🍒Part-298(20:116-128)Tã Hã-ত্বা-হা

🟢Part-298(20:116-128)Tã Hã-ত্বা-হা
।।।
🟢মিনি সূচিঃPart-298(20:116-128)Tã Hã
20:121(আদম আৰু স্ত্ৰী উভয়ে সেই গছজোপাৰ পৰা ফল খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল➡️কি গছ?,নাঙঠ হৈ গ'ল নেকি?, এইবোৰক শুদ্ধ ভাৱে বুজক-টোকা চাওঁক)
20:124-125✅(‘Zikri’ = My Remembrance = The Qur’an = The Law = The Message. যিয়েই কোৰআনৰ বাণী স্মৰণ(জিকিৰ) নকৰিব কামত নলগাব তাৰ পাছত এটা চয়তান নিয়োজিত হ'ব -টোকা চাওঁক)
।।।
🌐১-টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🌐২-টোকাঃ ইয়াত প্ৰকাশিত কিছুমান অসমীয়া অনুবাদ গুগলৰ পৰা কৰা হৈছে। এইবোৰৰ শুদ্ধতাৰ কোনো গেৰাণ্টী নাই। অনুগ্ৰহ কৰি লগত দিয়া মূল ইংৰাজী চাব।।
🟪২০:১১৬(Satan: A Temporary "god")
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَىٰ
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, ‘তোমালোকে আদমৰ প্ৰতি ছাজদাহ কৰা, তেতিয়া ইবলীছৰ বাহিৰে সকলোৱে ছাজদাহ কৰিলে; সি অমান্য কৰিলে।
.
✍️BB-ref:(2:34).
২:৩৪
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَىٰ وَاسْتَكْبَرَ وَكَانَ مِنَ الْكَافِرِينَ
আৰু স্মৰণ কৰা, যেতিয়া আমি ফিৰিস্তাসকলক ক’লো, তোমালোকে আদমক ছাজদা কৰা । তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে। সি অস্বীকাৰ কৰিলে আৰু অহংকাৰ কৰিলে । আৰু সি কাফিৰসকলৰ অন্তৰ্ভুক্ত হ’ল।
(See notes of 2:34:link:
.
✍️Verse/notes/ref:
২:৩০(Satan: A Temporary "god").
وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً ۖ قَالُوا أَتَجْعَلُ فِيهَا مَنْ يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ وَنَحْنُ نُسَبِّحُ بِحَمْدِكَ وَنُقَدِّسُ لَكَ ۖ قَالَ إِنِّي أَعْلَمُ مَا لَا تَعْلَمُونَ
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক ক’লে, নিশ্চয় মই পৃথিৱীত খলিফা  সৃষ্টি কৰিবলৈ থিৰ কৰিছো। সিহঁতে ক’লে, তুমি পৃথিৱীত এনে এটা জীৱ সৃষ্টি কৰিব বিচৰা নেকি, যিয়ে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিব আৰু তেজ প্ৰবাহিত কৰিব?  আৰু আমিতো তোমাৰ হামদসহ তছবীহ পাঠ কৰিয়েই থাকো, লগতে তোমাৰ পৱিত্ৰতা ঘোষণা কৰো। তেওঁ ক’লে, ‘নিশ্চয় মই যিটো জানো তোমালোকে সেইটো নাজানা’ ।
.
১৫:৪১
قَالَ هَٰذَا صِرَاطٌ عَلَيَّ مُسْتَقِيمٌ
আল্লাহে ক’লে, ‘এইটোৱে মোৰ ওচৰলৈ অহাৰ সৰল পথ’।
.
🟪২০:১১৭
فَقُلْنَا يَا آدَمُ إِنَّ هَٰذَا عَدُوٌّ لَكَ وَلِزَوْجِكَ فَلَا يُخْرِجَنَّكُمَا مِنَ الْجَنَّةِ فَتَشْقَىٰ
তাৰ পিছত আমি ক’লো, ‘হে আদম! নিশ্চয় ই তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু, গতিকে সি যাতে কোনোমতেই তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে, এনে কৰিলে তোমালোকে বিপদত পৰিবা।
.
✍️ref:
২:৩৫
وَقُلْنَا يَا آدَمُ اسْكُنْ أَنْتَ وَزَوْجُكَ الْجَنَّةَ وَكُلَا مِنْهَا رَغَدًا حَيْثُ شِئْتُمَا وَلَا تَقْرَبَا هَٰذِهِ الشَّجَرَةَ فَتَكُونَا مِنَ الظَّالِمِينَ
আৰু আমি ক’লো, ‘হে আদম, তুমি আৰু তোমাৰ স্ত্ৰী জান্নতত বসবাস কৰা আৰু য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে আহাৰ গ্ৰহণ কৰা, কিন্তু এই গছ* জোপাৰ ওচৰত নাযাবা , তেনেহ’লে তোমালোক যালিমসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’।
(*This tree is alluded to elsewhere in the Qur'an (20:120) as "the tree of life eternal",
.
🟪২০:১১৮
إِنَّ لَكَ أَلَّا تَجُوعَ فِيهَا وَلَا تَعْرَىٰ
নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ’ল যে, তুমি ইয়াত ক্ষুধাৰ্তও নহ’বা আৰু বিবস্ত্ৰও নহ’বা।
.
✍️Verse/Note:
20:118 Behold, it is provided for thee that thou shalt not hunger here or feel naked.

Note.
Lit., "be naked": but in view of the statement in verse 20:121 (as well as in 7:22) to the effect that only after their fall from grace did Adam and Eve become "conscious of their nakedness", it is but logical to assume that the words "that thou shalt not ... be naked" have a spiritual significance, implying that man, in his original state of innocence, would not feel naked despite all absence of clothing. (For the deeper implications of this allegory, see on 7:20.)
(৭:২০
فَوَسْوَسَ لَهُمَا الشَّيْطَانُ لِيُبْدِيَ لَهُمَا مَا وُورِيَ عَنْهُمَا مِنْ سَوْآتِهِمَا وَقَالَ مَا نَهَاكُمَا رَبُّكُمَا عَنْ هَٰذِهِ الشَّجَرَةِ إِلَّا أَنْ تَكُونَا مَلَكَيْنِ أَوْ تَكُونَا مِنَ الْخَالِدِينَ
তাৰ পিছত সিহঁতৰ লজ্জাস্থান, যিটো সিহঁতৰ ওচৰত গোপন ৰখা হৈছিল সেয়া সিহঁতৰ ওচৰত প্ৰকাশ কৰাৰ বাবে চয়তানে সিহঁতক কুমন্ত্ৰণা দিলে আৰু ক’লে, ‘তোমালোকৰ প্ৰতিপালকে তোমালোকক এই গছজোপাৰ পৰা এইবাবেই নিষেধ কৰিছে যে, (এই গছজোপাৰ ফল খালে) তোমালোক উভয়ে ফিৰিস্তা হৈ যাবা অথবা তোমালোক স্থায়ীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’।
.
৭:২২
فَدَلَّاهُمَا بِغُرُورٍ ۚ فَلَمَّا ذَاقَا الشَّجَرَةَ بَدَتْ لَهُمَا سَوْآتُهُمَا وَطَفِقَا يَخْصِفَانِ عَلَيْهِمَا مِنْ وَرَقِ الْجَنَّةِ ۖ وَنَادَاهُمَا رَبُّهُمَا أَلَمْ أَنْهَكُمَا عَنْ تِلْكُمَا الشَّجَرَةِ وَأَقُلْ لَكُمَا إِنَّ الشَّيْطَانَ لَكُمَا عَدُوٌّ مُبِينٌ
ফলত সি সিহঁতক প্ৰবঞ্চনাৰ দ্বাৰা পদস্খলিত কৰিলে। ইয়াৰ পিছত যেতিয়া সিহঁতে সেই গছৰ ফল খালে, তেতিয়া সিহঁতৰ লজ্জাস্থান সিহঁতৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু সিহঁতে জান্নাতৰ পাতেৰে নিজকে আবৃত কৰিব ধৰিলে। তেতিয়া সিহঁতৰ প্ৰতিপালকে সিহঁতক মাতি ক’লে, ‘মই তোমালোকক এই গছজোপাৰ পৰা নিষেধ কৰা নাছিলোনে? আৰু মই তোমালোকক কোৱা নাছিলোনে যে, নিশ্চয় চয়তান তোমালোক উভয়ৰে প্ৰকাশ্য শত্ৰু?)
.
🟪২০:১১৯
وَأَنَّكَ لَا تَظْمَأُ فِيهَا وَلَا تَضْحَىٰ
‘আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰো নহ’বা, ৰ’দতো আক্ৰান্ত নহ’বা’।
(Note: Well-provided with food, clothing, shelter, the basic needs.sa).
.
🟪২০:১২০
فَوَسْوَسَ إِلَيْهِ الشَّيْطَانُ قَالَ يَا آدَمُ هَلْ أَدُلُّكَ عَلَىٰ شَجَرَةِ الْخُلْدِ وَمُلْكٍ لَا يَبْلَىٰ
তাৰ পিছত চয়তানে তেওঁক কুমন্ত্ৰণা দিলে; সি ক’লে, ‘হে আদম! মই তোমাক সেইজোপা গছ দেখুৱামনে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰিব পাৰি’?
.
✍️Verse/Note:
20:120 But Satan whispered unto him, saying: "O Adam! Shall I lead thee to the tree of life eternal; and [thus] to a kingdom that will never decay?"

Note.
This symbolic tree is designated in the Bible as "the tree of life" and "the tree of knowledge of good and evil" (Genesis ii, 9), while in the above Qur'anic account Satan speaks of it as "the tree of life eternal (al-khuld)". Seeing that Adam and Eve did not achieve immortality despite their tasting the forbidden fruit, it is obvious that Satan's suggestion was, as it always is, deceptive. On the other hand, ✔️the Qur'an tells us nothing about the real nature of that "tree" beyond pointing out that it was Satan who described it- falsely - as "the tree of immortality": and so we may assume that the forbidden tree is simply an allegory of the limits which the Creator has set to man's desires and actions: limits beyond which he may not go without offending against his own, God-willed nature. Man's desire for immortality on earth implies a wishful denial of death and resurrection, and thus of the ultimate reality of what the Qur'an describes as "the hereafter" or "the life to come" (al-akhirah). This desire is intimately connected with Satan's insinuation that it is within man's reach to become the master of "a kingdom that will never decay": in other words, to become "free" of all limitations and thus, in the last resort, of the very concept of God-the only concept which endows human life with real meaning and purpose.(as).
(✔️কোৰআনে সেই "গছ"ৰ প্ৰকৃত স্বৰূপৰ বিষয়ে আমাক আঙুলিয়াই দিয়াৰ বাহিৰে একো কোৱা নাই যে চয়তানে ইয়াক- মিছাকৈয়ে - "অমত্বতাৰ গছ" বুলি বৰ্ণনা কৰিছিল: আৰু সেয়েহে আমি ধৰি ল'ব পাৰো যে নিষিদ্ধ গছজোপা কেৱল এটা ৰূপক  সৃষ্টিকৰ্তাই মানুহৰ ইচ্ছা আৰু কৰ্মৰ বাবে যিবোৰ সীমা নিৰ্ধাৰণ কৰিছে: এনে সীমাৰ বাহিৰলৈ তেওঁ নিজৰ, ঈশ্বৰ-ইচ্ছাকৃত স্বভাৱৰ বিৰুদ্ধে আঘাত নকৰাকৈয়ে যাব নোৱাৰে।  পৃথিৱীত অমৰত্বৰ প্ৰতি মানুহৰ ইচ্ছাই মৃত্যু আৰু পুনৰুত্থানৰ কামনাৰে অস্বীকাৰ কৰা, আৰু এইদৰে কোৰআনে "পৰকাল" বা "আগন্তুক জীৱন" বুলি বৰ্ণনা কৰা চূড়ান্ত বাস্তৱতাক বুজায়।)
.
🟪২০:১২১
فَأَكَلَا مِنْهَا فَبَدَتْ لَهُمَا📌سَوْآتُهُمَا وَطَفِقَا يَخْصِفَانِ عَلَيْهِمَا مِنْ وَرَقِ الْجَنَّةِ ۚ وَعَصَىٰ آدَمُ رَبَّهُ فَغَوَىٰ
অৱশেষত তেওঁলোক (স্বামী-স্ত্ৰী) উভয়ে সেই গছজোপাৰ✔️ পৰা (ফল) খালে; লগে লগে তেওঁলোকৰ লজ্জাস্থান📌 তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে, আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত তেওঁ পথভ্ৰান্ত হৈ গ’ল।(see 20:118 note.).
.
✍️Verse/Note:
What was the Forbidden Tree? Not of ‘knowledge’, nor of ‘immortality’ as per the Bible. It is the Tree that branches off people based upon selfish desires. The early human beings started marking up lands and hoarding. They also saw their children as a means of attaining immortality. So, this very earth which was a Paradise for them to begin with, became a place where they had to continuously toil and often exploit one another to earn a living – a Paradise lost! 

📌Sauaatuhuma(سَوْآتُهُمَا) = The vices in both, men and women = Erroneously translated as ‘nakedness’. 2:34, 2:213, 7:11, 7:19 15:28, 17:61, 18:50, 38:72.
(Google translate: নিষিদ্ধ গছ কি আছিল?  ‘জ্ঞান’ৰ নহয়, বাইবেলৰ মতে ‘অমৰত্ব’ৰ নহয়।  স্বাৰ্থপৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰি মানুহক শাখা-প্ৰশাখা কৰা গছটোৱেই।  আদিম মানুহে মাটি চিহ্নিত কৰি জমা কৰিবলৈ আৰম্ভ কৰিলে।  তেওঁলোকেও নিজৰ সন্তানক অমৰত্ব লাভৰ মাধ্যম হিচাপে দেখিছিল।  গতিকে, এই পৃথিৱীখনেই যিখন তেওঁলোকৰ বাবে আৰম্ভণিতে স্বৰ্গ আছিল, সেইখনেই এনে এখন ঠাই হৈ পৰিল য’ত তেওঁলোকে নিৰন্তৰ কষ্ট কৰিবলগীয়া হৈছিল আৰু প্ৰায়ে ইজনে সিজনক শোষণ কৰি জীৱিকা উপাৰ্জন কৰিবলগীয়া হৈছিল – হেৰুৱাই পেলোৱা এখন জান্নাত!  Sauaatuhuma = পুৰুষ আৰু মহিলা উভয়ৰে কু-অভ্যাস = ভুলকৈ ‘উলংগতা’ বুলি অনুবাদ কৰা হৈছে।  ২:৩৪, ২:২১৩, ৭:১১, ৭:১৯ ১৫:২৮, ১৭:৬১, ১৮:৫০, ৩৮:৭২)
(✔️tree,📌nakedness=
.
🟪২০:১২২
ثُمَّ اجْتَبَاهُ رَبُّهُ فَتَابَ عَلَيْهِ وَهَدَىٰ
তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে, ফলত তেওঁৰ তাওবা কবুল কৰিলে আৰু তেওঁক পথনিৰ্দেশ কৰিলে।
.
✍️BB-ref:(2:37)
২:৩৭
فَتَلَقَّىٰ آدَمُ مِنْ رَبِّهِ كَلِمَاتٍ فَتَابَ عَلَيْهِ ۚ إِنَّهُ هُوَ التَّوَّابُ الرَّحِيمُ
তাৰ পিছত আদমে তেওঁৰ প্ৰতিপালকৰ পৰা কিছুমান বাক্য শিকি ল’লে*;  আৰু আল্লাহে তেওঁৰ তাওবা কবুল কৰিলে। নিশ্চয় তেওঁ তাওবা কবুলকাৰী, অতি দয়ালু।
(৭:২৩*
قَالَا رَبَّنَا ظَلَمْنَا أَنْفُسَنَا وَإِنْ لَمْ تَغْفِرْ لَنَا وَتَرْحَمْنَا لَنَكُونَنَّ مِنَ الْخَاسِرِينَ
সিহঁতে ক’লে, ‘হে আমাৰ ৰব! আমি নিজৰে প্ৰতি অন্যায় কৰিছো, আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হম’।
find the verse/note 2:37:link:
.
🟪২০:১২৩
قَالَ اهْبِطَا مِنْهَا جَمِيعًا ۖ بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۖ فَإِمَّا يَأْتِيَنَّكُمْ مِنِّي هُدًى فَمَنِ اتَّبَعَ هُدَايَ فَلَا يَضِلُّ وَلَا يَشْقَىٰ
তেওঁ ক’লে, ‘তোমালোক উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা। তোমালোক পৰস্পৰে পৰস্পৰৰ শত্ৰু। সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰত সৎপথৰ নিৰ্দেশ আহি পায় যিয়ে মোৰ প্ৰদৰ্শিত সৎপথৰ অনুসৰণ কৰিব সি বিপথগামী নহ’ব আৰু দুৰ্দশাগ্ৰস্তও নহ’ব।
.
✍️BB-ref:(2:38).
২:৩৮
قُلْنَا اهْبِطُوا مِنْهَا جَمِيعًا ۖ فَإِمَّا يَأْتِيَنَّكُمْ مِنِّي هُدًى فَمَنْ تَبِعَ هُدَايَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
আমি ক’লো, ‘তোমালোক আটায়ে ইয়াৰ পৰা নামি যোৱা। যেতিয়া মোৰ ফালৰ পৰা তোমালোকৰ ওচৰত কোনো হিদায়ত আহিব, তেতিয়া যিসকলে আমাৰ হিদায়তৰ অনুসৰণ কৰিব, তেওঁলোকৰ কোনো ভয় নাই আৰু চিন্তাৰো কোনো কাৰণ নাই’ ।
(Note:
Note here the multiple plural ‘all of you’ confirming that Adam and his wife are allegorical terms for the humankind. Incidentally, the word ‘Eve’ is nowhere mentioned in the Qur’an, once again Adam denoting humankind. Khauf = Fear from without. Huzn = Intrinsic depression or grief = Unhappiness = Regret).
.
✍️Note:
The human body survives by taking air, food, drink etc. By its very nature it is lustful, greedy, 
selfish, gluttonous and avaricious. The Self fights an ongoing battle with the Ego - its negative aspect which seeks to fulfil the material and physical desires - in its endeavour to be munificent and realise its potential and develop, it seeks to be benevolent, philanthropic, generous, giving 
and eager for self-sacrifice. Both are in a constant battle and it is the strong willed Self that 
creates a balance between the two. With self-discipline underpinned by Permanent Values it sets 
its Self on a straight and balanced path avoiding all that is detrimental and anything that causes 
lasting harm. To win this conflict is a great victory and achievement and a feeling of satisfaction of 
having moved towards fulfilling one's potential. See verses 25:43; 26:98.(sig).
.
🟪২০:১২৪
وَمَنْ أَعْرَضَ عَنْ ذِكْرِي فَإِنَّ لَهُ مَعِيشَةً ضَنْكًا وَنَحْشُرُهُ يَوْمَ الْقِيَامَةِ أَعْمَىٰ
‘আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ হৈ থাকিব, নিশ্চয় তাৰ জীৱন-যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম’।
.
✍️Note:
17:72, 20:102. ‘Zikri’ = My Remembrance = The Qur’an = The Law = The Message.(sa).
.
✍️BB-ref:(43:36).
৪৩:৩৬
وَمَنْ يَعْشُ عَنْ ذِكْرِ الرَّحْمَٰنِ نُقَيِّضْ لَهُ شَيْطَانًا فَهُوَ لَهُ قَرِينٌ
আৰু যিয়ে ৰহমানৰ স্মৰণৰ পৰা বিমুখ হয় আমি তাৰ বাবে নিয়োজিত কৰো এজন চয়তান🔺, ফলত সি তাৰ সহচৰ হৈ যায়।
(🔺১৪:২২
وَقَالَ الشَّيْطَانُ لَمَّا قُضِيَ الْأَمْرُ إِنَّ اللَّهَ وَعَدَكُمْ وَعْدَ الْحَقِّ وَوَعَدْتُكُمْ فَأَخْلَفْتُكُمْ ۖ وَمَا كَانَ لِيَ عَلَيْكُمْ مِنْ سُلْطَانٍ إِلَّا أَنْ دَعَوْتُكُمْ فَاسْتَجَبْتُمْ لِي ۖ فَلَا تَلُومُونِي وَلُومُوا أَنْفُسَكُمْ ۖ مَا أَنَا بِمُصْرِخِكُمْ وَمَا أَنْتُمْ بِمُصْرِخِيَّ ۖ إِنِّي كَفَرْتُ بِمَا أَشْرَكْتُمُونِ مِنْ قَبْلُ ۗ إِنَّ الظَّالِمِينَ لَهُمْ عَذَابٌ أَلِيمٌ
আৰু যেতিয়া বিচাৰ কাৰ্য সম্পন্ন হ’ব তেতিয়া চয়তানে ক’ব, ‘নিশ্চয় আল্লাহে তোমালোকক প্ৰতিশ্ৰুতি দিছিল সত্য প্ৰতিশ্ৰুতি, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলো, কিন্তু মই তোমালোকক দিয়া প্ৰতিশ্ৰুতি ভঙ্গ কৰিছো। তোমালোকৰ ওপৰত মোৰ কোনো আধিপত্য নাছিল, মই কেৱল তোমালোকক আহ্বান কৰিছিলো ফলত তোমালোকে মোৰ আহ্বানত সঁহাৰি দিছিলা। গতিকে তোমালোকে মোক দোষ নিদিবা, তোমালোকে নিজেই নিজকে দোষ দিয়াগৈ। মই তোমালোকৰ উদ্ধাৰকাৰী নহয় আৰু তোমালোকেও মোৰ উদ্ধাৰকাৰী নহয়। তোমালোকে মোক যে ইয়াৰ আগত আল্লাহৰ অংশী কৰিছিলা সেয়া মই অস্বীকাৰ কৰিছো’। নিশ্চয় যালিমসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।)
.
✍️Verse/note/ref:
20:124. At the same time it was also explained to him that means(of
subsistence) will 
be restricted, for whoever turns away from Divine Laws. Furthermore on the Day of 
Judgment, We shall raise him as if he was blind. (All the bright and shining avenues 
of life shall darken for him and) This result will occur in this life as well as in the 
hereafter (17:72; 20:102).pz.
(১৭:৭২
وَمَنْ كَانَ فِي هَٰذِهِ أَعْمَىٰ فَهُوَ فِي الْآخِرَةِ أَعْمَىٰ وَأَضَلُّ سَبِيلًا
আৰু যিজন ইয়াত অন্ধ সি আখিৰাততো অন্ধ আৰু আটাইতকৈ বেছি পথভ্ৰষ্ট।
.
🟪২০:১২৫
قَالَ رَبِّ لِمَ حَشَرْتَنِي أَعْمَىٰ وَقَدْ كُنْتُ بَصِيرًا
সি ক’ব, ‘হে মোৰ ৰব! কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা? অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলো’।
.
✍️Verse/ref:
20:125. And he shall ask, "O my Rabb. Why have you raised me blind, when I had 
been endowed with perfect sight?” (22:46)pz.
(২২:৪৬
أَفَلَمْ يَسِيرُوا فِي الْأَرْضِ فَتَكُونَ لَهُمْ قُلُوبٌ يَعْقِلُونَ بِهَا أَوْ آذَانٌ يَسْمَعُونَ بِهَا ۖ فَإِنَّهَا لَا تَعْمَى الْأَبْصَارُ وَلَٰكِنْ تَعْمَى الْقُلُوبُ الَّتِي فِي الصُّدُورِ
সিহঁতে পৃথিৱীত ভ্ৰমণ কৰা নাইনে? তেতিয়াহে সিহঁতে জ্ঞান বুদ্ধিসম্পন্ন হৃদয় আৰু শ্ৰুতিশক্তিসম্পন্ন শ্ৰৱণৰ অধিকাৰী হ’ব পাৰিলেহেঁতেন। প্ৰকৃততে চকু অন্ধ নহয়, বৰং অন্ধ হৈছে বুকুৰ মাজত অৱস্থিত হৃদয়।)
.
🟪২০:১২৬
قَالَ كَذَٰلِكَ أَتَتْكَ آيَاتُنَا فَنَسِيتَهَا ۖ وَكَذَٰلِكَ الْيَوْمَ تُنْسَىٰ
তেওঁ ক’ব, ‘এইদৰেই তোমাৰ ওচৰত আমাৰ নিদৰ্শনাৱলী আহিছিল, কিন্তু তুমি সেয়া এৰি দিছিলা ঠিক সেইদৰে আজি তোমাকো (জাহান্নামত) এৰি দিয়া হ’ব’।
.
🟪২০:১২৭
وَكَذَٰلِكَ نَجْزِي مَنْ أَسْرَفَ وَلَمْ يُؤْمِنْ بِآيَاتِ رَبِّهِ ۚ وَلَعَذَابُ الْآخِرَةِ أَشَدُّ وَأَبْقَىٰ
আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিয়ে সীমালঙ্ঘন কৰে আৰু নিজ প্ৰতিপালকৰ নিদৰ্শনাৱলী বিশ্বাস নকৰে। অৱশ্যে আখিৰাতৰ শাস্তি আৰু কঠোৰ লগতে অধিক স্থায়ী।
.
✍️Ref:
১০:১২
وَإِذَا مَسَّ الْإِنْسَانَ الضُّرُّ دَعَانَا لِجَنْبِهِ أَوْ قَاعِدًا أَوْ قَائِمًا فَلَمَّا كَشَفْنَا عَنْهُ ضُرَّهُ مَرَّ كَأَنْ لَمْ يَدْعُنَا إِلَىٰ ضُرٍّ مَسَّهُ ۚ كَذَٰلِكَ زُيِّنَ لِلْمُسْرِفِينَ مَا كَانُوا يَعْمَلُونَ
আৰু মানুহক যেতিয়া দুখ-দৈন্যই স্পৰ্শ কৰে তেতিয়া সি শুই, বহি অথবা থিয় হৈ আমাক আহ্বান কৰে। তাৰ পিছত আমি যেতিয়া তাৰ দুখ-দৈন্য দূৰ কৰি দিওঁ, তেতিয়া সি এনেকৈ চলা-ফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুখ-দৈন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰেই সীমালংঘনকাৰী সকলৰ কৃতকৰ্ম সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।
.
🟪২০:১২৮
أَفَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا قَبْلَهُمْ مِنَ الْقُرُونِ يَمْشُونَ فِي مَسَاكِنِهِمْ ۗ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِأُولِي النُّهَىٰ
এইটোৱেও সিহঁতক সৎপথ নেদেখুৱালে নে যে, আমি সিহঁতৰ পূৰ্বে বহুতো মানৱগোষ্ঠী ধ্বংস কৰিছো🔺 যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে? নিশ্চয় ইয়াত বিবেক সম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন।
.
✍️Note:🔺
Lit., "Is it, then, no guidance for them how many a generation. . .", etc. It is to be borne in mind that, in Qur'anic usage, the noun qarn signifies not only "a generation", but also - and rather more often-"people belonging to one particular epoch", i.e., "a civilization" in the historical sense of this term.(as).
.
🟢WORD BY WORD MEANING:
[20:116] And (Wa) when (Iz') We said (Qul'naa) to the Angels (Lil' Malaaikati), "Prostrate (Es'judu') to (Li)
Adam (2:34) (Aadama)," and (Fa) they prostrated (Sajaduu'), except (illaa) Lucifer (Ib'liisa); he refused (Abaa).
 
[20:117] So (Fa) We said (Qul'naa), "O (Yaa) Adam (Aadamu), indeed (Inna) this (Haaza) is an enemy 
(Åduwwun) to you (Adam)
(Laka) and (Wa) to (Li) your mate (f) (Ziw'ji-ka). Therefore (Fa) do not let him evict 
you both (Yukh'rijannakumaa) from (Mina) the garden (El'Jannati), then (Fa) you would suffer (Tash'qaa). 
 
[20:118] "Indeed (Inna), for you (Laka) is no (Alla) hunger (Tajuuå) therein (Fiiha) nor (Walaa) nudity (Ta'raa). 
 
[20:119] "And (Wa) that you (Adam)
(Annaka) will not (Laa) be thirsty (Taz'mau') therein (Fiiha) nor (Walaa)
be in the heat (sun)
(Tad'haa)." 
 
[20:120] But (Fa) the devil (Es'Shai'toanu) whispered (Was'wasa) to him (ilai'hi); he said (Qaala), "O (Yaa)
Adam (Aadamu), shall (Hal') I direct you (Adullu-ka) to (Ålaa) the tree of eternity (tree of life) (Shajaratil' Khul'di)
and (Wa) a dominion (Mul'kin) without (Laa) deterioration (Yab'laa)?”

[20:121] Thus (Fa), they ate (Akalaa) from it (Min'ha), so (Fa) their bodies (shame) (Saw'aatu-humaa) appeared 
(Badat') to them both (Lahumaa), and (Wa) they immediately began (Tofiqaa) to cover themselves 
(Yukh'sifaani Ålai'himaa) with (Min) the leaves (Waraqi) of the garden (El'Jannati). So (Wa) Adam (Aadamu)
disobeyed (Åsoa) his LORD (Rabba-hu) and (Fa) strayed (Gawaa).
 
[20:122] But (Thumma) his LORD (Rabbu-hu) chose him (Ej'tabaa-hu) and (Fa) forgave him (2:37) (Taaba 
Ålai'hi) and (Wa) guided (Hadaa). 
 
[20:123] HE (God) said (Qaala), "Descend (Eh'bitoa) therefrom (Min'haa), all together (Jamiiån); as enemies 
(Åduwwun) to (Li) each other (Ba'du-kum’ Ba'din). And (Fa) when (Immaa) guidance (Hudan) comes to you 
(Ya'tiyannakum) from ME (Minnii), then (Fa) whoever (Mani) follows (Ettabaå) MY guidance (2:38) (Hudaaya), 
thence (Fa) he will not (Laa) go astray (Yadillu) nor (Walaa) suffer (Yash'qaa).
 
[20:124] And (Wa) whoever (Man') turns away from (A'rado Ån) MY remembrance (43:36) (Zik'rii), then (Fa)
indeed (Inna), he will have (Lahu) a miserable (Donkaan) life (Maeeshatan), and We will assemble him 
(Nah'shuru-hu) blind (A'maa) on the Day of Resurrection (Yaw'mal' Qiyaamati). 
 
[20:125] He (the human) will say (Qaala), "LORD (Rabbi), why (Lima) did you assemble me (Hashar'tanii) blind 
(A'maa) while (Wa) I have (Qad') been (-Kuntu) seeing (a seer) (Basiiraa)?"
 
[20:126] HE (God) will say (Qaala), "Thus (Kazaalika) did Our verses (Aayaatu-naa) come to you (Atat'ka), but 
(Fa) you forgot them (Nasiita-ha); and (Wa) likewise (Kazaalika) will you be forgotten (Tunsaa) today 
(El'Yaw'ma)."

[20:127] And (Wa) thus (Kazaalika) will We requite (Naj'zii) whoever (Man') transgressed (As'rafa) and 
(Wa) did not (Lam') believe (Yu'min) in (Bi) the verses (Aayaati) of his LORD (Rabbi-hi). And (Wa) the (La)
punishment (Åzaabu) of the hereafter (El'Aakhirati) is severer (Ashaddu) and more lasting (Ab'qaa).
 
[20:128] Has it then not (Afalam') pointed to them (Yah'di Lahum') how many (Kam') of (Mina) the 
generations (El'Quruuni) We have annihilated (Ah'lak'naa) before them (Qab'lahum) as they walk 
(Yam'shuuna) in (Fii) their houses (Masaakini-him')? Indeed (Inna), there are (La) signs (Aayaatin) in (Fii)
that (Zaalika) for (Li) those (Uulii) of intellect (En'Nuhaa).
 .
syedraf, #muktabulhussain

Popular posts from this blog

☪️PART-233(13:32-37)Ar-Ra'ad

⚫ Al-An'am[Part-133(06:111-117)]

🟤Al-Anfãl[Part-165(08:14-22)]