🌐Part-197(10:52-60)Yunus

Part-197(10:52-60)Yunus

🖼️ https://youtu.be/vtZlAbmUyvs

#muktabulhussain

.

🟣মিনি সূচিঃPart-197(10:52-60)Yunus

10:52(তোমালোকে যি কৰিছিলা কেৱল তাৰেই প্ৰতিফল দিয়া হ'ব)

10:53(The Resurrection is Real)

10:54(God does not punish people out of rage like human tyrants and kings. Reward and punishment are built-in results of one's own deeds. So, no helpers either)

10:55(God's Grace and Mercy)

10:57✔️(The meaning of this verse has been distorted by clerics so that they could write, package, and sell verses of the Quran as amulets-See special Note)

10:58(Joy for the Believers)

10:59✔️(ref-তোমালোকৰ জিভাৰে বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। -Note/ref)

10:61(Knowing God: Smaller than atom: Who could think of electrons and protons in the 7th century!)

10:62✔️(Quranic meaning of waii, pl. awliya'-Note)

.

🖼️১০:৫২

ثُمَّ قِيلَ لِلَّذِينَ ظَلَمُوا ذُوقُوا عَذَابَ الْخُلْدِ هَلْ تُجْزَوْنَ إِلَّا بِمَا كُنْتُمْ تَكْسِبُونَ

তাৰ পিছত যালিমসকলক কোৱা হ’ব, ‘স্থায়ী শাস্তিৰ সোৱাদ লোৱা; তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হৈছে’।

.

[10:52] Then (Thumma) it will be said (Qiila) to those who (Lillaziina) transgressed (Zolamu'), "Taste (Zuuqu') the punishment (Åzaaba) of eternity (*32:14) (El'Khul'di); you are only (Hal' illa) requited (Tuj'zaw'na)

for what (Bimaa) you have been (Kuntum') earning (Tak'sibuun)." 

(৩২:১৪*

فَذُوقُوا بِمَا نَسِيتُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا إِنَّا نَسِينَاكُمْ ۖ وَذُوقُوا عَذَابَ الْخُلْدِ بِمَا كُنْتُمْ تَعْمَلُونَ

এতেকে ‘শাস্তি আস্বাদন কৰা, কাৰণ তোমালোকে এই দিনৰ সাক্ষাতৰ কথা পাহৰি গৈছিলা। নিশ্চয় আমিও তোমালোকক পৰিত্যাগ কৰিলো। তোমালোকে যি আমল কৰিছিলা তাৰ বাবে তোমালোকে স্থায়ী শাস্তি ভোগ কৰা’।)

.

📍ref:

৫২:১৩-১৬

يَوْمَ يُدَعُّونَ إِلَىٰ نَارِ جَهَنَّمَ دَعًّا

সেইদিনা সিহঁতক জাহান্নামৰ জুইৰ ফালে ঠেলি-হেচি লৈ যোৱা হ’ব,

৫২:১৪

هَٰذِهِ النَّارُ الَّتِي كُنْتُمْ بِهَا تُكَذِّبُونَ

‘এইখনেই সেই জাহান্নাম যাক তোমালোকে অস্বীকাৰ কৰিছিলা’।

৫২:১৫

أَفَسِحْرٌ هَٰذَا أَمْ أَنْتُمْ لَا تُبْصِرُونَ

এইটো যাদু নেকি? নে তোমালোকে দেখা নোপোৱা!

৫২:১৬

اصْلَوْهَا فَاصْبِرُوا أَوْ لَا تَصْبِرُوا سَوَاءٌ عَلَيْكُمْ ۖ إِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُونَ

তোমালোকে জুইত প্ৰৱেশ কৰা, তাৰ পিছত তোমালোকে ধৈৰ্য ধাৰণ কৰা বা নকৰা উভয়েই তোমালোকৰ বাবে সমান। তোমালোকে যি কৰিছিলা তাৰেই প্ৰতিফল তোমালোকক দিয়া হৈছে।

.

🖼️১০:৫৩(The Resurrection is Real).

۞ وَيَسْتَنْبِئُونَكَ أَحَقٌّ هُوَ ۖ قُلْ إِي وَرَبِّي إِنَّهُ لَحَقٌّ ۖ وَمَا أَنْتُمْ بِمُعْجِزِينَ

আৰু সিহঁতে তোমাৰ ওচৰত জানিব বিচাৰে যে, ‘এইটো সঁচাই নেকি’? কোৱা, ‘হয়, মোৰ প্ৰতিপালকৰ শপত! এইটো অৱশ্যে সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা’।

.

[10:53] And (Wa) they inquire from you (s) (Yas'tanbiuunaka), "Is it (Huwa) true (Ahaqqun)?" Say (Qul'): "It is (Iy), by (Wa) my LORD (Rabbii). Indeed, it (Innahu) is (La) true (Haqqun); and (Wa) you (Antum) cannot 

(Maa Bi) cause failure (Mu'jiziin)." 

.

🖼️১০:৫৪

وَلَوْ أَنَّ لِكُلِّ نَفْسٍ ظَلَمَتْ مَا فِي الْأَرْضِ لَافْتَدَتْ بِهِ ۗ وَأَسَرُّوا النَّدَامَةَ لَمَّا رَأَوُا الْعَذَابَ ۖ وَقُضِيَ بَيْنَهُمْ بِالْقِسْطِ ۚ وَهُمْ لَا يُظْلَمُونَ

পৃথিৱীত যি আছে সেয়া যদি প্ৰত্যেক যুলুমকাৰী ব্যক্তিৰ হৈ যায়, তেন্তে সি মুক্তিৰ বিনিময়ত সেইবোৰ দি দিব আৰু অনুতাপ গোপন কৰিব যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব। তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ’ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ’ব।

.

[10:54] And (Wa) had it been that (Law' Anna) every (Kulli) soul (Naf'sin) which had transgressed (Zolamat') would possess (La) whatever (Maa) is on earth (Fiil' Ar'di), it would have (La) ransomed (Ef'tadat')

with it (Bihi). And (Wa) they will confide (Asarru') regret (En'Nadaamata) when (Lammaa) they see (Ra'awu')the punishment (El'Åzaaba); and it will be judged (Qudiya) between them (Bai'nahum) in justice (Bil' Qis'ti), and they (Hum') will not (Laa) be wronged (Yuz'lamuun).

.

📍ref:

৩:৯১

إِنَّ الَّذِينَ كَفَرُوا وَمَاتُوا وَهُمْ كُفَّارٌ فَلَنْ يُقْبَلَ مِنْ أَحَدِهِمْ مِلْءُ الْأَرْضِ ذَهَبًا وَلَوِ افْتَدَىٰ بِهِ ۗ أُولَٰئِكَ لَهُمْ عَذَابٌ أَلِيمٌ وَمَا لَهُمْ مِنْ نَاصِرِينَ

নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰৰূপে মৃত্যুবৰণ কৰিছে সিহঁতৰ কোনোবাই পৃথিৱী ভৰা সোণ বিনিময়স্বৰূপে প্ৰদান কৰিলেও সেয়া কেতিয়াও গ্ৰহণ কৰা নহ’ব। ইহঁতেই সেইসকল লোক, যিসকলৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি আৰু সিহঁতৰ বাবে কোনো সহায়কাৰী নাই।

.

🖼️১০:৫৫(God's Grace and Mercy).

أَلَا إِنَّ لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۗ أَلَا إِنَّ وَعْدَ اللَّهِ حَقٌّ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ

জানি থোৱা! আকাশসমূহ আৰু পৃথিৱীত যি আছে সেয়া আল্লাহৰেই। জানি থোৱা! আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, কিন্তু সিহঁতৰ অধিকাংশই নাজানে।

.

[10:55] Verily (Alaa) indeed (Inna), to GOD belongs (Lillahi) whatever (Maa) is in (Fii) the heavens (Es'Samaawaati) and the earth (Wal' Ar'di). Verily (Alaa) indeed (Inna), the promise of GOD (Wa'da-llahi) is true (Haqqun), but (Walaakinna) most of them (Ak'thara-hum') do not (Laa) know (Ya'lamuun). 

.

🖼️১০:৫৬

هُوَ يُحْيِي وَيُمِيتُ وَإِلَيْهِ تُرْجَعُونَ

তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু প্ৰদান কৰে আৰু তেওঁৰ ওচৰতেই তোমালোকক উভতাই নিয়া হ’ব।

.

[10:56] HE (Huwa) gives life (Yuh'yii) and (Wa) causes death (Yumiitu), and to HIM (ilai'hi) you will be returned (Tur'jauun). 

(45:26*).

(*৪৫:২৬

قُلِ اللَّهُ يُحْيِيكُمْ ثُمَّ يُمِيتُكُمْ ثُمَّ يَجْمَعُكُمْ إِلَىٰ يَوْمِ الْقِيَامَةِ لَا رَيْبَ فِيهِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ

কোৱা, আল্লাহে তোমালোকক জীৱন দান কৰে আৰু তাৰ পিছত তেৱেঁই তোমালোকৰ মৃত্যু ঘটায়। তেৱেঁই তোমালোকক কিয়ামতৰ দিনা একত্ৰিত কৰিব, যি বিষয়ে কোনো সন্দেহ নাই। কিন্তু সৰহভাগ মানুহেই সেয়া নাজানে।)

.

📍Verse/Note:

10:56 He alone grants life and deals death; and unto Him you all must return.


Note.

Lit., "you shall be brought back" - for, "all that exists goes back to Him [as its source]" (11:123)(sa).

(১১:১২৩

وَلِلَّهِ غَيْبُ السَّمَاوَاتِ وَالْأَرْضِ وَإِلَيْهِ يُرْجَعُ الْأَمْرُ كُلُّهُ فَاعْبُدْهُ وَتَوَكَّلْ عَلَيْهِ ۚ وَمَا رَبُّكَ بِغَافِلٍ عَمَّا تَعْمَلُونَ

আকাশসমূহ আৰু পৃথিৱীৰ গায়েব (ৰ সংবাদ) কেৱল আল্লাহৰেই কৰ্তৃত্বাধীন আৰু তেওঁৰ ওচৰতেই সকলো বিষয় প্ৰত্যাৱৰ্তন কৰোৱা হ’ব। সেয়ে তুমি কেৱল তেওঁৰেই ইবাদত কৰা আৰু তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰা। আৰু তোমালোকে যি কৰা সেই বিষয়ে তোমাৰ ৰব অমনোযোগী নহয়।)

.

🖼️১০:৫৭

يَا أَيُّهَا النَّاسُ قَدْ جَاءَتْكُمْ مَوْعِظَةٌ مِنْ رَبِّكُمْ وَشِفَاءٌ لِمَا فِي الصُّدُورِ وَهُدًى وَرَحْمَةٌ لِلْمُؤْمِنِينَ

হে মানৱ! তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আহিছে আৰু ই অন্তৰত যি (ব্যাধি) আছে তাৰ প্ৰতিষেধক আৰু মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত।

.


[10:57] O you (Yaa Ayyuha) mankind (En'Naasu), a preachment (Maw'ezotu) has (Qad') come to you (Jaa'at'kum) from (Min) your LORD (Rabbi-kum') and (Wa) a healing (17:82*) (Shifaa'un) for whatever (Limaa)

is in (Fii) the bosoms (Es'Suduuri) and (Wa) as guidance (Hudan) and mercy (Rah'matun) for the believers

(Lil' Mu'miniin). 

.

📍Special Note:

The meaning of this verse has been distorted by clerics so that they could write, package, and sell verses of the Quran as amulets, drugs, aspirin, or band-aids. The placebo effect was enough to keep the market, and Muslim masses started considering the ink and paper where the Quran written as totems. The Quran is not a drug, but a prescription for universal salvation and eternal happiness, including this world(edip).

.

📍 references:

১৭:৮২*

وَنُنَزِّلُ مِنَ الْقُرْآنِ مَا هُوَ شِفَاءٌ وَرَحْمَةٌ لِلْمُؤْمِنِينَ ۙ وَلَا يَزِيدُ الظَّالِمِينَ إِلَّا خَسَارًا

আৰু আমি কোৰআন অৱতীৰ্ণ কৰো, যিখন মুমিনসকলৰ বাবে আৰোগ্য আৰু ৰহমত, কিন্তু ই যালিমসকলৰ ক্ষতিহে বৃদ্ধি কৰে।

.

৪১:৪৪

وَلَوْ جَعَلْنَاهُ قُرْآنًا أَعْجَمِيًّا لَقَالُوا لَوْلَا فُصِّلَتْ آيَاتُهُ ۖ أَأَعْجَمِيٌّ وَعَرَبِيٌّ ۗ قُلْ هُوَ لِلَّذِينَ آمَنُوا هُدًى وَشِفَاءٌ ۖ وَالَّذِينَ لَا يُؤْمِنُونَ فِي آذَانِهِمْ وَقْرٌ وَهُوَ عَلَيْهِمْ عَمًى ۚ أُولَٰئِكَ يُنَادَوْنَ مِنْ مَكَانٍ بَعِيدٍ

আৰু যদি আমি ইয়াক অনাৰবী ভাষাৰ কোৰআন বনালোহেঁতেন তেন্তে সিহঁতে অৱশ্যে ক’লেহেঁতেন, ‘ইয়াৰ আয়াতসমূহ বিশদভাৱে বিবৃত হোৱা নাই কিয়? ভাষা অনাৰবীয়, অথচ ৰাছুল আৰবীয়!’ কোৱা, ‘এইটো মুমিনসকলৰ বাবে হিদায়ত আৰু আৰোগ্য’। যিসকলে ঈমান পোষণ নকৰে সিহঁতৰ কাণত আছে বধিৰতা আৰু কোৰআনে সিহঁতৰ (অন্তৰৰ) ওপৰত অন্ধত্ব সৃষ্টি কৰিব। সিহঁতকেই আহ্বান কৰা হ’ব দূৰৱৰ্তী স্থানৰ পৰা।

.

🖼️১০:৫৮(Joy for the Believers).

قُلْ بِفَضْلِ اللَّهِ وَبِرَحْمَتِهِ فَبِذَٰلِكَ فَلْيَفْرَحُوا هُوَ خَيْرٌ مِمَّا يَجْمَعُونَ

কোৱা, ‘এইটো আল্লাহৰ অনুগ্ৰহত আৰু তেওঁৰ কৃপাত; এতেকে সিহঁতে এই বিষয়ে আনন্দিত হোৱা উচিত’। সিহঁতে যি পুঞ্জীভূত কৰে তাতকৈয়ো এইটো উত্তম।

.

[10:58] Say (Qul'): "It is by (Bi) the favour of GOD (Fad'li-llahi) and (Wa) by (Bi) HIS mercy (Rah'mati-hi)," so let (Fal') them rejoice (Yaf'rahu') in (Bi) these (Zaalika); it (Huwa) is better (Khai'run) than what (Mimmaa)

they accumulate (Yaj'mauun)." 

.

🖼️১০:৫৯

قُلْ أَرَأَيْتُمْ مَا أَنْزَلَ اللَّهُ لَكُمْ مِنْ رِزْقٍ فَجَعَلْتُمْ مِنْهُ حَرَامًا وَحَلَالًا قُلْ آللَّهُ أَذِنَ لَكُمْ ۖ أَمْ عَلَى اللَّهِ تَفْتَرُونَ

কোৱা, ‘এই বিষয়ে কি কোৱা তোমালোকে, আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা তোমালোকে কিছুমানক হালাল আৰু আন কিছুমানক হাৰাম কৰিছা’, কোৱা, ‘আল্লাহে তোমালোকক ইয়াৰ অনুমতি দিছে নেকি, নে তোমালোকে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰা’?

.

[10:59] Say (Qul'): "Have you considered (Ara'ai'tum) what (Maa) GOD has sent down (Anzala-llahu) to you (Lakum) of (Min) sustenance (Riz'qin), and (Fa) you make (Jaål'tum) some of it (Min'hu) unlawful

(Haraaman) and (Wa) lawful (Halaalan)?" Say (Qul'): "Has GOD (Aa'llahu) permitted you (p) (Azina Lakum'), or (Am') do you fabricate (Taf'taruun) about GOD (Ålaallahi)?" 

(*16:116).

(*১৬:১১৬

وَلَا تَقُولُوا لِمَا تَصِفُ أَلْسِنَتُكُمُ الْكَذِبَ هَٰذَا حَلَالٌ وَهَٰذَا حَرَامٌ لِتَفْتَرُوا عَلَى اللَّهِ الْكَذِبَ ۚ إِنَّ الَّذِينَ يَفْتَرُونَ عَلَى اللَّهِ الْكَذِبَ لَا يُفْلِحُونَ

আৰু তোমালোকৰ জিভাৰে বনাই মিছাৰ ওপৰত নিৰ্ভৰ কৰি ‘এইটো হালাল আৰু এইটো হাৰাম’ বুলি নক’বা। নিশ্চয় যিসকলে আল্লাহৰ প্ৰতি মিছা কথা আৰোপ কৰে সিহঁত কেতিয়াও সফল নহ'ব।)

.

📍Verse/Note-1

10:59 Say, “Have you considered how God sends down to you all kinds of provisions for your minds and bodies? Then you render some of them unlawful and some lawful?” Say, “Has God permitted you to do this? Or do you invent lies and attribute them to God?”.


Note.

The clergy go after manmade dogmas thus tampering with the revealed Word of God and declare unlawful His bounties of sustenance, food, clothes, ornament of life and things of aesthetic beauty such as art. *7:32. See **34:13 how a Prophet of God, Solomon decorates his kingdom with beautiful works of art

(*৭:৩২

قُلْ مَنْ حَرَّمَ زِينَةَ اللَّهِ الَّتِي أَخْرَجَ لِعِبَادِهِ وَالطَّيِّبَاتِ مِنَ الرِّزْقِ ۚ قُلْ هِيَ لِلَّذِينَ آمَنُوا فِي الْحَيَاةِ الدُّنْيَا خَالِصَةً يَوْمَ الْقِيَامَةِ ۗ كَذَٰلِكَ نُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ

কোৱা, ‘আল্লাহে নিজ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেয়া কোনে নিষিদ্ধ কৰিছে’? কোৱা, ‘পাৰ্থিৱ জীৱনত, বিশেষকৈ কিয়ামতৰ দিনা এইবোৰ তেওঁলোকৰ বাবে, যিসকলে ঈমান আনিছে’। এইদৰে আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰো।)

(**৩৪:১৩

يَعْمَلُونَ لَهُ مَا يَشَاءُ مِنْ مَحَارِيبَ وَتَمَاثِيلَ وَجِفَانٍ كَالْجَوَابِ وَقُدُورٍ رَاسِيَاتٍ ۚ اعْمَلُوا آلَ دَاوُودَ شُكْرًا ۚ وَقَلِيلٌ مِنْ عِبَادِيَ الشَّكُورُ

সিহঁতে ছুলাইমানৰ ইচ্ছানুযায়ী তেওঁৰ বাবে অট্টালিকা, ভাস্কৰ্য, জলাধাৰ সদৃশ বৃহদাকাৰ পাত্ৰ আৰু সুদৃঢ়ভাৱে স্থাপিত ডেগ নিৰ্মাণ কৰিছিল। ‘হে দাউদ পৰিয়াল! কৃতজ্ঞতাৰ সৈতে তোমালোকে কাম কৰি যোৱা। মোৰ বান্দাসকলৰ কিছু সংখ্যকহে কৃতজ্ঞ!’)

.

📍Note-2

Only restrictions given in the Quran should be followed, whether it's food, clothing and other things. Those made by religious leaders and authorities other than God must be rejected. Don't forbid what God has not. See verses and footnotes 16:115(sig).

.

📍ref:

৬:১৪৫

قُلْ لَا أَجِدُ فِي مَا أُوحِيَ إِلَيَّ مُحَرَّمًا عَلَىٰ طَاعِمٍ يَطْعَمُهُ إِلَّا أَنْ يَكُونَ مَيْتَةً أَوْ دَمًا مَسْفُوحًا أَوْ لَحْمَ خِنْزِيرٍ فَإِنَّهُ رِجْسٌ أَوْ فِسْقًا أُهِلَّ لِغَيْرِ اللَّهِ بِهِ ۚ فَمَنِ اضْطُرَّ غَيْرَ بَاغٍ وَلَا عَادٍ فَإِنَّ رَبَّكَ غَفُورٌ رَحِيمٌ

কোৱা, ‘মোৰ প্ৰতি যি অহী হৈছে তাত, মানুহে যি খায় তাৰ মাজত মই একোৱেই হাৰাম পোৱা নাই, কিন্তু মৰা শ, প্ৰবাহিত তেজ আৰু গাহৰিৰ মাংসৰ বাহিৰে। কিয়নো এইবোৰ অৱশ্যে অপৱিত্ৰ আৰু যিবোৰ অবৈধ, আল্লাহৰ বাহিৰে আনৰ বাবে উত্সৰ্গ কৰাৰ কাৰণে’। কিন্তু যদি কোনোবাই অবাধ্যতা নকৰি আৰু সীমালংঘন নকৰি নিৰুপায় অৱস্থাত সেয়া গ্ৰহণ কৰিবলৈ বাধ্য হয় (সেয়া বেলেগ কথা), তেন্তে নিশ্চয় তোমাৰ ৰব ক্ষমাশীল, পৰম দয়ালু।

.

🖼️১০:৬০

وَمَا ظَنُّ الَّذِينَ يَفْتَرُونَ عَلَى اللَّهِ الْكَذِبَ يَوْمَ الْقِيَامَةِ ۗ إِنَّ اللَّهَ لَذُو فَضْلٍ عَلَى النَّاسِ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَشْكُرُونَ

আৰু যিসকলে আল্লাহ সম্পৰ্কে মিছা ৰটনা কৰে, কিয়ামত দিৱস সম্পৰ্কে সিহঁতৰ ধাৰণা কি? নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহপৰায়ণ, কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে।

.

[10:60] And (Wa) what (Maa)will be the thought (Zonnu) of those who (Ellaziina) fabricate (Yaf'taruuna)falsehood (El'Kazibu) about GOD (Ålaallahi) on the Day of Resurrection (Yaw'mal' Qiyaamati)? Indeed, GOD (Innallaha) possesses (Lazuu) favour (Fad'lin) for (Ålaa) the people (En'Naasi), but (Walaakinna) most of them (Akh'tharu-hum') are not (Laa) thankful (Yash'kuruun)."

.

🖼️১০:৬১(Knowing God).

وَمَا تَكُونُ فِي شَأْنٍ وَمَا تَتْلُو مِنْهُ مِنْ قُرْآنٍ وَلَا تَعْمَلُونَ مِنْ عَمَلٍ إِلَّا كُنَّا عَلَيْكُمْ شُهُودًا إِذْ تُفِيضُونَ فِيهِ ۚ وَمَا يَعْزُبُ عَنْ رَبِّكَ مِنْ مِثْقَالِ ذَرَّةٍ فِي الْأَرْضِ وَلَا فِي السَّمَاءِ وَلَا أَصْغَرَ مِنْ ذَٰلِكَ وَلَا أَكْبَرَ إِلَّا فِي كِتَابٍ مُبِينٍ

আৰু তুমি যি অৱস্থাতেই নথকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱেই তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয়, আমি তোমালোকৰ সাক্ষী থাকো, যেতিয়া তোমালোকে তাত প্ৰবৃত্ত হোৱা। আকাশসমূহ আৰু পৃথিৱীৰ অণু পৰিমাণ বস্তুও তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈয়ো ক্ষুদ্ৰ বা বৃহত একোৱেই নাই যিটো সুস্পষ্ট কিতাবত নাই।

.

[10:61] And (Wa) you do not (Maa) be (Takuunu) in (Fii)any affair (Sha'nin), nor (Wamaa) do you recite (Tat'lu') any (Min) reading (Qur'aanin) therefrom (Min'hu) nor (Walaa) do you do (Ta'malu') any (Min') work

(Åmalin) except (illa) We are (Kunnaa) witnessing (Shuhuudan) over you (p) (Ålai'kum') as (Iz') you proceed 

(Tufiiduuna) therein (Fiihi). And (Wa) no (Maa Min) weight (Mith'qaali) of an atom (Zarratin) on earth (Fiil'Ar'di) is distant (Ya'zubu) from (Ån) your LORD (Rabbi-ka) nor (Walaa) within (Fii) the heaven (Es'Samaai)nor (Walaa) smaller (As'gara) than (Min) that (Zaalika) or (Walaa) bigger (Ak'bara) except (illa) in (Fii) a 

clear (Mubiin) register (Kitaabin). 

.

📍Note:

Smaller than atom: Who could think of electrons and protons in the 7th century!(sa).

.

📍ref: see link:

https://muktabulraf.blogspot.com/2022/03/ref1061.html?m=1

.

🖼️১০:৬২

أَلَا إِنَّ أَوْلِيَاءَ اللَّهِ لَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ

জানি থোৱা! আল্লাহৰ বন্ধুসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিতও নহ’ব।

.


[10:62] Verily (Alaa) indeed (Inna), the allies of GOD (Aw'liyaa'a-llahi); there will be no (Laa) fear (Khaw'fun) upon them (Ålai'him'), nor (Walaa) will they (Hum') grieve (Yah'zanuun).

.

📍Verse/Note:

10:62 Oh, verily, they who are close to God* - no fear need they have, and neither shall they grieve:


Note*

The verb waliya (from which the noun waii, pl. awliya', is derived) signifies, primarily, the nearness or closeness of one thing to another: thus, God is spoken of in the Qur'an (e.g., in 2:257 and 3:68) as being "near unto (waii) those who believe". Although the term waii, when applied to God, as well as to the relationship between one created being and another, is often used in the Qur'an in the sense of "helper", "friend", "protector", "guardian", etc., none of these secondary meanings can properly - i.e., without offending against the reverence due to God - describe man's attitude to, or relationship with, Him. Consequently, the above reference to the believers as awliya' of God is best rendered as "they who are close to God", in the sense of their being always conscious of Him. This rendering has the support of almost all the classical commentators(as).

.

🍒 Quran🍒 Analysis🍒 Syedraf🍒

....ooo....

Popular posts from this blog

☪️PART-233(13:32-37)Ar-Ra'ad

⚫ Al-An'am[Part-133(06:111-117)]

🟤Al-Anfãl[Part-165(08:14-22)]