☪️PART-230(13:8-14)Ar-Ra'ad
PART-230(13:8-14)Al-Ra'ad(Thunder)
.
🏕️মিনি সূচিঃPART-230(13:8-14)Al-Ra'ad
13:8(Allah is All-Knower of Al-Ghayb (Unseen)
13:10(Allah's Knowledge encompasses all Things Apparent and Hidden)
13:11✅(নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা পৰিবৰ্তন নকৰে যেতিয়ালৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। আৰু যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে, তেন্তে সেয়া প্ৰতিৰোধ কৰাটো সম্ভৱ নহয়)
13:12(Clouds, Thunder and Lightning are Signs of Allah's Power)
13:13✅(Ra'ad means Thunder(মেঘগর্জন), indicates thunder being an angel of God.(Qur’an describes ‘angels’ as God’s physical laws and forces operative in the Universe).
13:14✅[Those Who Expect Help from Saints, Shrines, Prophets, etc(A Parable for the Weakness of the False Gods of the Polytheists.Example: যিজনে পানীৰ বাবে হাত পাতি পানীক আহ্বান কৰে তাৰ মুখত পৰিবলৈ অথচ তাৰ মুখত আহি পৰিবলৈ পানীৰ কোনো শক্তি নাই)]
।।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
✴️১৩:৮(Allah is All-Knower of Al-Ghayb (Unseen💥).
اللَّهُ يَعْلَمُ مَا تَحْمِلُ كُلُّ أُنْثَىٰ وَمَا تَغِيضُ الْأَرْحَامُ وَمَا تَزْدَادُ ۖ وَكُلُّ شَيْءٍ عِنْدَهُ بِمِقْدَارٍ
প্ৰত্যেক নাৰীয়ে গৰ্ভত যি ধাৰণ কৰে আৰু গৰ্ভাশয়ত যি কমে আৰু বৃদ্ধি হয় সেয়া আল্লাহে জানে আৰু তেওঁৰ ওচৰত প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট পৰিমাণ আছে।
.
[13:8] GOD (Ellahu) knows (Ya'lamu) what (Maa) every (Kullu) female (Unthaa) bears (Tah'milu) and what
(Wamaa) the womb (El'Ar'haamu) loses (Tagiidu) and what (Wamaa) increases (Taz'daadu). And (Wa)
everything (Kullu Shai'in) is by (Bi) measure (Miq'daar) with HIM (Endahu);
.
📍Unseen💥-See link:
.
📍references: See link:
.
✴️১৩:৯
عَالِمُ الْغَيْبِ وَالشَّهَادَةِ الْكَبِيرُ الْمُتَعَالِ
তেওঁ গায়েব💥 আৰু প্ৰকাশ্যৰ জ্ঞানী, মহান, সৰ্বোচ্চ।
.
[13:9] Knower (Åålimu) of the unseen (El'Gai'bi) and (Wa) testimony (Es'Shahaadati); the MAGNIFICENT (El'
Kabiiru), the EXALTED (El' Muta'åål).
.
📍ref:
৬৫:১২
اللَّهُ الَّذِي خَلَقَ سَبْعَ سَمَاوَاتٍ وَمِنَ الْأَرْضِ مِثْلَهُنَّ يَتَنَزَّلُ الْأَمْرُ بَيْنَهُنَّ لِتَعْلَمُوا أَنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ وَأَنَّ اللَّهَ قَدْ أَحَاطَ بِكُلِّ شَيْءٍ عِلْمًا
তেৱেঁই আল্লাহ, যিজনে সাতখন আকাশ সৃষ্টি কৰিছে আৰু অনুৰূপ পৃথিৱীও, এইবোৰৰ মাজত নামি আহে তেওঁৰ নিৰ্দেশ; যাতে তোমালোকে জানিব পাৰা যে, আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান আৰু আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।
(💥গায়েব-See above 13:8 reference link).
.
📍Verse/Note:
13:9 He knows all that is beyond the reach of a created being's perception as well as all that can be witnessed by a creature's senses or mind(*) -the Great One, the One far above anything that is or could ever be!**
৬:৭৩*
وَهُوَ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ بِالْحَقِّ ۖ وَيَوْمَ يَقُولُ كُنْ فَيَكُونُ ۚ قَوْلُهُ الْحَقُّ ۚ وَلَهُ الْمُلْكُ يَوْمَ يُنْفَخُ فِي الصُّورِ ۚ عَالِمُ الْغَيْبِ وَالشَّهَادَةِ ۚ وَهُوَ الْحَكِيمُ الْخَبِيرُ
তেৱেঁই যথাযথভাৱে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে। আৰু যিদিনা তেওঁ ক’ব, ‘হ’, তেতিয়াই সেয়া হৈ যাব। তেওঁৰ কথাই সত্য। যিদিনা শিঙাত ফুঁ দিয়া হ’ব সেইদিনাৰ কৰ্তৃত্ব কেৱল তেওঁৰেই। অদৃশ্য আৰু প্ৰকাশ্য বিষয়ে তেৱেঁই পৰিজ্ঞাত, আৰু তেওঁ প্ৰজ্ঞাময়, সবিশেষ অৱগত।
.
See in this connection the last sentence of 6:100**("....তেওঁ পৱিত্ৰ মহিমান্বিত আৰু সিহঁতে যি কয় তেওঁ তাৰ পৰা বহু ঊৰ্দ্ধত।")
✴️১৩:১০(Allah's Knowledge encompasses all Things Apparent and Hidden).
سَوَاءٌ مِنْكُمْ مَنْ أَسَرَّ الْقَوْلَ وَمَنْ جَهَرَ بِهِ وَمَنْ هُوَ مُسْتَخْفٍ بِاللَّيْلِ وَسَارِبٌ بِالنَّهَارِ
তোমালোকৰ মাজত যিয়ে কথা গোপন কৰে অথবা যিয়ে কথা প্ৰকাশ কৰে, ৰাতিত যিয়ে আত্মগোপন কৰে আৰু দিনত যিয়ে প্ৰকাশ্যৰূপে বিচৰণ কৰে, সিহঁত সকলোৱে আল্লাহৰ ওচৰত সমান।
.
[13:10] It is the same (Sawaa'un) for you (Minkum), one (Man') confides (-Asarra) a speech (El'Qaw'la) and
one who (Waman) makes it public (Jahara Bi-hi) as well as (Wa) he (Huwa) who (Man') is hidden
(Mus'takh'fi) in the night (Bi-llai'li) and (Wa) visible (Saaribu) by (Bi) day (En'Nahaar),
.
📍References:-see link:
.
✴️১৩:১১
لَهُ مُعَقِّبَاتٌ مِنْ بَيْنِ يَدَيْهِ وَمِنْ خَلْفِهِ يَحْفَظُونَهُ مِنْ أَمْرِ اللَّهِ ۗ إِنَّ اللَّهَ لَا يُغَيِّرُ مَا بِقَوْمٍ حَتَّىٰ يُغَيِّرُوا مَا بِأَنْفُسِهِمْ ۗ وَإِذَا أَرَادَ اللَّهُ بِقَوْمٍ سُوءًا فَلَا مَرَدَّ لَهُ ۚ وَمَا لَهُمْ مِنْ دُونِهِ مِنْ وَالٍ
মানুহৰ বাবে তাৰ সন্মুখত আৰু পিছত এটাৰ পিছত এটাকৈ আগমনকাৰী প্ৰহৰী আছে, সিহঁতে আল্লাহৰ আদেশত তাৰ ৰক্ষণাবেক্ষণ কৰে। নিশ্চয় আল্লাহে কোনো সম্প্ৰদায়ৰ অৱস্থা পৰিবৰ্তন নকৰে যেতিয়ালৈকে সিহঁতে নিজেই নিজৰ অৱস্থা পৰিবৰ্তন নকৰে। লগতে কোনো সম্প্ৰদায়ৰ বাবে যদি আল্লাহে অশুভ কিবা ইচ্ছা কৰে, তেন্তে সেয়া প্ৰতিৰোধ কৰাটো সম্ভৱ নহয় আৰু তেওঁৰ বাহিৰে সিহঁতৰ কোনো অভিভাৱক নাই।
.
[13:11] for him (Lahu) are alternating angels (Muåqqibaatun) guarding him (Yah'fazuunahu) from the
front (Min Bai'ni Yadai'hi) and (Wa) from behind (Min' Khal'fi-hi) by (Min') the command of GOD (Am'ri-
llahi). Indeed, GOD (Innallaha) does not (Laa) change (Yugayyiru) what (Maa) is in (Bi) a people (Qaw'min)
until (Hattaa) they change (Yugayyiru') what (Maa) is in (Bi) themselves (Anfusi-him). And (Wa) whenever
(Izaa) GOD intends (Araada-llahu) evil (Suwaa'an) for (Bi) a people (Qaw'min), there (Fa) is no (Laa) repeller
(Maradda) of it (Lahu). They have (Lahum) no (Maa Min) ruler (Waal) other than HIM (Min Duuni-hi).
.
📍Verse/note/ref: See link:
.
📍ref:
৬:৬১
وَهُوَ الْقَاهِرُ فَوْقَ عِبَادِهِ ۖ وَيُرْسِلُ عَلَيْكُمْ حَفَظَةً حَتَّىٰ إِذَا جَاءَ أَحَدَكُمُ الْمَوْتُ تَوَفَّتْهُ رُسُلُنَا وَهُمْ لَا يُفَرِّطُونَ
আৰু তেওঁ নিজ বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণাধিকাৰী আৰু তেৱেঁই তোমালোকৰ ওপৰত হিফাযতকাৰীসকলক প্ৰেৰণ কৰে। অৱশেষত তোমালোকৰ কাৰোবাৰ যেতিয়া মৃত্যু উপস্থিত হয় তেতিয়া আমাৰ ৰাছুলসকলে (ফিৰিস্তাসকল) তাৰ মৃত্যু ঘটায় আৰু সিহঁতে কোনো ত্ৰুটি নকৰে।
(see ref.link:
.
📍Verse/Note:
(13:11) Allah s law of Mukaf at encompasses human beings from all sides and brings all of their actions to their conclusions (82/10-12🔖). (And since a nation comprises of people, the same law is applicable there also, it should therefore be remembered that) Allah does not alter the condition of a people
until they bring about a change in their inner-selves (8/53) and this change obviously takes place in
accordance with their intentions, desires and action. The law of Mukaf at is so strict that when chastisement comes, none can avert it nor can people have any protector besides Allah.pz.
(৮২:১০-১২🔖
وَإِنَّ عَلَيْكُمْ لَحَافِظِينَ
আৰু নিশ্চয় তোমালোকৰ ওপৰত নিয়োজিত আছে সংৰক্ষকদল;
৮২:১১
كِرَامًا كَاتِبِينَ
সন্মানিত লেখক বৃন্দ;
৮২:১২
يَعْلَمُونَ مَا تَفْعَلُونَ
তোমালোকে যি কৰা সেয়া তেওঁলোকে জানে।)
.
✴️১৩:১২(Clouds, Thunder and Lightning are Signs of Allah's Power).
هُوَ الَّذِي يُرِيكُمُ الْبَرْقَ خَوْفًا وَطَمَعًا وَيُنْشِئُ السَّحَابَ الثِّقَالَ
তেৱেঁই ভয় আৰু আশা সঞ্চাৰ কৰাৰ বাবে তোমালোকক বিজুলীৰ চমক দেখুৱায়। তেৱেঁই গধুৰ মেঘ সৃষ্টি কৰে;
(Similarly, the light of guidance brings to you the warning and a good tiding-sa).
.
[13:12] HE (God) (Huwa) is the One who (Ellazii) shows you (p) (Yurii-kumu) the lightning (El'Bar'qa) of fear
(Khaw'faan) and (Wa) ambition (Tomaåån), and (Wa) establishes (Yunshiu) the heavy (Et'thiqaal') clouds
(Es'Sahaaba).
.
📍Verse/Note:
13:12 HE IT IS who displays before you the lightning, to give rise to [both] fear and hope,(*) and calls heavy clouds into being;
Note*
I.e., hope of rain, which in the Qur'an frequently symbolizes faith and spiritual life. With this verse, the discourse returns to the theme enunciated at the beginning of this surah (verses 13:2-4): namely, to the evidence of a consciously devised plan and purpose inherent in all nature and, thus, of the existence of God.
.
✴️১৩:১৩
وَيُسَبِّحُ الرَّعْدُ بِحَمْدِهِ وَالْمَلَائِكَةُ مِنْ خِيفَتِهِ وَيُرْسِلُ الصَّوَاعِقَ فَيُصِيبُ بِهَا مَنْ يَشَاءُ وَهُمْ يُجَادِلُونَ فِي اللَّهِ وَهُوَ 🍒شَدِيدُ الْمِحَالِ
আৰু ৰা’দ (বজ্ৰ অথবা ফিৰিস্তাৰ নাম) আল্লাহৰ সপ্ৰশংস মহিমা আৰু পৱিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত। তেৱেঁই গৰ্জনকাৰী বজ্ৰ পঠায়, তাৰ পিছত যাক ইচ্ছা তাৰ দ্বাৰা আঘাত কৰে, কাৰণ সিহঁতে আল্লাহ সম্পৰ্কে বাক-বিতণ্ডা কৰে, আৰু তেৱেঁই শক্তিত প্ৰবল, শাস্তিত অতি কঠোৰ।
(🍒 The expression shadid al-mihal🍒 (which occurs in the Qur'an only in this one place) signifies "powerful in contriving, in a manner hidden from man, that wherein wisdom lies"; (as).
.
[13:13] And (Wa) the thunder (Er'Ra'du)* glorifies (Yusabbihu) with (Bi) HIS praise (Ham'di-hi) and so do
(Wa) the Angels (El'Malaaikatu) from (Min') fear of HIM (Khiifati-hi). And (Wa) HE sends (Yur'silu) the
thunderbolts (Es'Sowaa'eqa) to (Fa) strike (Yusiibu) whomever (Man) HE wills (Yashaau) thereby (Bihaa), but
(Wa) they (Hum) are arguing (Yujaadiluuna) about GOD (Fiillahi) while (Wa) HE (Huwa) is severe
(Shadiidu) in intrigue (craftiness) (El'Mihaal).
.
📍Note on Raad the thunder:
Ra'ad means Thunder(মেঘগর্জন), indicates thunder being an angel of God-13:13(Qur’an describes ‘angels’ as God’s physical laws and forces operative in the Universe).
।।।।
13:13 indicates thunder being an angel of God. And a reported saying of the exalted Messenger emphasizes this fact. Yet, under the Biblical influence most Muslims think of angels only as winged creatures flying across the Universe. The Qur’an, in all compassion, does not expect us to know the exact nature of all what is beyond the present state of our mind. For example, we believe according to the Book of God that His verses were conveyed to the Prophets' hearts, through the angels of revelation. How exactly this process took place, then carries little significance. In general, the Qur’an describes ‘angels’ as God’s physical laws and forces operative in the Universe.
(“The real existence on earth is of the one who benefits humanity.” 13:17)
.
📍references:
১৭:৪৪
تُسَبِّحُ لَهُ السَّمَاوَاتُ السَّبْعُ وَالْأَرْضُ وَمَنْ فِيهِنَّ ۚ وَإِنْ مِنْ شَيْءٍ إِلَّا يُسَبِّحُ بِحَمْدِهِ وَلَٰكِنْ لَا تَفْقَهُونَ تَسْبِيحَهُمْ ۗ إِنَّهُ كَانَ حَلِيمًا غَفُورًا
সাতোখন আকাশ আৰু পৃথিৱী লগতে ইয়াৰ মাজত যি আছে সেই সকলোৱে তেওঁৰেই পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু এনে কোনো বস্তু নাই যিটোৱে তেওঁৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা নকৰে; কিন্তু সিহঁতৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা তোমালোকে বুজি নোপোৱা; নিশ্চয় তেওঁ সহনশীল, ক্ষমাপৰায়ণ।
.
Allah sent down these Ayat (13:8-11) in their case,
اللّهُ يَعْلَمُ مَا تَحْمِلُ كُلُّ أُنثَى
(Allah knows what every female bears) until,
وَمَا لَهُم مِّن دُونِهِ مِن وَالٍ
(...and they will find besides Him no protector).
.
২৭:৫০-৫১
وَمَكَرُوا مَكْرًا وَمَكَرْنَا مَكْرًا وَهُمْ لَا يَشْعُرُونَ
আৰু সিহঁতে এটা চক্ৰান্ত কৰিছিল আৰু আমিও এটা কৌশল অৱলম্বন কৰিলো, অথচ সিহঁতে উপলব্ধিও কৰিব পৰা নাই।
২৭:৫১
فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ مَكْرِهِمْ أَنَّا دَمَّرْنَاهُمْ وَقَوْمَهُمْ أَجْمَعِينَ
এতেকে চোৱা, সিহঁতৰ চক্ৰান্তৰ পৰিণাম কি হৈছিল, নিশ্চয় আমি সিহঁতক আৰু সিহঁতৰ সম্প্ৰদায়ৰ সকলোকে ধ্বংস কৰিছো।
.
📍Verse/Note:
(13:13) The thunder of clouds and all other forces of nature are busy in Hamd and accomplishing Allah s Plan (24/41*). Only those are struck by lightening who do not take precaution according to Allah s Laws. Yet these people wrangle about Allah s powers out of sheer obstinateness although He
is Mighty in His prowess.pz.
(২৪:৪১*
أَلَمْ تَرَ أَنَّ اللَّهَ يُسَبِّحُ لَهُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ وَالطَّيْرُ صَافَّاتٍ ۖ كُلٌّ قَدْ عَلِمَ صَلَاتَهُ وَتَسْبِيحَهُ ۗ وَاللَّهُ عَلِيمٌ بِمَا يَفْعَلُونَ
তুমি লক্ষ্য কৰা নাইনে যে, আকাশসমূহ আৰু পৃথিৱীত যিসকল আছে তেওঁলোকে আৰু শাৰীবদ্ধভাৱে উৰিফুৰা চৰাইয়েও আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে? প্ৰত্যেকেই জানে নিজ নিজ ইবাদতৰ আৰু পৱিত্ৰতা-মহিমা ঘোষণাৰ পদ্ধতি। আৰু সিহঁতে যি কৰে সেই বিষয়ে আল্লাহ সম্যক অৱগত।)
.
📍Note:
The climate, good or bad, works consistently within God's law and in serving Him glorifies His power, as do the malaika, the elements and energies that are an integral part of this universe. See verse 59:24(sig).
(৫৯:২৪
هُوَ اللَّهُ الْخَالِقُ الْبَارِئُ الْمُصَوِّرُ ۖ لَهُ الْأَسْمَاءُ الْحُسْنَىٰ ۚ يُسَبِّحُ لَهُ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ
তেৱেঁই আল্লাহ, স্ৰষ্টা উদ্ভাৱনকৰ্তা, আকাৰ-আকৃতিদানকাৰী, সৰ্বোত্তম নামসমূহ তেওঁৰেই। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে তেওঁৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে। তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।)
.
✴️১৩:১৪(A Parable for the Weakness of the False Gods of the Polytheists).
لَهُ دَعْوَةُ الْحَقِّ ۖ وَالَّذِينَ يَدْعُونَ مِنْ دُونِهِ لَا يَسْتَجِيبُونَ لَهُمْ بِشَيْءٍ إِلَّا كَبَاسِطِ كَفَّيْهِ إِلَى الْمَاءِ لِيَبْلُغَ فَاهُ وَمَا هُوَ بِبَالِغِهِ ۚ وَمَا دُعَاءُ الْكَافِرِينَ إِلَّا فِي ضَلَالٍ
সত্যৰ আহ্বান তেওঁৰেই💡। যিসকলে তেওঁৰ বাহিৰে আনক আহ্বান কৰে, সিহঁতে সিহঁতৰ আহ্বানত অকণো সঁহাৰি নিদিয়ে(ie"side by side with God")। বৰং সিহঁতৰ দৃষ্টান্ত সেই ব্যক্তিৰ দৰে, যিজনে পানীৰ বাবে হাত পাতি পানীক আহ্বান কৰে তাৰ মুখত পৰিবলৈ অথচ তাৰ মুখত আহি পৰিবলৈ পানীৰ কোনো শক্তি নাই, আৰু কাফিৰসকলৰ আহ্বান কেৱল ভ্ৰষ্টতাতেই নিপতিত।
.
[13:14] To HIM belongs (Lahu) the invocation (2:186💡) (Da'watu) of truth (El'Haqqi). Those (Ellaziina) they
invoke (Yad'uuna) besides HIM (Min Duuni-hi) cannot (Laa Bi) respond (Yas'tajiibuuna) to them (Lahum) at all (Shai'in), except (illa) like (Ka) one who extends (Baasiti) his two palms (Kaffai'hi) toward (ilaa) water
(El'Maai) to (Li) reach (Yab'luga) his mouth (Faa-hu) while (Wa) he (Huwa) cannot (Maa Bi) reach it (Baaligi-
hi). And (Wa) the invocation (Duåå'u) of the disbelievers (El'Kaafiriina) is only (Maa illa) in (Fii) error (Dolaal).
[২:১৮৬💡
وَإِذَا سَأَلَكَ عِبَادِي عَنِّي فَإِنِّي قَرِيبٌ ۖ أُجِيبُ دَعْوَةَ الدَّاعِ إِذَا دَعَانِ ۖ فَلْيَسْتَجِيبُوا لِي وَلْيُؤْمِنُوا بِي لَعَلَّهُمْ يَرْشُدُونَ
আৰু মোৰ বান্দাই যেতিয়া মোৰ বিষয়ে তোমাক সোধে, (তেতিয়া তুমি কৈ দিয়া) নিশ্চয় মই অতি ওচৰত। মই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা কবুল কৰো, যেতিয়া সি প্ৰাৰ্থনা কৰে। এতেকে সিহঁতেও যেন মোৰ আহ্বানত সঁহাৰি দিয়ে আৰু মোৰ প্ৰতি ঈমান আনে, যাতে সিহঁতে সঠিক পথত পৰিচালিত হ’ব পাৰে।
(Pl find verse/note 2:186-link:
.
📍Reference:
৪:১২৩
لَيْسَ بِأَمَانِيِّكُمْ وَلَا أَمَانِيِّ أَهْلِ الْكِتَابِ ۗ مَنْ يَعْمَلْ سُوءًا يُجْزَ بِهِ وَلَا يَجِدْ لَهُ مِنْ دُونِ اللَّهِ وَلِيًّا وَلَا نَصِيرًا
তোমালোকৰ কামনা আৰু কিতাবীসকলৰ কামনা অনুসাৰে কোনো কাম নহ’ব; যিয়ে বেয়া আমল কৰিব সি তাৰ প্ৰতিফল ভোগ কৰিব আৰু সি তাৰ বাবে আল্লাহৰ বাহিৰে আন কোনো অভিভাৱক আৰু সহায়ক বিচাৰি নাপাব।
.
- বিশ্লেষণাত্মক কোৰআন চৰ্চা -
-মুক্তাৰফ-১৪.০৪.২০২২-নাজভিলা-
....ooo....