🌗At-Tawbah[Part-180(09:60-69)]

Part-180(9:60-69)At-Tawbah
🌐 https://youtu.be/SPitW_x0C94
Video(21.02.2022) #muktabulhussain
.
🔰মিনি সূচিঃ🌗Part-180(09:60-69)
9:60(Alms and Charity (Sadaqaat) belong to the following eight categories: Which are included as Zakat, the purification-Note)
9:61(Hypocrites annoy the Prophet)
9:62-63("Obey Allah and obey the message'' like verse-Note)
9:63(Retribution for Opposing God and His Messenger)
9:64(The Hypocrites fear Public Exposure of Their Secrets)
9:65(The Hypocrites rely on False, Misguided Excuses)
9:67(Other Characteristics of Hypocrites)(মুনাফিকসকল ফাছিক্ব।)
9:68(মুনাফিক পুৰুষ আৰু মুনাফিক নাৰী জাহান্নামলৈ যাব)
9:69(Hypocrites, men and women are from one another: losers; Curse of Allah-9:67-69)
।।।
🌐৯:৬০
۞ إِنَّمَا الصَّدَقَاتُ لِلْفُقَرَاءِ وَالْمَسَاكِينِ وَالْعَامِلِينَ عَلَيْهَا وَالْمُؤَلَّفَةِ قُلُوبُهُمْ وَفِي الرِّقَابِ وَالْغَارِمِينَ وَفِي سَبِيلِ اللَّهِ وَابْنِ السَّبِيلِ ۖ فَرِيضَةً مِنَ اللَّهِ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
চাদাক্বা🇮🇳 কেৱল ফকীৰ, মিছকীন আৰু চাদাক্বা আদায়ৰ কামত নিযুক্ত কৰ্মচাৰীসকলৰ বাবে, আৰু যাৰ অন্তৰ (সত্যৰ প্ৰতি) আকৃষ্ট কৰাৰ আৱশ্যক তাৰ বাবে, দাসমুক্তিৰ বাবে, ঋণগ্ৰস্তসকলৰ বাবে, আল্লাহৰ পথৰ বাবে লগতে মুছাফিৰসকলৰ বাবে। এইটো আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰিত। আৰু আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.
[9:60] Charities (Es'Sodaqaatu) are only (Innamaa) for the needy 1
(Lil' Fuqaraa'i), the poor people 2
(El'Masaakiini), the workers (El'Ååmiliina) over it 3
(Ålai'haa), and those whose hearts (Quluubu-hum) are 
composed 4
(El'Mu'allafati) and (Wa) among (Fii) the slaves 5
(Er'Riqaabi), the debtors 6
(El'Gaarimiina), as well as
(Wa) in (Fii) the way of GOD 7
(Sabiili-llahi) and (Wa) the wayfarer 8
(Eb'ni Es'Sabiili); as an obligation
(Fariidotan) from GOD (Minallahi). And (Wa) GOD (Ellahu) is Omniscient (Åliimun) and Wise (Hakiim).
.
📍Verse(sa)/Note(raf):
👉9:60 (The funds that the Central Authority receives as) Alms and Charity (Sadaqaat) belong to the following eight categories: 
1- The poor, those who are not able to earn sufficient living to meet their essential needs. 
2- Those whose running businesses have stalled or the ones who have lost their jobs or those who have become needy for any reason. 
3- Officials who have been appointed by the government to collect alms and charity. 
4- Those who deserve financial help to heal any sufferings. 
5- For those in bondage of any kind: physical slavery, unjust captivity, and oppression. 
6- Those in heavy debt. 
7- Defense of the Ideological State, in the cause of God. 
8- The wayfarer who becomes needy, or travels to the believers in destitute condition, and the homeless son of the street. This is a Duty from God. For, God is Knower, Wise (and His commands are based on knowledge and wisdom).(sa).

Note.
ছাদাকা🇮🇳[Alms and Charity (Sadaqaat)] জাকাতৰ অন্তৰ্ভুক্ত। ইয়াতেই জাকাত সীমাবদ্ধ নহয়। 
জাকাতয় বুৎপত্তিগত অর্থ হৈছে পৱিত্রতা, পৰিশুদ্ধতা, আত্মশুদ্ধি। কোৰআনৰ অধিকাংশ ক্ষেত্রত ছালাত প্রতিষ্ঠাৰ লগত জাকাতৰ নির্দেশনা আহিছে, কিন্তু জাকাত দিয়াৰ বিষয়ে হ'লে কাক দিয়া হ'ব তায় উল্লেখ নাই। গতিকেই ‘ৱাতুল জাকাতা’ ৱাতুল মানে নির্দিষ্টভাবে ‘জাকাত দিয়া’ নহয়, বৰং ‘পৰিশুদ্ধি অর্জন কৰা’, বা আনা’, । এই জাকাত নফসৰ পৰিশুদ্ধতা অর্জনৰ বাবে আল্লাহৰ নির্দেশিত পথত কল্যাণ কামত আত্মনিয়োগ কৰা যিটো ছাদাকাও কল্যাণৰ কাম। 
।।
কিন্তু কিমান পৰিমাণৰ ব্যয়(ছাদাকা) কৰিব।আল্লাহে কৈছে, ‘যিটো প্ৰয়োজনৰ অতিৰিক্ত’(২:২১৯)। যদি ১০০টকাত সকলো খৰচ বাদদি ১০টকা ৰাহি হয়, তেন্তে ইয়েই অতিৰিক্ত। এই ১০টকাৰো আটাইখিনি দান কৰি হাত খালী কৰি দিব নোৱাৰে। গতিকে ১০টকাৰ ২টকা দান কৰিব পাৰে(💡৮:৪১)। আৰু চাব ৬:১৪১।
(💡https://m.facebook.com/story.php?story_fbid=2491800487616547&id=100003598598517)
জাকাত/ছাদাকাৰ বাবে তলৰ লিংক বাংলাত চাওঁক:
https://ahsana3923.blogspot.com/2022/01/what-is-zakata-collected-bn-article.html?m=1
(🇮🇳Verse 9:60 is talking about Sadaqaat alms and charity and not Zakaat.)(raf).
.
🌐৯:৬১
وَمِنْهُمُ الَّذِينَ يُؤْذُونَ النَّبِيَّ وَيَقُولُونَ هُوَ أُذُنٌ ۚ قُلْ أُذُنُ خَيْرٍ لَكُمْ يُؤْمِنُ بِاللَّهِ وَيُؤْمِنُ لِلْمُؤْمِنِينَ وَرَحْمَةٌ لِلَّذِينَ آمَنُوا مِنْكُمْ ۚ وَالَّذِينَ يُؤْذُونَ رَسُولَ اللَّهِ لَهُمْ عَذَابٌ أَلِيمٌ
আৰু সিহঁতৰ মাজত এনেকুৱা মানুহো আছে যিসকলে নবীক কষ্ট দিয়ে আৰু কয়, ‘এওঁতো কৰ্ণপাতকাৰী’। কোৱা, ‘তোমালোকৰ বাবে যি মঙ্গল তেওঁ কেৱল সেয়াই শুনে’। তেওঁ আল্লাহৰ ওপৰত বিশ্বাস কৰে আৰু মুমিনসকলকো বিশ্বাস কৰে; আৰু তোমালোকৰ মাজত যিসকল ঈমান্দাৰ তেওঁ সিহঁতৰ বাবে ৰহমত। আৰু যিসকলে আল্লাহৰ ৰাছুলক শাস্তি দিয়ে সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
.
[9:61] And (Wa) among them (Min'humu) are those who (Ellaziina) offend (Yu'zuuna) the Prophet 
(En'Nabiyya) by (Wa) saying (Yaquuluuna), "He (Huwa) is all ears (Uzunun)!" Say (Qul'): "All ears (Uzunu) is 
better (Khai'rin) for you (Lakum'), he believes (Yu'minu) in GOD (Billahi) and believes (Yu'minu) the 
believers (Lil' Mu'miniina) and (Wa) as a mercy (*21:107) (Rah'matun) for those who (Lillaziina) believe 
(Aamanu') among you (Minkum')." As for (Wa) those who (Ellaziina) offend (Yu'zuuna) the messenger of GOD (Rasuula-llahi); they will have (Lahum') a painful (Aliim) punishment (Åzaabun). 
(২১:১০৭*
وَمَا أَرْسَلْنَاكَ إِلَّا رَحْمَةً لِلْعَالَمِينَ
আৰু আমি তোমাক বিশ্ববাসীৰ বাবে কেৱল ৰহমত হিচাপেহে প্ৰেৰণ কৰিছো।)
.
📍Verse reference:
৯:৭৪
يَحْلِفُونَ بِاللَّهِ مَا قَالُوا وَلَقَدْ قَالُوا كَلِمَةَ الْكُفْرِ وَكَفَرُوا بَعْدَ إِسْلَامِهِمْ وَهَمُّوا بِمَا لَمْ يَنَالُوا ۚ وَمَا نَقَمُوا إِلَّا أَنْ أَغْنَاهُمُ اللَّهُ وَرَسُولُهُ مِنْ فَضْلِهِ ۚ فَإِنْ يَتُوبُوا يَكُ خَيْرًا لَهُمْ ۖ وَإِنْ يَتَوَلَّوْا يُعَذِّبْهُمُ اللَّهُ عَذَابًا أَلِيمًا فِي الدُّنْيَا وَالْآخِرَةِ ۚ وَمَا لَهُمْ فِي الْأَرْضِ مِنْ وَلِيٍّ وَلَا نَصِيرٍ
সিহঁতে আল্লাহৰ শপত লৈ কয় যে, সিহঁতে একো কোৱা নাই; অথচ সিহঁতে কুফৰী বাক্য কৈছে আৰু ইছলাম গ্ৰহণৰ পিছত আকৌ কুফৰী কৰিছে; সিহঁতে এনেকুৱা সংকল্প কৰিছিল যিটো সিহঁতে পোৱা নাই। আল্লাহ আৰু তেওঁৰ ৰাছুলে নিজ অনুগ্ৰহত সিহঁতক (মুছলিমসকলক) অভাৱমুক্ত কৰিছিল বুলিয়ে সিহঁতে (কাফিৰ মুনাফিকসকলে) বিৰোধিতা কৰিছিল। এতেকে যদি সিহঁতে তাওবা কৰে তেন্তে সিহঁতৰ বাবে ভাল হ’ব, আৰু সিহঁতে মুখ ঘূৰাই ল’লে আল্লাহে পৃথিৱীত আৰু আখিৰাতত সিহঁতক যন্ত্ৰণাদায়ক শাস্তি দিব; আৰু পৃথিৱীত সিহঁতৰ কোনো অভিভাৱক নাই আৰু নাই কোনো সাহায্যকাৰীও।
.
🌐৯:৬২
يَحْلِفُونَ بِاللَّهِ لَكُمْ لِيُرْضُوكُمْ وَاللَّهُ وَرَسُولُهُ أَحَقُّ أَنْ يُرْضُوهُ إِنْ كَانُوا مُؤْمِنِينَ
সিহঁতে তোমালোকক সন্তুষ্ট কৰাৰ বাবে তোমালোকৰ ওচৰত আল্লাহৰ শপত লয়। অথচ আল্লাহ আৰু তেওঁৰ ৰাছুলকহে বেছি সন্তুষ্ট কৰা উচিত, যদিহে সিহঁত মুমিন।
.
📍Note reference:
"Whoever pays heed unto the Apostle pays heed unto God thereby" (*4:80), or, "Say [O Prophet]: 'If you love God, follow me, [and] God will love you"' (**3:31)(as).
(৪:৮০*
مَنْ يُطِعِ الرَّسُولَ فَقَدْ أَطَاعَ اللَّهَ ۖ وَمَنْ تَوَلَّىٰ فَمَا أَرْسَلْنَاكَ عَلَيْهِمْ حَفِيظًا
যিয়ে ৰাছুলৰ আনুগত্য কৰিলে নিশ্চয় সি আল্লাহৰেই আনুগত্য কৰিলে, আৰু কোনোবাই বিমুখ হ’লে তেন্তে (জানি থোৱা) আমি তোমাক সিহঁতৰ ওপৰত তত্ত্বাৱধায়কৰূপে প্ৰেৰণ কৰা নাই।
Search for its note.link: 
https://m.facebook.com/story.php?story_fbid=2415138215282775&id=100003598598517)

(৩:৩১**
قُلْ إِنْ كُنْتُمْ تُحِبُّونَ اللَّهَ فَاتَّبِعُونِي يُحْبِبْكُمُ اللَّهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَاللَّهُ غَفُورٌ رَحِيمٌ
কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’।)
(Pl find the verses 3:31-32 in the link:
https://qurantafseeritself.blogspot.com/2021/10/49.html).
.
🌐৯:৬৩
أَلَمْ يَعْلَمُوا أَنَّهُ مَنْ يُحَادِدِ اللَّهَ وَرَسُولَهُ فَأَنَّ لَهُ نَارَ جَهَنَّمَ خَالِدًا فِيهَا ۚ ذَٰلِكَ الْخِزْيُ الْعَظِيمُ
সিহঁতে নাজানে নেকি যে, যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰোধিতা কৰিব তাৰ বাবে আছে জাহান্নামৰ জুই, য’ত সি চিৰকাল থাকিব? এইটোৱেই চৰম লাঞ্ছনা।
.
[9:63] Do they not (Alam') know (Ya'lamuu') that (Annahu) whoever (Man) opposes GOD (Yuhaadidi-llaha)
and (Wa) HIS messenger (Rasuula-hu), then (Fa) that (Anna) for him (Lahu) is the fire (Naara) of Hell 
(Jahannama)? They will be therein (Fiihaa) eternally (Khaalidan); that (Zaalika) is a terrible (El'Åziim) disgrace (El'Khiz'yu). 
.
🌐৯:৬৪
يَحْذَرُ الْمُنَافِقُونَ أَنْ تُنَزَّلَ عَلَيْهِمْ سُورَةٌ تُنَبِّئُهُمْ بِمَا فِي قُلُوبِهِمْ ۚ قُلِ اسْتَهْزِئُوا إِنَّ اللَّهَ مُخْرِجٌ مَا تَحْذَرُونَ
মুনাফিকসকলে ভয় কৰে যে, সিহঁতৰ বিষয়ে এনে কোনো ছুৰা অৱতীৰ্ণ হয়েই নেকি, যিটোৱে সিহঁতৰ অন্তৰৰ কথা প্ৰকাশ কৰি দিব! কোৱা, ‘তোমালোকে বিদ্ৰূপ কৰিয়ে থাকা; তোমালোকে যিটো ভয় কৰা নিশ্চয় আল্লাহে সেয়া প্ৰকাশ কৰিব’।
.
[9:64] The hypocrites (El'Munaafiquuna) are cautious (Yah'zaru) that (An) a chapter (Suuratun) could be 
revealed (Tunazzala) about them (Ålai'him'), informing them (Tunabbiu-hum) of what (Bimaa) is in (Fii)
their hearts (Quluubu-him'). Say (Quli): "Keep mocking (Es'tah'ziuu'); indeed, GOD (Innallaha) will bring 
forth (Mukh'rijun) what (Maa) you are cautious of (Tah'zaruun)." 
(*63:1)
(৬৩:১*
 إِذَا جَاءَكَ الْمُنَافِقُونَ قَالُوا نَشْهَدُ إِنَّكَ لَرَسُولُ اللَّهِ ۗ وَاللَّهُ يَعْلَمُ إِنَّكَ لَرَسُولُهُ وَاللَّهُ يَشْهَدُ إِنَّ الْمُنَافِقِينَ لَكَاذِبُونَ
যেতিয়া মুনাফিকসকল তোমাৰ ওচৰলৈ আহে তেতিয়া সিহঁতে কয়, আমি সাক্ষ্য দিওঁ যে, ‘নিশ্চয় আপুনি আল্লাহৰ ৰাছুল’; আৰু আল্লাহে জানে যে, তুমি নিশ্চয় তেওঁৰ ৰাছুল আৰু আল্লাহে সাক্ষ্য দিয়ে যে, নিশ্চয় মুনাফিকসকল মিছলীয়া।)
.
📍Verse/Note:
9:64 The hypocrites fear that a Surah might be revealed concerning them, exposing what is in their hearts. Say, “Go on mocking! God will bring to light exactly what you are dreading.”

Note.
It was indeed revealed. *47:29-30. The exalted Prophet came to know the hypocrites of his times(sa).
(৪৭:২৯-৩০*
أَمْ حَسِبَ الَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ أَنْ لَنْ يُخْرِجَ اللَّهُ أَضْغَانَهُمْ
যিসকলৰ অন্তৰত ব্যাধি আছে সিহঁতে এইটো ভাৱে নেকি যে, আল্লাহে কেতিয়াও সিহঁতৰ বিদ্বেষভাৱ প্ৰকাশ কৰি নিদিব?
৪৭:৩০
وَلَوْ نَشَاءُ لَأَرَيْنَاكَهُمْ فَلَعَرَفْتَهُمْ بِسِيمَاهُمْ ۚ وَلَتَعْرِفَنَّهُمْ فِي لَحْنِ الْقَوْلِ ۚ وَاللَّهُ يَعْلَمُ أَعْمَالَكُمْ
আৰু আমি ইচ্ছা কৰিলে তোমাক সিহঁতৰ পৰিচয় দিলোহেঁতেন; ফলত তুমি সিহঁতৰ লক্ষণ দেখিয়ে সিহঁতক চিনিব পাৰিলাহেঁতেন। কিন্তু অৱশ্যে তুমি সিহঁতৰ কথাৰ ভঙ্গিতে সিহঁতক চিনিব পাৰিবা। আল্লাহে তোমালোকৰ যাৱতীয় আমল সম্পৰ্কে জানে।)
.
🌐৯:৬৫(The Hypocrites rely on False, Misguided Excuses).
وَلَئِنْ سَأَلْتَهُمْ لَيَقُولُنَّ إِنَّمَا كُنَّا نَخُوضُ وَنَلْعَبُ ۚ قُلْ أَبِاللَّهِ وَآيَاتِهِ وَرَسُولِهِ كُنْتُمْ تَسْتَهْزِئُونَ
আৰু তুমি সিহঁতক সুধিলে নিশ্চয় সিহঁতে ক’ব, ‘আমি কেৱল আলাপ-আলোচনা আৰু হাঁহি-ধেমালিহে কৰিছিলো’। কোৱা, ‘তোমালোকে আল্লাহ আৰু তেওঁৰ আয়াতসমূহৰ লগতে তেওঁৰ ৰাছুলক বিদ্ৰূপ কৰিছিলা নেকি’?
.
[9:65] And (Wa) if (La'in) you (s) should ask them (Sa'al'ta-hum'), they would (La) say (Yaquulunna), "We 
were (Kunnaa) only (Innamaa) waging (Nakhuudu) and playing (Nal'åbu)." Say (Qul'): "Is it GOD 1
(A’bi-
llahi), HIS verses 2
(Aayaati-hi) and HIS messenger 3
(Rasuuli-hi) you are (Kuntum') mocking (Tas'tah'ziuun)?
.
🌐৯:৬৬
لَا تَعْتَذِرُوا قَدْ كَفَرْتُمْ بَعْدَ إِيمَانِكُمْ ۚ إِنْ نَعْفُ عَنْ طَائِفَةٍ مِنْكُمْ نُعَذِّبْ طَائِفَةً بِأَنَّهُمْ كَانُوا مُجْرِمِينَ
‘তোমালোকে এতিয়া ওজৰ পেচ নকৰিবা। নিশ্চয় তোমালোকে ঈমান আনাৰ পিছত আকৌ কুফৰী কৰিছা। আমি তোমালোকৰ মাজত কোনো দলক ক্ষমা কৰিলেও আন এটা দলক শাস্তি প্ৰদান কৰিম—কাৰণ সিহঁত অপৰাধী’।
.
[9:66] “Do not (Laa) apologize (Ta'taziru'); you have (Qad') disbelieved (Kafar'tum) after (Ba'da) your faith 
(iimaani-kum'). If (In) We pardon (Na'fu Ån) a faction (Toa'ifatin) of you (Minkum'), We will punish (Nuåzzib')
another faction (Toa'ifata) because they (Bi'anna-hum') were (Kaanu') criminals (Muj'rimiin).” 
.
📍Verse/Note:
9:66 “Make no excuses. You have disbelieved after your confession of belief.” If We forgive a group of you, there is another group whom We shall punish since they have violated human rights by stealing the fruit of others’ labor.” (Unless they restore their rights *4:17, 9:102, 25:70, 27:11)(sa).
(*See the verses:link:
https://muktabulraf.blogspot.com/2022/02/ref966.html?m=1).
.
🌐৯:৬৭
الْمُنَافِقُونَ وَالْمُنَافِقَاتُ بَعْضُهُمْ مِنْ بَعْضٍ ۚ يَأْمُرُونَ بِالْمُنْكَرِ وَيَنْهَوْنَ عَنِ الْمَعْرُوفِ وَيَقْبِضُونَ أَيْدِيَهُمْ ۚ نَسُوا اللَّهَ فَنَسِيَهُمْ ۗ إِنَّ الْمُنَافِقِينَ هُمُ الْفَاسِقُونَ
মুনাফিক পুৰুষ আৰু মুনাফিক নাৰী ইজনে সিজনৰ অংশ, সিহঁতে অসৎকৰ্মৰ আদেশ দিয়ে আৰু সৎকৰ্মত নিষেধ কৰে, সিহঁতে নিজৰ হাত সংকুচিত কৰি ৰাখে, সিহঁতে আল্লাহক পাহৰি গৈছে, ফলত আল্লাহেও সিহঁতক এৰি দিছে; নিশ্চয় মুনাফিকসকল ফাছিক্ব।
.
[9:67] The hypocrite men (El'Munaafiquuna) and the hypocrite women (Wal' Munaafiqaatu) are of each 
other (Ba'duhum Min Ba'din); they call for (Ya'muruuna Bi) abomination (El'Munkari) and refrain from 
(Yan'haw'na Åni) kindness (El'Ma'ruufi), and (Wa) they compress (Yaq'biduuna) their hands (Ai'diya-hum'). 
They forgot GOD (Nasu'llaha), so (Fa) HE has forgotten them (Nasiya-hum'). Indeed (Inna), the hypocrites 
(El'Munaafiqiina) are (Humu) the immoral (El'Faasiquun). 
.
📍Verse references:
৫৯:১৯
وَلَا تَكُونُوا كَالَّذِينَ نَسُوا اللَّهَ فَأَنْسَاهُمْ أَنْفُسَهُمْ ۚ أُولَٰئِكَ هُمُ الْفَاسِقُونَ
তোমালোকে সিহঁতৰ দৰে নহ’বা যিসকলে আল্লাহক পাহৰি গৈছে; ফলত আল্লাহেও সিহঁতক আত্মবিস্মৃত কৰিছে, ইহঁতেই হৈছে ফাছিক্ব।
.
৪৫:৩৪
وَقِيلَ الْيَوْمَ نَنْسَاكُمْ كَمَا نَسِيتُمْ لِقَاءَ يَوْمِكُمْ هَٰذَا وَمَأْوَاكُمُ النَّارُ وَمَا لَكُمْ مِنْ نَاصِرِينَ
আৰু কোৱা হ’ব, ‘আজি আমি তোমালোকক অৱজ্ঞা কৰিম যিদৰে তোমালোকে এই দিনৰ সাক্ষাতৰ বিষয়টোক পাহৰি গৈছিলা। তোমালোকৰ আবাসস্থল হ’ব জাহান্নাম, আৰু তোমালোকৰ কোনো সহায়কাৰীও নাথাকিব’।
.
🌐৯:৬৮
وَعَدَ اللَّهُ الْمُنَافِقِينَ وَالْمُنَافِقَاتِ وَالْكُفَّارَ نَارَ جَهَنَّمَ خَالِدِينَ فِيهَا ۚ هِيَ حَسْبُهُمْ ۚ وَلَعَنَهُمُ اللَّهُ ۖ وَلَهُمْ عَذَابٌ مُقِيمٌ
আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিক নাৰীক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে। য’ত সিহঁতে চিৰকাল থাকিব, এইটোৱে সিহঁতৰ বাবে যথেষ্ট; আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি;
.
[9:68] GOD has promised (Waåda-llahu) the hypocrite men (El'Munaafiqiina) and the hypocrite women (Wal'
Munaafiqaati) as well as (Wa) the disbelievers (El'Kuffaara) the fire (Naara) of Hell (Jahannama), eternally 
(Khaalidiina) therein (Fiihaa). It (Hiya) is sufficient for them (Has'bu-hum'). For (Wa) GOD (Ellahu) has cursed 
them (Laåna-humu), and (Wa) they will have (Lahum') a permanent (Muqiim) punishment (Åzaabun).
.
🌐৯:৬৯
كَالَّذِينَ مِنْ قَبْلِكُمْ كَانُوا أَشَدَّ مِنْكُمْ قُوَّةً وَأَكْثَرَ أَمْوَالًا وَأَوْلَادًا فَاسْتَمْتَعُوا بِخَلَاقِهِمْ فَاسْتَمْتَعْتُمْ بِخَلَاقِكُمْ كَمَا اسْتَمْتَعَ الَّذِينَ مِنْ قَبْلِكُمْ بِخَلَاقِهِمْ وَخُضْتُمْ كَالَّذِي خَاضُوا ۚ أُولَٰئِكَ حَبِطَتْ أَعْمَالُهُمْ فِي الدُّنْيَا وَالْآخِرَةِ ۖ وَأُولَٰئِكَ هُمُ الْخَاسِرُونَ
সিহঁতৰ দৰে, যিসকলে তোমালোকৰ পূৰ্বে আছিল, সিহঁতে শক্তিত তোমালোকতকৈও অধিক প্ৰবল আছিল আৰু সিহঁতৰ ধন-সম্পদ আৰু সন্তান-সন্ততি আছিল তোমালোকতকৈ বেছি। সেয়ে সিহঁতে সিহঁতৰ ভাগ্যত যি আছিল সেয়া ভোগ কৰিছে; আৰু তোমালোকেও তোমালোকৰ ভাগ্যত যি আছিল সেয়া উপভোগ কৰিলা, যেনেকৈ তোমালোকৰ পূৰ্বৱৰ্তীসকলে সিহঁতৰ ভাগ্যত যি আছিল ভোগ কৰিছে, আৰু তোমালোকেও সেইদৰে অনৰ্থক আলাপ-আলোচনাত লিপ্ত আছা যেনেকুৱা অনৰ্থক আলাপ-আলোচনাত সিহঁত লিপ্ত আছিল। সিহঁতৰ আমল পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈ গৈছে, আৰু সিহঁতেই ক্ষতিগ্ৰস্ত।
.
[9:69] Like (Ka) those (Ellaziina) before you (p) (Min Qab'li-kum'); they were (Kaanuu') stronger (Ashadda)
than you (Minkum') in strength (Quwwatan) and (Wa) greater (Ak'thara) in wealth (Am'waalan) and 
children (Aw'laadan); and (Fa) they enjoyed (Es'tam'tau') with (Bi) their positive quality (Khalaaqi-him'), and 
(Fa) you enjoyed (Es'tam'ta'tum) with (Bi) your positive quality (Khalaaqi-kum'), as (Kamaa) those (Ellaziina)
before you (Min Qab'li-kum) had enjoyed (Es'tam'taå) with (Bi) their positive quality (Khalaaqi-him'), and 
(Wa) you waged (Khud'tum') like (Ka) that which (Ellazii) they waged (Khaaduu'). Those (U'laaika) are the 
ones whose deeds (A'maalu-hum') have become worthless (Habitot') in (Fii) the world (Ed'Dun'yaa) and the 
hereafter (Wal' Aakhirati), and (Wa) they (Humu) are those (U'laaika) who are the losers(El'Khaasiruun). 
.
🔰 Quran🔰 Analysis🔰 Syedraf🔰
....ooo....

Popular posts from this blog

🌹Part-1(1:1-7)-Al-Fatiha[📍We should study Quran rather than just recite(38:29,4:82)]

🎯Part-212(11:82-87)Hud