☪️PART-231(13:15-22)Ar-Raad

PART-231(13:15-22)Ar-Raad
.
🏕️মিনি সূচিঃPART-231(13:15-22)Ar-Raad
13:15✅(All Creation Has Submitted to God-সূৰ্য আৰু পৃথিৱীৰ ছিজদাহ হৈছে বস্তুৰ "ছাঁ", তাৰ প্ৰমাণ Solar Clock)
13:16(অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে?-Note)
13:17✅(তাক্বৱা অৱলম্বনৰ বাবে আল্লাহে বিভিন্ন উপমা/উদাহৰণ দিয়ে। এয়া কেৱল জ্ঞানীসকলৰ বাবেহে-See reffered verses-link)
13:18(যিসকলে কুফৰী কৰিছে, বিচাৰৰ দিনা সিহঁতৰ কোনোবাই পৃথিৱী ভৰা সোণ বিনিময়স্বৰূপে প্ৰদান কৰিলেও সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব।-References)
13:19(The Believer and the Disbeliever are never Equal)
13:20-24✅(আল্লাহৰ লগত কৰা অঙ্গীকাৰ("bond with God") পূৰ্ণ কৰে আৰু প্ৰতিজ্ঞা("covenant") -See Note)(ref:jugular vein-50:16)
।।।।
🆔১৩:১৫(All Creation Has Submitted to God)
وَلِلَّهِ يَسْجُدُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ طَوْعًا وَكَرْهًا وَظِلَالُهُمْ بِالْغُدُوِّ وَالْآصَالِ ۩
আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্ব-ইচ্ছাই হওঁক নাইবা অনিচ্ছাই হওঁক আল্লাহক ছাজদাহ🔖 কৰে আৰু পুৱা-গধূলি সেইবোৰৰ ছাঁবোৰেও (তেওঁকেই ছাজদাহ কৰে)।
.
[13:15] And (Wa) to GOD (Lillahi) prostrates (Yas'judu) those (Man) is in (Fii) the heavens (Es'Samaawaati)
and the earth (Wal' Ar'di); willingly (Tow'åån) and (Wa) unwillingly (Kar'haan), and so do (Wa) their shadows (Zilaalu-hum), in the mornings (Bil' Guduwwi) and before sunsets (Wal' Asoal).
.
📍Verse/Note-link :
.
ছাজদাহঃ🔖 ১৬:৪৮
أَوَلَمْ يَرَوْا إِلَىٰ مَا خَلَقَ اللَّهُ مِنْ شَيْءٍ يَتَفَيَّأُ ظِلَالُهُ عَنِ الْيَمِينِ وَالشَّمَائِلِ سُجَّدًا لِلَّهِ وَهُمْ دَاخِرُونَ
সিহঁতে আল্লাহে সৃষ্টি কৰা বস্তুৰ প্ৰতি লক্ষ্য নকৰে নেকি, যাৰ ছাঁ সোঁফালে আৰু বাওঁফালে আল্লাহৰ প্ৰতি ছাজদাৱনত হৈ ঢলি পৰে, আৰু সেইবোৰ একান্ত বিনীত?
(Prostrates=yasjudu=يَسْجُدُ=س ج د
Siin-Jiim-Dal
General Root Meaning
ছাজদাহ মানে অনুগত থকা,বশ হোৱা, মূৰ দোওৱা ইত্যাদি।
(lowly, humble, submissive, worship, adore, prostrate, make obeisance, lower/bend oneself down towards the ground).
।।।
সূৰ্য আৰু পৃথিৱীৰ ছিজদাহ হৈছে বস্তুৰ "ছাঁ", তাৰ প্ৰমাণ Solar Clock(see template)।
.
🆔১৩:১৬
قُلْ مَنْ رَبُّ السَّمَاوَاتِ وَالْأَرْضِ قُلِ اللَّهُ ۚ قُلْ أَفَاتَّخَذْتُمْ مِنْ دُونِهِ أَوْلِيَاءَ لَا يَمْلِكُونَ لِأَنْفُسِهِمْ نَفْعًا وَلَا ضَرًّا ۚ قُلْ هَلْ يَسْتَوِي الْأَعْمَىٰ وَالْبَصِيرُ أَمْ هَلْ تَسْتَوِي الظُّلُمَاتُ وَالنُّورُ ۗ أَمْ جَعَلُوا لِلَّهِ شُرَكَاءَ خَلَقُوا كَخَلْقِهِ فَتَشَابَهَ الْخَلْقُ عَلَيْهِمْ ۚ قُلِ اللَّهُ خَالِقُ كُلِّ شَيْءٍ وَهُوَ الْوَاحِدُ الْقَهَّارُ
কোৱা, ‘আকাশসমূহ আৰু পৃথিৱীৰ ৰব কোন’? কোৱা, ‘আল্লাহ’। কোৱা, ‘তেন্তে তোমালোকে তেওঁৰ বাহিৰে এনে বস্তুক অভিভাৱকৰূপে গ্ৰহণ কৰিছা নেকি যিবোৰে নিজৰেই উপকাৰ বা অপকাৰ কৰিব নোৱাৰে’? কোৱাচোন, ‘অন্ধ আৰু দৃষ্টিসম্পন্ন ব্যক্তি সমান হ’ব পাৰেনে? অথবা অন্ধকাৰ আৰু পোহৰ সমান হ’ব পাৰেনে’? নে সিহঁতে আল্লাহৰ লগত এনে কিছুমানক অংশী কৰিছে, যিসকলে আল্লাহৰ সৃষ্টিৰ দৰে সৃষ্টি কৰিছে, যাৰ বাবে সিহঁতৰ ওচৰত সদৃশ বুলি ধাৰণা হৈছে? কোৱা, ‘কেৱল আল্লাহেই সকলো বস্তুৰ স্ৰষ্টা, আৰু তেওঁ একক, মহা প্ৰতাপশালী’।
.
[13:16] Say (Qul): "Who (Man) is the Lord (Rabbu) of the heavens (Es'Samaawaati) and the earth (Wal'
Ar'di)?" Say (Quli): "GOD (Ellahu)." Say (Qul'): "Do you then (Afa-) have (Ettakhaz'tum) besides HIM (Min
Duuni-hi) guardians (Aw'liyaa'a) who do not (Laa) possess (Yam'likuuna) benefit (Naf'ån) nor (Walaa) adversity (Dorran) for (Li) themselves 1
(Anfusi-him)?" Say (Qul'): "Are (Hal') the blind (El'A'maa) and the 
seeing (Wal' Basiiru) equal 2
(Yas'tawii)? Or (Am') are (Hal') the darknesses (Ez'Zulumaatu) and the light 
(En'Nuur) equal 3
(Tas'tawii)? Or (Am') do they assign (Jaålu') partners (Shurakaa'a) to GOD (Lillahi) who 
have created (Khalaqu') like (Ka) HIS creation (Khal'qi-hi) and (Fa) the creation (El'Khal'qu) is similar 
(Tashaabaha) for them 4
(Ålai'him’)?" Say (Quli): "GOD (Ellahu) is the creator (Khaaliqu) of all (Kulli) things 
(Shai'in) and (Wa) HE (Huwa) is the ONE (El' Waahidu), the CONQUEROR (El' Qahhar)."
.
📍Verse/Note:
13:16 Ask them, "Who is the Lord of the heavens and earth?” Say, “It is God!” (23:84-90, 29:21-23). Then ask, “Why then, do you take as protectors besides Him those who have neither benefit, nor harm even for themselves?” (When you acknowledge Him as God of the heavens, what stops you from acknowledging Him as God of the earth, and thus, as the law-giving authority? (6:3, 21:21-22, 43:84). Say, “Is the blind of reason equal to the seer, or is darkness equal to light?” (11:24, 35:19). Have their so-called partners of God created something like He has created, so that this act of creation appears to them to be similar? Say, “God is the Creator of all things. He is the One, Dominating.”(sa).
(ref. above verses- link :
.
🆔১৩:১৭
أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَسَالَتْ أَوْدِيَةٌ بِقَدَرِهَا فَاحْتَمَلَ السَّيْلُ زَبَدًا رَابِيًا ۚ وَمِمَّا يُوقِدُونَ عَلَيْهِ فِي النَّارِ ابْتِغَاءَ حِلْيَةٍ أَوْ مَتَاعٍ زَبَدٌ مِثْلُهُ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْحَقَّ وَالْبَاطِلَ ۚ فَأَمَّا الزَّبَدُ فَيَذْهَبُ جُفَاءً ۖ وَأَمَّا مَا يَنْفَعُ النَّاسَ فَيَمْكُثُ فِي الْأَرْضِ ۚ كَذَٰلِكَ يَضْرِبُ اللَّهُ الْأَمْثَالَ
তেৱেঁই আকাশৰ পৰা পানী বৰ্ষায়, ফলত উপত্যকাসমূহ নিজ নিজ আয়তন অনুযায়ী প্লাৱিত হয় আৰু প্লাৱনে তাৰ ওপৰৰ আৱৰ্জনা বহন কৰে। এইদৰেই আৱৰ্জনা ওপৰিভাগত আহে যেতিয়া অলংকাৰ আৰু সৰঞ্জাম তৈয়াৰ কৰিবলৈ ধাতু জুইত উত্তপ্ত কৰা হয়। এইদৰেই আল্লাহে সত্য আৰু অসত্যৰ উদাহৰণ দিয়ে। ফলত আৱৰ্জনাবোৰ নিঃশেষ হৈ যায় আৰু যিবোৰ মানুহৰ উপকাৰত আহে সেইবোৰে মাটিত স্থিতি লয়। এইদৰেই আল্লাহে উপমা দিয়ে।
.
[13:17] HE (God) sends down (Anzala) water (Maa'an) from (Mina) the sky (Es'Samaai), and (Fa) the valleys 
(Aw'diyatu) flow (Saalat’) by (Bi) its measure (Qadari-haa), and (Fa) it carries (Eh'tamala) the flowing 
(Es'Sai'lu) foam (Zabadan) as hill (Raabiyan). And (Wa) of what (Mimma) they ignite (Yuuqiduuna) in (Fii) the 
fire (En'Naari) seeking (Eb'tigaa'a) trinkets (Hil'yatin) or (Aw') goods (Mataa'en) from it (Ålai'hi) is foam 
(Zabadun) like it (Mith'lu-hu). Thus (Kazaalika) does GOD cite (Yad'ribu-llahu) the truth (El'Haqqa) and the 
falsehood (Wal' Baatila). And (Fa) as for (Ammaa) the foam (Ez'Zabadu), it then (Fa) departs (Yaz'habu)
uselessly (Jufaa'an), but (Wa) as for (Ammaa) what (Maa) benefits (Yanfau) the people (En'Naasa), it then (Fa)
remains (Yam'kuthu) on earth (Fiil' Ar'di). Thus (Kazaalika) does GOD cite (Yad'ribu-llahu) the examples
(El'Am'thaal).
.
📍References- link :
.
🆔১৩:১৮
لِلَّذِينَ اسْتَجَابُوا لِرَبِّهِمُ الْحُسْنَىٰ ۚ وَالَّذِينَ لَمْ يَسْتَجِيبُوا لَهُ لَوْ أَنَّ لَهُمْ مَا فِي الْأَرْضِ جَمِيعًا وَمِثْلَهُ مَعَهُ لَافْتَدَوْا بِهِ ۚ أُولَٰئِكَ لَهُمْ سُوءُ الْحِسَابِ وَمَأْوَاهُمْ جَهَنَّمُ ۖ وَبِئْسَ الْمِهَادُ
যিসকলে নিজ প্ৰতিপালকৰ আহ্বানত সঁহাৰি দিয়ে, তেওঁলোকৰ বাবে আছে শ্ৰেষ্ঠ প্ৰতিদান; আৰু যিসকলে তেওঁৰ আহ্বানত সঁহাৰি দিয়া নাই, সিহঁতে যদি পৃথিৱীত যি আছে সেই সকলোবোৰৰ লগতে আৰু ইয়াৰ সমপৰিমাণ বস্তুৰ মালিক হৈ যায়, তেনেহ’লে (আল্লাহৰ শাস্তিৰ পৰা বাচিবলৈ) সিহঁতে সেই সকলোবোৰ মুক্তিপণস্বৰূপে দিবলৈ অৱশ্যে প্ৰস্তুত হ’ব। কিন্তু সিহঁতৰ হিচাব হ’ব অতি কঠোৰ আৰু জাহান্নাম হ’ব সিহঁতৰ আবাস, আৰু সেয়া কিমান যে নিকৃষ্ট বিশ্ৰামস্থল!
.
[13:18] For those who (Lillaziina) have responded (Es'tajaabu') to (Li) their LORD (Rabbi-himu) is the best
(El'Hus'naa). As for (Wa) those who (Ellaziina) did not (Lam') respond (Yas'tajiibu') to HIM (Lahu), even if 
(Law' An) they had (Lahum) whatever (Maa) is on earth (Fiil' Ar'di) altogether (Jamiiån) and (Wa) the like of 
it (Mith'la-hu) along with it (Maåhu), they would have (La) ransomed (Ef'tadaw') thereby (Bihi). Those 
(U'laaika) will have (Lahum) the worst (Suuw'u) of reckoning (El'Hisaabi), and (Wa) their refuge (Ma'waa-
hum) is Hell (Jahannamu). And (Wa) wretched (Bi'sa) is the resting place (El'Mihaad).
.
📍ref13:18- link :
.
🆔১৩:১৯(The Believer and the Disbeliever are never Equal).
۞ أَفَمَنْ يَعْلَمُ أَنَّمَا أُنْزِلَ إِلَيْكَ مِنْ رَبِّكَ الْحَقُّ كَمَنْ هُوَ أَعْمَىٰ ۚ إِنَّمَا يَتَذَكَّرُ أُولُو الْأَلْبَابِ
তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ প্ৰতি যি অৱতীৰ্ণ হৈছে তাক যি ব্যক্তিয়ে সত্য বুলি জানে, সেইজন ব্যক্তি তাৰ দৰে নেকি যিজন অন্ধ? নিশ্চয় বিবেকসম্পন্ন ব্যক্তিসকলেই কেৱল উপদেশ গ্ৰহণ কৰে।
.
[13:19] So is one who (Afaman) knows (Ya'lamu) that what (Annamaa) has been revealed to you (s)
(Unzila
ilai'ka) from (Min) your LORD (Rabbi-ka) is the truth (*22:54) (El'Haqqu), like (Ka) he (Huwa) who (Man') is 
blind (A'maa)? Only (Innamaa) those (U'lu') of intelligence (El'Al'baab) will take heed (Yatazakkaru),
(২২:৫৪*
وَلِيَعْلَمَ الَّذِينَ أُوتُوا الْعِلْمَ أَنَّهُ الْحَقُّ مِنْ رَبِّكَ فَيُؤْمِنُوا بِهِ فَتُخْبِتَ لَهُ قُلُوبُهُمْ ۗ وَإِنَّ اللَّهَ لَهَادِ الَّذِينَ آمَنُوا إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
আৰু এইটো এইবাবেও যে, যিসকলক জ্ঞান দিয়া হৈছে সিহঁতে যেন জানিব পাৰে যে, এইটো তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত সত্য; ফলত সিহঁতে ইয়াৰ ওপৰত বিশ্বাস স্থাপন কৰে আৰু সিহঁতৰ অন্তৰ ইয়াৰ প্ৰতি বিনয়াৱনত হয়। নিশ্চয় যিসকলে ঈমান আনিছে আল্লাহে তেওঁলোকক সৰল পথ দেখুৱাব।
(ref:5:48-See verse/note-link :
.
📍ref:
৫৯:২০
لَا يَسْتَوِي أَصْحَابُ النَّارِ وَأَصْحَابُ الْجَنَّةِ ۚ أَصْحَابُ الْجَنَّةِ هُمُ الْفَائِزُونَ
জাহান্নামৰ অধিবাসী আৰু জান্নাতৰ অধিবাসী কেতিয়াও সমান নহয়। প্ৰকৃত সফলতাৰ অধিকাৰী কেৱল জান্নাতৰ অধিবাসীসকলহে।
.
🆔১৩:২০
الَّذِينَ يُوفُونَ 🔖1بِعَهْدِ اللَّهِ وَلَا 🔖2(-)يَنْقُضُونَ الْمِيثَاقَ

যিসকলে আল্লাহৰ লগত কৰা অঙ্গীকাৰ🔖1 পূৰ্ণ কৰে আৰু প্ৰতিজ্ঞা🔖2 ভঙ্গ নকৰে,
.
[13:20] the ones who (Ellaziina) fulfil (Yuufuuna Bi) the agreement of GOD (Åh'di-llahi), and (Wa) they do 
not (Laa) violate (Yanquduuna) the Covenant (El'Miithaaq).
.
📍Verse/Note:
13:20 they who are true to their bond🔖1 with God and never break their covenant🔖2;
(Pl see the verse/note/ref 13:20- link :
.
🆔১৩:২১
وَالَّذِينَ يَصِلُونَ مَا أَمَرَ اللَّهُ بِهِ أَنْ يُوصَلَ وَيَخْشَوْنَ رَبَّهُمْ وَيَخَافُونَ سُوءَ الْحِسَابِ
আৰু আল্লাহে যি সম্পৰ্ক অটুট ৰাখিবলৈ আদেশ কৰিছে যিসকলে সেয়া অটুট ৰাখে, আৰু নিজ প্ৰতিপালকক ভয় কৰে আৰু ভয় কৰে কঠোৰ হিচাবক,
.
[13:21] And (Wa) the ones who (Ellaziina) join (Yasiluuna) what (Maa) GOD has commanded (Amara-
llahu) to (An) be joined (Yuusola) thereby (Bihi), and (Wa) they fear (Yakh'shaw'na) their LORD (Rabba-
hum) while (Wa) being afraid (Yakhaafuuna) of the worst (Suu'a) of reckoning (El'Hisaab). 
.
📍Verse/Note:
13:21 and who keep together what God has bidden to be joined,(*) and stand in awe of their Sustainer and fear the most evil reckoning [which awaits such as do not respond to Him];

Note*
This refers to all ties arising from human relationships- e.g., the bonds of family, responsibility for orphans and the poor, the mutual rights and duties of neighbours -as well as the spiritual and practical bonds which ought to exist between all who belong to the brotherhood of Islam (cf. 💙8:75). In its widest sense, the phrase "what God has bidden to be joined" applies to the spiritual obligation, on the part of man, to remain conscious of the unity of purpose underlying all of God's creation, and hence  - man's moral duty to treat all living beings with love and compassion(as).
(💙Pl find verse/notes 8:75- link :
.
🆔১৩:২২
وَالَّذِينَ صَبَرُوا ابْتِغَاءَ وَجْهِ رَبِّهِمْ وَأَقَامُوا الصَّلَاةَ وَأَنْفَقُوا مِمَّا رَزَقْنَاهُمْ سِرًّا وَعَلَانِيَةً وَيَدْرَءُونَ بِالْحَسَنَةِ السَّيِّئَةَ أُولَٰئِكَ لَهُمْ عُقْبَى الدَّارِ
আৰু যিসকলে নিজ প্ৰতিপালকৰ সন্তুষ্টি লাভৰ বাবে ধৈৰ্য ধাৰণ কৰে আৰু চালাত কায়েম কৰে, আৰু আমি তেওঁলোকক যি জীৱনোপকৰণ দিছো তাৰ পৰা গোপনে আৰু প্ৰকাশ্যভাৱে ব্যয় কৰে লগতে ভাল কৰ্মৰ দ্বাৰা বেয়া কৰ্মক প্ৰতিহত কৰে, তেওঁলোকৰ বাবেই আছে আখিৰাতৰ শুভ পৰিণাম।
.
[13:22] And (Wa) the ones who (Ellaziina) are patiently (Sobaru') seeking (Eb'tigaa'a) the countenance 
(Waj'hi) of their LORD (Rabbi-him), and (Wa) they establish (Aqaamu') Prayer (Es'Solaata) and disburse 
(Anfaqu') from what (Mimmaa) We have provided for them (Razaq'naa-hum); secretly (Sirraan) and 
publicly (Ålaaniyatan), and they ward off (Yad'rauuna) bad deed (Es'Sayyiata) with (Bi) good deed
(El'Hasanati). Those (U'laaika) will have (Lahum) the outcome (Uq'baa) of the Home (Ed'Daar) -
.
📍Reference:
৪১:৩৪-৩৫
وَلَا تَسْتَوِي الْحَسَنَةُ وَلَا السَّيِّئَةُ ۚ ادْفَعْ بِالَّتِي هِيَ أَحْسَنُ فَإِذَا الَّذِي بَيْنَكَ وَبَيْنَهُ عَدَاوَةٌ كَأَنَّهُ وَلِيٌّ حَمِيمٌ
ভাল আৰু বেয়া কেতিয়াও সমান হ’ব নোৱাৰে। সেয়ে উৎকৃষ্ট পন্থাৰে বেয়াক প্ৰতিহত কৰা, ফলত তোমাৰ আৰু যাৰ মাজত শত্ৰুতা আছে, (এনে কৰিলে) সি হৈ যাব তোমাৰ অন্তৰঙ্গ বন্ধুৰ দৰে।
৪১:৩৫
وَمَا يُلَقَّاهَا إِلَّا الَّذِينَ صَبَرُوا وَمَا يُلَقَّاهَا إِلَّا ذُو حَظٍّ عَظِيمٍ
আৰু এইটো কেৱল তেওঁলোকেই প্ৰাপ্ত হ’ব যিসকল ধৈৰ্যশীল। ইয়াৰ অধিকাৰী কেৱল তেওঁলোকেই হ’ব যিসকল মহাভাগ্যৱান।
.
🟦বিশ্লেষণাত্মক কোৰআন চৰ্চা 🟥
....ooo....

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud