1️⃣6️⃣Part-247(16:19-29)Al-Nahl(The Bee)
Part-247(16:19-29)Al-Nahl(The Bee)
🟨 https://youtu.be/1C180EsIIaM
.
🏕️মিনি সূচিঃPart-247(16:19-29)Al-Nahl
16:20-21(সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হয়-see ref)
16:22(None is to be worshipped except Allah -see ref)(✅ref-যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিবৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়-See ref-39:45)
16:24✅(The language of the verse is interesting. It refers to the unappreciative people who reject the message of the Quran by labeling it a myth-See Notes)
16:25✅(কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে বিভ্ৰান্ত কৰিছে-Note)
16:27✅(ref-12:106-সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে।-See Notes)
16:29✅(জাহান্নামীবোৰ দুজখত স্থায়ীভাৱে থাকিব। তাত সিহঁতৰ মৃত্যু আহিব, অথচ তাৰ মৃত্যু নহ’ব-See Notes/ref)
।।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🟨১৬:১৯(The gods of the Idolators are Created, they do not create).
وَاللَّهُ يَعْلَمُ مَا تُسِرُّونَ وَمَا تُعْلِنُونَ
আৰু তোমালোকে যি গোপন কৰা আৰু যি প্ৰকাশ কৰা সেয়া আল্লাহে (ভালদৰেই) জানে।
.
🟨১৬:২০
وَالَّذِينَ يَدْعُونَ مِنْ دُونِ اللَّهِ لَا يَخْلُقُونَ شَيْئًا وَهُمْ يُخْلَقُونَ
আৰু সিহঁতে আল্লাহৰ বাহিৰে যিবোৰক আহ্বান কৰে সিহঁতে একোৱেই সৃষ্টি কৰিব নোৱাৰে, বৰং সিহঁতকেই সৃষ্টি কৰা হয়।
.
📍Note:
"Do you worship that which you (yourselves) carve, while Allah has created you and what you make!" (37:96):
৩৭:৯৬
وَاللَّهُ خَلَقَكُمْ وَمَا تَعْمَلُونَ
‘অথচ আল্লাহেই সৃষ্টি কৰিছে তোমালোকক আৰু তোমালোকে যি তৈয়াৰ কৰা সেইটোৱো তেৱেঁই সৃষ্টি কৰিছে’।
.
🟨১৬:২১
أَمْوَاتٌ غَيْرُ أَحْيَاءٍ ۖ وَمَا يَشْعُرُونَ أَيَّانَ يُبْعَثُونَ
(বৰং সিহঁত) নিষ্প্ৰাণ, নিৰ্জীৱ আৰু সিহঁতক কেতিয়া পুনৰুত্থিত কৰা হ’ব সেই বিষয়েও সিহঁতৰ কোনো চেতনা নাই।
.
📍Verse/Note:
16:21 they are dead, not living,(*) and they do not [even] know when they will be raised from the dead!
Note*
Cf. 7:191.
৭:১৯১
أَيُشْرِكُونَ مَا لَا يَخْلُقُ شَيْئًا وَهُمْ يُخْلَقُونَ
সিহঁতে এনেকুৱা বস্তুক অংশী কৰে নেকি যিসকলে একোৱেই সৃষ্টি কৰা নাই? বৰং সিহঁত নিজেই সৃষ্ট।
(Pl find verse/note 7:191-link:
.
🟨১৬:২২(None is to be worshipped except Allah).
إِلَٰهُكُمْ إِلَٰهٌ وَاحِدٌ ۚ فَالَّذِينَ لَا يُؤْمِنُونَ بِالْآخِرَةِ قُلُوبُهُمْ مُنْكِرَةٌ وَهُمْ مُسْتَكْبِرُونَ
তোমালোকৰ ইলাহ কেৱল এজন ইলাহ, এতেকে যিসকলে আখিৰাতৰ প্ৰতি ঈমান পোষণ নকৰে সিহঁতৰ অন্তৰ হৈছে অস্বীকাৰকাৰী আৰু সিহঁত হৈছে অহংকাৰী।
.
📍ref-link:
.
🟨১৬:২৩
لَا جَرَمَ أَنَّ اللَّهَ يَعْلَمُ مَا يُسِرُّونَ وَمَا يُعْلِنُونَ ۚ إِنَّهُ لَا يُحِبُّ الْمُسْتَكْبِرِينَ
ইয়াত কোনো সন্দেহ নাই যে, আল্লাহে (ভালদৰেই) জানে সিহঁতে যি গোপন কৰে আৰু যি ঘোষণা কৰে। নিশ্চয় তেওঁ অহংকাৰীসকলক পছন্দ নকৰে।
.
🟨১৬:২৪
وَإِذَا قِيلَ لَهُمْ مَاذَا أَنْزَلَ رَبُّكُمْ ۙ قَالُوا أَسَاطِيرُ الْأَوَّلِينَ
আৰু যেতিয়া সিহঁতক কোৱা হয়, ‘তোমালোকৰ প্ৰতিপালকে কি অৱতীৰ্ণ কৰিছে’? তেতিয়া সিহঁতে কয়, ‘পূৰ্বৱৰ্তীসকলৰ উপকথা’!
.
📍Verse/Notes:
16:24 If they are told: "What has your Lord sent down?" They say, "Fairytales of the past."
Note-1(edip).
The language of the verse is interesting. It refers to the unappreciative people who reject the message of the Quran by labeling it a myth, and it also refers to the modern polytheists who follow hadith mythologies and consider them to be "revelation."
Note-2(SA).
When the Qur’an is presented to them, their clergy claim that its verses apply not to them, but only to Jews, Christians and the idolaters of Arabi
Note-3(AS).
Sc., "and not divine revelations" (cf. 8:21).
.
🟨১৬:২৫
لِيَحْمِلُوا أَوْزَارَهُمْ كَامِلَةً يَوْمَ الْقِيَامَةِ ۙ وَمِنْ أَوْزَارِ الَّذِينَ يُضِلُّونَهُمْ بِغَيْرِ عِلْمٍ ۗ أَلَا سَاءَ مَا يَزِرُونَ
ফলত কিয়ামতৰ দিনা সিহঁতে নিজৰ পাপকৰ্মৰ বোজা সম্পূৰ্ণৰূপে বহন কৰিব আৰু সিহঁতৰ বোজাও বহন কৰিব যিসকলক সিহঁতে অজ্ঞতাবশতঃ বিভ্ৰান্ত কৰিছে। চোৱা, সিহঁতে যি বহন কৰিব সেয়া কিমান নিকৃষ্ট!
.
📍Note:
16:25 They will carry their burdens in full on the day of Resurrection, and also from the burdens of those whom they misguided without knowledge. Evil indeed is what they bear.
Note: See 6:164.
(Pl search the verse/notes 6:164-link:
.
📍Note:
Those who are not familiar with the Quran, while professing to believe in it follow other
contrived doctrines, and not only do wrong but also mislead others out of ignorance. See verses
and footnotes 48:25; 68:37(sig).
.
🟨১৬:২৬
قَدْ مَكَرَ الَّذِينَ مِنْ قَبْلِهِمْ فَأَتَى اللَّهُ بُنْيَانَهُمْ مِنَ الْقَوَاعِدِ فَخَرَّ عَلَيْهِمُ السَّقْفُ مِنْ فَوْقِهِمْ وَأَتَاهُمُ الْعَذَابُ مِنْ حَيْثُ لَا يَشْعُرُونَ
অৱশ্যে সিহঁতৰ পূৰ্বৱৰ্তীসকলে চক্ৰান্ত কৰিছিল, এতেকে আল্লাহে সিহঁতৰ প্ৰাসাদৰ ভেঁটিমূলত আঘাত কৰিছিল; ফলত প্ৰাসাদৰ চাদ সিহঁতৰ ওপৰত খহি পৰিছিল আৰু সিহঁতৰ প্ৰতি শাস্তি এনেকৈ আহিছিল যে, সিহঁতে একোৱেই উপলব্ধি কৰিব পৰা নাছিল।
.
📍reference-link
.
🟨১৬:২৭
ثُمَّ يَوْمَ الْقِيَامَةِ يُخْزِيهِمْ وَيَقُولُ أَيْنَ شُرَكَائِيَ الَّذِينَ كُنْتُمْ تُشَاقُّونَ فِيهِمْ ۚ قَالَ الَّذِينَ أُوتُوا الْعِلْمَ إِنَّ الْخِزْيَ الْيَوْمَ وَالسُّوءَ عَلَى الْكَافِرِينَ
পিছত কিয়ামতৰ দিনা তেওঁ সিহঁতক লাঞ্ছিত কৰিব আৰু তেওঁ ক’ব, ‘মোৰ সেই অংশীদাৰবোৰ ক’ত, যিবোৰৰ বিষয়ে তোমালোকে ঘোৰ বাক-বিতণ্ডা কৰিছিলা’? যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে ক’ব, ‘নিশ্চয় আজি লাঞ্ছনা আৰু অমঙ্গল কাফিৰসকলৰ ওপৰত’
.
📍Verse/Notes-link:
.
🟨১৬:২৮
الَّذِينَ تَتَوَفَّاهُمُ الْمَلَائِكَةُ ظَالِمِي أَنْفُسِهِمْ ۖ فَأَلْقَوُا السَّلَمَ مَا كُنَّا نَعْمَلُ مِنْ سُوءٍ ۚ بَلَىٰ إِنَّ اللَّهَ عَلِيمٌ بِمَا كُنْتُمْ تَعْمَلُونَ
যিবিলাকে নিজৰ প্ৰতি অন্যায় কৰি থকা অৱস্থাতেই ফিৰিস্তাসকলে সিহঁতৰ মৃত্যু ঘটাব, তেতিয়া সিহঁতে আত্মসমৰ্পণ কৰি ক’ব, ‘আমি কোনো বেয়া কাম কৰা নাছিলো’। হয়, নিশ্চয় তোমালোকে যি কৰিছিলা সেই বিষয়ে আল্লাহ সবিশেষ অৱগত।
.
📍Verse/Notes-link:
.
🟨১৬:২৯
فَادْخُلُوا أَبْوَابَ جَهَنَّمَ خَالِدِينَ فِيهَا ۖ فَلَبِئْسَ مَثْوَى الْمُتَكَبِّرِينَ
এতেকে তোমালোকে জাহান্নামৰ দুৱাৰসমূহেৰে তাত স্থায়ী হৈ প্ৰৱেশ কৰা। এতেকে চোৱা, অহংকাৰীসকলৰ আবাসস্থল কিমান নিকৃষ্ট!
.
📍Verse/Notes-link:
....ooo....
[16:19] And (Wa) GOD (Ellahu) knows (Ya'lamu) what (Maa) you confide (Tusirruuna) and what (Wamaa)
you declare (Tu'linuun).
[16:20] And (Wa) those (Ellaziina) you invoke (Yad'uuna) besides GOD (Min Duuni-llahi) did not (Laa)
create (Yakh'luquuna) anything (Shai'an), while (Wa) they (Hum) were created (Yukh'laquun);
[17:21] Look (Enzur') how (Kai'fa) We have favoured (Faddol'naa) some of them (Ba'do-hum) over (Ålaa)
others (Ba'din), but (Wa) the hereafter (El'Aakhiratu) is greater (Ak'baru) in degrees (Darajaatin) and (Wa)
greater (Ak'baru) in preference (Taf'diilaa).
[17:22] Do not (Laa) assign (Taj'ål) another (Akhara) god (ilaahan) with the GOD (Maållahi), then (Fa) you
will remain (Taq'uda) censured (Maz'muuman) and helpless (Makh'zuulaa).
[17:23] And (Wa) your LORD (Rabbu-ka) has decreed (Qadoa) not to (Alla) worship (Ta'buduu') except
(illaa) HIM (Iyyaahu), and (Wa) be good (Ih'saana) to (Bi) both parents (Bil' Waalidai'ni), whether (Immaa)
one of them (Ahadu-humaa) reaches (Yab'luganna) old age (El'Kibara) with you (s) (Endaka) or (Aw') both of
them (Kilahumaa), then (Fa) do not (Laa) say to them (Taqul La-humaa), "Ugh (Uffin)," nor (Walaa) shall you
rebuff them (Tan'har'humaa), but (Wa) speak to them (Qul La-humaa) a noble (Kariimaa) speech (Qawlan).
[17:24] And (Wa) lower (Ekh'fid') to them (Lahumaa) the flank (Janaaha) of humility (Ez'Zulli) out of (Mina)
mercy (Er'Rah'mati) and say (Qul): "LORD (Rabbi), have mercy upon them both (Er'ham'humaa) as (Kamaa)
they raised me (Rabbayaanii) small (Sogiiraa)."
[17:25] Your LORD (Rabbu-kum') is aware (A'lamu) of what (Bimaa) is within (Fii) your souls (Nufuusi-
kum). If (In) you should be (Takuunu') righteous (Soalihiina), then (Fa) indeed, HE (Innahu) is (Kaana)
Forgiving (Gafuuraa) to those who repent (Lil' Awwaabiina).
[17:26] And (Wa) give (Aati) the relative (Zaal' Qur'baa) his due (30:38) (Haqqa-hu) as well as (Wa) the poor
(El'Mis'kiina) and (Wa) the wayfarer (Eb''na Es'Sabiili), and do not (Walaa) squander (Tubazzir')
extravagantly (Tab'ziiraa).
[17:27] Indeed (Inna), the squanderers (El'Mubazziriina) are (Kaanu') brethren (Ikh'waana) of the devils
(Es'Shayaatiin), and (Wa) the devil (Shai'toanu) is (Kaana) ungrateful (Kafuuraa) to (Li) his LORD (Rabbi-hi).
[17:28] And (Wa) if (Imma) you should turn away (Tu'ridanna) from them (Ån'humu) seeking (Eb'tigaa'a)
the mercy (Rah'matin) of (Min) your LORD (Rabbi-ka) which you expect (Tar'juu-haa), then (Fa) speak to
them (Qul La-hum) a gentle (Mai'suuraa) speech (Qaw'lan).
[17:29] And (Wa) do not (Laa) place (Taj'ål) your hand (Yada-ka) shackled (Mag'luulatan) to (ilaa) your
neck (Unuqi-ka) nor (Walaa) shall you extend it (Tab'sut'haa) completely (Kulla) in extension (El'Bas'ti), then
(Fa) you would remain (Taq'uda) blamed (Maluuman) and exhausted (Mah'suuraa).
.
🐝বিশ্লেষণাত্মক🐝কোৰআন🐝চৰ্চা🐝চৈ:ৰফ🐝
।।।।