🟨Part-300(21:1-14)Al-Anbyã'(The Prophets)
🌍Part-300(21:1-14)Al-Anbyã'(The Prophets)
।।।
🌍Pre-Page: Press link:
🌍 Assume List of Sections:
Judgment Approaches (Verses 21:1–21:10)
Truth has Always Triumphed (Verses 21:11–21:29)
Truth of Revelation (Verses 21:30–21:41)
Allah Deals with People Mercifully (Verses 21:42–21:50)
Abraham is Delivered (Verses 21:51–21:75)
Allah Always Delivers Prophets (Verses 21:76–21:93)
The Righteous will Inherit the Land (Verses 21:94–21:112)
।।।
🟪মিনি সূচিঃPart-300(21:1-14)Al-Anbyã
21:7(জ্ঞানীসকলক মানে কাক বুজোৱা হৈছে? -লিংক চাওঁক)
21:10✅(The word "Dhikr"denotes the Quran's code)-Link)
।।।
🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
।।।
بِسْمِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ
(আৰম্ভ কৰিছো) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত
।।।
🌔২১:১
اقْتَرَبَ لِلنَّاسِ حِسَابُهُمْ وَهُمْ فِي غَفْلَةٍ مُعْرِضُونَ
মানুহৰ হিচাপ-নিকাচৰ সময় সমিপৱৰ্তী, অথচ সিহঁতে উদাসিনতাত বিমুখ হৈ আছে।
.
🌔২১:২
مَا يَأْتِيهِمْ مِنْ ⬅️ذِكْرٍ مِنْ رَبِّهِمْ مُحْدَثٍ إِلَّا اسْتَمَعُوهُ وَهُمْ يَلْعَبُونَ
যেতিয়াই সিহঁতৰ ওচৰত সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে তেতিয়া সিহঁতে সেয়া কৌতুকচ্ছলত শুনে,
.
✍️Verse/ref:
21:2. They never took seriously any ➡️Code of Laws(ذِكْرٍ) which came to them for the first time from their Rabb. Rather they listened to it with dalliance (26:5).pz.
(২৬:৫
وَمَا يَأْتِيهِمْ مِنْ ذِكْرٍ مِنَ الرَّحْمَٰنِ مُحْدَثٍ إِلَّا كَانُوا عَنْهُ مُعْرِضِينَ
আৰু যেতিয়াই সিহঁতৰ ওচৰত ৰহমানৰ তৰফৰ পৰা কোনো নতুন উপদেশ আহে, তেতিয়াই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়।)
.
🌔২১:৩
لَاهِيَةً قُلُوبُهُمْ ۗ وَأَسَرُّوا النَّجْوَى الَّذِينَ ظَلَمُوا هَلْ هَٰذَا إِلَّا بَشَرٌ مِثْلُكُمْ ۖ أَفَتَأْتُونَ ⬅️السِّحْرَ وَأَنْتُمْ تُبْصِرُونَ
সিহঁতৰ অন্তৰ থাকে অমনোযোগী। আৰু যিসকল যালিম সিহঁতে গোপনে পৰামৰ্শ কৰে, ‘এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ🔺, তথাপিও তোমালোকে দেখি-শুনি ➡️দক্ষ বাকপটুতাৰ [যিটো প্ৰশংসনীয় কিবা এটা] Skillful eloquence [something which is praiseworthy]⬅️(যাদুৰ) কবলত পৰিবানে’?
(টোকা: যদিও السِّحْرَ ৰ অৰ্থ যাদু বুলি লিখা হয়, তথাপি আয়াতৰ প্ৰকৃতাৰ্থৰ মূল্যঙ্কত "দক্ষ বানান বাকপটুতা" হ'ব। কাৰণ প্ৰত্যেকজন ৰছুলে মানুহৰ আগত কিছু অলৌকিকতা প্ৰদৰ্শন কৰিব লগীয়া হৈছিল। মহম্মদৰ (আ:ছা:) ওচৰত কোৰআনেই মিৰাকল।-raf.
৭৪:২৪ চাওক, য'ত এই শব্দটো কোৰআনৰ ওহীৰ কালক্ৰমত প্ৰথমবাৰৰ বাবে দেখা যায়। মহম্মদ মাথোঁ "বানানমূলক বাকপটুতা"ৰে সমৃদ্ধ এজন মানুহ বুলি কোৱাৰ ওপৰত কোৰআনৰ বাৰ্তাক নাকচ কৰি কোৰআনৰ মতবাদৰ বিৰোধীসকলে বাস্তৱত "নিজৰ অন্তৰ্নিহিত চিন্তাবোৰ লুকুৱাই ৰাখে": কাৰণ, তেওঁলোকৰ প্ৰত্যাখ্যানৰ কাৰণ নহয় এই মতবাদৰ যিকোনো প্ৰাসংগিক সমালোচনাৰ বাবে বহুত বেছি, বৰঞ্চ তেওঁলোকৰ প্ৰবৃত্তিগত, গভীৰভাৱে নিৰ্মিত নৈতিক আৰু আধ্যাত্মিক অনুশাসনৰ বশৱৰ্তী হ'বলৈ অনিচ্ছাক লৈ, যিটো নবীৰ আহ্বান গ্ৰহণৰ ফলত হ'ব।(as)।
.
(🔺ৰছুল আমাৰ দৰেই এজন মানুহ, কিন্তু দক্ষ বাকপটুতা: ইয়াৰ উত্তৰ ২১:৮ত চাওঁক)।
.
৭৪:২৪
فَقَالَ إِنْ هَٰذَا إِلَّا ⬅️سِحْرٌ يُؤْثَرُ
তাৰ পিছত সি ক’লে, ‘এয়া পূৰ্বৰে পৰা চলি অহা যাদুৰ বাহিৰে আন একো নহয়’,
.
🌔২১:৪
قَالَ رَبِّي يَعْلَمُ الْقَوْلَ فِي السَّمَاءِ وَالْأَرْضِ ۖ وَهُوَ السَّمِيعُ الْعَلِيمُ
তেওঁ (ৰাছুলে) ক’লে, ‘আকাশসমূহ আৰু পৃথিৱীৰ সকলো কথাই মোৰ প্ৰতিপালকৰ জনা আছে আৰু তেৱেঁই সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’।
.
🌔২১:৫
بَلْ قَالُوا أَضْغَاثُ أَحْلَامٍ بَلِ افْتَرَاهُ بَلْ هُوَ شَاعِرٌ فَلْيَأْتِنَا بِآيَةٍ كَمَا أُرْسِلَ الْأَوَّلُونَ
বৰং সিহঁতে কয়, ‘এইবোৰ অলীক কল্পনা, হয়তোবা সি এইবোৰ নিজেই ৰচনা কৰিছে নহয় সি এজন কবি। নহ’লে সি আমাৰ ওচৰত এটা নিদৰ্শন লৈ আহক যেনেকৈ পূৰ্বৱৰ্তীসকল নিদৰ্শনসহ প্ৰেৰিত হৈছিল’।
.
✍️BB-ref:(69:41).
৬৯:৪১
وَمَا هُوَ بِقَوْلِ شَاعِرٍ ۚ قَلِيلًا مَا تُؤْمِنُونَ
আৰু এয়া কোনো কবিৰ কথা নহয়; তোমালোকে খুবেই কম ঈমান পোষণ কৰা।
.
🌔২১:৬
مَا آمَنَتْ قَبْلَهُمْ مِنْ قَرْيَةٍ أَهْلَكْنَاهَا ۖ أَفَهُمْ يُؤْمِنُونَ
ইহঁতৰ পূৰ্বে যিবোৰ জনপদ আমি ধ্বংস কৰিছো সেইবোৰ ঠাইৰ অধিবাসীসকলে ঈমান পোষণ কৰা নাছিল; তেন্তে ইহঁতে ঈমান পোষণ কৰিবনে?
.
🌔২১:৭
وَمَا أَرْسَلْنَا قَبْلَكَ إِلَّا رِجَالًا نُوحِي إِلَيْهِمْ ۖ فَاسْأَلُوا أَهْلَ الذِّكْرِ إِنْ كُنْتُمْ لَا تَعْلَمُونَ
আৰু তোমাৰ পূৰ্বে আমি অহীসহ কেৱল পুৰুষসকলকেই প্ৰেৰণ কৰিছিলো; এতেকে যদি তোমালোকে নাজানা তেনেহ’লে জ্ঞানীসকলক(🔺People of the Book) সুধি লোৱা।
(🔺"People of the Book" vs "Those who were given the Scripture": See link:
.
✍️BB-ref:(16:43).
১৬:৪৩
وَمَا أَرْسَلْنَا مِنْ قَبْلِكَ إِلَّا رِجَالًا نُوحِي إِلَيْهِمْ ۚ فَاسْأَلُوا أَهْلَ الذِّكْرِ إِنْ كُنْتُمْ لَا تَعْلَمُونَ
আৰু তোমাৰ পূৰ্বে আমি অহীসহ কেৱল পুৰুষসকলকেই প্ৰেৰণ কৰিছিলো, এতেকে যদি তোমালোকে নাজানা তেন্তে জ্ঞানীসকলক(People of the Book) সুধি লোৱা,
.
✍️Verse/ref:
21:7. (As for their contention that this Rasool is just an ordinary man like them, you should tell them) All Messengers We had sent earlier were also men. If you do not know this, you can verify it from the followers of earlier Divine Books (12:109; 16:43).pz.
(১২:১০৯
وَمَا أَرْسَلْنَا مِنْ قَبْلِكَ إِلَّا رِجَالًا نُوحِي إِلَيْهِمْ مِنْ أَهْلِ الْقُرَىٰ ۗ أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَيَنْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الَّذِينَ مِنْ قَبْلِهِمْ ۗ وَلَدَارُ الْآخِرَةِ خَيْرٌ لِلَّذِينَ اتَّقَوْا ۗ أَفَلَا تَعْقِلُونَ
আৰু আমি তোমাৰ পূৰ্বেও জনপদবাসীৰ মাজৰ পৰা কেৱল পুৰুষসকলকেই ৰিছালত প্ৰদান কৰিছিলো, যিসকলৰ ওপৰত আমি অহী অৱতীৰ্ণ কৰিছিলো। ইহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে দেখিব পাৰিলেহেঁতেন যে, সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কি পৰিণাম হৈছিল? আৰু অৱশ্যে যিসকলে তাক্বৱা অৱলম্বন কৰিছে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে বুজি নোপোৱা নে?)
.
🌔২১:৮
وَمَا جَعَلْنَاهُمْ جَسَدًا لَا يَأْكُلُونَ الطَّعَامَ وَمَا كَانُوا خَالِدِينَ
আৰু আমি তেওঁলোকক এনে কোনো দেহবিশিষ্ট কৰা নাছিলো যে, তেওঁলোকে খাদ্য গ্ৰহণ কৰা নাছিল, আৰু তেওঁলোক চিৰঞ্জীৱীও নাছিল।
.
21:8 and neither did We endow them with bodies that could dispense with food nor were they immortal.
Note.
Lit., "neither did We fashion them [ie., those apostles] as bodies that ate no food", implying a denial of any supernatural quality in the prophets entrusted with God's message (cf. 5:75, 13:38 and 25:20). The above is an answer to the unbelievers' objection to Muhammad's prophethood expressed in verse 3 of this surah.(as).
.
🌔২১:৯
ثُمَّ صَدَقْنَاهُمُ الْوَعْدَ فَأَنْجَيْنَاهُمْ وَمَنْ نَشَاءُ وَأَهْلَكْنَا الْمُسْرِفِينَ
তাৰ পিছত আমি তেওঁলোকৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি সত্য কৰি দেখুৱালো, ফলত আমি তেওঁলোকক আৰু যিসকলক ইচ্ছা ৰক্ষা কৰিছিলো আৰু সীমালঙ্ঘনকাৰী বিলাকক ধ্বংস কৰিছিলো।
.
🌔২১:১০
لَقَدْ أَنْزَلْنَا إِلَيْكُمْ كِتَابًا فِيهِ ⬅️ذِكْرُكُمْ ۖ أَفَلَا تَعْقِلُونَ
অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে?
.
✍️Note:➡️১৫:৯
إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ
নিশ্চয় আমিয়েই কোৰআন(الذِّكْرَ) অৱতীৰ্ণ কৰিছো আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক।
.
📌Note/ref(The word "Dhikr"denotes the Quran's code)-Link:
.
✍️BB-ref:(43:44).
৪৩:৪৪
وَإِنَّهُ لَذِكْرٌ لَكَ وَلِقَوْمِكَ ۖ وَسَوْفَ تُسْأَلُونَ
নিশ্চয় এই কোৰআন তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।
.
✍️Verse/note/reference:
21:10 O Mankind! Now We have revealed to you a Book that is all about you and it will give you eminence. Will you not, then, use reason? [21:24, 23:70, 43:43-44](sa).
(২১:২৪
أَمِ اتَّخَذُوا مِنْ دُونِهِ آلِهَةً ۖ قُلْ هَاتُوا بُرْهَانَكُمْ ۖ هَٰذَا ذِكْرُ مَنْ مَعِيَ وَذِكْرُ مَنْ قَبْلِي ۗ بَلْ أَكْثَرُهُمْ لَا يَعْلَمُونَ الْحَقَّ ۖ فَهُمْ مُعْرِضُونَ
সিহঁতে তেওঁৰ বাহিৰে বহু ইলাহ গ্ৰহণ কৰিছে নেকি? কোৱা, ‘তোমালোকৰ প্ৰমাণ লৈ আহা। মোৰ লগত যি আছে এইটোৱে তাৰ উপদেশ আৰু এইটোৱে উপদেশ আছিল মোৰ পূৰ্বৱৰ্তীসকলৰ’। কিন্তু সিহঁতৰ বেছি ভাগেই প্ৰকৃত সত্য নাজানে; ফলত সিহঁতে মুখ ঘূৰাই লয়।
.
২৩:৭০
أَمْ يَقُولُونَ بِهِ جِنَّةٌ ۚ بَلْ جَاءَهُمْ بِالْحَقِّ وَأَكْثَرُهُمْ لِلْحَقِّ كَارِهُونَ
নাইবা সিহঁতে এইটো কয় নেকি যে, এওঁ উন্মাদনাগ্ৰস্ত? নহয়, বৰং তেওঁ সিহঁতৰ ওচৰত সত্য লৈ আহিছে, আৰু সিহঁতৰ অধিকাংশই সত্যক অপছন্দ কৰে।
.
৪৩:৪৩-৪৪
فَاسْتَمْسِكْ بِالَّذِي أُوحِيَ إِلَيْكَ ۖ إِنَّكَ عَلَىٰ صِرَاطٍ مُسْتَقِيمٍ
এতেকে তোমাৰ প্ৰতি যি অহী কৰা হৈছে সেয়া দৃঢ়ভাৱে অৱলম্বন কৰা। নিশ্চয় তুমি সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত।
৪৩:৪৪
وَإِنَّهُ لَذِكْرٌ لَكَ وَلِقَوْمِكَ ۖ وَسَوْفَ تُسْأَلُونَ
নিশ্চয় এই কোৰআন তোমাৰ আৰু তোমাৰ সম্প্ৰদায়ৰ বাবে স্মৰণিকাস্বৰূপ; অনতিপলমে তোমালোকক (ইয়াৰ বিষয়ে) সোধ-পোছ কৰা হ’ব।
.
✍️Verse/note/ref:
21:10. (Tell them) “According to this programme, We have now revealed to you this Code of Laws in which lies the secret
of your own dignity and magnificence. If only you apply reason and intellect to understand this reality, it will become clear
to you that this Code of Laws is given to you for your own exaltation and eminence. Allah has no personal motives in it (21:24; 23:70; 43:43-44).
.
🌔২১:১১
وَكَمْ قَصَمْنَا مِنْ قَرْيَةٍ كَانَتْ ظَالِمَةً وَأَنْشَأْنَا بَعْدَهَا قَوْمًا آخَرِينَ
আৰু আমি কিমান যে জনপদ ধ্বংস কৰিছো, যাৰ অধিবাসীসকল আছিল যালিম আৰু সিহঁতৰ পিছত সৃষ্টি কৰিছো আন এটা জাতি!
