🕋PART-236(14:9-18)Ibrahim

PART-236(14:9-18)Ibrahim
🌗 https://youtu.be/z0C1rdL0N20
(WORD BY WORD MEANING-SEE BOTTOM)
।।।।
🏕️মিনি সূচিঃPART-236(14:9-18)Ibrahim
14:9(Earlier Nations disbelieved in Their Prophets)
14:12(Trusting in God is trusting the permanence of His laws)
14:18✅(those who are bent on denying their Sustainer: all their works(even good ) are as ashes)
।।।।
🌗১৪:৯(Earlier Nations disbelieved in Their Prophets).
أَلَمْ يَأْتِكُمْ نَبَأُ الَّذِينَ مِنْ قَبْلِكُمْ قَوْمِ نُوحٍ وَعَادٍ وَثَمُودَ ۛ وَالَّذِينَ مِنْ بَعْدِهِمْ ۛ لَا يَعْلَمُهُمْ إِلَّا اللَّهُ ۚ جَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَرَدُّوا أَيْدِيَهُمْ فِي أَفْوَاهِهِمْ وَقَالُوا إِنَّا كَفَرْنَا بِمَا أُرْسِلْتُمْ بِهِ وَإِنَّا لَفِي شَكٍّ مِمَّا تَدْعُونَنَا إِلَيْهِ مُرِيبٍ
তোমালোকৰ ওচৰত তোমালোকৰ পূৰ্বৱৰ্তীসকলৰ সংবাদ আহি পোৱা নাইনে, নূহ সম্প্ৰদায়ৰ, আদ আৰু ছামূদৰ লগতে সিহঁতৰ পৰৱৰ্তীসকলৰ? যিসকলক আল্লাহৰ বাহিৰে আন কোনেও নাজানে। সিহঁতৰ ওচৰত স্পষ্ট প্ৰমাণাদি লৈ সিহঁতৰ ৰাছুলসকল আহিছিল, তেতিয়া সিহঁতে নিজৰ হাত নিজ মুখত স্থাপন কৰি কৈছিল, ‘তোমালোকে যি লৈ প্ৰেৰিত হৈছা সেয়া আমি নিশ্চিতভাৱে অস্বীকাৰ কৰিলো, আৰু নিশ্চয় আমি বিভ্ৰান্তিকৰ সন্দেহত আছো সেই বিষয়ে, যাৰ পিনে তোমালোকে আমাক আহ্বান কৰি আছা’।
.
📍Verse/Note-link:
.
🌗১৪:১০(Blind Inheritors of Faith).
۞ قَالَتْ رُسُلُهُمْ أَفِي اللَّهِ شَكٌّ فَاطِرِ السَّمَاوَاتِ وَالْأَرْضِ ۖ يَدْعُوكُمْ لِيَغْفِرَ لَكُمْ مِنْ ذُنُوبِكُمْ وَيُؤَخِّرَكُمْ إِلَىٰ أَجَلٍ مُسَمًّى ۚ قَالُوا إِنْ أَنْتُمْ إِلَّا بَشَرٌ مِثْلُنَا تُرِيدُونَ أَنْ تَصُدُّونَا عَمَّا كَانَ يَعْبُدُ آبَاؤُنَا فَأْتُونَا بِسُلْطَانٍ مُبِينٍ
সিহঁতৰ ৰাছুলসকলে কৈছিল, ‘আল্লাহ সম্পৰ্কে কোনো সন্দেহ আছে নেকি, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা? তেওঁ তোমালোকক আহ্বান কৰে তোমালোকৰ পাপ মোচন কৰাৰ বাবে আৰু নিৰ্দিষ্ট কাল পৰ্যন্ত তোমালোকক অৱকাশ দিয়াৰ বাবে’। সিহঁতে ক’লে, ‘তোমালোক হেনো আমাৰ দৰেই মানুহ। আমাৰ পিতৃ-পুৰুষসকলে যিসকলৰ ইবাদত কৰিছিল তোমালোকে সিহঁতৰ ইবাদতৰ পৰা আমাক বিৰত ৰাখিব বিচৰা। এতেকে তোমালোকে আমাৰ ওচৰত কোনো অকাট্য প্ৰমাণ লৈ আহা’।
.
14:10 Said the apostles sent unto them:(*) "Can there be any doubt about [the existence and oneness of] God, the Originator of the heavens and the earth? It is He who calls unto you, so that He may forgive you [whatever is past] of your sins and grant you respite until a term [set by Him is fulfilled]."(**) [But] they replied: "You are nothing but mortal men like ourselves! You want to turn us away from what our forefathers were wont to worship: well, then, bring us a clear proof [of your being God's message-bearers]!"

Note*
Lit., "their apostles".

Note**
Le., "until the end of your life in this world". This is, I believe, an indirect allusion to the calamities which are bound to befall, even in this world, "those who are bent on denying the truth" (see the last paragraph of 13:31) -implying that they who consciously respond to the call of God, conveyed through His prophets, would be immune to this kind of suffering and would be graced with abiding spiritual happiness (cf. 13:29)(as).
(১৩:৩১
وَلَوْ أَنَّ قُرْآنًا سُيِّرَتْ بِهِ الْجِبَالُ أَوْ قُطِّعَتْ بِهِ الْأَرْضُ أَوْ كُلِّمَ بِهِ الْمَوْتَىٰ ۗ بَلْ لِلَّهِ الْأَمْرُ جَمِيعًا ۗ أَفَلَمْ يَيْأَسِ الَّذِينَ آمَنُوا أَنْ لَوْ يَشَاءُ اللَّهُ لَهَدَى النَّاسَ جَمِيعًا ۗ وَلَا يَزَالُ الَّذِينَ كَفَرُوا تُصِيبُهُمْ بِمَا صَنَعُوا قَارِعَةٌ أَوْ تَحُلُّ قَرِيبًا مِنْ دَارِهِمْ حَتَّىٰ يَأْتِيَ وَعْدُ اللَّهِ ۚ إِنَّ اللَّهَ لَا يُخْلِفُ الْمِيعَادَ
আৰু যদি কোৰআন এনেকুৱা হ’লহেঁতেন যাৰ দ্বাৰা পৰ্বতক গতিশীল কৰা গ’লহেঁতেন আৰু পৃথিৱীক টুকুৰা-টুকুৰ কৰা গ’লহেঁতেন নাইবা মৃত ব্যক্তিৰ লগত কথা ক’ব পৰা গ’লহেঁতেন, কিন্তু সকলো বিষয় আল্লাহৰেই ইখতিয়াৰভুক্ত। তেন্তে যিসকলে ঈমান আনিছে তেওঁলোকে নাজানে নেকি যে, আল্লাহে ইচ্ছা কৰিলে সকলোকে সৎপথত পৰিচালিত কৰিব পাৰিলেহেঁতেন? আৰু যিসকলে কুফৰী কৰিছে সিহঁতৰ কৰ্মকাণ্ডৰ কাৰণে সিহঁতৰ বিপৰ্যয় ঘটিয়েই থাকিব, অথবা বিপৰ্যয় সিহঁতৰ আবাসৰ ওচৰে পাজৰে আপতিত হৈয়ে থাকিব, আল্লাহৰ প্ৰতিশ্ৰুতি নহালৈকে। নিশ্চয় আল্লাহে প্ৰতিশ্ৰুতিৰ ব্যতিক্ৰম নকৰে।(Find and See v/n 13:29 & 13:31- link:
.
১৩:২৯
الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ طُوبَىٰ لَهُمْ وَحُسْنُ مَآبٍ
‘যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰে, তেওঁলোকৰ বাবেই আছে পৰম আনন্দ আৰু সুন্দৰ প্ৰত্যাৱৰ্তনস্থল’।)
.
🌗১৪:১১
قَالَتْ لَهُمْ رُسُلُهُمْ إِنْ نَحْنُ إِلَّا بَشَرٌ مِثْلُكُمْ وَلَٰكِنَّ اللَّهَ يَمُنُّ عَلَىٰ مَنْ يَشَاءُ مِنْ عِبَادِهِ ۖ وَمَا كَانَ لَنَا أَنْ نَأْتِيَكُمْ بِسُلْطَانٍ إِلَّا بِإِذْنِ اللَّهِ ۚ وَعَلَى اللَّهِ فَلْيَتَوَكَّلِ الْمُؤْمِنُونَ
সিহঁতৰ ৰাছুলসকলে সিহঁতক ক’লে, ‘সঁচা, আমি তোমালোকৰ দৰেই মানুহ কিন্তু আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা অনুগ্ৰহ প্ৰদান কৰে আৰু আল্লাহৰ অনুমতি অবিহনে তোমালোকৰ ওচৰত প্ৰমাণ উপস্থিত কৰাৰ ক্ষমতা আমাৰ মাজত নাই’। আল্লাহৰ ওপৰতেই মুমিনসকলে তাৱাক্কুল (ভৰসা) কৰা উচিত।
.
📍Verse/Note-1-link:
.
📍Verse/Note-2
[14:11] Their messengers said to them, "We are no more than humans like 
you, but God exalts according to His ordinance from among His servants.(*).
We could not possibly show you any kind of endorsement, except in 
accordance with God's ordinance. In God's revelation the believers shall 
trust.(**)sig.

(*) Faith: following parents blindly, a great human tragedy. See verse and footnote 64:18.
(**)When this Deen, the Social Order in the Quran, is viewed impartially, then the proof and 
authority becomes apparent. See verse 4:82; 68:37.
.
🌗১৪:১২(Trusting in God is trusting the permanence of His laws).
وَمَا لَنَا أَلَّا نَتَوَكَّلَ عَلَى اللَّهِ وَقَدْ هَدَانَا سُبُلَنَا ۚ وَلَنَصْبِرَنَّ عَلَىٰ مَا آذَيْتُمُونَا ۚ وَعَلَى اللَّهِ فَلْيَتَوَكَّلِ الْمُتَوَكِّلُونَ
‘আৰু আমাৰ কি হৈছে যে, আমি আল্লাহৰ ওপৰত ভৰসা নকৰিম? অথচ তেৱেঁই আমাক আমাৰ পথ দেখুৱাইছে। (আৰু শুনা) তোমালোকে আমাক যি কষ্ট দি আছা, আমি তাৰ ওপৰত অৱশ্যে ধৈৰ্য ধাৰণ কৰিম। এতেকে নিৰ্ভৰকাৰীসকলে কেৱল আল্লাহৰ ওপৰতেই নিৰ্ভৰ কৰা উচিত’।
.
🌗১৪:১৩
وَقَالَ الَّذِينَ كَفَرُوا لِرُسُلِهِمْ لَنُخْرِجَنَّكُمْ مِنْ أَرْضِنَا أَوْ لَتَعُودُنَّ فِي مِلَّتِنَا ۖ فَأَوْحَىٰ إِلَيْهِمْ رَبُّهُمْ لَنُهْلِكَنَّ الظَّالِمِينَ
আৰু কাফিৰসকলে সিহঁতৰ ৰাছুলসকলক কৈছিল, ‘আমি তোমালোকক আমাৰ দেশৰ পৰা অৱশ্যে বহিষ্কাৰ কৰিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শত উভতি আহিবা’। তাৰ পিছত ৰাছুলসকলক তেওঁলোকৰ প্ৰতিপালকে অহী প্ৰেৰণ কৰিলে, ‘যালিমসকলক আমি অৱশ্যে বিনাশ কৰিম’;
.
