(Abrogation🟦
(Abrogation, the biggest lie against Quran):
https://muktabulraf.blogspot.com/2021/12/2106-abrogation-biggest-lie-against.html?m=1)-raf.
.
("mutashabihat" ⬛verses
.
৬:১৬৩🔖
لَا شَرِيكَ لَهُ ۖ وَبِذَٰلِكَ أُمِرْتُ وَأَنَا أَوَّلُ الْمُسْلِمِينَ
‘তেওঁৰ কোনো অংশীদাৰ নাই, আৰু মোক ইয়াৰেই নিৰ্দেশ দিয়া হৈছে, আৰু মুছলিমসকলৰ (আত্মসমৰ্পনকাৰী) মাজত ময়েই প্ৰথম’।
(verse/note 6:163-link:
.
🅾️১৩:৩৭
وَكَذَٰلِكَ أَنْزَلْنَاهُ حُكْمًا عَرَبِيًّا ۚ وَلَئِنِ اتَّبَعْتَ أَهْوَاءَهُمْ بَعْدَمَا جَاءَكَ مِنَ الْعِلْمِ مَا لَكَ مِنَ اللَّهِ مِنْ وَلِيٍّ وَلَا وَاقٍ
এইদৰেই আমি কোৰআনক বিধানৰূপে🔖 আৰবী ভাষাত💠 অৱতীৰ্ণ কৰিছো। এতেকে জ্ঞান পোৱাৰ পিছতো যদি তুমি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰা তেন্তে আল্লাহৰ বিৰুদ্ধে তোমাৰ কোনো অভিভাৱক আৰু ৰক্ষক নাথাকিব।
.
[13:37] And (Wa) thus (Kazaalika) have We revealed it (Anzal'naa-hu) as an Arabic (Årabiyya) judgement
(Huk'man). And (Wa) if (Laini) you should follow (Ettaba'ta) their inclinations (Ah'waa'a-hum) after (Ba'da)
what (Maa) has come to you (s) (Jaa'a-ka) of (Mina) the knowledge (El' il'mi), you will have (Laka) no (Maa
Min) guardian (Waliyyi) nor (Walaa) protector (Waaq) against GOD (Minallahi).
.
📍Note:💠
Lit., "as an Arabic ordinance (hukm)": i.e., so as to enable the Arabian Prophet to propound it to the people of his immediate environment and, through them, to the whole world. Cf. in this connection 14:4, where it is stated that every one of God's prophets was entrusted with a message "in his own people's tongue, so that he might make [the truth] clear unto them". That the message of the Qur'an is universal, and not restricted to the Arabs alone, is brought out clearly in many places, e.g., in 7:158, "Say [O Prophet]: 'O mankind! Verily, I am an apostle of God to all of you."(as).
(১৪:৪
وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا بِلِسَانِ قَوْمِهِ لِيُبَيِّنَ لَهُمْ ۖ فَيُضِلُّ اللَّهُ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আৰু আমি প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছো, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে, তাৰ পিছতো আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
৭:১৫৮
قُلْ يَا أَيُّهَا النَّاسُ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ جَمِيعًا الَّذِي لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۖ لَا إِلَٰهَ إِلَّا هُوَ يُحْيِي وَيُمِيتُ ۖ فَآمِنُوا بِاللَّهِ وَرَسُولِهِ النَّبِيِّ الْأُمِّيِّ الَّذِي يُؤْمِنُ بِاللَّهِ وَكَلِمَاتِهِ وَاتَّبِعُوهُ لَعَلَّكُمْ تَهْتَدُونَ
কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল উম্মী নবীৰ প্ৰতি যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা’।)
.
📍ref:🔖
God's way: method, practice, modus operandi. (Arabic: sunnatullah) God's system is constant and does not change. Everything happens in accordance with His fixed laws. See verses 17:73; 33:62.sig.
(১৭:৭৩
وَإِنْ كَادُوا لَيَفْتِنُونَكَ عَنِ الَّذِي أَوْحَيْنَا إِلَيْكَ لِتَفْتَرِيَ عَلَيْنَا غَيْرَهُ ۖ وَإِذًا لَاتَّخَذُوكَ خَلِيلًا
আৰু আমি তোমাৰ প্ৰতি যি অহী কৰিছো তাৰ পৰা সিহঁতে তোমাক পদস্খলন ঘটোৱাৰ চেষ্টা প্ৰায় চুড়ান্ত কৰিছিল, যাতে তুমি আমাৰ নামত ইয়াৰ বিপৰীতে মিছা ৰটনা কৰিব পাৰা; আৰু তেতিয়া নিঃসন্দেহে সিহঁতে তোমাক বন্ধুৰূপে গ্ৰহণ কৰিলেহেঁতেন।
.
৩৩:৬২
سُنَّةَ اللَّهِ فِي الَّذِينَ خَلَوْا مِنْ قَبْلُ ۖ وَلَنْ تَجِدَ لِسُنَّةِ اللَّهِ تَبْدِيلًا
পূৰ্বে যিসকলে অতিবাহিত হৈছে সিহঁতৰ বিষয়েও এইটোৱেই আছিল আল্লাহৰ ৰীতি। তুমি কেতিয়াও আল্লাহৰ ৰীতিত কোনো পৰিবৰ্তন নাপাবা।)
.
📘বিশ্লেষণাত্মক📗কোৰআন📘চৰ্চা📗চৈ:ৰফ📘
....ooo....