.
🌔২১:১২
فَلَمَّا أَحَسُّوا بَأْسَنَا إِذَا هُمْ مِنْهَا يَرْكُضُونَ
এতেকে সিহঁতে যেতিয়া আমাৰ শাস্তি অহা বুলি অনুভৱ কৰিলে তেতিয়াই সিহঁতে তাৰ পৰা পলায়ন কৰিবলৈ ধৰিলে।
.
✍️Verse/ref:
21:12 And as soon as they began feeling Our Mighty requital, they tried to flee from it. [7:182, 16:26]
.
✍️Verse/ref:
21:12. (The effects of their wrong behaviour were being compiled without them realising it.) Although they were cautioned
to leave the wrong path, they did not pay any heed to this warning. Thus the imperceptible effects accumulated slowly
and finally confronted them. Then they tried to flee (7:182; 16:26).pz.
.
✍️ref:(as).
১১:১১৬
فَلَوْلَا كَانَ مِنَ الْقُرُونِ مِنْ قَبْلِكُمْ أُولُو بَقِيَّةٍ يَنْهَوْنَ عَنِ الْفَسَادِ فِي الْأَرْضِ إِلَّا قَلِيلًا مِمَّنْ أَنْجَيْنَا مِنْهُمْ ۗ وَاتَّبَعَ الَّذِينَ ظَلَمُوا مَا أُتْرِفُوا فِيهِ وَكَانُوا مُجْرِمِينَ
এতেকে তোমালোকৰ পূৰ্বৰ প্ৰজন্মসমূহৰ মাজত এনেকুৱা প্ৰজ্ঞাৱান কিয় হোৱা নাই, যিসকলে পৃথিৱীত বিপৰ্যয় সৃষ্টিৰ পৰা নিষেধ কৰিলেহেঁতেন? কিছুসংখ্যকৰ বাহিৰে, যিসকলক আমি সিহঁতৰ মাজৰ পৰা নাজাত দিছিলো। আৰু যিসকলে অন্যায় কৰিছিল সিহঁত বিলাসিতাৰ পিছত পৰি আছিল, আৰু সিহঁত আছিল অপৰাধী।
.
🌔২১:১৩
لَا تَرْكُضُوا وَارْجِعُوا إِلَىٰ مَا أُتْرِفْتُمْ فِيهِ وَمَسَاكِنِكُمْ لَعَلَّكُمْ تُسْأَلُونَ
(সিহঁতক কোৱা হ’ল) ‘পলায়ন নকৰিবা, তোমালোকে য’ত ভোগ-বিলাসত মত্ত আছিলা সেই ঠাইলৈ আৰু তোমালোকে নিজৰ ঘৰ-দুৱাৰলৈ উভতি যোৱা, যাতে এই বিষয়ে তোমালোকক সুধিব পৰা যায়’।
.
✍️Verse/ref:
21:13. (But at that time they could not escape. Our Law of Mukafat called them and said) “Where can you run away now?
Do not try to flee. Return to all that which gave you so much intoxicating pleasure. Come back to your palaces (where
you considered yourselves to be so safe) so that you may be asked to account for the labour that made all this and about
what right you had over it. (102:8)pz.
(১০২:৮
ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ
তাৰ পিছত সেইদিনা অৱশ্যই তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।)
.
🌔২১:১৪
قَالُوا يَا وَيْلَنَا إِنَّا كُنَّا ظَالِمِينَ
সিহঁতে ক’লে, ‘হায়! দুৰ্ভাগ্য আমাৰ! নিশ্চয় আমি যালিম আছিলো’।
.
🌍WORD BY WORD MEANING:
In the name of GOD (Bis'mi-llahi), the GRACIOUS (Er' Rah'maani), the MERCIFUL (Er' Rahiim).
[21:1] Approaching (Eq'taraba) to mankind (Lin' Naasi) is their reckoning (Hisaabu-hum’), but (Wa) they
(Hum) are avoiding (Mu'riduun) in (Fii) heedlessness (Gaf'latin).
[21:2] No (Maa Min) remembrance (Zik'rin) comes to them (Ya'tii-him) anew (Muh'dathin) from (Min)
their LORD (Rabbi-him), except (illa) they listen to it (Es'tama’uu-hu) while (Wa) they (Hum) are playing
(Yal'åbuun).
[21:3] Their hearts (Quluubu-hum’) are heedless (Laahiyatan). And (Wa) those who (Ellaziina) transgressed
(Zolamu') have confided (Asarruu') a secret conversation (conspiracy) (En'Naj'waa), "Is (Hal') this (Haazaa) only
(illa) a human (Basharun) like you (Mith'lu-kum)? Will you then (Afa-) approach (-ta'tuuna) sorcery
(Es'Sih'ra) while (Wa) you (Antum) see (Tub'siruun)?"
[21:4] He (Mohammed)
said (Qaala), "My LORD (Rabbii) knows (Ya'lamu) the statement (El'Qaw'la) in (Fii) the
heaven (Es'Samaai) and the earth (Wal' Ar'di). For (Wa) HE (Huwa) is the HEARER (Es' Samiiu), the
OMNISCIENT (El' Åliim)."
[21:5] In fact (Bal'), they said (Qaaluu'), "A jumble (Ad'gaathu) of dreams (Ah'laami); in fact (Bali), he
invented it (Ef'taraa-hu), he (Huwa) is even (Bal') a poet (69:41) (Shaa'erun). So let (Fal') him bring us (Ya'ti-naa
Bi) a sign (miracle) (Ayaayatin) as (Kamaa) the predecessors (El'Awwaluun) were sent (Ur'sila)."
[21:6] No (Maa Min) town (Qar'yatin) which We have annihilated (Ah'lak'naa-haa) believed (Aamanat’)
before them (Qab'lahum). Will they then (Afa-hum) believe (Yu'minuun)?
[21:7] And (Wa) We did not (Maa) send (Ar'sal'naa) before you (s)
(Qab'laka), except (illa) men (Rijaalan) to
whom (ilai'him) We inspired (Nuuhii). So ask (Fas'alu') the People of the Remembrance (Ah'laz' Zik'ri), if (In)
you do (Kuntum) not (Laa) know (Ta'lamuun). (16:43)
[21:8] And (Wa) We did not (Maa) grant them (Jaål'naa-hum) bodies (Jasadan)
which did not (Laa) eat
(Ya'kuluuna) food (Ettoååma), nor (Wamaa) were they (Kaanu') immortals (Khaalidiin).
[21:9] Thus (Thumma) did We confirm for them (Sodaq'naa-humu) the promise (El'Wa'da), and (Fa) We
rescued them (Anjai'naa-hum) together with (Wa) whomever (Man) We willed (Nashaau), and (Wa) We
annihilated (Ah'lak'na) the profligates (El'Mus'rifiin).
[21:10] We have certainly (Laqad') revealed (Anzal'naa) a book (Kitaaban) to you (p) (ilai'kum’) wherein
(Fiihi) is your remembrance (43:44) (Zik'ru-kum’). Will you then not (Afalaa) reason (Ta'qiluun)?
[21:11] And (Wa) how many (Kam') a (Min) town (Qar'yatin) that was (Kaanat') unjust (Zoalimatan) have
We shattered (Qasom'naa) and (Wa) established (Ansha'naa) another (Aakhariin) people (Qaw'man) after it
(Ba'dahaa)?
[21:12] And (Fa) when (Lammaa) they perceived (Ahassu') Our torment (Ba'sa-naa), then (Izaa) they were
running (Yar'kuduun) away from it (Min'haa),
[21:13] "Do not (Laa) run (Tar'kudu'), come back (Er'jiuu') to (ilaa) what (Maa) you (p) have surrounded
with luxury (Ut'rif'tum Fii-hi) and your houses (Masaakini-kum’) that you (Laållakum) may be questioned
(Tus'aluun)."
[21:14] They (the people) said (Qaalu'), "O (Yaa) woe to us (Wai'la-naa). Indeed (Inna), we are (Kunna)
transgressors (Zoalimiin)."
.
SYEDRAF, #MUKTABULHUSSAIN