⚫ Al-An'am[Part-124(06:33-44)]
Part-124(6:33-44)
(#muktabulhussain)
.
🔵মিনি সূচিঃPart-124(6:33-44)
6:33(যালিমসকলে💥 আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।-Note)
6:34(আল্লাহৰ বাণীসমূহৰ((Kalimaati-llahi)) কোনো পৰিবৰ্তনকাৰী নাই।"God's way" (sunnat Allah-سُنَّةَ اللَّهِ -See sp note)
6:35(God wants His servants to reflect and make free choices-Note)
6:36(যিসকলে শুনা পায় কেৱল সিহঁতেই আহ্বানত সঁহাৰি দিয়ে।)
6:37(কোৱা, ‘এইটোৱেই মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰো। আল্লাহ অতি পৱিত্ৰ মহান আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’12:108- Note)
6:38(কোৰআনত আল্লাহে একো বাদ দিয়া নাই)(প্ৰতিটো প্ৰাণী প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত)-Note
6:39(আয়াতসমূহক যি অস্বীকাৰ কৰে, সিহঁত কলা আৰু বোবা, অন্ধকাৰত আছে।-Note)
6:40-44(সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছো, যাতে সিহঁতে অনুনয় বিনয় কৰে- see notes on every verse)
।।।।
🔵৬:৩৩
قَدْ نَعْلَمُ إِنَّهُ لَيَحْزُنُكَ الَّذِي يَقُولُونَ ۖ فَإِنَّهُمْ لَا يُكَذِّبُونَكَ وَلَٰكِنَّ الظَّالِمِينَ بِآيَاتِ اللَّهِ يَجْحَدُونَ
আমি নিশ্চয় জানো যে, সিহঁতে যি কয় সেইটোৱে তোমাক কষ্ট দিয়ে; কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে, বৰং যালিমসকলে💥 আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।
.
[6:33] We already (Qad') know (Na'lamu) that (Innahu) what (Ellazii) they say (Yaquuluun) will (La) sadden
you (s) (Yah'zunu-ka). But (Fa) indeed, they (Innahum) are not (Laa) denying you (s) (Yukazzibuunaka),
however (Walaakinna) the transgressors (Ez'Zoalimiina) are rejecting (Yaj'haduun Bi) Our verses (Aayaati-llahi).
.
📍Verse reference:
৩৫:৮
أَفَمَنْ زُيِّنَ لَهُ سُوءُ عَمَلِهِ فَرَآهُ حَسَنًا ۖ فَإِنَّ اللَّهَ يُضِلُّ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۖ فَلَا تَذْهَبْ نَفْسُكَ عَلَيْهِمْ حَسَرَاتٍ ۚ إِنَّ اللَّهَ عَلِيمٌ بِمَا يَصْنَعُونَ
কাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে, (সেইজন ব্যক্তি তেওঁৰ দৰে হ’ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাৱে?) এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা তাকে হিদায়ত দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।
.
📍Word reference,zalim💥
Who are Zalim(the transgressors (Ez'Zoalimiina)-link:
.
১৮:৬
فَلَعَلَّكَ بَاخِعٌ نَفْسَكَ عَلَىٰ آثَارِهِمْ إِنْ لَمْ يُؤْمِنُوا بِهَٰذَا الْحَدِيثِ أَسَفًا
এতেকে সিহঁতে এই বাণীত ঈমান পোষণ নকৰিলে সম্ভৱত সিহঁতৰ পিছত ঘূৰি ঘূৰি তুমি দুখতে আত্ম-বিনাশী হৈ পৰিবা।
.
🔵৬:৩৪
وَلَقَدْ كُذِّبَتْ رُسُلٌ مِنْ قَبْلِكَ فَصَبَرُوا عَلَىٰ مَا كُذِّبُوا وَأُوذُوا حَتَّىٰ أَتَاهُمْ نَصْرُنَا ۚ وَلَا مُبَدِّلَ لِكَلِمَاتِ اللَّهِ ۚ وَلَقَدْ جَاءَكَ مِنْ نَبَإِ الْمُرْسَلِينَ
আৰু তোমাৰ পূৰ্বেও বহুতো ৰাছুলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰা আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল, অৱশেষত তেওঁলোকৰ ওচৰত আমাৰ সহায় আহিছে। আৰু আল্লাহৰ বাণীসমূহৰ কোনো পৰিবৰ্তনকাৰী নাই🩸। নিশ্চয় ৰাছুলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকেও আহিছে।
.
[6:34] And (Wa) certainly (Laqad') messengers (Rusulun) before you (s)
(Min Qab'li-ka) were denied
(Kuzzibat'), but (Fa) they were patient (Sobaru') over (Ålaa) what (Maa) they were denied (Kuzzibu'), and
they were harassed (Uuzu') until (Hattaa) Our victory (Nas'ru-naa) came to them (Ataa-hum’). And (Wa)
there is no (Laa) alteration (Mubaddila) to (Li) the words of GOD (Kalimaati-llahi). And (Wa) certainly
(Laqad') there has come to you (s) (Jaa'a-ka) some of (Min) the news (Nabai') of the messengers (El'Mur'saliin).
.
📍Verse/Note--1
6:34 Messengers before you were denied and opposed. They steadfastly faced persecution until Our help reached them. There is none to alter the decisions, laws and Words of God. Some history of the Messengers has already come to you and sets examples for you. [6:116, 10:64, 17:77, 18:27, 33:38, 33:62, 40:85, 48:23](sa).
(See verses Assamese translation link:
.
📍Note-2:🩸 How Hadith and Sunnah used in the Quran: Link:
.
🔵৬:৩৫(Warning to the Messenger: Do not Be Ignorant).
وَإِنْ كَانَ كَبُرَ عَلَيْكَ إِعْرَاضُهُمْ فَإِنِ اسْتَطَعْتَ أَنْ تَبْتَغِيَ نَفَقًا فِي الْأَرْضِ أَوْ سُلَّمًا فِي السَّمَاءِ فَتَأْتِيَهُمْ بِآيَةٍ ۚ وَلَوْ شَاءَ اللَّهُ لَجَمَعَهُمْ عَلَى الْهُدَىٰ ۚ فَلَا تَكُونَنَّ مِنَ الْجَاهِلِينَ
আৰু যদি সিহঁতৰ উপেক্ষা (অনাগ্ৰহ) তোমাৰ বাবে কষ্টকৰ হয় তেন্তে পাৰিলে ভূগৰ্ভত সুৰংগ অথবা আকাশত জখলা বিচাৰি উলিয়াই সিহঁতৰ বাবে কোনো নিদৰ্শন লৈ আহা। আৰু যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁত আটাইকে নিশ্চয় সৎপথত একত্ৰিত কৰিলেহেঁতেন। সেয়ে তুমি মূৰ্খসকলৰ অন্তৰ্ভুক্ত নহ’বা।
.
[6:35] And (Wa) if (In) their avoidance (I'raadu-hum') becomes (Kaana) too much (Kabura) for you (s)
(Ålai'ka), then (Fa) even if (Law') you would be able (Es'tato'ta) to (An) seek (Tab'tagiya) a tunnel (Nafaqan)
through the earth (Fiil' Ar'di) or (Aw') a stairway (Sullaman) into (Fii) the sky (Es'Samaai) to (Fa) come to
them (Ta'tiya-hum) with (Bi) a sign (miracle) (Aayatin). If (Law') GOD had willed (Shaa'a-llahu), HE would have
(La) gathered them (Jamaå-hum’) upon (Ålaa) the Guidance (El'Hudaa). Therefore (Fa) do not (Laa) be
(Takuunanna) among (Mina) those who are ignorant (El'Jaahiliin).
.
📍Verse/Note:
6:35 If their rejection is hard on you, (remember they would still not believe) even if you were able to seek a tunnel in the ground or a ladder to the sky and bring them a miracle. If it were God’s will, He could assemble them together to true guidance. So, do not be among those who are swayed by ignorance (about free will given to humans).
Note:
God wants His servants to reflect and make free choices. 2:256, 10:98, 12:108(sa).
(see Assamese translation link:
.
🔵৬:৩৬
۞ إِنَّمَا يَسْتَجِيبُ الَّذِينَ يَسْمَعُونَ ۘ وَالْمَوْتَىٰ يَبْعَثُهُمُ اللَّهُ ثُمَّ إِلَيْهِ يُرْجَعُونَ
যিসকলে শুনা পায় কেৱল সিহঁতেই আহ্বানত সঁহাৰি দিয়ে। আৰু মৃতসকলক আল্লাহে পুনৰ জীৱিত কৰিব; তাৰ পিছত সিহঁতক তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰোৱা হ’ব।
.
[6:36] Only (Innama) those who (Ellaziina) listen (Yas'mauuna) will respond (Yas'tajiibu), as for (Wa) the
dead (El'Maw'taa); GOD (Ellahu) will resurrect them (Yab'åthu-humu), then (Thumma) they will be
returned (Yar'jauun) to HIM (ilai'hi).
.
📍Verse/Note:
6:36 Only those can accept the truth who hear and listen (with an open mind). As for the dead, God will raise them up, then they will be returned to Him (and He will make all of them understand).
Note
2:260, 10:100. The living dead will only hear when they use their faculties(sa).
২:২৬০
وَإِذْ قَالَ إِبْرَاهِيمُ رَبِّ أَرِنِي كَيْفَ تُحْيِي الْمَوْتَىٰ ۖ قَالَ أَوَلَمْ تُؤْمِنْ ۖ قَالَ بَلَىٰ وَلَٰكِنْ لِيَطْمَئِنَّ قَلْبِي ۖ قَالَ فَخُذْ أَرْبَعَةً مِنَ الطَّيْرِ فَصُرْهُنَّ إِلَيْكَ ثُمَّ اجْعَلْ عَلَىٰ كُلِّ جَبَلٍ مِنْهُنَّ جُزْءًا ثُمَّ ادْعُهُنَّ يَأْتِينَكَ سَعْيًا ۚ وَاعْلَمْ أَنَّ اللَّهَ عَزِيزٌ حَكِيمٌ
আৰু যেতিয়া ইব্ৰাহীমে ক’লে, ‘হে মোৰ প্ৰতিপালক! মোক দেখুৱা তুমি কেনেকৈ মৃতক জীৱিত কৰা’, তেওঁ ক’লে, ‘তেন্তে তুমি বিশ্বাস কৰা নাই নেকি’? ইব্ৰাহীমে ক’লে, ‘নিশ্চয় কৰো, কিন্তু মোৰ মনৰ প্ৰশান্তিৰ বাবে (চাব বিচাৰো)’, আল্লাহে ক’লে, ‘তেন্তে চাৰিটা চৰাই লোৱা আৰু সেইবোৰক পোহ মনাই লোৱা। তাৰ পিছত সেইবোৰ টুকুৰা কৰি এখন এখন পাহাৰত স্থাপন কৰা। তাৰ পিছত সেইবোৰক মাতা, সেইবোৰ তোমাৰ ওচৰলৈ দৌৰি আহিব, আৰু জানি থোৱা, নিশ্চয় আল্লাহ প্ৰবল পৰাক্ৰমশালী, প্ৰজ্ঞাময়’।
.
১০:১০০
وَمَا كَانَ لِنَفْسٍ أَنْ تُؤْمِنَ إِلَّا بِإِذْنِ اللَّهِ ۚ وَيَجْعَلُ الرِّجْسَ عَلَى الَّذِينَ لَا يَعْقِلُونَ
আৰু আল্লাহৰ অনুমতিবিহীন কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয় আৰু যিসকলে নুবুজে আল্লাহে সিহঁতকেই কলুষলিপ্ত কৰে।
.
🔵৬:৩৭(Everything is Recorded).
وَقَالُوا لَوْلَا نُزِّلَ عَلَيْهِ آيَةٌ مِنْ رَبِّهِ ۚ قُلْ إِنَّ اللَّهَ قَادِرٌ عَلَىٰ أَنْ يُنَزِّلَ آيَةً وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
আৰু সিহঁতে কয়, ‘তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা তেওঁৰ ওচৰত কিয় নিদৰ্শন নাহে’? কোৱা, ‘নিদৰ্শন অৱতীৰ্ণ কৰিবলৈ আল্লাহ নিশ্চয় সক্ষম’, কিন্তু সিহঁতৰ অধিকাংশই (এই কথা) নাজানে।
.
[6:37] And (Wa) they say (Qaalu'), "Why (Law') has a sign (miracle) (Aayatun) not (Laa) been revealed (Nuzzila)
to him (Ålai'hi) from (Min) his LORD (Rabbi-hi)?" Say (Qul'): "Indeed, GOD (Innallaha) is able (Qaadirun) to
(Ålaa An) reveal (Yunazzila) a sign (Aayatan),” but (Walaakinna) most of them (Ak'thara-hum’) do not (Laa)
know (Ya'lamuun).
.
📍Verse/Note:
6:37 They say, “If only a miracle could come down to him from his Lord!” Say, “God has the Power to send down a miracle, but most of them do not use their knowledge.”
Note
He does not wish to stun the human intellect with supernatural phenomena. He wants people to reflect and use reason. 12:108(sa).
১২:১০৮
قُلْ هَٰذِهِ سَبِيلِي أَدْعُو إِلَى اللَّهِ ۚ عَلَىٰ بَصِيرَةٍ أَنَا وَمَنِ اتَّبَعَنِي ۖ وَسُبْحَانَ اللَّهِ وَمَا أَنَا مِنَ الْمُشْرِكِينَ
কোৱা, ‘এইটোৱেই মোৰ পথ, মই আৰু মোৰ অনুসাৰীসকলে পূৰ্ণ বিশ্বাসৰ সৈতে জানি-বুজি আল্লাহৰ প্ৰতি আহ্বান কৰো। আল্লাহ অতি পৱিত্ৰ মহান আৰু মই মুশ্বৰিকসকলৰ অন্তৰ্ভুক্ত নহয়’।
.
🔵৬:৩৮(Animals and Birds: Submitting Creatures).
وَمَا مِنْ دَابَّةٍ فِي الْأَرْضِ وَلَا طَائِرٍ يَطِيرُ بِجَنَاحَيْهِ إِلَّا أُمَمٌ أَمْثَالُكُمْ ۚ مَا فَرَّطْنَا فِي الْكِتَابِ مِنْ شَيْءٍ ۚ ثُمَّ إِلَىٰ رَبِّهِمْ يُحْشَرُونَ
আৰু পৃথিৱীত বিচৰণশীল প্ৰতিটো প্ৰাণী আৰু দুই ডেউকাৰে উৰা প্ৰতিটো চৰাই, তোমালোকৰ দৰেই একো একোটা উম্মত। এই কিতাবত (লাওহে মাহফুজত) আমি একো এৰি দিয়া নাই🔵; তাৰ পিছত সিহঁতক সিহঁতৰ প্ৰতিপালকৰ পিনে একত্ৰিত কৰা হ’ব।
.
[6:38] And (Wa) there is not (Maa) a (Min) creature (Daabbatin) on earth (Fiil' Ar'di) nor (Walaa) a bird
(Toairin) flying (Yatiiru) with (Bi) its two wings (Janaahai'hi) except (illaa) as nations (Umamun) like you (Am'thaalu-kum). We have not (Maa) left out🔵 (Farrat'naa) anything (Min Shai'in) in (Fii) the register
(El'Kitaabi). Thus (Thumma) they will be assembled (Yuh'sharuun) to (ilaa) their LORD (Rabbi-him).
.
📍Verse/Note-1
6:38 There is not a creature in the earth, or a bird that flies with its wings, but are nations like you. We did not leave🔵 anything out of the book; then to their Lord they will be summoned.
Note
This verse is primarily about the master record that records everything we do. However, with its secondary meaning it implies the Quran too, since it contains all we need to attain eternal salvation (16:89)(edip).
১৬:৮৯
وَيَوْمَ نَبْعَثُ فِي كُلِّ أُمَّةٍ شَهِيدًا عَلَيْهِمْ مِنْ أَنْفُسِهِمْ ۖ وَجِئْنَا بِكَ شَهِيدًا عَلَىٰ هَٰؤُلَاءِ ۚ وَنَزَّلْنَا عَلَيْكَ الْكِتَابَ تِبْيَانًا لِكُلِّ شَيْءٍ وَهُدًى وَرَحْمَةً وَبُشْرَىٰ لِلْمُسْلِمِينَ
আৰু স্মৰণ কৰা, যেতিয়া আমি প্ৰত্যেক উম্মতৰ পৰা, সিহঁতৰ মাজৰ পৰাই সিহঁতৰ বিৰুদ্ধে একোজনকৈ সাক্ষী উত্থিত কৰিম আৰু তোমাক আমি তেওঁলোকৰ ওপৰত সাক্ষীৰূপে লৈ আহিম; কাৰণ আমি তোমাৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো প্ৰত্যেক বিষয়ৰ স্পষ্ট ব্যাখ্যাস্বৰূপ, পথ নিৰ্দেশ, ৰহমত আৰু মুছলিমসকলৰ বাবে সুসংবাদস্বৰূপ।
.
📍Note-2
All necessary guidance for the progress and welfare of individuals and societies is contained in
the Quran: a complete guidance and no other book can replace it. However, books that make laws
or give guidance within the parameters of the Quran are acceptable. See verses 4:82 & 16:69(sig).
.
(We did not leave🔵 anything-আমি একো এৰি দিয়া নাই: See IMP LINK:
.
🔵৬:৩৯
وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا صُمٌّ وَبُكْمٌ فِي الظُّلُمَاتِ ۗ مَنْ يَشَإِ اللَّهُ يُضْلِلْهُ وَمَنْ يَشَأْ يَجْعَلْهُ عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰে, সিহঁত কলা আৰু বোবা, অন্ধকাৰত আছে। আল্লাহে যাক ইচ্ছা বিপথগামী কৰে আৰু যাক ইচ্ছা তেওঁ সৰল পথত স্থাপন কৰে।
.
[6:39] And (Wa) those who (Ellaziina) deny (Kazzabu' Bi) Our verses (Aayaatina) are deaf (Summun) and
(Wa) dumb (Buk'mun) in (Fii) darknesses (Ez'Zulumaati). Whomever (Man) GOD wills (Yashai-llahu); HE
sends him astray (Yud'lil'hu), and whomever (Waman) HE wills (Yasha'); HE puts him (Yaj'ål'hu) on (Ålaa) a straight (Mus'taqiim) path (Siraatin).
.
📍Verse/Note-1
(6 39) And they who consider Our laws false are like those who are deaf and dumb and thus grope in
the darkness (🌀2/8 and 2/171). They go astray. On the other hand those who adhere to Our laws
follow the straight path(pz).
.
📍Note-2
God's will is the law of requital that works within His ordinance; your actions determine your
outcome. Good works produce good results(sig).
.
(২:৮🌀
وَمِنَ النَّاسِ مَنْ يَقُولُ آمَنَّا بِاللَّهِ وَبِالْيَوْمِ الْآخِرِ وَمَا هُمْ بِمُؤْمِنِينَ
আৰু মানুহৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে কয়, ‘আমি আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান আনিছো’, অথচ সিহঁত মুমিন নহয় ।
২:১৭১
وَمَثَلُ الَّذِينَ كَفَرُوا كَمَثَلِ الَّذِي يَنْعِقُ بِمَا لَا يَسْمَعُ إِلَّا دُعَاءً وَنِدَاءً ۚ صُمٌّ بُكْمٌ عُمْيٌ فَهُمْ لَا يَعْقِلُونَ
আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ উদাহৰণ তাৰ দৰে, যিয়ে এনে কাৰোবাক মাতিছে যিয়ে চিঞঁৰ বাখৰৰ বাহিৰে একো নুশুনে। সিহঁত কলা, বোবা, অন্ধ; সেয়ে সিহঁতে নুবুজে।).
.
📍Verse/Note-3
6:39 And they who give the lie to Our messages are deaf and dumb, in darkness deep. Whomever God wills, He lets go astray; and whomever He wills, He places upon a straight way.
Note
See note 4 on 14:4.
১৪:৪
وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا بِلِسَانِ قَوْمِهِ لِيُبَيِّنَ لَهُمْ ۖ فَيُضِلُّ اللَّهُ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۚ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আৰু আমি প্ৰতিজন ৰাছুলক তেওঁৰ স্ব-জাতিৰ ভাষাতেই প্ৰেৰণ কৰিছো, যাতে তেওঁ সিহঁতৰ ওচৰত স্পষ্টৰূপে ব্যাখ্যা কৰিব পাৰে, তাৰ পিছতো আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা সৎপথত পৰিচালিত কৰে আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
.
🔵৬:৪০
قُلْ أَرَأَيْتَكُمْ إِنْ أَتَاكُمْ عَذَابُ اللَّهِ أَوْ أَتَتْكُمُ السَّاعَةُ أَغَيْرَ اللَّهِ تَدْعُونَ إِنْ كُنْتُمْ صَادِقِينَ
কোৱা, ‘তোমালোকে কি বিবেচনা কৰা, যদি তোমালোকৰ ওপৰত আল্লাহৰ শাস্তি আপতিত হয় অথবা তোমালোকৰ ওচৰত কিয়ামত উপস্থিত হয়, তেন্তে তোমালোকে আল্লাহৰ বাহিৰে আন কাৰোবাক মাতিবানে? যদি তোমালোকে সত্যবাদী হোৱা (তেন্তে কোৱা)।
.
[6:40] Say (Qul'): "Have you considered (A-ra'ai'ta-kum); if (In') the punishment of GOD (Åzaabu-llahi)
should come to you (p) (Ataa-kum) or (Aw') the Hour (Es'Saaåtu) comes to you (Atat'kumu); would (A-) you
invoke (Tad'uuna) other than GOD (-gai'ra-llahi), if (In) you should be (Kuntum') truthful (Soadiqiin)?"
.
🔵৬:৪১
بَلْ إِيَّاهُ تَدْعُونَ فَيَكْشِفُ مَا تَدْعُونَ إِلَيْهِ إِنْ شَاءَ وَتَنْسَوْنَ مَا تُشْرِكُونَ
(নহয়) বৰং তোমালোকে কেৱল তেওঁকেই মাতিবা, এতেকে তোমালোকে যি উদ্দেশ্যে তেওঁক মাতিছা তেওঁ ইচ্ছা কৰিলে তোমালোকৰ সেই উদ্দেশ্য পূৰণ কৰিব আৰু তোমালোকে যিবোৰক তেওঁৰ অংশী কৰিছিলা সেইবোৰক পাহৰি যাবা।
.
[6:41] In fact (Bal'), it is HIM (Iyyaahu) you would invoke (Tad'uuna), and (Fa) HE would remove (Yak'shifu)
what (Maa) you invoked HIM for (Tad'uuna ilai'hi) if (In) HE willed (Shaa'a), and (Wa) you would forget
(Tansaw'na) whatever (Maa) you associate (idolize) (Tush'rikuun).
.
🔵৬:৪২
وَلَقَدْ أَرْسَلْنَا إِلَىٰ أُمَمٍ مِنْ قَبْلِكَ فَأَخَذْنَاهُمْ بِالْبَأْسَاءِ وَالضَّرَّاءِ لَعَلَّهُمْ يَتَضَرَّعُونَ
নিশ্চয় আমি তোমাৰ পূৰ্বে বহুতো জাতিৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো, তাৰ পিছত সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছো, যাতে সিহঁতে অনুনয় বিনয় কৰে।
.
[6:42] And (Wa) We have certainly (Laqad') sent (Ar'sal'naa) to (ilaa) nations (Umamin) before you (s)
(Min
Qab'li-ka), then (Fa) We seized them (Akhaz'naa-hum) with (Bi) misery (El'Ba'saa'i) and adversity
(Ed'Dorraai) so that they (Laållahum') might implore (Yatadorra'uun).
.
📍Verse/Note:
6:42 We sent Messengers to nations before you. (They compassionately advised their people that the Supreme law is operative on the earth, as it is in the Universe that is in the heavens and all that is on earth.) When those nations violated Our laws in their societies, they had to face the consequences. They should have become humble and taken corrective action right away(sa).
.
🔵৬:৪৩
فَلَوْلَا إِذْ جَاءَهُمْ بَأْسُنَا تَضَرَّعُوا وَلَٰكِنْ قَسَتْ قُلُوبُهُمْ وَزَيَّنَ لَهُمُ الشَّيْطَانُ مَا كَانُوا يَعْمَلُونَ
এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হ’ল, তেতিয়া সিহঁতে কিয় বিনীত হোৱা নাছিল? কাৰণ সিহঁতৰ হৃদয় নিষ্ঠুৰ হৈছিল আৰু সিহঁতে যি কৰিছিল সেয়া চয়তানে সিহঁতৰ বাবে শোভনীয় কৰি দিছিল।
.
[6:43] And (Fa) if only (Law' Laa) they had implored (Tadorrau') when (Iz') Our misery (Ba'su-naa) came to
them (Jaa'a-hum)? But (Walaakin) their hearts (Quluubu-hum') became stubborn (Qasat'), and (Wa) the
devil (Es'Shai'toanu) adorned (Zayyana) what (Maa) they were (Kaanu') doing (Ya'maluun) to them (Lahumu).
.
📍Verse/Note:
6:43 But, instead of being humble when Our requital touched them, their selfish desires led their minds into rationalizing their actions. This is because their hearts had been hardened with arrogance and repeated rejection of the truth. [2:74, 5:13]
(২:৭৪
ثُمَّ قَسَتْ قُلُوبُكُمْ مِنْ بَعْدِ ذَٰلِكَ فَهِيَ كَالْحِجَارَةِ أَوْ أَشَدُّ قَسْوَةً ۚ وَإِنَّ مِنَ الْحِجَارَةِ لَمَا يَتَفَجَّرُ مِنْهُ الْأَنْهَارُ ۚ وَإِنَّ مِنْهَا لَمَا يَشَّقَّقُ فَيَخْرُجُ مِنْهُ الْمَاءُ ۚ وَإِنَّ مِنْهَا لَمَا يَهْبِطُ مِنْ خَشْيَةِ اللَّهِ ۗ وَمَا اللَّهُ بِغَافِلٍ عَمَّا تَعْمَلُونَ
ইয়াৰ পিছতো তোমালোকৰ হৃদয় কঠিন হৈ গ’ল, যেনিবা শিল অথবা তাতোকৈ কঠিন। অথচ কিছুমান এনেকুৱা শিল আছে যিবোৰৰ পৰা নৈ-নিজৰা প্ৰবাহিত হয়, আৰু কিছুমান এনেকুৱা আছে যিবোৰ বিদীৰ্ণ হোৱাৰ পিছত তাৰ পৰা পানী নিৰ্গত হয়, আকৌ কিছুমান আল্লাহৰ ভয়ত খহি পৰে, আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ অমনোযোগী নহয়।
.
৫:১৩
فَبِمَا نَقْضِهِمْ مِيثَاقَهُمْ لَعَنَّاهُمْ وَجَعَلْنَا قُلُوبَهُمْ قَاسِيَةً ۖ يُحَرِّفُونَ الْكَلِمَ عَنْ مَوَاضِعِهِ ۙ وَنَسُوا حَظًّا مِمَّا ذُكِّرُوا بِهِ ۚ وَلَا تَزَالُ تَطَّلِعُ عَلَىٰ خَائِنَةٍ مِنْهُمْ إِلَّا قَلِيلًا مِنْهُمْ ۖ فَاعْفُ عَنْهُمْ وَاصْفَحْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُحْسِنِينَ
তাৰ পিছত সিহঁতে অঙ্গীকাৰ ভঙ্গ কৰাৰ কাৰণে সিহঁতক আমি অভিসম্পাত কৰিছো আৰু সিহঁতৰ হৃদয়ক কঠিন কৰি দিছো, সিহঁতে শব্দবোৰক নিজ স্থানৰ পৰা বিকৃত কৰে আৰু সিহঁতক যি উপদেশ দিয়া হৈছিল তাৰ একাংশ সিহঁতে পাহৰি গৈছে। তুমি সদায় সিহঁতৰ কিছুসংখ্যকৰ বাহিৰে অধিকাংশকেই বিশ্বাসঘাতকতা কৰা দেখিবলৈ পাবা, সেয়ে সিহঁতক ক্ষমা কৰা আৰু উপেক্ষা কৰা। নিশ্চয় আল্লাহে সৎকৰ্মপৰায়ণকাৰী সকলক ভাল পায়।)
.
🔵৬:৪৪(The System).
فَلَمَّا نَسُوا مَا ذُكِّرُوا بِهِ فَتَحْنَا عَلَيْهِمْ أَبْوَابَ كُلِّ شَيْءٍ حَتَّىٰ إِذَا فَرِحُوا بِمَا أُوتُوا أَخَذْنَاهُمْ بَغْتَةً فَإِذَا هُمْ مُبْلِسُونَ
সিহঁতক যি উপদেশ দিয়া হৈছিল সেয়া যেতিয়া সিহঁতে পাহৰি গ’ল, তেতিয়া আমি সিহঁতৰ বাবে সকলো বস্তুৰ দুৱাৰ মুকলি কৰি দিলো; অৱশেষত সিহঁতক যি প্ৰদান কৰা হৈছিল যেতিয়া সিহঁতে তাত উৎফুল্লিত হ’ল তেতিয়া হঠাৎ সিহঁতক আটক কৰিলো, ফলত তেতিয়াই সিহঁত নিৰাশ হ’ল।
.
[6:44] So (Fa) when (Lamaa) they forgot (Nasu') what (Maa) they were reminded (Zukkiru' Bihi), then (Fa)
We opened (Tah'taa) for them (Ålai'him') the gates (Ab'waaba) of all (Kulli) things (Shai'in) until (Hattaa)
when (Izaa) they exulted (Farihu') in what (Bimaa) they were given (Uutuu'), We seized them (Akhaz'naa-
hum) surprisingly (Bag'tatan), and (Fa) then (Izaa) they (Hum) were in despair (Mub'lisuun).
.
📍Verse/Note:
6:44 When they forgot the reminder given to them, We opened for them the gates of all (good) things until just as they were enjoying Our gifts, suddenly We called them to account. Then, they were plunged in despair. [16:112](sa).
১৬:১১২
وَضَرَبَ اللَّهُ مَثَلًا قَرْيَةً كَانَتْ آمِنَةً مُطْمَئِنَّةً يَأْتِيهَا رِزْقُهَا رَغَدًا مِنْ كُلِّ مَكَانٍ فَكَفَرَتْ بِأَنْعُمِ اللَّهِ فَأَذَاقَهَا اللَّهُ لِبَاسَ الْجُوعِ وَالْخَوْفِ بِمَا كَانُوا يَصْنَعُونَ
আৰু আল্লাহে উপমা দাঙি ধৰিছে এটা জনপদৰ যিটো আছিল নিৰাপদ আৰু নিশ্চিত, য’ত কেউফালৰ পৰা তাৰ প্ৰচুৰ জীৱনোপকৰণ আহিছিল। তথাপিও সেই জনপদবাসীয়ে আল্লাহৰ অনুগ্ৰহ অস্বীকাৰ কৰিলে, ফলত আল্লাহে সিহঁতক ক্ষুধা আৰু আতংকৰ আৱৰণ জাপি দি সিহঁতৰ কৃতকৰ্মৰ সোৱাদ গ্ৰহণ কৰালে।
.
🔵 analysis🔵 compiled🔵 syedraf🔵
....ooo....