🌗At-Tawbah[Part-175(09:21-27)]

Part-175(9:21-27)At-Tawbah
🔷 https://youtu.be/JaYw0MKk5Fw
Video #muktabulhussain
.
🔷মিনি সূচিঃPart-175(9:21-27)
♨️ উক্ত ভিডিঅ'ত কমেণ্ট আছে।
9:23-24(The Prohibition of taking the Idolators as Supporters, even with Relatives-Note)
9:25-27(The unseen army-see notes-The Outcome of Victory by Way of the Unseen Aid)
।।।
🌐টোকাঃ ইয়াত প্ৰকাশিত অসমীয়া অনুবাদৰ (কোৰআন) কোনো শুদ্ধতাৰ গেৰাণ্টী নাই। অনুগ্ৰহ কৰি ইংৰাজী (প্ৰতিশব্দৰ) অনুবাদ চাব।।
🔷৯:২১
يُبَشِّرُهُمْ رَبُّهُمْ بِرَحْمَةٍ مِنْهُ وَرِضْوَانٍ وَجَنَّاتٍ لَهُمْ فِيهَا نَعِيمٌ مُقِيمٌ
তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক সুসংবাদ দিছে, তেওঁৰ দয়া আৰু সন্তুষ্টিৰ আৰু এনেকুৱা জান্নাতৰ য’ত আছে তেওঁলোকৰ বাবে স্থায়ী নিয়ামত।
.
[9:21] Their LORD (Rabbu-hum) gives them good news of (Yubas'shiru-hum Bi) mercy (Rah'matin) and (Wa) approval (Rid'waanin) from HIM (Min'hu) as well as (Wa) gardens (Jannaatin) for them (Lahum)wherein (Fiiha) is permanent (Muqiim) bliss (Naeemun),
.
🔷৯:২২
خَالِدِينَ فِيهَا أَبَدًا ۚ إِنَّ اللَّهَ عِنْدَهُ أَجْرٌ عَظِيمٌ
তাত তেওঁলোক চিৰস্থায়ী হ’ব। নিশ্চয় আল্লাহৰ ওচৰত আছে মহা পুৰস্কাৰ।
.
[9:22] they will be therein (Fiihaa) eternally (Khaalidiina) forever (Abadan). Indeed, GOD (Innallaha)possesses (Endahu) great (Åziimu) reward (Aj'run). 
.
🔷৯:২৩
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا تَتَّخِذُوا آبَاءَكُمْ وَإِخْوَانَكُمْ أَوْلِيَاءَ إِنِ اسْتَحَبُّوا الْكُفْرَ عَلَى الْإِيمَانِ ۚ وَمَنْ يَتَوَلَّهُمْ مِنْكُمْ فَأُولَٰئِكَ هُمُ الظَّالِمُونَ
হে ঈমান্দাৰসকল! তোমলোকৰ পিতৃবৰ্গ আৰু ভাতৃবৃন্দ যদি ঈমানৰ মোকাবিলাত কুফৰীক পছন্দ কৰে, তেন্তে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ নকৰিবা। তোমালোকৰ মাজত যিয়ে সিহঁতক অভিভাৱকৰূপে গ্ৰহণ কৰে সিহঁতেই যালিম।
.
[9:23] O you (Yaa Ayyuha) who (Ellaziina) believe (Aamanu'), do not (Laa) take (Tattakhizuu') your fathers (Aabaa'a-kum) and (Wa) your brethren (Ikh'waana-kum) as allies (Aw'liyaai), if (Ini) they preferred 
(Es'tahabbu') disbelief (El'Kuf'ra) over (Ålaa) the faith (El' iimaan). And (Wa) whoever (Man) befriends them (Yatawwalla-hum) among you (Minkum), then (Fa) they (Humu) are those (U'laaika) who are the 
transgressors (Ez'Zoalimuun). 
.
📍Verse/Note:
9:23 O YOU who have attained to faith! Do not take your fathers and your brothers for allies if a denial of the truth is dearer to them than faith: for those of you who ally themselves with them-it is they, they who are evildoers!

Note.
The term walayah ("alliance" or "friendship") is used in this context in the sense of an alliance against other believers, as in *3:28. (Regarding the wider, spiritual implications of this expression, see surah 4, note 154.) That it does not refer to "friendship" in the sense of normal human affection is obvious from the many exhortations in the Qur'an to be good to one's parents and kinsfolk; and, more explicitly, from **60:8, where the believers are reminded that friendly relations with unbelievers who are not hostile to the Muslim community are permissible, and even desirable(as).
(৩:২৮*
لَا يَتَّخِذِ الْمُؤْمِنُونَ الْكَافِرِينَ أَوْلِيَاءَ مِنْ دُونِ الْمُؤْمِنِينَ ۖ وَمَنْ يَفْعَلْ ذَٰلِكَ فَلَيْسَ مِنَ اللَّهِ فِي شَيْءٍ إِلَّا أَنْ تَتَّقُوا مِنْهُمْ تُقَاةً ۗ وَيُحَذِّرُكُمُ اللَّهُ نَفْسَهُ ۗ وَإِلَى اللَّهِ الْمَصِيرُ
মুমিনসকলে যেন মুমিনসকলৰ বাহিৰে কাফিৰসকলক বন্ধুৰূপে গ্ৰহণ নকৰে; আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাথাকিব। কিন্তু ব্যতিক্ৰম, যদি তোমালোকে সিহঁতৰ পৰা আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা (তেনেহ’লে সেয়া সুকীয়া কথা); আৰু আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে আৰু আল্লাহৰ ফালেই প্ৰত্যাৱৰ্তন।)
(৬০:৮**
لَا يَنْهَاكُمُ اللَّهُ عَنِ الَّذِينَ لَمْ يُقَاتِلُوكُمْ فِي الدِّينِ وَلَمْ يُخْرِجُوكُمْ مِنْ دِيَارِكُمْ أَنْ تَبَرُّوهُمْ وَتُقْسِطُوا إِلَيْهِمْ ۚ إِنَّ اللَّهَ يُحِبُّ الْمُقْسِطِينَ
দ্বীনৰ বিষয়ে যিসকলে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰা নাই আৰু তোমালোকক স্বদেশৰ পৰা বহিষ্কাৰো কৰা নাই, সিহঁতৰ প্ৰতি মহানুভৱতা দেখুৱাবলৈ আৰু ন্যায়বিচাৰ কৰিবলৈ আল্লাহে তোমালোকক নিষেধ নকৰে। নিশ্চয় আল্লাহে ন্যায়পৰায়ণসকলক ভালপায়।)
.
📍v.ref
৫৮:২২
لَا تَجِدُ قَوْمًا يُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ يُوَادُّونَ مَنْ حَادَّ اللَّهَ وَرَسُولَهُ وَلَوْ كَانُوا آبَاءَهُمْ أَوْ أَبْنَاءَهُمْ أَوْ إِخْوَانَهُمْ أَوْ عَشِيرَتَهُمْ ۚ أُولَٰئِكَ كَتَبَ فِي قُلُوبِهِمُ الْإِيمَانَ وَأَيَّدَهُمْ بِرُوحٍ مِنْهُ ۖ وَيُدْخِلُهُمْ جَنَّاتٍ تَجْرِي مِنْ تَحْتِهَا الْأَنْهَارُ خَالِدِينَ فِيهَا ۚ رَضِيَ اللَّهُ عَنْهُمْ وَرَضُوا عَنْهُ ۚ أُولَٰئِكَ حِزْبُ اللَّهِ ۚ أَلَا إِنَّ حِزْبَ اللَّهِ هُمُ الْمُفْلِحُونَ
আল্লাহ আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন কৰা এনে কোনো সম্প্ৰদায় তুমি নাপাবা, যিসকলে এনেলোকক ভালপায়, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ বিৰুদ্ধাচাৰণ কৰে--- যদিও সিহঁত তেওঁলোকৰ পিতা অথবা পুত্ৰ বা ভাই নাইবা বংশ-পৰিয়ালৰ মানুহেই নহওঁক কিয়! এওঁলোকৰ অন্তৰতেই আল্লাহে ঈমান লিখি দিছে আৰু তেওঁৰ তৰফৰ পৰা ৰূহৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰিছে। তেওঁলোকক তেওঁ প্ৰৱেশ কৰাব এনে জান্নাতসমূহত যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হয়। তাত তেওঁলোকে চিৰকাল থাকিব; আল্লাহে তেওঁলোকৰ প্ৰতি সন্তুষ্ট হৈছে আৰু তেওঁলোকেও তেওঁৰ প্ৰতি সন্তুষ্ট। এওঁলোকেই আল্লাহৰ দল। জানি থোৱা, আল্লাহৰ দলেই সফলতা লাভ কৰিব।
.
🔷৯:২৪
قُلْ إِنْ كَانَ آبَاؤُكُمْ وَأَبْنَاؤُكُمْ وَإِخْوَانُكُمْ وَأَزْوَاجُكُمْ وَعَشِيرَتُكُمْ وَأَمْوَالٌ اقْتَرَفْتُمُوهَا وَتِجَارَةٌ تَخْشَوْنَ كَسَادَهَا وَمَسَاكِنُ تَرْضَوْنَهَا أَحَبَّ إِلَيْكُمْ مِنَ اللَّهِ وَرَسُولِهِ وَجِهَادٍ فِي سَبِيلِهِ فَتَرَبَّصُوا حَتَّىٰ يَأْتِيَ اللَّهُ بِأَمْرِهِ ۗ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الْفَاسِقِينَ
কোৱা, ‘তোমালোকৰ ওচৰত যদি আল্লাহ, তেওঁৰ ৰাছুল আৰু তেওঁৰ (আল্লাহৰ) পথত জিহাদ কৰাতকৈ বেছি প্ৰিয় হয় তোমালোকৰ পিতৃবৰ্গ, তোমালোকৰ সন্তান-সন্ততি, তোমালোকৰ ভাতৃসকল, তোমালোকৰ স্ত্ৰীসকল, তোমালোকৰ নিজ বংশগোত্ৰ, তোমালোকৰ অৰ্জিত সম্পদ, তোমালোকৰ ব্যৱসায়-বাণিজ্য যাৰ ক্ষতিৰ আশংকা তোমালোকে কৰা আৰু তোমালোকৰ বাসস্থান যিটোক তোমালোকে ভাল পোৱা তেন্তে অপেক্ষা কৰা আল্লাহে তেওঁৰ নিৰ্দেশ লৈ নহালৈকে’; আৰু আল্লাহে ফাছিক্ব সম্প্ৰদায়ক হিদায়ত নিদিয়ে।
.
[9:24] Say (Qul): "If (In) your fathers 1
(Aabaau-kum), your children 2
(Ab'naau-kum), your brethren 3
(Ikh'waanu-kum), your wives 4
(Az'waaju-kum), your tribe 5
(Åshiiratu-kum), wealth (Am'waalun) which 
you have invested 6
(Eq'raf'tumuu-ha), business (Tijaaratun) which (-ha) you fear (Takh'shaw'na) would 
slump 7
(Kasaada-) and (Wa) houses 8
(Masaakinu) which you are proud of (Tar'daw'na-haa) are (Kaana)more beloved (Ahabba) to you (ilai'kum) than (Mina) GOD (Ellahi) and HIS messenger (Rasuuli-hi) and 
striving (Jihaadin) in (Fii) HIS way (cause) (Sabiili-hi), then (Fa) wait (Tarabbasu') until (Hattaa) GOD (Ellahu)brings (Ya'tiya Bi) HIS command (Am'ri-hi). And (Wa) GOD (Ellahu) does not (Laa) guide (Yah'dii) the 
immoral (El'Faasiqiin) people (El'Qaw'ma)."
.
🔷৯:২৫
لَقَدْ نَصَرَكُمُ اللَّهُ فِي مَوَاطِنَ كَثِيرَةٍ ۙ وَيَوْمَ حُنَيْنٍ ۙ إِذْ أَعْجَبَتْكُمْ كَثْرَتُكُمْ فَلَمْ تُغْنِ عَنْكُمْ شَيْئًا وَضَاقَتْ عَلَيْكُمُ الْأَرْضُ بِمَا رَحُبَتْ ثُمَّ وَلَّيْتُمْ مُدْبِرِينَ
নিশ্চয় আল্লাহে তোমালোকক বহু ক্ষেত্ৰত সহায় কৰিছে আৰু হুনাইনৰ যুদ্ধৰ দিনা যেতিয়া তোমালোকক উৎফুল্লিত কৰিছিল তোমালোকৰ সংখ্যাগৰিষ্ঠতাই, কিন্তু সেয়া তোমালোকৰ কোনো কামত অহা নাছিল আৰু পৃথিৱী প্ৰশস্ত হোৱা সত্বেও তোমালোকৰ বাবে সংকীৰ্ণ হৈ গৈছিল। তাৰ পিছত তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিছিলা।
.
[9:25] GOD (Ellahu) has certainly (Laqad') granted you victory (Nasora-kumu) against (Fii) many (Kathiira')citizens (Mawaatina), but (Wa) on the day (Yaw'ma) of Hunayn (Hunai'nin), when (Iz') you became proud 
of (A'jabat'kum) your great number (Kath'ratu-kum’), thus (Wa) it did not (Lam') avail you (Tug'ni Ånkum’)at all (Shai'an), and (Wa) the earth (El'Ar'du) became straitened (Doaqat') for you (Ålai'kumu) in what 
(Bimaa) had been spacious (Rahubat'); then (Thumma) you turned away (Wallai'tum) retreating (Mud'biriin). 
.
📍Verse/Note:
(9:25-27) This is a fact that Allah has helped you on many a previous occasions especially on the day of the day of Hunain. You were misled by your larger numbers which could, however, be of no 
avail to you. Despite its vastness, the earth straightened on you and you had to turn back from there. It was then that Allah, through unseen hosts, infused in the hearts of the Rasool and the Momineen the spirit of a steadiness and self-assurance and defeated the Kafireen as they deserved 
to be. Your faltering was unintentional, hence Allah gave you protection (*8/10, 9/40, 3/125, 41/30).pz.
(*See the verses-link:
https://muktabulraf.blogspot.com/2022/02/ref925-27.html?m=1
.
🔷৯:২৬
ثُمَّ أَنْزَلَ اللَّهُ سَكِينَتَهُ عَلَىٰ رَسُولِهِ وَعَلَى الْمُؤْمِنِينَ وَأَنْزَلَ جُنُودًا لَمْ تَرَوْهَا وَعَذَّبَ الَّذِينَ كَفَرُوا ۚ وَذَٰلِكَ جَزَاءُ الْكَافِرِينَ
তাৰ পিছত আল্লাহে তেওঁৰ ফালৰ পৰা তেওঁৰ ৰাছুলৰ ওপৰত আৰু মুমিনসকলৰ ওপৰত প্ৰশান্তি নাযিল কৰিলে আৰু এনেকুৱা এটা সৈন্য বাহিনী অৱতীৰ্ণ কৰিলে যিটো তোমালোকে দেখা পোৱা নাছিলা। আৰু কাফিৰসকলক তেৱেঁই শাস্তি দিলে, আৰু এইটোৱেই আছিল কাফিৰসকলৰ প্ৰতিফল।
.
[9:26] Then (Thumma) GOD sent down (Anzala-llahu) HIS tranquillity (Sakiinata-hu) upon (Ålaa) HIS messenger (Rasuuli-hi) and (Wa) upon (Ålaa) the believers (El'Mu'miniina), and HE sent down (Anzala) soldiers (Angels) (Junuudan) which (-haa) you did not (Lam') see (Taraw-) and punished (Åzzaba) those who (Ellaziina)
disbelieved (Kafaru'). And (Wa) that (Zaalika) was the requital (Jazaau) of the disbelievers (El'Kaafiriin). 
.
📍Verse/Note:
9:26 Then God sent His reassuring peace upon His Messenger and upon the believers, and sent down armies you could not see, and punished the rejecters. Such is the reward of the deniers of the truth.

Note.
The Messenger led them from chaos back to discipline, and boosted their morale. That was the army unseen. ∆3:125, 8:10, 9:40, 
41:30, 48:4(sa).
(∆See verses:link above at 9:25 and 48:4 below:
৪৮:৪
هُوَ الَّذِي أَنْزَلَ السَّكِينَةَ فِي قُلُوبِ الْمُؤْمِنِينَ لِيَزْدَادُوا إِيمَانًا مَعَ إِيمَانِهِمْ ۗ وَلِلَّهِ جُنُودُ السَّمَاوَاتِ وَالْأَرْضِ ۚ وَكَانَ اللَّهُ عَلِيمًا حَكِيمًا
তেৱেঁই মুমিনসকলৰ অন্তৰত প্ৰশান্তি নাযিল কৰিছে যাতে তেওঁলোকে নিজৰ ঈমানৰ সৈতে ঈমান বৃদ্ধি কৰি লয়। আকাশসমূহ আৰু পৃথিৱীৰ সৈন্যবাহিনী কেৱল আল্লাহৰেই আৰু আল্লাহ হৈছে সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
.
🔷৯:২৭
ثُمَّ يَتُوبُ اللَّهُ مِنْ بَعْدِ ذَٰلِكَ عَلَىٰ مَنْ يَشَاءُ ۗ وَاللَّهُ غَفُورٌ رَحِيمٌ
ইয়াৰ পিছতো যাৰ প্ৰতি ইচ্ছা আল্লাহে তাৰ তাওবা কবুল কৰিব; আৰু আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু।
.
[9:27] Then (Thumma) GOD (Ellahu) forgave (Yatuubu Ålaa) whomever (Man) HE willed (Yashaa') after (Min Ba'di) that (Zaalika); for (Wa) GOD (Ellahu) is Forgiving (Gafuurun) and Merciful (Rahiim). 
.
(It refers to the believe see:
৯:১৫
وَيُذْهِبْ غَيْظَ قُلُوبِهِمْ ۗ وَيَتُوبُ اللَّهُ عَلَىٰ مَنْ يَشَاءُ ۗ وَاللَّهُ عَلِيمٌ حَكِيمٌ
আৰু তেওঁ সিহঁতৰ অন্তৰৰ ক্ষোভ দূৰ কৰিব আৰু আল্লাহে যাৰ ইচ্ছা তাৰেই তাওবা কবুল কৰিব। কাৰণ আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।
9:15 He will also remove the rage from the believers' hearts. GOD redeems whomever He wills. GOD is Omniscient, Most Wise.,rk.)
।।।
🔷 Quran🔷 Analysis🔷 Syedraf🔷
....ooo....

Popular posts from this blog

☪️PART-233(13:32-37)Ar-Ra'ad

⚫ Al-An'am[Part-132(06:101-110)]

⚫ Al-An'am[Part-133(06:111-117)]