📍references:
৭:৮৮
۞ قَالَ الْمَلَأُ الَّذِينَ اسْتَكْبَرُوا مِنْ قَوْمِهِ لَنُخْرِجَنَّكَ يَا شُعَيْبُ وَالَّذِينَ آمَنُوا مَعَكَ مِنْ قَرْيَتِنَا أَوْ لَتَعُودُنَّ فِي مِلَّتِنَا ۚ قَالَ أَوَلَوْ كُنَّا كَارِهِينَ
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে ক’লে, ‘হে ছুৱাইব! নিশ্চয় আমি তোমাক আৰু তোমাৰ লগত যিসকলে ঈমান আনিছে সিহঁতক আমাৰ জনপদৰ পৰা উলিয়াই দিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শত উভতি আহিব লাগিব’। তেওঁ ক’লে, ‘যদিও আমি সেইটোক ঘৃণা কৰো তথাপিও (বাধ্য কৰাবানে)’?
.
২৭:৫৬
۞ فَمَا كَانَ جَوَابَ قَوْمِهِ إِلَّا أَنْ قَالُوا أَخْرِجُوا آلَ لُوطٍ مِنْ قَرْيَتِكُمْ ۖ إِنَّهُمْ أُنَاسٌ يَتَطَهَّرُونَ
উত্তৰত তেওঁৰ সম্প্ৰদায়ে ক’লে, ‘লূত সম্প্ৰদায়ক তোমালোকে জনপদৰ পৰা বহিষ্কাৰ কৰা, নিশ্চয় এওঁলোকে পৱিত্ৰ থাকিব বিচাৰে’।
.
১৭:৭৬
وَإِنْ كَادُوا لَيَسْتَفِزُّونَكَ مِنَ الْأَرْضِ لِيُخْرِجُوكَ مِنْهَا ۖ وَإِذًا لَا يَلْبَثُونَ خِلَافَكَ إِلَّا قَلِيلًا
আৰু সিহঁতে তোমাক দেশৰ পৰা উৎখাত কৰিবলৈ চূড়ান্ত চেষ্টা কৰিছিল, যাতে তোমাক তাৰ পৰা বহিষ্কাৰ কৰিব পাৰে, তেতিয়া সিহঁতেও তোমাৰ পিছত বেছি সময় তিষ্ঠি থাকিব নোৱাৰিলেহেঁতেন।
.
🌗১৪:১৪
وَلَنُسْكِنَنَّكُمُ الْأَرْضَ مِنْ بَعْدِهِمْ ۚ ذَٰلِكَ لِمَنْ خَافَ مَقَامِي وَخَافَ وَعِيدِ
নিশ্চয় আমি সিহঁতৰ পিছত তোমালোকক এই দেশত বাস কৰাম; এইটো তাৰ বাবে যিয়ে আমাৰ সন্মুখত উপস্থিত হ’বলৈ ভয় কৰে আৰু ভয় কৰে আমাৰ শাস্তিৰ।
.
📍ref:
৭:১২৮
قَالَ مُوسَىٰ لِقَوْمِهِ اسْتَعِينُوا بِاللَّهِ وَاصْبِرُوا ۖ إِنَّ الْأَرْضَ لِلَّهِ يُورِثُهَا مَنْ يَشَاءُ مِنْ عِبَادِهِ ۖ وَالْعَاقِبَةُ لِلْمُتَّقِينَ
মুছাই তেওঁৰ সম্প্ৰদায়ক ক’লে, ‘আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু ধৈৰ্য ধৰা; নিশ্চয় পৃথিৱী আল্লাহৰেই। তেৱেঁই নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা ইয়াৰ উত্তৰাধিকাৰী বনায়। আৰু শুভ পৰিণাম কেৱল মুত্ত্বাক্বীসকলৰ বাবেই’।(+7:137).
.
🌗১৪:১৫
وَاسْتَفْتَحُوا وَخَابَ كُلُّ جَبَّارٍ عَنِيدٍ
আৰু সিহঁতে বিজয় কামনা কৰিলে কিন্তু প্ৰত্যেক উদ্ধত স্বৈৰাচাৰী ব্যৰ্থ মনোৰথ হ’ল।
.
