1️⃣6️⃣Part-246(16:10-18)Al-Nahl(The Bee)

Part-246(16:10-18)Al-Nahl(The Bee)
🥀WORD BY WORD MEANING-SEE BOTTOM
।।।।
🟢বিঃদ্ৰঃ-
আজিৰ এই খণ্ডৰ ভিডিঅ'ৰ প্ৰায় শেষৰফালে মুক্তাবুল হুছেইন চাহাবে "আজিৰ তথা-কথিত মুছলিম সমাজে কেনেকৈ কোৰআন পৰিত্যজ (deserted/rejected) কৰিছে" এই বিষয়ে এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াইছে। নোচোৱাকৈ নেথাকিব।।
🔵ভিডিঅ': https://youtu.be/qsxRgLZBLYI 
।।।।
🏕️মিনি সূচিঃPart-246(16:10-18)Al-Nahl
🟢বিঃদ্ৰঃ-
আজিৰ এই খণ্ডৰ ভিডিঅ'ৰ প্ৰায় শেষৰফালে মুক্তাবুল হুছেইন চাহাবে "আজিৰ তথা-কথিত মুছলিম সমাজে কেনেকৈ কোৰআন পৰিত্যজ (deserted/rejected) কৰিছে" এই বিষয়ে এক গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াইছে। নোচোৱাকৈ নেথাকিব।।
16:10(The Blessings of Rain, and explaining how it is one of the Signs)
16:12(Signs in the Subjection of Night and Day, the Sun and the Moon, and in that which grows on Earth)
16:14(Signs in the Oceans, Mountains, Rivers, Roads and Stars)
16:18(ref-আৰু তোমালোকে যি বিচাৰিছা সেইটোৱেই তেওঁ তোমালোকক প্ৰদান কৰিছে। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ।)
।।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি শেষত দিয়া ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🔵১৬:১০(The Blessings of Rain, and explaining how it is one of the Signs).
هُوَ الَّذِي أَنْزَلَ مِنَ السَّمَاءِ مَاءً ۖ لَكُمْ مِنْهُ شَرَابٌ وَمِنْهُ شَجَرٌ فِيهِ تُسِيمُونَ
তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়। তাত তোমালোকৰ বাবে আছে পানীয় আৰু তাৰ পৰাই জন্মায় উদ্ভিদ যাতে তোমালোকে পশু চৰোৱাব পাৰা।
.
🔵১৬:১১
يُنْبِتُ لَكُمْ بِهِ الزَّرْعَ وَالزَّيْتُونَ وَالنَّخِيلَ وَالْأَعْنَابَ وَمِنْ كُلِّ الثَّمَرَاتِ ۗ إِنَّ فِي ذَٰلِكَ لَآيَةً لِقَوْمٍ يَتَفَكَّرُونَ
ইয়াৰ মাধ্যমত তেৱেঁই তোমালোকৰ বাবে জন্মায় শস্য, যায়তুন, খেজুৰ গছ, আঙ্গুৰ আৰু নানা ধৰণৰ ফল-মূল। নিশ্চয় ইয়াত আছে চিন্তাশীল সম্প্ৰদায়ৰ বাবে নিদৰ্শন।
(ZAR'A = Crops, agriculture, vegetation, plants, corn).
.
📍ref:
২৭:৬০
أَمَّنْ خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ وَأَنْزَلَ لَكُمْ مِنَ السَّمَاءِ مَاءً فَأَنْبَتْنَا بِهِ حَدَائِقَ ذَاتَ بَهْجَةٍ مَا كَانَ لَكُمْ أَنْ تُنْبِتُوا شَجَرَهَا ۗ أَإِلَٰهٌ مَعَ اللَّهِ ۚ بَلْ هُمْ قَوْمٌ يَعْدِلُونَ
বৰং তেওঁহে (শ্ৰেষ্ঠ) যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে লগতে তোমালোকৰ বাবে তেৱেঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে। তাৰ পিছত তাৰ দ্বাৰা আমি মনোৰম উদ্যান সৃষ্টি কৰোঁ, সেইবোৰৰ গছ উৎপন্ন কৰাৰ ক্ষমতা তোমালোকৰ নাই। (তেন্তে কোৱাচোন) আল্লাহৰ লগত আন কোনো ইলাহ আছেনে? বৰং সিহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে (আল্লাহৰ) সমকক্ষ নিৰ্ধাৰণ কৰে।
.
🔵১৬:১২(Signs in the Subjection of Night and Day, the Sun and the Moon, and in that which grows on Earth).
وَسَخَّرَ لَكُمُ اللَّيْلَ وَالنَّهَارَ وَالشَّمْسَ وَالْقَمَرَ ۖ وَالنُّجُومُ مُسَخَّرَاتٌ بِأَمْرِهِ ۗ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ
আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে ৰাতি, দিন, সূৰ্য আৰু চন্দ্ৰক; আৰু নক্ষত্ৰৰাজিও তেওঁৰেই নিৰ্দেশত নিয়োজিত(*)। নিশ্চয় ইয়াত বোধশক্তিসম্পন্ন সম্প্ৰদায়ৰ বাবে আছে বহুতো নিদৰ্শন।
.
📍Note/ref*
১৪:৩৩
وَسَخَّرَ لَكُمُ الشَّمْسَ وَالْقَمَرَ دَائِبَيْنِ ۖ وَسَخَّرَ لَكُمُ اللَّيْلَ وَالنَّهَارَ
আৰু তেৱেঁই তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে সূৰ্য আৰু চন্দ্ৰক, যিবোৰ অবিৰামভাৱে একেই নিয়মৰ অনুবৰ্তিত আৰু তোমালোকৰ কল্যাণত নিয়োজিত কৰিছে দিন আৰু ৰাতিক।
(The night and the day are spoken of in 10:67, 27:86 or 40:61 as having been "made for you" (resp. "for them").
.
📍ref:
৭:৫৪
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ يُغْشِي اللَّيْلَ النَّهَارَ يَطْلُبُهُ حَثِيثًا وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومَ مُسَخَّرَاتٍ بِأَمْرِهِ ۗ أَلَا لَهُ الْخَلْقُ وَالْأَمْرُ ۗ تَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ
নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ ৰব আল্লাহ কিমান বৰকতময়!
.
🔵১৬:১৩
وَمَا ذَرَأَ لَكُمْ فِي الْأَرْضِ مُخْتَلِفًا أَلْوَانُهُ ۗ إِنَّ فِي ذَٰلِكَ لَآيَةً لِقَوْمٍ يَذَّكَّرُونَ
আৰু তেওঁ তোমালোকৰ বাবে পৃথিৱীত বিচিত্ৰ ৰং-বিৰঙৰ যি যি সৃষ্টি কৰিছে, নিশ্চয় তাতো আছে সেই সম্প্ৰদায়ৰ বাবে নিদৰ্শন, যিসকলে উপদেশ গ্ৰহণ কৰে।
.
📍Verse/Note:
16:13 And all that He has created for you on earth is of diverse colors and qualities. Therein is a message for people who would reflect (and study the Book of Nature).

Note.
Yatazakkaroon= Those who study the Book of Nature; Root word Zikr = Reflection = Remembrance = Observation = Reminder. It is  points out that there are two Books of God: The scripture and the Universe around us. The other two sources of knowledge: Human ‘self’ and History(sa).
.
🔵১৬:১৪(Signs in the Oceans, Mountains, Rivers, Roads and Stars).
وَهُوَ الَّذِي سَخَّرَ الْبَحْرَ لِتَأْكُلُوا مِنْهُ لَحْمًا طَرِيًّا وَتَسْتَخْرِجُوا مِنْهُ حِلْيَةً تَلْبَسُونَهَا وَتَرَى الْفُلْكَ مَوَاخِرَ فِيهِ وَلِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
আৰু তেৱেঁই সাগৰক নিয়োজিত কৰিছে, যাতে তোমালোকে তাৰ পৰা (মাছৰ) সতেজ মাংস খাব পাৰা লগতে যাতে তোমালোকে তাৰ পৰা ৰত্নাৱলী আহৰণ কৰিব পাৰা যিবোৰ তোমালোকে ভূষণৰূপে পৰিধান কৰা; আৰু তোমালোকে দেখিবলৈ পোৱা যে, সাগৰৰ বুকু ভেদ কৰি নৌযান চলাচল কৰে, এইটো এইবাবে যে, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰা; (35:12)
.
📍ref:
৩৫:১২
وَمَا يَسْتَوِي الْبَحْرَانِ هَٰذَا عَذْبٌ فُرَاتٌ سَائِغٌ شَرَابُهُ وَهَٰذَا مِلْحٌ أُجَاجٌ ۖ وَمِنْ كُلٍّ تَأْكُلُونَ لَحْمًا طَرِيًّا وَتَسْتَخْرِجُونَ حِلْيَةً تَلْبَسُونَهَا ۖ وَتَرَى الْفُلْكَ فِيهِ مَوَاخِرَ لِتَبْتَغُوا مِنْ فَضْلِهِ وَلَعَلَّكُمْ تَشْكُرُونَ
আৰু দুয়োখন সাগৰ সমান নহয়, এখনৰ পানী মিঠা, সুস্বাদু; আনখনৰ পানী লুণীয়া, কেহেটা। প্ৰতিখনৰ পৰা তোমালোকে তাজা মাংস (মাছ) খোৱা আৰু আহৰণ কৰা অলংকাৰ, যিবোৰ তোমালোকে পৰিধান কৰা। আৰু তোমালোকে তাত দেখা পোৱা বুকু ভেদি চলাচল কৰা জাহাজবোৰ, যাতে তোমালোকে তেওঁৰ অনুগ্ৰহ সন্ধান কৰিব পাৰা লগতে যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা।
.
🔵১৬:১৫
وَأَلْقَىٰ فِي الْأَرْضِ رَوَاسِيَ أَنْ تَمِيدَ بِكُمْ وَأَنْهَارًا وَسُبُلًا لَعَلَّكُمْ تَهْتَدُونَ
আৰু তেৱেঁই পৃথিৱীত সুদৃঢ় পৰ্বত স্থাপন কৰিছে, যাতে পৃথিৱীয়ে তোমালোকক লৈ থৰক-বৰক কৰিব নোৱাৰে, আৰু স্থাপন কৰিছে নদ-নদী আৰু পথসমূহ, যাতে তোমালোকে নিজৰ গন্তব্যস্থলত যাব পাৰা;
.
📍Verse/Note:
16:15 And He has placed mountains firm like stabilizing pegs in the earth, lest it sway with you; and made streams and paths, so that you may find your way.

Note.
21:31, 31:10. Mountains are the most vivid evidence of the geological history of the earth. With the earth’s interior still being almost a molten fluid, the earth crust cooled off becoming hard, and mountains came into being like pegs as the crest shrank. Mountains clench different plates of the earth together like a peg. In this way, they create more stability in the earth’s crust and take away much energy from earthquakes. 78:6(sa).
(২১:৩১
وَجَعَلْنَا فِي الْأَرْضِ رَوَاسِيَ أَنْ تَمِيدَ بِهِمْ وَجَعَلْنَا فِيهَا فِجَاجًا سُبُلًا لَعَلَّهُمْ يَهْتَدُونَ
আৰু পৃথিৱীত আমি সৃষ্টি কৰিছো সুদৃঢ় পৰ্বত, যাতে পৃথিৱীয়ে সিহঁতক লৈ থৰক-বৰক নকৰে, আৰু তাত আমি তৈয়াৰ কৰিছো প্ৰশস্ত পথ, যাতে সিহঁতে গন্তব্যস্থলত গৈ পায়।
.
৩১:১০
خَلَقَ السَّمَاوَاتِ بِغَيْرِ عَمَدٍ تَرَوْنَهَا ۖ وَأَلْقَىٰ فِي الْأَرْضِ رَوَاسِيَ أَنْ تَمِيدَ بِكُمْ وَبَثَّ فِيهَا مِنْ كُلِّ دَابَّةٍ ۚ وَأَنْزَلْنَا مِنَ السَّمَاءِ مَاءً فَأَنْبَتْنَا فِيهَا مِنْ كُلِّ زَوْجٍ كَرِيمٍ
তেৱেঁই আকাশসমূহ নিৰ্মাণ কৰিছে খুটাবিহীন, যিখন তোমালোকে দেখি আছা, তেৱেঁই পৃথিৱীত স্থাপন কৰিছে সুদৃঢ় পৰ্বতমালা যাতে পৃথিৱীয়ে তোমালোকক লৈ ঢলি নপৰে লগতে ইয়াত সিচৰিত কৰি দিছে সকলো ধৰণৰ জীৱ-জন্তু। আমিয়েই আকাশৰ পৰা পানী বৰ্ষণ কৰো তাৰ পিছত ইয়াত উৎপন্ন কৰো নানা প্ৰকাৰৰ কল্যাণকৰ উদ্ভিদ।
.
৭৮:৬
أَلَمْ نَجْعَلِ الْأَرْضَ مِهَادًا
আমি পৃথিৱীখনক শয্যা বনোৱা নাইনে?
(78:6 Did We not make the earth a resting ground?)
.
📍ref:
৭৯:৩২
وَالْجِبَالَ أَرْسَاهَا
আৰু পৰ্বতসমূহক তেৱেঁই স্থাপন কৰিছে,
.
🔵১৬:১৬
وَعَلَامَاتٍ ۚ وَبِالنَّجْمِ هُمْ يَهْتَدُونَ
আৰু (তেৱেঁই) পথ নিৰ্দেশক চিহ্নসমূহ (স্থাপন কৰিছে)। লগতে তৰা নক্ষত্ৰৰ দ্বাৰাও (মানুহে) পথ নিৰ্দেশ পায়।
.
📍Verse/Note:
16:16 as well as [various other] means of orientation: for [it is] by the stars that men find their way.

Note.
Lit., "they find their way". This passage rounds off the preceding description of God's favours to man by returning, in a subtle manner, to the theme introduced in verse 4 and alluded to, indirectly, in the last sentence of verse 8 as well as in verse 14: namely, the consideration of man's intellectual potential-the greatest of all the gifts bestowed upon him by God. (See the allegory of the creation of man enunciated in 2:30.)(as).
.
🔵১৬:১৭
أَفَمَنْ يَخْلُقُ كَمَنْ لَا يَخْلُقُ ۗ أَفَلَا تَذَكَّرُونَ
এতেকে যিজনে সৃষ্টি কৰে, তেওঁ তাৰ দৰে নেকি যিজনে সৃষ্টি কৰিব নোৱাৰে? তথাপিও তোমালোকে শিক্ষা গ্ৰহণ নকৰিবানে?
.
🔵১৬:১৮
وَإِنْ تَعُدُّوا نِعْمَةَ اللَّهِ لَا تُحْصُوهَا ۗ إِنَّ اللَّهَ لَغَفُورٌ رَحِيمٌ
আৰু তোমালোকে আল্লাহৰ অনুগ্ৰহ গণিলে কেতিয়াও তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় আল্লাহ ক্ষমাপৰায়ণ, পৰম দয়ালু।(14:34).
.
📍Verse/Note:
16:18 If you count up God’s favors, you would never be able to fathom them. God is Forgiving, Merciful.

Note.
His blessings abound in the Universe. He is the Absolver of imperfections. And He nourishes all mankind 1:1, 114:1(sa).
.
📍ref:
১৪:৩৪
وَآتَاكُمْ مِنْ كُلِّ مَا سَأَلْتُمُوهُ ۚ وَإِنْ تَعُدُّوا نِعْمَتَ اللَّهِ لَا تُحْصُوهَا ۗ إِنَّ الْإِنْسَانَ لَظَلُومٌ كَفَّارٌ
আৰু তোমালোকে যি বিচাৰিছা সেইটোৱেই তেওঁ তোমালোকক প্ৰদান কৰিছে। যদি তোমালোকে আল্লাহৰ অনুগ্ৰহ গণনা কৰা তেন্তে (কেতিয়াও) তাৰ সংখ্যা নিৰ্ণয় কৰিব নোৱাৰিবা। নিশ্চয় মানুহ অতিমাত্ৰা যালিম, অকৃতজ্ঞ।
....ooo....
🥀WORD BY WORD MEANING:
[16:10] HE (Huwa) is the One who (Ellazii) sends down (Anzala) water (Maa') from (Mina) the sky 
(Es'Samaai); from it (Min'hu) is drink (Sharaabun) for you (Lakum) and (Wa) from it (Min'hu) are trees 
(Shajarun) being elevated (Tusiimuun) therein (Fiihi).
[16:11] HE germinates (Yunbitu) plants (Ez'Zar'å) for you (Lakum) thereby (Bihi); olives (Ez'Zai'tuuna), date 
palms (En'Nakhiila), grapes (El'A'naaba), and (Wa) from (Min) all (Kulli) fruits (Etthamaraati). Indeed (Inna), 
there are (La) signs (Aayatan) in (Fii) that (Zaalika) for (Li) people (Qaw'min) who ponder (Yatafakkaruun). 
[16:12] And (Wa) HE has subjugated (Sakkhara) the night (Ellai'la) and the day (En'Nahaara) for you 
(Lakum), and (Wa) the sun (Es'Sham'sa) and the moon (Wal' Qamara), as well as (Wa) the stars (En'Nujuumu)
are subdued (Musakkharaatu) by (Bi) HIS command (Am'ri-hi). Indeed (Inna), there are (La) signs (Aayaatin)
in (Fii) that (Zaalika) for (Li) people (Qaw'min) who reason (Ya'qiluun).
[16:13] And (Wa) whatever (Maa) HE sowed (Zara'a) on earth (Fiil' Ar'di) for you (Lakum) are of varying 
(Mukh'talifan) colours (Al'waanuhu). Indeed (Inna), there are (La) signs (Aayatan) in (Fii) that (Zaalika) for 
(Li) people (Qaw'min) who remember (Yazzakkaruun).
[16:14] And (Wa) HE (Huwa) is the One who (Ellazii) has subjugated (Sakkhara) the sea (El'Bah'ra) so that 
(Li) you may eat (Ta'kulu') tender (Tariyyan) meat (Lah'man) from it (Min'hu) and (Wa) extract (Tas'takh'riju')
trinkets (35:12) (Hil'yatan) from it (Min'hu) which you wear (Tal'basuuna-haa). And (Wa) you see (Taraa) ships
(El'Ful'ka) ploughing (Mawaakhira) through it (Fiihi) that (Li) you may seek (Tab'tagu') for (Min) HIS favour 
(Fad'li-hi) perhaps you (Laållakum) will be thankful (Tash'kuruun).
[16:15] And (Wa) HE cast (Al'qaa) anchors (mountains) (Rawaasiya) on earth (Fiil' Ar'di), lest (An) it swings with 
you (Tamiida Bi-kum), as well as (Wa) rivers (An'haaran) and roads (Subulan) perhaps you (Laållakum) will 
be guided (Tah'taduun),
[16:16] also (Wa) landmarks (Ålaamaatin). And (Wa) by (Bi) the stars (En'Naj'mi) they (Hum) are guided 
(Yah'taduun).
[16:17] So is One who (Afaman) creates (Yakh'luqu) like one who (Kaman) does not (Laa) create 
(Yakh'luqu)? Will you then not (Afalaa) take heed (Tazakkaruun)?
[16:18] And (Wa) if (In) you should count (Tauddu') the blessing of GOD (14:34) (Ni'mata-llahi), you could 
not (Laa) calculate them (Tuh'suu-haa). Indeed, GOD (Innallaha) is (La) Forgiving (Gafuurun) and Merciful
(Rahiim).
।।।।
🐝বিশ্লেষণাত্মক🐝কোৰআন🐝চৰ্চা🐝চৈ:ৰফ🐝
....ooo....

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud