🌗At-Tawbah[Part-183(09:86-96)]
Part-183(9:86-96)At-Tawbah
🌎 https://youtu.be/3AEueveIBoc
Video of #muktabulhussa
.
🌉মিনি সূচিঃPart-183(9:86-96)
9:96(Admonishing Those Who did not join the Jihad -Note)
9:87(সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ’ল; ফলত সিহঁতে একো বুজি নাপায়)
9:88-89(True Believers are Eager to Strive)(That is the signal victory)
9:91(Legitimate Excuses for staying away from Jihad)(Handicapped People Are Protected)
9:94-95(Hard Times Serve to Expose the Hypocrites)
।।।
🌎৯:৮৬
وَإِذَا أُنْزِلَتْ سُورَةٌ أَنْ آمِنُوا بِاللَّهِ وَجَاهِدُوا مَعَ رَسُولِهِ اسْتَأْذَنَكَ أُولُو الطَّوْلِ مِنْهُمْ وَقَالُوا ذَرْنَا نَكُنْ مَعَ الْقَاعِدِينَ
আল্লাহৰ প্ৰতি ঈমান আনা আৰু ৰাছুলৰ সঙ্গী হৈ জিহাদ কৰা—এই বিষয়ে যেতিয়া কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়া সিহঁতৰ মাজত যিসকলৰ শক্তি-সামৰ্থ আছে সিহঁতে তোমাৰ ওচৰত আহি অব্যাহতি বিচাৰে আৰু কয়, ‘আমাক ৰেহাই দিয়ক, আমি বহি থকা ব্যক্তিসকলৰ লগতে থাকিম’।
.
[9:86] And (Wa) when (Izaa) a chapter (Suuratun) was revealed (Unzilat') that (An'), "Believe (Aaminu') in
GOD (Billahi) and (Wa) strive (Jaahidu') along with (Maå) HIS messenger (Rasuuli-hi)," those (Uulu') of
power (Ettow'li) among them (Min'hum') requested for your authorization (s) (Es'ta'zana-ka) and (Wa) said
(Qaalu'), "Let us (Zar'naa) be (Nakun) with (Maå) those who sit back (El'Qaa'ediin)."
.
📍ref:
৪৭:২০-২১
وَيَقُولُ الَّذِينَ آمَنُوا لَوْلَا نُزِّلَتْ سُورَةٌ ۖ فَإِذَا أُنْزِلَتْ سُورَةٌ مُحْكَمَةٌ وَذُكِرَ فِيهَا الْقِتَالُ ۙ رَأَيْتَ الَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ يَنْظُرُونَ إِلَيْكَ نَظَرَ الْمَغْشِيِّ عَلَيْهِ مِنَ الْمَوْتِ ۖ فَأَوْلَىٰ لَهُمْ
আৰু যিসকলে ঈমান আনিছে তেওঁলোকে কয়, এটা ছুৰা অৱতীৰ্ণ কৰা নহয় কিয়, তাৰ পিছত যদি কোনো মুহকাম ছুৰা অৱতীৰ্ণ হয় আৰু তাত যুদ্ধৰ কোনো নিৰ্দেশ থাকে, তেতিয়া তুমি দেখিবা যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে মৃত্যুৰ ভয়ত বিহ্বল মানুহৰ দৰে তোমাৰ ফালে চাই আছে। এতেকে সিহঁতৰ বাবে উত্তম আছিল----
৪৭:২১
طَاعَةٌ وَقَوْلٌ مَعْرُوفٌ ۚ فَإِذَا عَزَمَ الْأَمْرُ فَلَوْ صَدَقُوا اللَّهَ لَكَانَ خَيْرًا لَهُمْ
আনুগত্য আৰু ন্যায়সংগত বাক্য; এতেকে যেতিয়া সিদ্ধান্ত চূড়ান্ত হয়, তেতিয়া যদি সিহঁতে আল্লাহৰ লগত কৰা প্ৰতিশ্ৰুতি সত্যত পৰিণত কৰিলেহেঁতেন, তেন্তে সেয়া সিহঁতৰ বাবে কল্যাণকৰ হ’লহেঁতেন।
.
৩৩:১৯
أَشِحَّةً عَلَيْكُمْ ۖ فَإِذَا جَاءَ الْخَوْفُ رَأَيْتَهُمْ يَنْظُرُونَ إِلَيْكَ تَدُورُ أَعْيُنُهُمْ كَالَّذِي يُغْشَىٰ عَلَيْهِ مِنَ الْمَوْتِ ۖ فَإِذَا ذَهَبَ الْخَوْفُ سَلَقُوكُمْ بِأَلْسِنَةٍ حِدَادٍ أَشِحَّةً عَلَى الْخَيْرِ ۚ أُولَٰئِكَ لَمْ يُؤْمِنُوا فَأَحْبَطَ اللَّهُ أَعْمَالَهُمْ ۚ وَكَانَ ذَٰلِكَ عَلَى اللَّهِ يَسِيرًا
তোমালোকৰ বিষয়ত (সিহঁতৰ সহায় প্ৰদান আৰু বিজয় কামনাত) কৃপণতা কৰাৰ কাৰণে। এতেকে যেতিয়া ভীতি (বিপদ) আহিব তেতিয়া তুমি দেখিবা, সিহঁতে মৃত্যুৰ ভয়ত মূৰ্চ্ছা যোৱা ব্যক্তিৰ দৰে চকু ওলোটাই তোমাৰ পিনে থৰ লাগি চাই আছে। কিন্তু যেতিয়া বিপদ আঁতৰি যায় তেতিয়া সিহঁতে ধনৰ লালসাত তোমালোকক তীক্ষ্ণ ভাষাত বিদ্ধ কৰে। সিহঁতে ঈমান অনা নাই ফলত আল্লাহে সিহঁতৰ আমলসমূহ নিষ্ফল কৰিছে আৰু এইটো আল্লাহৰ বাবে অতি সহজ।
.
🌎৯:৮৭
رَضُوا بِأَنْ يَكُونُوا مَعَ الْخَوَالِفِ وَطُبِعَ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَفْقَهُونَ
সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত অৱস্থান কৰাকেই পছন্দ কৰিলে আৰু সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হ’ল; ফলত সিহঁতে একো বুজি নাপায়।
.
[9:87] They are satisfied (Radu') to (Bi'an) be (Yakuunu') with (Maå) those who stay behind (El'Khawaalifi),
but (Wa) their hearts (Quluubi-him') are sealed (Tubiå Ålaa), so (Fa) they (Hum') do not (Laa) comprehend
(Yaf'qahuun).
.
📍Verse/Note
9:87 They are well pleased to be with the disabled, the elderly, the women and children, and the ill. This attitude puts a sealon their hearts. They seldom understand*-sa).
(They were well-pleased to remain with those who were left behind - where for their hearts have been sealed,+ so that they cannot grasp the truth-as)
(that fear can only be overcome with action (*2:277, 6:48, 6:81).(+ 2:7, 7:100.)
(See the verses,link:
https://muktabulraf.blogspot.com/2022/02/ref987.html?m=1)
.
🌎৯:৮৮(True Believers are Eager to Strive).
لَٰكِنِ الرَّسُولُ وَالَّذِينَ آمَنُوا مَعَهُ جَاهَدُوا بِأَمْوَالِهِمْ وَأَنْفُسِهِمْ ۚ وَأُولَٰئِكَ لَهُمُ الْخَيْرَاتُ ۖ وَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ
কিন্তু ৰাছুল আৰু তেওঁৰ লগত যিসকলে ঈমান আনিছে তেওঁলোকে নিজ সম্পদ আৰু জীৱনৰ দ্বাৰা আল্লাহৰ পথত জিহাদ কৰিছে; তেওঁলোকৰ বাবেই আছে যাৱতীয় কল্যাণ আৰু তেওঁলোকেই সাফল্যমণ্ডিত।
.
[9:88] However (Laakini) the Messenger (Er'Rasuulu) and (Wa) those who (Ellaziina) believed (Aamanu')
with him (Maåhu) strove (Jaahadu') with (Bi) their wealth (Am'waali-him') and (Wa) their souls (Anfusi-
him'). And (Wa) those (U'laaika) will have (Lahumu) all the good (El'Khai'raatu), and (Wa) they (Humu) are
those (U'laaika) who are the successful (El'Muf'lihuun).
.
📍Verses:
(9:88-89) But the Rasool and his companions who believe in Allah strive in the cause of Divine Order with their lives and their possessions. All good things of life are for them and they shall prosper. Allah has prepared for them gardens wherein flow streams and where they shall abide, this indeed is a great achievement.pz.
.
🌎৯:৮৯
أَعَدَّ اللَّهُ لَهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ ذَٰلِكَ الْفَوْزُ الْعَظِيمُ
আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জান্নাত, যাৰ তলত নদী প্ৰবাহিত, য’ত তেওঁলোক চিৰকাল থাকিব; এইটোৱেই মহাসফলতা।
.
[9:89] GOD has prepared (Aådda-llahu) for them (Lahum') gardens (Jannaatin) beneath which (Min Tah'ti-
ha) rivers (El'An'haaru) flow (Taj'rii), therein (Fiiha) eternally (Khaalidiina); that (Zaalika) is a great (El'Åziim)
achievement (El'Faw'zu).
.
🌎৯:৯০
وَجَاءَ الْمُعَذِّرُونَ مِنَ الْأَعْرَابِ لِيُؤْذَنَ لَهُمْ وَقَعَدَ الَّذِينَ كَذَبُوا اللَّهَ وَرَسُولَهُ ۚ سَيُصِيبُ الَّذِينَ كَفَرُوا مِنْهُمْ عَذَابٌ أَلِيمٌ
আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতকো অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সৈতে মিছা কৈছিল, সিহঁতে বহিয়ে থাকিল; সিহঁতৰ মাজত যিসকলে কুফৰী কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব।
.
[9:90] And (Wa) among (Mina) the Arabs (El'A'raabi) are those with excuses (El'Muåzziruuna) who came (Jaa'a) to (Li) be permitted (Yu'zana Lahum'), as well as (Wa) those who (Ellaziina) lied to (Kazabu') GOD
(Ellahu) and HIS messenger (Rasuula-hu) and sat back (Qaåda). A painful (Aliim) punishment (Åzaabun)
will strike (Sa Yusiibu) those who (Ellaziina) disbelieved (Kafaru') among them (Min'hum').
.
🌎৯:৯১(Legitimate Excuses for staying away from Jihad)(Handicapped People Are Protected)
لَيْسَ عَلَى الضُّعَفَاءِ وَلَا عَلَى الْمَرْضَىٰ وَلَا عَلَى الَّذِينَ لَا يَجِدُونَ مَا يُنْفِقُونَ حَرَجٌ إِذَا نَصَحُوا لِلَّهِ وَرَسُولِهِ ۚ مَا عَلَى الْمُحْسِنِينَ مِنْ سَبِيلٍ ۚ وَاللَّهُ غَفُورٌ رَحِيمٌ
কোনো দোষ নাই দুৰ্বলসকলৰ ওপৰত, অসুস্থসকলৰ ওপৰত আৰু যিসকল অৰ্থ সাহায্যত অসমৰ্থ, যদি সিহঁত আল্লাহ আৰু তেওঁৰ ৰাছুলৰ হিতাকাঙ্ক্ষী হয়। মুহছিনসকলৰ বিৰুদ্ধে অভিযোগৰ কোনো পথ নাই; আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
.
[9:91] There is no (Lai'sa) guilt upon (Harajun Ålaa) the weak (Ed'Duåfaai) nor (Walaa) upon (Ålaa) the sick (El'Mar'doa) nor (Walaa) upon (Ålaa) those who (Ellaziina) do not (Laa) find (Yajiduuna) what (Maa) to
disburse (Yunfiquuna) when (Izaa) they are sincere (Nasohu') to GOD (Lillahi) and (Wa) HIS messenger
(Rasuuli-hi). There is no (Maa Min) cause (Sabiilin) against (Ålaa) those who are benevolent (El'Muh'siniina).
And (Wa) GOD (Ellahu) is Forgiving (Gafuurun) and Merciful (Rahiim).
.
📍Verse/Note:
9:91 Not to be blamed are the physically weak, the elderly, the sick, and the ones who have no means to offer, so long as they are sincere to God and His Messenger (*48:17). They should do what they can to support the cause. There is no way of blame against the doers of such good. God is Forgiving, Merciful.sa.
(*৪৮:১৭
لَيْسَ عَلَى الْأَعْمَىٰ حَرَجٌ وَلَا عَلَى الْأَعْرَجِ حَرَجٌ وَلَا عَلَى الْمَرِيضِ حَرَجٌ ۗ وَمَنْ يُطِعِ اللَّهَ وَرَسُولَهُ يُدْخِلْهُ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ ۖ وَمَنْ يَتَوَلَّ يُعَذِّبْهُ عَذَابًا أَلِيمًا
অন্ধৰ বাবে কোনো অপৰাধ নাই, খঞ্জৰ বাবে কোনো অপৰাধ নাই আৰু অসুস্থ লোকৰ বাবেও কোনো অপৰাধ নাই; আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ তাক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, যাৰ তলত নদীসমূহ প্ৰবাহিত; কিন্তু যিয়ে পৃষ্ঠ প্ৰদৰ্শন কৰিব তেওঁ তাক যন্ত্ৰণাদায়ক শাস্তি দিব।)
.
🌎৯:৯২
وَلَا عَلَى الَّذِينَ إِذَا مَا أَتَوْكَ لِتَحْمِلَهُمْ قُلْتَ لَا أَجِدُ مَا أَحْمِلُكُمْ عَلَيْهِ تَوَلَّوْا وَأَعْيُنُهُمْ تَفِيضُ مِنَ الدَّمْعِ حَزَنًا أَلَّا يَجِدُوا مَا يُنْفِقُونَ
আৰু সিহঁতৰো কোনো দোষ নাই যিসকলে তোমাৰ ওচৰত বাহনৰ বাবে আহিছিল তুমি কৈছিলা, ‘তোমালোকৰ বাবে মই কোনো বাহন পোৱা নাই’; সিহঁতে কষ্ট সহ্য কৰিব নোৱাৰি বাধ্য হৈ চকুলো টুকি উভতি গ’ল, কাৰণ সিহঁতে ব্যয় কৰিবলৈ একো পোৱা নাই।
.
[9:92] And (Wa) not (Laa) upon (Ålaa) those whom (Ellaziina), when (Izaa) some (Maa) came to you (s)
(Ataw'ka) so that (Li) you might transport them (Tah'mila-hum'), you (s) said (Qul'ta), "I do not (Laa) find
(Ajidu) what (Maa) to transport you (Ah'milu-kum') on (Ålai'hi)." They turned away (Tawallaw') while (Wa)
their eyes (A'yunu-hum') overflowed (Tafiidu) with (Mina) tears (Ed'Dam'e) of grief (Hazanan) that he
(Mohammed)
could not (Alla) find (Yajidu') what (Maa) to disburse(Yunfiquun).
.
🌎৯:৯৩
۞ إِنَّمَا السَّبِيلُ عَلَى الَّذِينَ يَسْتَأْذِنُونَكَ وَهُمْ أَغْنِيَاءُ ۚ رَضُوا بِأَنْ يَكُونُوا مَعَ الْخَوَالِفِ وَطَبَعَ اللَّهُ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَعْلَمُونَ
কিন্তু যিসকলে অভাৱমুক্ত হৈও অব্যাহতি প্ৰাৰ্থনা কৰিছে, নিশ্চয় সিহঁতৰ বিৰুদ্ধে অভিযোগৰ কাৰণ আছে। সিহঁতে অন্তঃপুৰ নিবাসিনীসকলৰ লগত থকাকেই পছন্দ কৰিছিল; আৰু আল্লাহে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে, ফলত সিহঁতে একো নাজানে।
.
[9:93] The cause (Es'Sabiilu) is only (Innamaa) against (Ålaa) those who (Ellaziina) requested for your
authorization (s) (Yas'ta'zinuunaka) while (Wa) they (Hum') were rich (Ag'niyaa'u). They were satisfied
(Radu') to (Bi'an) be (Yakuunu') with (Maå) those who stayed behind (El'Khawaalifi), but (Wa) GOD (Ellahu)
has sealed (Tobaå Ålaa) their hearts (Quluubi-him'), and (Fa) they (Hum') do not (Laa) know (Ya'lamuun).
.
📍(see verses verses 9:86-87 above).
.
🌎৯:৯৪(Exposing the Deceitful Ways of Hypocrites).
يَعْتَذِرُونَ إِلَيْكُمْ إِذَا رَجَعْتُمْ إِلَيْهِمْ ۚ قُلْ لَا تَعْتَذِرُوا لَنْ نُؤْمِنَ لَكُمْ قَدْ نَبَّأَنَا اللَّهُ مِنْ أَخْبَارِكُمْ ۚ وَسَيَرَى اللَّهُ عَمَلَكُمْ وَرَسُولُهُ ثُمَّ تُرَدُّونَ إِلَىٰ عَالِمِ الْغَيْبِ وَالشَّهَادَةِ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ
তোমালোকে সিহঁতৰ ওচৰলৈ উভতি আহিলে সিহঁতে তোমালোকৰ ওচৰত অজুহাত দেখুৱাব। কোৱা, ‘তোমালোকে অজুহাত নেদেখুৱাবা, আমি তোমালোকক কেতিয়াও বিশ্বাস নকৰিম; নিশ্চয় আল্লাহে আমাক তোমালোকৰ বিষয়ে জনাই দিছে আৰু আল্লাহে অৱশ্যে তোমালোকৰ কাৰ্যকলাপ দেখিব আৰু তেওঁৰ ৰাছুলেও। তাৰ পিছত তোমালোকক অদৃশ্য আৰু প্ৰকাশ্যৰ মহাজ্ঞানীৰ ওচৰলৈকে ওভোতাই নিয়া হ’ব তেতিয়া তেৱেঁই তোমালোকক জনাব তোমালোকে কি কৰিছিলা’।
.
[9:94] They will apologize (Ya'taziruuna) to you (ilai'kum') when (Izaa) you return (Raja'tum') to them
(ilai'him'). Say (Qul): "Do not (Laa) apologize (Ta'taziru'); we will never (Lan) believe you (Nu'mina La-kum).
GOD (Ellahu) has already (Qad') informed us (Nabba'a-naa) of (Min') your reports (Akh'baari-kum'). And
(Wa) GOD (Ellahu) will dispatch (Sayaraa) your work (deed) (Åmala-kum'), and so (Wa) will HIS messenger
(Rasuulu-hu); then (Thumma) you (the hypocrites) will be returned (Turadduuna) to (ilaa) the Knower (Åålimi) of
the unseen (El'Gai'bi) and (Wa) testimony (Es'Shahaadati), then (Fa) HE will inform you (Yunabbiu-kum) of
what (Bimaa) you used to (Kuntum') do (Ta'maluun)."
.
📍Verse/Note:
(9:94-95) But when you return from your expedition, they come forward to offer their apologies to
you. Say to them O Rasool In no case can we believe you now. Allah had already told us the truth
about you (*47/30). For the time being the Divine Order shall keep a watch on your doings. The law
of Mukaf at will lay bare all that you conceal and test all that you profess. They will appeal to you in
the name of Allah not to reprimand them. It is better for you to leave them alone for the time being
since their minds are diseased which is affecting their process of thinking and creating doubts in
their hearts. If they do not reform themselves, their destination will be Jahannam as a recompense
for what they had been doing.pz.
(*৪৭:৩০
وَلَوْ نَشَاءُ لَأَرَيْنَاكَهُمْ فَلَعَرَفْتَهُمْ بِسِيمَاهُمْ ۚ وَلَتَعْرِفَنَّهُمْ فِي لَحْنِ الْقَوْلِ ۚ وَاللَّهُ يَعْلَمُ أَعْمَالَكُمْ
আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু অৱশ্যে তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে।)
.
🌎৯:৯৫
سَيَحْلِفُونَ بِاللَّهِ لَكُمْ إِذَا انْقَلَبْتُمْ إِلَيْهِمْ لِتُعْرِضُوا عَنْهُمْ ۖ فَأَعْرِضُوا عَنْهُمْ ۖ إِنَّهُمْ رِجْسٌ ۖ وَمَأْوَاهُمْ جَهَنَّمُ جَزَاءً بِمَا كَانُوا يَكْسِبُونَ
তোমালোকে সিহঁতৰ ওচৰলৈ ঘুৰি আহিলে অচিৰেই সিহঁতে তোমালোকৰ ওচৰত আল্লাহৰ শপত খাব, যাতে তোমালোকে সিহঁতক উপেক্ষা কৰা। সেয়ে তোমালোকেও সিহঁতক উপেক্ষা কৰা; নিশ্চয় সিহঁত অপৱিত্ৰ আৰু সিহঁতৰ কৃতকৰ্মৰ ফলস্বৰূপে জাহান্নামেই সিহঁতৰ আবাসস্থল।
.
[9:95] They will swear (Sa Yah'lifuuna) by GOD (Billahi) to you (Lakum'), when (Izaa) you return
(Enqalab'tum') to them (ilai'him') so that (Li) you would turn away (Tu'ridu') from them (Ån'hum'). Therefore
(Fa) turn away (E'ridu') from them (Ån'hum'); indeed, they (Innahum') are filthy (Rij'sun). And (Wa) their
abode (Ma'waa-hum') is Hell (Jahannamu) as a requital (Jazaa'a) for what (Bimaa) they used to (Kaanu') earn
(Yak'sibuun).
.
📍Verse/Note:
9:95 They will swear by God, when you return to them, so that you may leave them alone. So leave them alone (*9:125). They have hurt their humanity and earned the abode of Hell with their actions.sa.
(*৯:১২৫
وَأَمَّا الَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ فَزَادَتْهُمْ رِجْسًا إِلَىٰ رِجْسِهِمْ وَمَاتُوا وَهُمْ كَافِرُونَ
আৰু যিসকলৰ অন্তৰত ব্যাধি আছে, এইটো সিহঁতৰ কলুষৰ লগত আৰু কলুষযুক্ত কৰে; আৰু সিহঁতৰ মৃত্যু ঘটে কাফিৰ অৱস্থাত।)
.
🌎৯:৯৬
يَحْلِفُونَ لَكُمْ لِتَرْضَوْا عَنْهُمْ ۖ فَإِنْ تَرْضَوْا عَنْهُمْ فَإِنَّ اللَّهَ لَا يَرْضَىٰ عَنِ الْقَوْمِ الْفَاسِقِينَ
সিহঁতে তোমালোকৰ ওচৰত শপত কৰিব যাতে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হোৱা। এতেকে তোমালোকে সিহঁতৰ প্ৰতি সন্তুষ্ট হ’লেও আল্লাহে ফাছিক্ব সম্প্ৰদায়ৰ প্ৰতি কেতিয়াও সন্তুষ্ট নহয়।
.
[9:96] They swear (Yah'lifuuna) to you (Lakum') so that (Li) you might be pleased with them (Tar'dow'
Ån'hum'); even if (Fa'in) you should be pleased with them (Tar'dow' Ån'hum'), then (Fa) indeed, GOD
(Innallaha) is not (Laa) pleased with (Yar'doa Åni) the immoral (El'Faasiqiin) people (El'Qaw'mi).
.
📍Verse/Note-1
(9:96) These people think that you are personally annoyed with them and therefore continue to appease you (*9/62). This is not the case - there is no question of personal grievance or appeasement .pz.
(*৯:৬২
يَحْلِفُونَ بِاللَّهِ لَكُمْ لِيُرْضُوكُمْ وَاللَّهُ وَرَسُولُهُ أَحَقُّ أَنْ يُرْضُوهُ إِنْ كَانُوا مُؤْمِنِينَ
সিহঁতে তোমালোকক সন্তুষ্ট কৰাৰ বাবে তোমালোকৰ ওচৰত আল্লাহৰ শপত লয়। অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলকহে বেছি সন্তুষ্ট কৰা উচিত, যদিহে সিহঁত মুমিন।)
.
📍Verse/Note-2
9:96 They swear that you believers may be pleased with them. Even if you accept them, God does not accept those who drift away from His commands [9:23-24]sa.
.
💙Quran💜Analytical💚Studies❤️Syedraf💙
....ooo....