📍Verse/Note/ref:
14:15 And they prayed [to God] that the truth be made to triumph.(*) And [thus it is:] every arrogant enemy of the truth shall be undone [in the life to come],

Note*
Or: "they [i.e., the apostles] prayed for victory" or "for [God's] aid" -both these meanings being contained in the noun fath, with which the verbal form istaftahu, used here, is connected. It should be borne in mind that the primary significance of fataha is "he opened", and of istaftaha, "he sought to open [something]" or "he desired that it be opened". Thus, the above passage echoes, in a generalized form, Shu'ayb's prayer in 7:89, "Lay Thou open (iftah) the truth between us and our people"(as).
(৭:৮৯
قَدِ افْتَرَيْنَا عَلَى اللَّهِ كَذِبًا إِنْ عُدْنَا فِي مِلَّتِكُمْ بَعْدَ إِذْ نَجَّانَا اللَّهُ مِنْهَا ۚ وَمَا يَكُونُ لَنَا أَنْ نَعُودَ فِيهَا إِلَّا أَنْ يَشَاءَ اللَّهُ رَبُّنَا ۚ وَسِعَ رَبُّنَا كُلَّ شَيْءٍ عِلْمًا ۚ عَلَى اللَّهِ تَوَكَّلْنَا ۚ رَبَّنَا افْتَحْ بَيْنَنَا وَبَيْنَ قَوْمِنَا بِالْحَقِّ وَأَنْتَ خَيْرُ الْفَاتِحِينَ
‘তোমালোকৰ ধৰ্মাদৰ্শৰ পৰা আল্লাহে আমাক উদ্ধাৰ কৰাৰ পিছতো যদি আমি তাত আকৌ উভতি যাওঁ তেন্তে আমি আল্লাহৰ ওপৰত মিছা কথা আৰোপ কৰা হ’ব। আমাৰ ৰব আল্লাহে ইচ্ছা নকৰিলে তাত উভতি যোৱা আমাৰ বাবে সমীচীন নহয়। আমাৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি আছে, আমি আল্লাহৰ ওপৰেই নিৰ্ভৰ কৰো। হে আমাৰ ৰব! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ মাজত ন্যায়ভাৱে ফয়চালা কৰি দিয়া আৰু তুমিয়েই শ্ৰেষ্ঠ ফয়চালাকাৰী’।)
.p
(14:15-17) Despite all these arguments, their opponents persisted in their stance. The Rusul thereupon 
sought Allah s help with the result that those who had stubbornly resisted Allah s Laws were 
defeated. They had to lead the life of Jahannam - a life of humiliation and disgrace in which means 
of subsistence are available but hardly contribute to development. He is given for drink, boiling 
feted water - sipping it little by little and yet hardly able to swallow. Death assails them from all 
sides but they do not die (44/49, 88/6-7). (This happens when sustenance is secured at the cost of 
freedom and self-respect.)
 This will be the chastisement in this world and the torment of the hereafter will be still 
more severe (20/74, 87/13).pz.
.
🌗১৪:১৬
مِنْ وَرَائِهِ جَهَنَّمُ وَيُسْقَىٰ مِنْ مَاءٍ صَدِيدٍ
তাৰ সন্মুখত আছে জাহান্নাম আৰু তাক পান কৰোৱা হ’ব গলিত পূঁজ;
.
📍Verse/ref:
14:16 with hell awaiting him;* and he shall be made to drink of the water of most bitter distress,**
(২৬:১৩০
وَإِذَا بَطَشْتُمْ بَطَشْتُمْ جَبَّارِينَ
‘আৰু যেতিয়া তোমালোকে আঘাত কৰা তেতিয়া স্বেচ্ছাচাৰী হৈ আঘাত কৰা।
.
৬:৭০**
وَذَرِ الَّذِينَ اتَّخَذُوا دِينَهُمْ لَعِبًا وَلَهْوًا وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا ۚ وَذَكِّرْ بِهِ أَنْ تُبْسَلَ نَفْسٌ بِمَا كَسَبَتْ لَيْسَ لَهَا مِنْ دُونِ اللَّهِ وَلِيٌّ وَلَا شَفِيعٌ وَإِنْ تَعْدِلْ كُلَّ عَدْلٍ لَا يُؤْخَذْ مِنْهَا ۗ أُولَٰئِكَ الَّذِينَ أُبْسِلُوا بِمَا كَسَبُوا ۖ لَهُمْ شَرَابٌ مِنْ حَمِيمٍ وَعَذَابٌ أَلِيمٌ بِمَا كَانُوا يَكْفُرُونَ
আৰু যিসকলে নিজৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছে আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছে তুমি সিহঁতক পৰিত্যাগ কৰা। আৰু তুমি এই কোৰআনৰ দ্বাৰা সিহঁতক উপদেশ দিয়া, যাতে কোনোবাই নিজ কৃতকৰ্মৰ বাবে ধ্বংস নহয় সেই সময়ত যেতিয়া আল্লাহৰ বাহিৰে তাৰ কোনো অভিভাৱক আৰু ছুপাৰিছকাৰী নাথাকিব আৰু বিনিময়ত সকলো বস্তু দিলেও সেয়া গ্ৰহণ কৰা নহ’ব। ইহঁতেই নিজ কৃতকৰ্মৰ বাবে ধ্বংস হৈছে; কুফৰী কৰাৰ কাৰণে ইহঁতৰ পান কৰাৰ বাবে আছে অতি উষ্ণ পানী আৰু কষ্টদায়ক শাস্তি।)
.
🌗১৪:১৭
يَتَجَرَّعُهُ وَلَا يَكَادُ يُسِيغُهُ وَيَأْتِيهِ الْمَوْتُ مِنْ كُلِّ مَكَانٍ وَمَا هُوَ بِمَيِّتٍ ۖ وَمِنْ وَرَائِهِ عَذَابٌ غَلِيظٌ
সেইটো সি অতি কষ্টত ঢোকে ঢোকে গিলি খাবলৈ চেষ্টা কৰিব, কিন্তু সহজে গিলিব নোৱাৰিব। কেউফালৰ পৰা তাৰ ওচৰত মৃত্যু আহিব, অথচ তাৰ মৃত্যু নহ’ব। ইয়াৰ পিছতো আছে কঠোৰ শাস্তি।
.
📍ref:
[20:74, 87:13]
২০:৭৪
إِنَّهُ مَنْ يَأْتِ رَبَّهُ مُجْرِمًا فَإِنَّ لَهُ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ
নিশ্চয় যিয়ে তাৰ প্ৰতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ’ব অৱশ্যে তাৰ বাবে আছে জাহান্নাম, সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীয়াই থাকিবও নোৱাৰিব।
.
৮৭:১৩
ثُمَّ لَا يَمُوتُ فِيهَا وَلَا يَحْيَىٰ
তাৰ পিছত সি তাত মৃত্যুবৰণো কৰিব নোৱাৰিব আৰু জীৱিতও থাকিব নোৱাৰিব।
.
🌗১৪:১৮
مَثَلُ الَّذِينَ كَفَرُوا بِرَبِّهِمْ ۖ أَعْمَالُهُمْ كَرَمَادٍ اشْتَدَّتْ بِهِ الرِّيحُ فِي يَوْمٍ عَاصِفٍ ۖ لَا يَقْدِرُونَ مِمَّا كَسَبُوا عَلَىٰ شَيْءٍ ۚ ذَٰلِكَ هُوَ الضَّلَالُ الْبَعِيدُ
যিসকলে নিজ প্ৰতিপালকৰ লগত কুফৰী কৰে সিহঁতৰ উপমা হৈছে, সিহঁতৰ আমলবোৰ ভস্মৰ দৰে, যিবোৰক ধুমুহাৰ দিনত প্ৰবল বতাহে প্ৰচণ্ড গতিত উৰুৱাই লৈ যায়। সিহঁতে যি উপাৰ্জন কৰে তাৰ একোৱেই সিহঁতে নিজৰ কামত লগাব নোৱাৰে। এইটোৱেই চৰম বিভ্ৰান্তি।
.
📍Verse/References:
14:18 Here is a similitude of those who deny their Lord. Their works are like ashes that the wind blows hard on a stormy day. They have no power whatsoever over what they earned. Such is the farthest wandering. [13:17, 14:24-26]
.
📍Verse/Note:
14:18 [This, then, is] the parable of those who are bent on denying their Sustainer: all their works(*) are as ashes which the wind blows about fiercely on a stormy day: [in the life to come,] they cannot achieve any benefit whatever from all [the good] that they may have wrought: for this [denial of God] is indeed the farthest one can go astray**(as).

Note 24*
I.e., even the good ones.

Note**
Lit., "this, this is the straying far-away". The definite article in the expression ad-dalal al-ba'id, preceded by the pronouns dhalika huwa, is meant to stress the extreme degree of this "straying far-away" or "going astray": a construction that can be rendered in English only by a paraphrase, as above. It is to be noted that this phrase occurs in the Qur'an only twice- namely, in the above passage and in 22: 12 -and refers in both cases to a denial, conscious or implied, of God's oneness and uniqueness.
(২২:১২
يَدْعُو مِنْ دُونِ اللَّهِ مَا لَا يَضُرُّهُ وَمَا لَا يَنْفَعُهُ ۚ ذَٰلِكَ هُوَ الضَّلَالُ الْبَعِيدُ
সি আল্লাহৰ পৰিবৰ্তে সেইবোৰক আহ্বান কৰে যিবোৰে তাৰ কোনো ক্ষতি কৰিব নোৱাৰে আৰু তাৰ কোনো উপকাৰো কৰিব নোৱাৰে; এইটোৱে চৰম পথভ্ৰষ্টতা!)
.
-বিকোচ-(AQS)-
.....ooo....
WORD BY WORD MEANING:
[14:9] Has (A-) the news (Nabau') of those (Ellaziina) before you (p) (Min Qab'li-kum) not (-lam') reached 
you (Ya'ti-kum), the people (Qaw'mi) of Noah (Nuuhin), Ad (Åådi), Thamud (Thamuuda) and (Wa) those 
(Ellaziina) after them (Min Ba'di-him)? None (Laa) knows them (Ya'lamu-hum) except (illa) GOD (Ellahu). 
Their messengers (Rusulu-hum) brought them (Jaa'at'hum Bi) proofs (El'Bayyinaati), but (Fa) they returned 
(Radduu') their hands (Ai'diya-hum) to (Fii) their mouths (Af'waahi-him) and (Wa) said (Qaaluu'), "Indeed 
(Innaa), we disbelieve (Kafar'naa) in what (Bimaa) you have been sent with (Ur'sil'tum Bi-hi). Indeed, we 
(Innaa) are in (Lafii) doubt (Shakkin) of what (Mimmaa) you invite us (Tad'uuna-naa) to (ilai'hi), by being 
doubtful (Muriib)."
[14:10] Their messengers (Rusulu-hum’) said (Qaalat’), "Is there (A-) a doubt (Shakkun) about GOD (-
fiillahi); Originator (Faatiri) of the heavens (Es'Samaawaati) and the earth (Wal' Ar'di)? HE invites you 
(Yad'uu-kum) in order to (Li) forgive you (Yag'fira Lakum) for (Min) your sins (Zunuubi-kum) and (Wa)
delay you (Yuak'khira-kum) for (ilaa) a fixed (Musamman) term (Ajalin)." They said (Qaaluu'), "You (Antum)
are only (In' illa) men (Basharun) like us (Mith'lu-naa) who intend (Turiiduuna) to (An) turn us away 
(Tasudduuna) from what (Åmmaa) our fathers (Aabaau-naa) used to (Kaana) worship (Ya'budu). So bring us 
(Fa'tuu-naa Bi) a clear (Mubiin) authority (Sul'toanin)."
[14:11] Their messengers (Rusulu-hum) said (Qaalat) to them (Lahum), "We (Nah'nu) are only (In illa) men 
(Basharun) like you (Mith'lu-kum), but (Walaakinna) GOD (Ellaha) favours (Yamunnu Ålaa) whomever 
(Man) HE wills (Yashaau) among (Min') HIS servants (Ebaadi-hi). It is (Kaana) not (Maa) for us (Lanaa) to 
(An) bring you (Na'tiya-kum Bi)
any
authority (Sul'toanin) except (illa) by (Bi) the permission of GOD (Iz'ni-
llahi), and (Wa) so let (Fal') the believers (El'Mu'minuun) rely (Yatawakkali) on GOD (Ålaallahi).
[14:12] "And (Wa) why should we (Maa Lanaa) not (Alla) rely (Natawakkala) on GOD (Ålallahi) while (Wa)
HE has (Qad') guided us (Hadaa-naa) in our ways (Subula-naa)? We will (La) be patient (Nas'biranna) over 
(Ålaa) whatever (Maa) harm you would cause us (Aazai'tumuu-naa). And (Wa) so let (Fal') those of 
confidence (El'Mutawakkiluun) rely (Yatawakkali) on GOD (Ålaallahi)."
[14:13] And (Wa) those who (Ellaziina) disbelieved (Kafaru') said (Qaala) to (Li) their messengers (Rusuli-
him), "We will (La) expel you (Nukh'rijanna-kum) from (Min') our land (Ar'di-naa), or (Aw') you have to (La)
return (-Tauudunna) to (Fii) our creed (Millati-naa)." So (Fa) their LORD (Rabbu-hum) inspired (Aw'haa) to 
them (ilai'him), "We will (La) annihilate (Nuh'likanna) the transgressors (Ez'Zoalimiin).
[14:14] "And (Wa) We will (La) make you dwell in (Nus'kinanna-kumu) the land (El'Ar'do) after them (Min
Ba'di-him’). That (Ziaalika) is for whoever (Liman') fears (Khaafa) MY position (Maqaamii) and fear (Khaafa)
MY threat (Waeedi)."
[14:15] And (Wa) they sought for victory (Es'taf'tahu'), but (Wa) all (Kullu) who were tough (Jabbaarin) and stubborn (Åniid) failed (unsuccessful) (Khaaba).
[14:16] Beyond him (Min Waraai-hi) is Hell (Jahannamu), and he will be given to drink (Yus'qaa) from 
(Min) pus (Sodiid) water (Maain); 
[14:17] he (the transgressor) will gulp it down (Yatajarrau-hu) but (Wa) will hardly (Laa Yakaadu) swallow it (Yusiigu-hu), and death (El'Maw'tu) will come to him (Ya'tii-hi) from (Min) every (Kulli) place (Makaanin), 
but (Wa) he (Huwa) will not (Maa Bi) die (Mayyitin), and (Wa) beyond it (Min Waraai-hi) is a rough (Galiiz)
punishment (Åzaabun).
[14:18] The example (Mathalu) of those who (Ellaziina) disbelieve (Kafaru') in (Bi) their LORD (Rabbi-him)
is; their deeds (A'maalu-hum) are like (Ka) ashes (Ramaadin) whereby (Bihi) the wind (Er'Riihu) blows (Esh'taddat’) on (Fii) a stormy (Ååsifin) day (Yaw'min). They will not (Laa) be capable of (Yaq'diruuna Ålaa)
anything (Shai'in) from what (Mimmaa) they have earned (Kasabu'); that (Zaalika) is (Huwa) a distant 
(El'Baeed) error (Ed'Dolaalu).
....ooo....

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud