⚫ Al-An'am[Part-134(06:118-126)]

Part-134(6:118-126)
(#muktabulhussain)
🍇মিনি সূচিঃPart-134(6:118-126)
6:118-119(Dietary Prohibitions-খাদ্যতালিকাত নিষেধাজ্ঞা)
6:120(নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে)
6:121(Do not eat anything (not just meat) on which God’s name has not been mentioned-Note)
6:122(মুখেৰে খোজ কঢ়াৰ উদাহৰণ, কেঁচু, যাৰ অস্তিত্ব অতি নিম্ন।জিন্দা লাচ(sa-raf)-Note)
6:123(ref-কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে বিভ্ৰান্ত কৰিছিল-16:25-Note)
6:124(Blind Followers do not Appreciate Originality-See note)
6:125(Quranic Knowledge Far Ahead of Human Progress)
6:126(Qur’an is the path of your Lord, a straight path. Allah have detailed His revelations for those who pay attention and take them to heart)
.
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🍇৬:১১৮(খাদ্যতালিকাত নিষেধাজ্ঞা)
فَكُلُوا مِمَّا ذُكِرَ اسْمُ اللَّهِ عَلَيْهِ إِنْ كُنْتُمْ بِآيَاتِهِ مُؤْمِنِينَ
যদি তোমালোকে তেওঁৰ আয়াতসমূহৰ প্ৰতি বিশ্বাসী তেন্তে যিটোৰ ওপৰত আল্লাহৰ নাম লোৱা হৈছে তাৰ পৰা খোৱা;
.
[6:118] So (Fa) eat (Kulu') from that (Mimmaa) upon which (Ålai'hi) the name of GOD (Es'mu-llahi) has 
been mentioned (Zukira), if (In) you are (Kuntum) believers (Mu'miniin) in (Bi) HIS verses (Aayaati-hi).
.
📍Verse/Note-1
(6:118-119) Reverting to the subject of Haram and Halal, you should eat only that meat on which Allah's name has been pronounced at the time of the animal's slaughter, if you are true believers in His laws. When Allah has made the Halal and Haram clear to you (5/3) except when you are driven by starvation (✔️5/3, 6/146), who can declare to be Haram that which Allah has made Halal and over 
which His name has been pronounced? Many a people who follow their own baser desires will try to mislead you through lack of knowledge. Allah knows well who wilfully transgresses His laws(pz).
(✔️Pl find herewith the Notes on 5:3 Link:
.
📍Verse/Note-2
6:118 So eat of what has been dedicated to the Name of God (remember to pronounce His name before eating anything), if you are believers in His revelations.
Note:
People wonder why different things have been made lawful or unlawful in the Qur’an. But what the majority thinks, shall never be the criterion 3:93(sa).
৩:৯৩
۞ كُلُّ الطَّعَامِ كَانَ حِلًّا لِبَنِي إِسْرَائِيلَ إِلَّا مَا حَرَّمَ إِسْرَائِيلُ عَلَىٰ نَفْسِهِ مِنْ قَبْلِ أَنْ تُنَزَّلَ التَّوْرَاةُ ۗ قُلْ فَأْتُوا بِالتَّوْرَاةِ فَاتْلُوهَا إِنْ كُنْتُمْ صَادِقِينَ
তাওৰাত অৱতীৰ্ণ হোৱাৰ আগত ইছৰাঈলে নিজৰ ওপৰত যি হাৰাম কৰি লৈছিল তাৰ বাহিৰে বনী ইছৰাঈলৰ বাবে যাৱতীয় খাদ্য হালাল আছিল। কোৱা, ‘যদি তোমালোকে সত্যবাদী তেনেহ’লে তাওৰাত লৈ আহা আৰু সেয়া পাঠ কৰা’।
.
🍇৬:১১৯
وَمَا لَكُمْ أَلَّا تَأْكُلُوا مِمَّا ذُكِرَ اسْمُ اللَّهِ عَلَيْهِ وَقَدْ فَصَّلَ لَكُمْ مَا حَرَّمَ عَلَيْكُمْ إِلَّا مَا اضْطُرِرْتُمْ إِلَيْهِ ۗ وَإِنَّ كَثِيرًا لَيُضِلُّونَ بِأَهْوَائِهِمْ بِغَيْرِ عِلْمٍ ۗ إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِالْمُعْتَدِينَ
তোমালোকৰ কি হ’ল, যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হৈছে তোমালোকে তাৰ পৰা নোখোৱা কিয়? তোমালোকৰ বাবে তেওঁ যিটো হাৰাম কৰিছে সেয়া তেওঁ তোমালোকৰ ওচৰত বিশদভাৱেই বৰ্ণনা কৰিছে, কিন্তু তোমালোকে নিৰুপায় হ’লে সেয়া স্বতন্ত্ৰ কথা। নিশ্চয় বহুতে অজ্ঞতাবশতঃ নিজৰ প্ৰবৃত্তিৰ দ্বাৰা আনক বিপথগামী কৰে; নিশ্চয় তোমাৰ প্ৰতিপালকে সীমালংঘনকাৰী সকলৰ বিষয়ে অধিক জানে।
.
[6:119] And (Wa) why should you (Maa Lakum) not (Alla) eat (Ta'kulu') from that (Mimmaa) upon which (Ålai'hi) the name of GOD (Es'mu-llahi) has been mentioned (Zukira) while (Wa) HE has (Qad') detailed 
(Fassola) for you (Lakum) what (Maa) is unlawful to you (Harrama Ålai'kum), except (illa) that (Maa) to which (ilai'hi) you are compelled (Ed'turir'tum')? And (Wa) indeed (Inna), many (Kathiiran) are (La)
misleading (Yudilluuna) with (Bi) their inclinations (Ah'waai-him) without (Bi-Gai'ri) knowledge (il'min). Indeed (Inna), your LORD (Rabba-ka) is (Huwa) aware of (A'lamu Bi) the trespassers (El'Mu'tadiin).
.
📍Note: See above Note-1 of 6:118
.
🍇৬:১২০
وَذَرُوا ظَاهِرَ الْإِثْمِ وَبَاطِنَهُ ۚ إِنَّ الَّذِينَ يَكْسِبُونَ الْإِثْمَ سَيُجْزَوْنَ بِمَا كَانُوا يَقْتَرِفُونَ
এতেকে তোমালোকে প্ৰকাশ্য আৰু গোপন পাপ বৰ্জন কৰা, নিশ্চয় যিসকলে পাপ অৰ্জন কৰে অনতিপলমে সিহঁতক সিহঁতৰ পাপ কৰ্মৰ প্ৰতিফল দিয়া হ’ব।
.
[6:120] And (Wa) leave (Zaru') what is apparent (Zoahira) of sin (El' Ith'mi) and what is hidden (Baatina-
hu). Indeed (Inna), those who (Ellaziina) are earning (Yak'sibuuna) sins (El' Ith'ma) will be requited (Sa 
Yujizaw'na) for what (Bimaa) they have been (Kaanu') commiting (Yaq'tarifuun).
.
📍Verse ref
৭:৩৩
قُلْ إِنَّمَا حَرَّمَ رَبِّيَ الْفَوَاحِشَ مَا ظَهَرَ مِنْهَا وَمَا بَطَنَ وَالْإِثْمَ وَالْبَغْيَ بِغَيْرِ الْحَقِّ وَأَنْ تُشْرِكُوا بِاللَّهِ مَا لَمْ يُنَزِّلْ بِهِ سُلْطَانًا وَأَنْ تَقُولُوا عَلَى اللَّهِ مَا لَا تَعْلَمُونَ
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’
.
📍Verse/Note:
6:120 Do not commit, openly or secretly, any deed that hurts the development of your ‘self’. Those who hurt their own ‘self’ will get due recompense for what they have earned.
Note:
Benefiting people is the way to self-actualization and hurting others harms one’s own ‘self’. The latter will live a subhuman existence and meet a befitting consequence. 13:17(sa).
১৩:১৭
أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَسَالَتْ أَوْدِيَةٌ بِقَدَرِهَا فَاحْتَمَلَ السَّيْلُ زَبَدًا رَابِيًا ۚ وَمِمَّا يُوقِدُونَ عَلَيْهِ فِي النَّارِ ابْتِغَاءَ حِلْيَةٍ أَوْ مَتَاعٍ زَبَدٌ مِثْلُهُ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْحَقَّ وَالْبَاطِلَ ۚ فَأَمَّا الزَّبَدُ فَيَذْهَبُ جُفَاءً ۖ وَأَمَّا مَا يَنْفَعُ النَّاسَ فَيَمْكُثُ فِي الْأَرْضِ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْأَمْثَالَ
তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনা বহন কৰে। এইদৰেই আৱৰ্জনা ওপৰিভাগত আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতু জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিবোৰ মানুহৰ উপকাৰত আহে সেইবোৰে মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।
.
🍇৬:১২১
وَلَا تَأْكُلُوا مِمَّا لَمْ يُذْكَرِ اسْمُ اللَّهِ عَلَيْهِ وَإِنَّهُ لَفِسْقٌ ۗ وَإِنَّ الشَّيَاطِينَ لَيُوحُونَ إِلَىٰ أَوْلِيَائِهِمْ لِيُجَادِلُوكُمْ ۖ وَإِنْ أَطَعْتُمُوهُمْ إِنَّكُمْ لَمُشْرِكُونَ
আৰু যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হোৱা নাই তাৰ (মাংসৰ) পৰা তোমালোকে একো নাখাবা; আৰু নিশ্চয় সেয়া গৰ্হিত। নিশ্চয় চয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ লগত বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে; আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা, তেন্তে তোমালোক অৱশ্যে মুশ্বৰিক।
.
[6:121] And (Wa) do not (Laa) eat (Ta'kulu') from that (Mimmaa) upon which (Ålai'hi) the name of GOD
(Es'mu-llahi) has not (Lam') been mentioned (Yuz'kari), for (Wa) indeed, it (Innahu) is (La) immoral (Fis'qun). 
And (Wa) indeed (Inna), the devils (Es'Shayaatiina) will (La) inspire to (Yuuhuuna ilaa) their allies (Aw'liyaai-
him’) to (Li) argue with you(Yujaadiluu-kum'). And (Wa) if (In') you obey them (Ato'tumuu-hum'), you 
would indeed (Innakum') become (La) polytheists (Mush'rikuun).
.
📍Verse/Note:
6:121 Do not eat anything (not just meat) on which God’s name has not been mentioned, for that will be drifting away from what is right. Satanic people inspire their friends to dispute with you. If you were to obey them, you would be idolaters.
Note:
2:173*, 5:3**, 6:145***. Fisq =Drifting away=Disobedience. Mentioning the name of God draws our attention to Him as the Almighty Provider and Lord.Mushrikoon = Idolaters = Pagans = Those who ascribe divinity besides God = Those who prefer human ‘authorities’ or clergy over revelation = Who ‘worship’ their own desires(sa).
২:১৭৩*
إِنَّمَا حَرَّمَ عَلَيْكُمُ الْمَيْتَةَ وَالدَّمَ وَلَحْمَ الْخِنْزِيرِ وَمَا أُهِلَّ بِهِ لِغَيْرِ اللَّهِ ۖ فَمَنِ اضْطُرَّ غَيْرَ بَاغٍ وَلَا عَادٍ فَلَا إِثْمَ عَلَيْهِ ۚ إِنَّ اللَّهَ غَفُورٌ رَحِيمٌ
নিশ্চয় তেওঁ তোমালোকৰ ওপৰত হাৰাম কৰিছে মৃত জন্তু, তেজ, গাহৰিৰ মাংস আৰু যিটো গায়ৰুল্লাহৰ নামত জবেহ কৰা হৈছে। কিন্তু যিয়ে নিৰুপায় হৈ (অলপ ভক্ষণ কৰে) অবাধ্য বা সীমালংঘন নকৰে তেন্তে তাৰ কোনো পাপ নহ’ব। নিশ্চয় আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
5:3**= See Note-1 above of 6:118.
.
৬:১৪৫***
قُلْ لَا أَجِدُ فِي مَا أُوحِيَ إِلَيَّ مُحَرَّمًا عَلَىٰ طَاعِمٍ يَطْعَمُهُ إِلَّا أَنْ يَكُونَ مَيْتَةً أَوْ دَمًا مَسْفُوحًا أَوْ لَحْمَ خِنْزِيرٍ فَإِنَّهُ رِجْسٌ أَوْ فِسْقًا أُهِلَّ لِغَيْرِ اللَّهِ بِهِ ۚ فَمَنِ اضْطُرَّ غَيْرَ بَاغٍ وَلَا عَادٍ فَإِنَّ رَبَّكَ غَفُورٌ رَحِيمٌ
কোৱা, ‘মোৰ প্ৰতি যি অহী হৈছে তাত, মানুহে যি খায় তাৰ মাজত মই একোৱেই হাৰাম পোৱা নাই, কিন্তু মৰা শ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে। কিয়নো এইবোৰ অৱশ্যে অপৱিত্ৰ আৰু যিবোৰ অবৈধ, আল্লাহৰ বাহিৰে আনৰ বাবে উত্সৰ্গ কৰাৰ কাৰণে’। কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় (সেয়া বেলেগ কথা), তেন্তে নিশ্চয় তোমাৰ ৰব ক্ষমাশীল, পৰম দয়ালু।
.
🍇৬:১২২
أَوَمَنْ كَانَ مَيْتًا فَأَحْيَيْنَاهُ وَجَعَلْنَا لَهُ نُورًا يَمْشِي بِهِ فِي النَّاسِ كَمَنْ مَثَلُهُ فِي الظُّلُمَاتِ لَيْسَ بِخَارِجٍ مِنْهَا ۚ كَذَٰلِكَ زُيِّنَ لِلْكَافِرِينَ مَا كَانُوا يَعْمَلُونَ
যি ব্যক্তি মৃত আছিল, যাক আমি পিছত জীৱিত কৰিছো আৰু তাৰ বাবে নিৰ্ধাৰণ কৰিছো জ্যোতি, যাৰ মাধ্যমত তেওঁ মানুহৰ ভিতৰত চলা-ফুৰা কৰে, সেইজন ব্যক্তি সেই ব্যক্তিৰ দৰে নেকি যিজন এনেকুৱা অন্ধকাৰত আছে য’ৰ পৰা সি ওলাব নোৱাৰে? এইদৰেই কাফিৰসকলৰ কৃতকৰ্মক শোভনীয় কৰি দিয়া হৈছে।
.
[6:122] Or is one who (Awaman) was (Kaana) lifeless (Mi'tan) and (Fa) We gave him life (Ah'yai'naa-hu)
and (Wa) made (Jaål'naa) for him (Lahu) a light (Nuuran) by which (Bihi) he walks (Yam'shii) among (Fii)
the people (En'Naasi) like (Ka) the example of he (Mathalu-hu) who (Man) is in (Fii) darknesses
(Ez'Zulumaati) from which (Min'haa) he cannot (Lai'sa Bi) exit (Khaariji)? Thus (Kazaalika) is it adorned 
(Zuyyina) to the disbelievers (Lil' Kaafiriina) what (Maa) they have been (Kaanu') doing (Ya'maluun).
.
📍Verse/Note:
6:122 (God’s light revives the living dead and makes them walk honorably among mankind.) Is one who was living dead and We gave him life, and a light whereby he sees his way (honorably) among people, - Is he like one who is lost in total darkness out of which he cannot emerge? Thus it is: Goodly seems their own deeds to the deniers.
Note:
When people have their belief systems jumbled up, they lose the power to distinguish between the right and wrong(sa).
.
📍Verse references:
২:২৫৭
اللَّهُ وَلِيُّ الَّذِينَ آمَنُوا يُخْرِجُهُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۖ وَالَّذِينَ كَفَرُوا أَوْلِيَاؤُهُمُ الطَّاغُوتُ يُخْرِجُونَهُمْ مِنَ النُّورِ إِلَى الظُّلُمَاتِ ۗ أُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ
যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়; আৰু যিসকলে কুফুৰী কৰিছে তাগুত হৈছে সিহঁতৰ অভিভাৱক, ইহঁতে সিহঁতক পোহৰৰ পৰা অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই জাহান্নামী, তাত সিহঁত চিৰকাল অৱস্থান কৰিব।
.
৬৭:২২
أَفَمَنْ يَمْشِي مُكِبًّا عَلَىٰ وَجْهِهِ أَهْدَىٰ أَمَّنْ يَمْشِي سَوِيًّا عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ
যি ব্যক্তিয়ে নত হৈ মুখৰ ওপৰত ভৰ দি খোজ কাঢ়ে, সিয়েই অধিক হিদায়ত প্ৰাপ্ত, নে সেই ব্যক্তি, যিজনে পোন হৈ সৰল পথত খোজ কাঢ়ে?
(মুখেৰে খোজ কঢ়াৰ উদাহৰণ, কেঁচু, যাৰ অস্তিত্ব অতি নিম্ন। মানুহে জীৱনৰ উচ্চ লক্ষ্যৰ পিনে নগৈ কেৱল তাৎক্ষণিক, জাগতিক উদ্বেগক লৈ ব্যস্ত থকাৰ ইঙ্গিত দিয়ে; কোনটো ভাল?(sa-raf)।
.
+6:1, 11:24, 35:19-23
৩৫:২২
وَمَا يَسْتَوِي الْأَحْيَاءُ وَلَا الْأَمْوَاتُ ۚ إِنَّ اللَّهَ يُسْمِعُ مَنْ يَشَاءُ ۖ وَمَا أَنْتَ بِمُسْمِعٍ مَنْ فِي الْقُبُورِ
আৰু সমান নহয় জীৱিত আৰু মৃতসকল। নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে শুনায়, কিন্তু যিসকল ব্যক্তি কবৰত আছে তুমি সিহঁতক কেতিয়াও শুনাব নোৱাৰিবা।
.
🍇৬:১২৩
وَكَذَٰلِكَ جَعَلْنَا فِي كُلِّ قَرْيَةٍ أَكَابِرَ مُجْرِمِيهَا لِيَمْكُرُوا فِيهَا ۖ وَمَا يَمْكُرُونَ إِلَّا بِأَنْفُسِهِمْ وَمَا يَشْعُرُونَ
আৰু এইদৰে আমি প্ৰতিটো জনপদৰ অপৰাধীসকলৰ প্ৰধানক এৰি দিছো যাতে সিহঁতে তাত চক্ৰান্ত কৰে; কিন্তু সিহঁতে কেৱল নিজৰ বিৰুদ্ধেহে চক্ৰান্ত কৰে, অথচ সিহঁতে উপলব্ধি নকৰে।
.
[6:123] And (Wa) thus (Kazaalika) have We placed (Jaål'naa) in (Fii) every (Kulli) town (Qar'yatin) its 
criminals (Muj'rimii-haa) as leaders (Akaabira) that (Li) they might scheme (Yam'kuru') therein (Fiihaa). 
And (Wa) they only (Maa illa) scheme (Yam'kuruuna) against (Bi) themselves (Anfusi-him'), but (Wa) they 
do not (Maa) perceive (Yash'uruun).
.
📍Verse references: Press link:
.
🍇৬:১২৪(Blind Followers do not Appreciate Originality).
وَإِذَا جَاءَتْهُمْ آيَةٌ قَالُوا لَنْ نُؤْمِنَ حَتَّىٰ نُؤْتَىٰ مِثْلَ مَا أُوتِيَ رُسُلُ اللَّهِ ۘ اللَّهُ أَعْلَمُ حَيْثُ يَجْعَلُ رِسَالَتَهُ ۗ سَيُصِيبُ الَّذِينَ أَجْرَمُوا صَغَارٌ عِنْدَ اللَّهِ وَعَذَابٌ شَدِيدٌ بِمَا كَانُوا يَمْكُرُونَ
আৰু যেতিয়া সিহঁতৰ ওচৰত কোনো নিদৰ্শন আহে তেতিয়া সিহঁতে কয়, ‘আল্লাহৰ ৰাছুলসকলক যি প্ৰদান কৰা হৈছিল সেয়া আমাক প্ৰদান নকৰালৈকে আমি কেতিয়াও ঈমান পোষণ নকৰোঁ’। আল্লাহে তেওঁৰ ৰিছালত ক’ত অৰ্পন কৰিব সেয়া তেৱেঁই ভালকৈ জানে। যিসকলে অপৰাধ কৰিছে, সিহঁতৰ চক্ৰান্তৰ কাৰণে আল্লাহৰ তৰফৰ পৰা লাঞ্ছনা আৰু কঠোৰ শাস্তি অনতিপলমে সিহঁতৰ ওপৰত আপতিত হ’ব।
.
[6:124] And (Wa) when (Izaa) a sign (Aayatun) comes to them (Jaa'at'hum'), they say (Qaalu'), "We will 
never (Lan) believe (Nu'mina) until (Hattaaa) we are given (Nu'taa) the like (Mith'la) of what (Maa) was 
given (Uutiya) to the messengers of GOD (Rusulu-llahi)." GOD (Ellahu) is aware of (A'lamu) where (Haithu)
HE places (Yaj'ålu) HIS message (Risaalata-hu). Those who (Ellaziina) acted wrong (Aj'ramu') will be 
afflicted (Sa Yusiibu) with abasement (Sogaarun) at GOD (Endallahi) and (Wa) severe (Shadiidu)
punishment (Åzaabun) for what (Bimaa) they have been (Kaanu') scheming (Yam'kuruun). 
.
📍Verse/Note:
Blind Followers do not Appreciate Originality:
Press link for Note:
.
📍Verse references:
See link:
.
🍇৬:১২৫(Quranic Knowledge Far Ahead of Human Progress).
فَمَنْ يُرِدِ اللَّهُ أَنْ يَهْدِيَهُ يَشْرَحْ صَدْرَهُ لِلْإِسْلَامِ ۖ وَمَنْ يُرِدْ أَنْ يُضِلَّهُ يَجْعَلْ صَدْرَهُ ضَيِّقًا حَرَجًا كَأَنَّمَا يَصَّعَّدُ فِي السَّمَاءِ ۚ كَذَٰلِكَ يَجْعَلُ اللَّهُ الرِّجْسَ عَلَى الَّذِينَ لَا يُؤْمِنُونَ
এতেকে আল্লাহে কাৰোবাক সৎপথত পৰিচালিত কৰিব বিচাৰিলে তেওঁ তাৰ বুকু ইছলামৰ বাবে প্ৰশস্ত কৰি দিয়ে, আৰু কাৰোবাক বিপথগামী কৰিব বিচাৰিলে তেওঁ তাৰ বুকু অতি সংকীৰ্ণ কৰি দিয়ে, (সেই ব্যক্তিৰ ওচৰত ইছলামৰ অনুসৰণ) এনে লাগে যেন সি বহু কষ্টেৰে আকাশলৈ উঠি আছে। এইদৰেই আল্লাহে শাস্তি দিয়ে সিহঁতক, যিসকলে ঈমান পোষণ নকৰে।
.
[6:125] And (Fa) whomever (Man) GOD intends (Yuridi-llahu) to (An) guide (Yah'diya-hu), HE expounds 
(Yash'rah') his bosom (Sod'ra-hu) to Submission (*3:19) (Lil' Is'laami); and (Wa) whomever (Man) HE intends 
(Yurid') to (An) send astray (Yudilla-hu), HE renders (Yaj'ål') his bosom (Sod'ra-hu) tight (Doyyiqan) and 
narrow (Harajan), as if (Ka'annamaa) he were escalating (Yasso'ådu) into (Fii) the sky (Es'Samaai). Thus 
(Kazaalika) does GOD put (Yaj'ålu-llahu) filth (**10:100) (Er'Rij'sa) upon (Ålaa) those who (Ellahu) do not (Laa)
believe (Yu'minuun). 
(৩:১৯*
إِنَّ الدِّينَ عِنْدَ اللَّهِ الْإِسْلَامُ ۗ وَمَا اخْتَلَفَ الَّذِينَ أُوتُوا الْكِتَابَ إِلَّا مِنْ بَعْدِ مَا جَاءَهُمُ الْعِلْمُ بَغْيًا بَيْنَهُمْ ۗ وَمَنْ يَكْفُرْ بِآيَاتِ اللَّهِ فَإِنَّ اللَّهَ سَرِيعُ الْحِسَابِ
নিশ্চয় ইছলামেই আল্লাহৰ ওচৰত একমাত্ৰ দ্বীন; আৰু যিসকলক কিতাব প্ৰদান কৰা হৈছিল সিহঁতে কেৱল-মাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ সিহঁতৰ ওচৰত জ্ঞান অহাৰ পিছতো মতানৈক্য কৰিছিল। আৰু যিয়ে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰী কৰিব তেন্তে নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী।)
(১০:১০০**
وَمَا كَانَ لِنَفْسٍ أَنْ تُؤْمِنَ إِلَّا بِإِذْنِ اللَّهِ ۚ وَيَجْعَلُ الرِّجْسَ عَلَى الَّذِينَ لَا يَعْقِلُونَ
আৰু আল্লাহৰ অনুমতিবিহীন কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয় আৰু যিসকলে নুবুজে আল্লাহে সিহঁতকেই কলুষলিপ্ত কৰে।).
.
📍Verse referey:
৩৯:২২
أَفَمَنْ شَرَحَ اللَّهُ صَدْرَهُ لِلْإِسْلَامِ فَهُوَ عَلَىٰ نُورٍ مِنْ رَبِّهِ ۚ فَوَيْلٌ لِلْقَاسِيَةِ قُلُوبُهُمْ مِنْ ذِكْرِ اللَّهِ ۚ أُولَٰئِكَ فِي ضَلَالٍ مُبِينٍ
আল্লাহে ইছলামৰ বাবে যাৰ বুকু উন্মুক্ত কৰি দিছে ফলত তেওঁ নিজ প্ৰতিপালকৰ তৰফৰ পৰা নূৰৰ ওপৰত আছে, (সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন হিদায়তৰ ওপৰত নাই?) এতেকে দুৰ্ভোগ সেই কঠোৰ হৃদয়ৰ ব্যক্তিসকলৰ বাবে, যিসকল আল্লাহৰ স্মৰণৰ পৰা বিমুখ! সিহঁত স্পষ্ট বিভ্ৰান্তিত আছে।
.
৪৯:৭
وَاعْلَمُوا أَنَّ فِيكُمْ رَسُولَ اللَّهِ ۚ لَوْ يُطِيعُكُمْ فِي كَثِيرٍ مِنَ الْأَمْرِ لَعَنِتُّمْ وَلَٰكِنَّ اللَّهَ حَبَّبَ إِلَيْكُمُ الْإِيمَانَ وَزَيَّنَهُ فِي قُلُوبِكُمْ وَكَرَّهَ إِلَيْكُمُ الْكُفْرَ وَالْفُسُوقَ وَالْعِصْيَانَ ۚ أُولَٰئِكَ هُمُ الرَّاشِدُونَ
জানি থোৱা যে, তোমালোকৰ মাজত আল্লাহৰ ৰাছুল আছে, তেওঁ যদি অধিকাংশ বিষয়ত তোমালোকৰ কথা মানি ল’লেহেঁতেন, তেন্তে তোমালোকে অৱশ্যে কষ্টত পতিত হ’লাহেঁতেন। কিন্তু আল্লাহে তোমালোকৰ ওচৰত ঈমানক প্ৰিয় কৰি দিছে আৰু সেইটোক তোমালোকৰ হৃদয়গ্ৰাহী কৰিছে। লগতে কুফৰী, পাপকৰ্ম আৰু অবাধ্যতাক তোমালোকৰ ওচৰত অপ্ৰিয় কৰি দিছে। তেওঁলোকেই সত্য পথপ্ৰাপ্ত।
.
📍Verse/Note:
Quranic Knowledge Far Ahead of Human Progress:
6:125 Whomever GOD wills to guide, He renders his chest wide open to Submission. And whomever He wills to send astray, He renders his chest intolerant and straitened, like one who climbs towards the sky# . GOD thus places a curse upon those who refuse to believe.*,

Note#
Centuries after the revelation of the Quran, we learned that the proportion of oxygen diminishes as we climb towards the sky, and we gaspfor air(rk).
.
🍇৬:১২৬
وَهَٰذَا صِرَاطُ رَبِّكَ مُسْتَقِيمًا ۗ قَدْ فَصَّلْنَا الْآيَاتِ لِقَوْمٍ يَذَّكَّرُونَ
আৰু এইটোৱেই তোমাৰ প্ৰতিপালকৰ নিৰ্দেশিত সৰল পথ। যিসকলে উপদেশ গ্ৰহণ কৰে আমি তেওঁলোকৰ বাবে নিদৰ্শনসমূহ বিশদভাৱে বৰ্ণনা কৰিছো।
.
[6:126] And (Wa) this (Haaza) is the straight (Mus'taqiiman) path (Siraatu) of your LORD (s) (Rabbi-ka). We 
have (Qad') explained (Fassol'naa) the verses (El'Aayaati) for (Li) people (Qaw'min) who remember 
(Yazzakkaruun). (6:153).
(৬:১৫৩
وَأَنَّ هَٰذَا صِرَاطِي مُسْتَقِيمًا فَاتَّبِعُوهُ ۖ وَلَا تَتَّبِعُوا السُّبُلَ فَتَفَرَّقَ بِكُمْ عَنْ سَبِيلِهِ ۚ ذَٰلِكُمْ وَصَّاكُمْ بِهِ لَعَلَّكُمْ تَتَّقُونَ
আৰু এইটোৱেই মোৰ সৰল পথ। এতেকে তোমালোকে ইয়াৰ অনুসৰণ কৰা আৰু বিভিন্ন পথ অনুসৰণ নকৰিবা, অন্যথা সেইবোৰে তোমালোকক ইয়াৰ পৰা বিচ্ছিন্ন কৰিব। এনেদৰে আল্লাহে তোমালোকক নিৰ্দেশ প্ৰদান কৰে যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হোৱা।)
.
📍Verse:
6:126 And this (Qur’an) is the path of your Lord, a straight path. We have detailed Our revelations for those who pay attention and take them to heart(sa).
.
🍇 analysis🍇 compiled🍇 syedraf🍇

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud