🍒Part-292(20:31-52)Tã Hã (T.H.)ত্বা-হা
🟦Part-292(20:31-52)Tã Hã (T.H.)ত্বা-হা
📽️ https://youtu.be/07JQNsH7g7E Muktabul
✍️ Written Syedraf.
.
🟦মিনি সূচিঃPart-292(20:31-52)Tã Hã
20:31-36(আল্লাহে মুছাৰ আ:ছা:লগত তেওঁৰ ভাতৃ হাৰূনক সহায়কাৰী কৰি দিবলৈ আহ্বান)
20:37(আল্লাহে মুছাৰ-আ:ছা: প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিল- See Note)
20:38-40("at another time", i.e., the time of Moses' childhood and youth, which is recalled in verses 20:38-40)
20:41("মই তোমাক মোৰ বাবে তৈয়াৰ কৰিছো।"-See v.sp.note)
.
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🏠২০:৩১
اشْدُدْ بِهِ أَزْرِي
‘তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা,
.
🏠২০:৩২
وَأَشْرِكْهُ فِي أَمْرِي
‘আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা,
.
🏠২০:৩৩
كَيْ نُسَبِّحَكَ كَثِيرًا
‘যাতে আমি তোমাৰ বেছি বেছি তাছবীহ পাঠ কৰিব পাৰোঁ,
.
🏠২০:৩৪
وَنَذْكُرَكَ كَثِيرًا
‘আৰু অধিক পৰিমাণে স্মৰণ কৰিব পাৰোঁ।
.
🏠২০:৩৫
إِنَّكَ كُنْتَ بِنَا بَصِيرًا
‘নিশ্চয় তুমি আমাৰ সম্যক দ্ৰষ্টা’।
.
✍️Verses/Notes:
20:35-36. “You are surely fully aware of our capabilities (and how the two of us
together can surmount this expedition).” Came the reply, “O Moses! We have
granted all that you have asked for. (Now stand steadfastly and do not let anyone
divert your attention ~ 10:89.)"pz.
.
🏠২০:৩৬
قَالَ قَدْ أُوتِيتَ سُؤْلَكَ يَا مُوسَىٰ
তেওঁ ক’লে, ‘হে মুছা! তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ’ল।
(ref-see above)
.
🏠২০:৩৭
وَلَقَدْ مَنَنَّا عَلَيْكَ مَرَّةً أُخْرَىٰ
‘আৰু অৱশ্যে আমি তোমাৰ প্ৰতি আৰু এবাৰ অনুগ্ৰহ কৰিছিলো;
.
✍️Verse/Note:
20:37 "And, indeed, We bestowed Our favour upon thee at a time long since past,
Note.
Lit., "at another time", i.e., the time of Moses' childhood and youth, which is recalled in verses 20:38-40. For a fuller explanation of the subsequent references to that period - the Pharaonic persecution of the children of Israel and the killing of their new-born males, the rescue of the infant Moses and his adoption by Pharaoh's family, his killing of the Egyptian, and his subsequent flight from Egypt see 28:3, where the story is narrated in greater detail.
(২৮:৩
نَتْلُو عَلَيْكَ مِنْ نَبَإِ مُوسَىٰ وَفِرْعَوْنَ بِالْحَقِّ لِقَوْمٍ يُؤْمِنُونَ
আমি তোমাৰ ওচৰত মুছা আৰু ফিৰআউনৰ কিছু বৃত্তান্ত যথাযথভাৱে বিবৃত কৰিছো, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।)
.
🏠২০:৩৮
إِذْ أَوْحَيْنَا إِلَىٰ أُمِّكَ مَا يُوحَىٰ
‘যেতিয়া আমি তোমাৰ মাতৃক যি জনাবলগীয়া আছিল সেয়া জনাইছিলোঁ,
.
🏠২০:৩৯
أَنِ اقْذِفِيهِ فِي التَّابُوتِ فَاقْذِفِيهِ فِي الْيَمِّ فَلْيُلْقِهِ الْيَمُّ بِالسَّاحِلِ يَأْخُذْهُ عَدُوٌّ لِي وَعَدُوٌّ لَهُ ۚ وَأَلْقَيْتُ عَلَيْكَ مَحَبَّةً مِنِّي وَلِتُصْنَعَ عَلَىٰ عَيْنِي
‘যে, তুমি ইয়াক বাকচৰ ভিতৰত ৰাখি দিয়া, তাৰ পিছত ইয়াক সাগৰত উটুৱাই দিয়া, যাতে সাগৰে ইয়াক পাৰলৈ ঠেলি দিয়ে, ফলত ইয়াক মোৰ শত্ৰুৱে আৰু তাৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মুহাব্বত ঢালি দিছিলো, আৰু যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা’।
.
✍️Verse/Note:
20:39 Place him in a chest and throw it into the river, and thereupon the river will cast him ashore, [and] one who is an enemy unto Me and an enemy unto him will adopt him.* "And [thus early] I spread Mine Own love over thee -and [this] in order that thou might be formed under Mine eye.
Note*
Lit., "take him" (cf. 28:9). Pharaoh is described as an enemy of God because of his overweening arrogance and cruelty as well as his claim to the status of divinity (see 79:24); and he was, unknowingly, an enemy of the infant Moses inasmuch as he hated and feared the people to whom the latter belonged.
(২৮:৯
وَقَالَتِ امْرَأَتُ فِرْعَوْنَ قُرَّتُ عَيْنٍ لِي وَلَكَ ۖ لَا تَقْتُلُوهُ عَسَىٰ أَنْ يَنْفَعَنَا أَوْ نَتَّخِذَهُ وَلَدًا وَهُمْ لَا يَشْعُرُونَ
ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ‘এই শিশুটি মোৰ আৰু তোমাৰ নয়ন-প্ৰীতিকৰ। ইয়াক হত্যা নকৰিবা। ই আমাৰ উপকাৰত আহিব পাৰে অথবা আমি ইয়াক সন্তান হিচাপেও গ্ৰহণ কৰিব পাৰো’। দৰাচলতে সিহঁতে ইয়াৰ পৰিণাম উপলব্ধি কৰিব পৰা নাই।
.
৭৯:২৪
فَقَالَ أَنَا رَبُّكُمُ الْأَعْلَىٰ
আৰু ক’লে, ‘ময়ে তোমালোকৰ সৰ্বোচ্চ প্ৰতিপালক’।
.
🏠২০:৪০
إِذْ تَمْشِي أُخْتُكَ فَتَقُولُ هَلْ أَدُلُّكُمْ عَلَىٰ مَنْ يَكْفُلُهُ ۖ فَرَجَعْنَاكَ إِلَىٰ أُمِّكَ كَيْ تَقَرَّ عَيْنُهَا وَلَا تَحْزَنَ ۚ وَقَتَلْتَ نَفْسًا فَنَجَّيْنَاكَ مِنَ الْغَمِّ وَفَتَنَّاكَ فُتُونًا ۚ فَلَبِثْتَ سِنِينَ فِي أَهْلِ مَدْيَنَ ثُمَّ جِئْتَ عَلَىٰ قَدَرٍ يَا مُوسَىٰ
‘যেতিয়া তোমাৰ বায়েৰা খোজ কাঢ়ি গৈ আছিল, তাৰ পিছত (যেতিয়া গৈ পালে) তেওঁ ক’লে, ‘মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিমনে যিয়ে এই শিশুৰ দায়িত্বভাৰ লব পাৰিব’? ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলো, যাতে তেওঁৰ চকু জুৰ পৰে আৰু শোকত ভাঙি নপৰে, আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা; তথাপিও আমি তোমাক মনোকষ্টৰ পৰা মুক্তি দিছিলো আৰু আমি তোমাক বহু পৰীক্ষা কৰিছো। হে মুছা! তাৰ পিছত তুমি কেইবা বছৰো মাদাইনবাসীৰ মাজত অৱস্থান কৰিছিলা, ইয়াৰ পিছত তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ’লা।
.
✍️Verse/Notes:
20:40 "[And thou wert under Mine eye] when thy sister went forth and said [to Pharaoh's people], 'Shall I guide you unto [a woman] who might take charge of him?''🔺1 And so We returned thee unto thy mother, so that her eye be gladdened, and that she might not sorrow [any longer].🔺2 "And [when thou camest of age,🔺3 thou didst slay a man: but We did save thee from all grief, although We tried thee with various trials.🔺4 "And then thou didst sojourn for years among the people of Madyan;🔺5 and now thou hast come [here] as ordained [by Me],O Moses (as)
Note🔺1
For a fuller account, see 28:12.
(২৮:১২
۞ وَحَرَّمْنَا عَلَيْهِ الْمَرَاضِعَ مِنْ قَبْلُ فَقَالَتْ هَلْ أَدُلُّكُمْ عَلَىٰ أَهْلِ بَيْتٍ يَكْفُلُونَهُ لَكُمْ وَهُمْ لَهُ نَاصِحُونَ
আৰু আমি পূৰ্বৰে পৰা তাৰ বাবে ধাত্ৰী-স্তন্য পান নিষিদ্ধ কৰি দিছিলোঁ। তাৰ পিছত মুছাৰ বায়েকে ক’লে, ‘মই তোমালোকক এনে এটা পৰিয়ালৰ সন্ধান দিমনে, যিয়ে তোমালোকৰ হৈ ইয়াক লালন-পালন কৰিব আৰু ইয়াৰ মঙ্গলকামী হ’ব’?)
Note🔺2
As is implied here and in 28:12, his own mother became his wet-nurse.
Note🔺3
Cf. 28:14.
(২৮:১৪
وَلَمَّا بَلَغَ أَشُدَّهُ وَاسْتَوَىٰ آتَيْنَاهُ حُكْمًا وَعِلْمًا ۚ وَكَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ
আৰু মুছাই যেতিয়া যৌৱনত উপনীত হ’ল আৰু প্ৰাপ্তবয়স্কত পৰিণত হ’ল, তেতিয়া আমি তেওঁক হিকমত আৰু জ্ঞান দান কৰিলো, আৰু এইদৰেই আমি মুহছিনসকলক পুৰষ্কাৰ প্ৰদান কৰো।)
Note🔺4
For the details of this particular incident, which proved a turning-point in the life of Moses, see 28:15.
(২৮:১৫
وَدَخَلَ الْمَدِينَةَ عَلَىٰ حِينِ غَفْلَةٍ مِنْ أَهْلِهَا فَوَجَدَ فِيهَا رَجُلَيْنِ يَقْتَتِلَانِ هَٰذَا مِنْ شِيعَتِهِ وَهَٰذَا مِنْ عَدُوِّهِ ۖ فَاسْتَغَاثَهُ الَّذِي مِنْ شِيعَتِهِ عَلَى الَّذِي مِنْ عَدُوِّهِ فَوَكَزَهُ مُوسَىٰ فَقَضَىٰ عَلَيْهِ ۖ قَالَ هَٰذَا مِنْ عَمَلِ الشَّيْطَانِ ۖ إِنَّهُ عَدُوٌّ مُضِلٌّ مُبِينٌ
আৰু তেওঁ চহৰত প্ৰৱেশ কৰিলে, যেতিয়া তাৰ অধিবাসীবিলাক আছিল অসতৰ্ক। তাত তেওঁ দুজন ব্যক্তিক সংঘৰ্ষত লিপ্ত দেখিলে, এজন তেওঁৰ নিজ ফৈদৰ আৰু আনজন শত্ৰু পক্ষৰ। এতেকে মুছাৰ দলৰ ব্যক্তিজনে নিজ শত্ৰুৰ বিৰুদ্ধে তেওঁৰ সহায় বিচাৰিলে, তেতিয়া মুছাই তাক এটা ঘোচা মাৰিলে, ফলত সি মৃত্যুবৰণ কৰিলে। মুছাই ক’লে, ‘এয়া চয়তানৰ কাম। নিশ্চয় সি প্ৰকাশ্য শত্ৰু, বিভ্ৰান্তকাৰী’।)
Note🔺5
See 28:22.
(২৮:২২
وَلَمَّا تَوَجَّهَ تِلْقَاءَ مَدْيَنَ قَالَ عَسَىٰ رَبِّي أَنْ يَهْدِيَنِي سَوَاءَ السَّبِيلِ
আৰু যেতিয়া মুছাই মাদিয়ান অভিমুখে যাত্ৰা কৰিলে তেতিয়া তেওঁ ক’লে, ‘আশা কৰো মোৰ প্ৰতিপালকে মোক সৰল পথ দেখুৱাব’।)
.
🏠২০:৪১
وَاصْطَنَعْتُكَ لِنَفْسِي
‘আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি লৈছোঁ।
.
✍️Note:Notes of Edip:
20:41 "মই তোমাক মোৰ বাবে তৈয়াৰ কৰিছো।"
টোকা.
যদি মহম্মদৰ(আ:ছা:) বাবেও মুছাৰ(আ:ছা:) বাবে ব্যৱহাৰ কৰা একেধৰণৰ বক্তব্য ব্যৱহাৰ কৰা হয়, তেন্তে সেইবোৰ কোৰআনৰ আটাইতকৈ জনপ্ৰিয় বক্তব্য হৈ পৰিব আৰু প্ৰতিটো মছজিদৰ দেৱালত শোভা বঢ়াই দিব।
Read more...link:
.
🏠২০:৪২
اذْهَبْ أَنْتَ وَأَخُوكَ بِآيَاتِي وَلَا تَنِيَا فِي ذِكْرِي
‘তুমি আৰু তোমাৰ ভাই মোৰ নিদৰ্শনসমূহ লৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা,
.
🏠২০:৪৩
اذْهَبَا إِلَىٰ فِرْعَوْنَ إِنَّهُ طَغَىٰ
‘তোমালোক দুয়ো ফিৰআউনৰ ওচৰলৈ যোৱা, নিশ্চয় সি সীমালঙ্ঘন কৰিছে।
.
🏠২০:৪৪
فَقُولَا لَهُ قَوْلًا لَيِّنًا لَعَلَّهُ يَتَذَكَّرُ أَوْ يَخْشَىٰ
‘তোমালোকে তাৰ লগত নম্ৰভাৱে কথা কবা, হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব’।
.
✍️Verse/Note: See link:
.
🏠২০:৪৫
قَالَا رَبَّنَا إِنَّنَا نَخَافُ أَنْ يَفْرُطَ عَلَيْنَا أَوْ أَنْ يَطْغَىٰ
তেওঁলোকে ক’লে, ‘হে আমাৰ ৰব! আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমালঙ্ঘন কৰিব’।
.
🏠২০:৪৬
قَالَ لَا تَخَافَا ۖ إِنَّنِي مَعَكُمَا أَسْمَعُ وَأَرَىٰ
তেওঁ ক’লে, ‘তোমালোকে ভয় নকৰিবা, নিশ্চয় মই তোমালোকৰ লগত আছোঁ, মই শুনো আৰু দেখোঁ’।
.
🏠২০:৪৭
فَأْتِيَاهُ فَقُولَا إِنَّا رَسُولَا رَبِّكَ فَأَرْسِلْ مَعَنَا بَنِي إِسْرَائِيلَ وَلَا تُعَذِّبْهُمْ ۖ قَدْ جِئْنَاكَ بِآيَةٍ مِنْ رَبِّكَ ۖ وَالسَّلَامُ عَلَىٰ مَنِ اتَّبَعَ الْهُدَىٰ
এতেকে তোমালোকে তাৰ ওচৰলৈ যোৱা আৰু কোৱা, ‘আমি দুয়ো তোমাৰ প্ৰতিপালকৰ ৰাছুল, সেয়ে আমাৰ লগত বনী ইছৰাঈলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা, আমি তোমাৰ ওচৰত তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন লৈ আহিছোঁ; আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক।
.
✍️Note:edip:Google translate(no guarantee)
.
✍️ref:Cf. 2:49, 7:141 and 14:6.(as).
২:৪৯
وَإِذْ نَجَّيْنَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ يُذَبِّحُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ ۚ وَفِي ذَٰلِكُمْ بَلَاءٌ مِنْ رَبِّكُمْ عَظِيمٌ
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ বংশৰ পৰা ৰক্ষা কৰিছিলো। সিহঁতে তোমালোকক বৰ কঠিন শাস্তি দিছিল। তোমালোকৰ পুত্ৰ সন্তানক হত্যা কৰিছিল আৰু কন্যা সন্তানক জীয়াই ৰাখিছিল । আৰু ইয়াত আছিল তোমালোকৰ বাবে তোমালোকৰ প্ৰতিপালকৰ পৰা এক মহা পৰীক্ষা।
.
৭:১৪১
وَإِذْ أَنْجَيْنَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ ۖ يُقَتِّلُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ ۚ وَفِي ذَٰلِكُمْ بَلَاءٌ مِنْ رَبِّكُمْ عَظِيمٌ
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিছো, যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত ৰাখিছিল; ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহা পৰীক্ষা।
.
১৪:৬
وَإِذْ قَالَ مُوسَىٰ لِقَوْمِهِ اذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ إِذْ أَنْجَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ وَيُذَبِّحُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ ۚ وَفِي ذَٰلِكُمْ بَلَاءٌ مِنْ رَبِّكُمْ عَظِيمٌ
আৰু স্মৰণ কৰা, যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, ‘আল্লাহে তোমালোকৰ ওপৰত কৰা অনুগ্ৰহবোৰ স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক ৰক্ষা কৰিছিল ফিৰআউন গোষ্ঠীৰ কবলৰ পৰা, যিসকলে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল, তোমালোকৰ পুত্ৰ সন্তানক জবেহ কৰিছিল আৰু তোমালোকৰ নাৰীসকলক জীৱিত ৰাখিছিল; আৰু ইয়াত আছিল তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহাপৰীক্ষা’।
.
🏠২০:৪৮
إِنَّا قَدْ أُوحِيَ إِلَيْنَا أَنَّ الْعَذَابَ عَلَىٰ مَنْ كَذَّبَ وَتَوَلَّىٰ
‘নিশ্চয় আমাৰ প্ৰতি অহী প্ৰেৰণ কৰা হৈছে যে, শাস্তি কেৱল তাৰ বাবে যিয়ে মিছা আৰোপ কৰে আৰু মুখ ঘূৰাই লয়’।
.
🏠২০:৪৯
قَالَ فَمَنْ رَبُّكُمَا يَا مُوسَىٰ
ফিৰআউনে ক’লে, ‘হে মুছা! তেনেহ’লে তোমালোকৰ ৰব কোন’?
.
🏠২০:৫০
قَالَ رَبُّنَا الَّذِي أَعْطَىٰ كُلَّ شَيْءٍ خَلْقَهُ ثُمَّ هَدَىٰ
মুছাই ক’লে, ‘তেৱেঁই আমাৰ ৰব, যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি দান কৰিছে, তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে’।
.
✍️Verse/Note:
20:50 He replied: "Our Sustainer is He who gives unto every thing [that exists] its true nature and form. and thereupon guides it [towards its fulfilment].
Note.
In the original, this sentence appears in the past tense ("has given" and "has guided"); but as it obviously relates to the continuous process of God's creation, it is independent of the concept of time and denotes, as in so many other places in the Qur'an. an unceasing present. The term khalq signifies in this context not merely the inner nature of a created thing or being but also the outward form in which this nature manifests itself; hence my composite rendering of khalqahu as "its true nature and form". The idea underlying the above sentence is expressed for the first time in 87:2, i.e., in a surah which belongs to the earliest period of Qur'anic revelation.(as).
(৮৭:২
الَّذِي خَلَقَ فَسَوَّىٰ
যিজনে সৃষ্টি কৰিছে, তাৰ পিছত সুঠাম কৰিছে।)
.
🏠২০:৫১
قَالَ فَمَا بَالُ الْقُرُونِ الْأُولَىٰ
ফিৰআউনে ক’লে, ‘তেনেহ’লে অতীত যুগৰ লোকসকলৰ অৱস্থা কি’?
.
✍️Verse/Note:
20:51 He said, "What then has happened to the previous generations?
Note.
Modern polytheists and unappreciative people, when they do not have the intellectual courage to accept truth, in order to avoid acknowledging the truth, ask exactly the same question Pharaoh asked millennia ago. While delivering the monotheistic message of the Quran, while sharing the signs and miracles of the Quran, if you encounter similar excuses, you should use exactly the same answer given by
Moses in verse 20:52.
Verse 20:52 also rejects the distorted or
mistranslated Biblical verse depicting God to be like a fallible human being regretting his mistakes or forgetting things (Genesis 6:6-7 ; Psalms 13:1; Lamentations 5:20). See 7:180.(sdip).
.
🏠২০:৫২
قَالَ عِلْمُهَا عِنْدَ رَبِّي فِي كِتَابٍ ۖ لَا يَضِلُّ رَبِّي وَلَا يَنْسَى
মুছাই ক’লে, ‘ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাবত আছে, মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃতও নহয়’।
.
✍️Note:
God's methods to record and measure are known only to Him but this verse clearly sets out
that He never makes a mistake or misjudges. His decrees about food, clothing, values etc. are
accurate and without errors or omissions. If He has left something out, it's deliberate, just as
when he specifies something it's calculated and purposeful. Nobody but the impudent will add to
or ignore what God has decreed in His guidance. See verses 4:60; 13:37; 16:116; 40:84; 42:21.(sig).
(৪:৬০
أَلَمْ تَرَ إِلَى الَّذِينَ يَزْعُمُونَ أَنَّهُمْ آمَنُوا بِمَا أُنْزِلَ إِلَيْكَ وَمَا أُنْزِلَ مِنْ قَبْلِكَ يُرِيدُونَ أَنْ يَتَحَاكَمُوا إِلَى الطَّاغُوتِ وَقَدْ أُمِرُوا أَنْ يَكْفُرُوا بِهِ وَيُرِيدُ الشَّيْطَانُ أَنْ يُضِلَّهُمْ ضَلَالًا بَعِيدًا
তুমি সিহঁতক দেখা নাইনে? যিসকলে দাবী কৰে যে, তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে আৰু তোমাৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে তাত সিহঁতে ঈমান আনিছে, অথচ সিহঁতে তাগুতৰ ওচৰত বিচাৰপ্ৰাৰ্থী হ’ব বিচাৰে, যদিও সেইটোক প্ৰত্যাখ্যান কৰাৰ বাবে সিহঁতক নিৰ্দেশ দিয়া হৈছিল; আৰু চয়তানে সিহঁতক ভীষণভাৱে পথভ্ৰষ্ট কৰিব বিচাৰে।)
।।।
🟦WORD BY WORD MEANING:
[20:31] strengthen (Esh'dud') my help (back up) (Az'rii) with him (Bihi),
[20:32] and (Wa) associate him (Ash'rik'hu) in (Fii) my affair (Am'rii)
[20:33] so that (Kai') we may glorify YOU (Nusabbiha-ka) frequently (Kathiiraa),
[20:34] and (Wa) commemorate YOU (Naz'kura-ka) frequently (Kathiiraa).
[20:35] "Indeed, YOU (Innaka) are (Kunta) cognizant of us (Basiiraa Bi-naa)."
[20:36] HE (God) said (Qaala), "Your request (Su'laka) has been (Qad') granted (Uutiita), O (Yaa) Moses
(Muusaa).
[20:37] "For (Wa) We had certainly (Laqad') favoured you (Moses)
(Manannaa Ålai'ka) some other (Ukh'raa)
time (Marratan),
[20:38] when (Iz') We inspired (Aw'hai'naa) to (ilaa) your mother (Ummi-ka) what (Maa) We inspired (Yuuha),
[20:39] that (Ani), "Cast him (Eq'zifii-hi) into (Fii) a box (Ettaabuuti), and (Fa) cast him (Eq'zifii-hi) into (Fii)
the sea (El'Yammi), and let (Fal') the sea (El'Yammu) throw him (Yul'qi-hi) to (Bi) the coast (Es'Saahili); he
will be taken by (Ya'khuz'hu) an enemy (Åduwwun) to ME (Lii) and (Wa) an enemy (Åduwwun) to him
(Lahu)." And (Wa) I bore down (Al'qai'tu) on you (Moses)
(Ålai'ka) affection
(love)
(Mahabbatan) from ME
(Minnii) so (Wa) that (Li) you would be brought (Tus'naå) before (Ålaa) MY eye (Åi'nii).
[20:40] "When (Iz') your sister (Ukh'tu-ka) walked (Tam'shii) and (Fa) said (Taquulu), "Shall (Hal) I show
you (Adullu-kum Ålaa) who (Man) can support him (take care of) (Yak'fulu-hu)?" So (Fa) We returned you (Moses)
(Raja'naa-ka) to (ilaa) your mother (Ummi-ka) in order to (Kai') entertain her eyes (Taqarra Åi'nu-haa) and
not (Walaa) to grieve (Tah'zan). And (Wa) you killed (Qatal'ta) someone (Naf'san), then (Fa) We rescued you
(Najjai'naa-ka) from (Mina) the distress (El'Gammi) and (Wa) tested you (Fatannaa-ka)
with a trial (Futuuna).
And (Fa) you lingered (Labith'ta) among (Fii) the people (Ah'li) of Midian (Mad'yana)
for years (Siniina), then
(Thumma) you came (Ji'ta) by (Ålaa) destiny (Qadarin), O (Yaa) Moses (Muusa).
[20:41] "And (Wa) I (God) produced you (Es'tona'tu-ka) for (Li) Myself (Naf'sii).
[20:42] "You (Moses) (Anta) and (Wa) your brother (Akhuu-ka) should go (Ez'hab') with (Bi) MY signs
(Aayaatii) and do not (Walaa) be weak (Taniyaa) in (Fii) MY remembrance (Zik'rii).
[20:43] "Go (Ez'habaa) to (ilaa) Pharaoh (Fir'åw'na). Indeed, he (Innahu) has transgressed (Togaa).
[20:44] "And (Fa) speak (Quulaa) to him (Lahu) a gentle (Layyinan) speech (Qaw'lan) perhaps he (Laållahu)
will take heed (Yatazakkaru) or (Aw') fear (Yakh'shaa)."
[20:45] They (both)
said (Qaalaa), "Our LORD (Rabba-naa), indeed we (Innanaa) fear (Nakhaafu) that (An) he
(Pharaoh) would overpower us (Yuf'ruta Ålai'naa) or (Aw') that (An) he would transgress (Yat'gaa)."
[20:46] HE (God) said (Qaala), "Do not (Laa) fear (Takhaafaa). Indeed, I am (Innanii) with you both
(Maåkumaa); I hear (As'mau) and (Wa) see (Araa).
[20:47] "So approach him (Fa'tiyaa-hu) and (Fa) say (Quulaa), "Indeed, we (Innaa) are messengers
(Rasuulaa) of your LORD (Rabbi-ka), so (Fa) send (Ar'sil') the Children of Israel (Banii Is'raa'iila) with us
(Maånaa) and do not (Walaa) punish them (Tuåzzib'hum'). We have (Qad') brought you (Ji'naa-ka Bi) signs
(miracles) (Aayatin) from (Min) your LORD (Rabbi-ka); and (Wa) peace (Es'Salaamu) be upon (Ålaa) whoever
(Mani) follows (Ettabaå) the Guidance (El'Hudaa).
[20:48] "Indeed (Innaa), it has been (Qad') inspired to us (Uuhiya ilai'naa) that (Anna) the punishment
(El'Åzaaba) will be upon (Ålaa) whoever (Man) denies (Kazzaba) and (Wa) turns away (Tawallaa)."
[20:49] He (Pharaoh) said (Qaala), "So (Fa) who (Man) is the LORD of you both (Rabbu-kumaa), O (Yaa) Moses
(Muusaa)?"
[20:50] He (Moses) said (Qaala), "Our LORD (Rabbu-naa) is the One who (Ellazii) has given (A'toa) everything
(Kulla Shai'in) its creation (Khal'qa-hu) and then (Thumma) guides (Hadaa)."
[20:51] He (Pharaoh)said (Qaala), "Then (Fa) what (Maa) is the situation (Baalu) of the previous (El'Uulaa)
generations (El'Quruuni)?"
[20:52] He (Moses) said (Qaala), "Its knowledge (il'mu-haa) is with (Enda) my LORD (Rabbii) in (Fii) a register
(Kitaabin). My LORD (Rabbii) does not (Laa) err (Yadillu) nor (Walaa) forget (Yansa).
.
SYEDRAF, #MUKTABULHUSSAIN